ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Anil Ambani I অনিল আম্বানীৰ পত্নীক ইডিৰ চমন, ৪০ হাজাৰ কোটিৰ কেলেংকাৰীত পুনৰ চমন কৰা হ’ব টিনাক

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
February 10, 2026
Reading Time: 1 min read
A A
0
অনিল আম্বানিৰ ৩টা কোম্পানীৰ একাউণ্ট ভুৱা !

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

‎তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত যোচেফ বিজয়ে বৃহৎ পদক্ষেপ I ৭১৭ খন সুৰাৰ দোকান বন্ধ কৰিবলৈ নিৰ্দেশ

‎নাগালেণ্ডত নিৰাপত্তা বাহিনীৰ ওচৰত আত্মসমৰ্পণ আলফা (স্বাধীন)ৰ সদস্য

‎মহাকাশ পোছাকত ৰহস্যময় ৪ ফুটৰ ৰহস্যময় জীৱ : আমেৰিকা যুক্তৰাষ্ট্ৰত মুকলি ইউএফঅ’ ফাইল ‎

ৰিলায়েন্স গ্ৰুপৰ অধ্যক্ষ অনিল আম্বানীৰ (Anil Ambani) পত্নীলৈ নতুনকৈ চমন প্ৰেৰণ কৰিবলৈ ওলাইছে বলবৎকাৰী সঞ্চালকালয়ে। সোমবাৰে ৪০ হাজাৰ কোটি টকাৰ দুৰ্নীতিৰ গোচৰত টিনা আম্বানীক ইডিৰ কাৰ্যালয়লৈ মতা হৈছে। কিন্তু উপস্থিত হোৱাৰ পৰা বিৰত আছে প্ৰাক্তন অভিনেত্ৰীগৰাকীয়ে। ইডিৰ সূত্ৰ অনুসৰি, তদন্তৰ স্বাৰ্থত শীঘ্ৰে তেওঁক মাতি পঠিওৱা হৈছে।

Anil Ambani I
৪০ হাজাৰ কোটিৰ কেলেংকাৰীত পুনৰ চমন কৰা হ’ব টিনাক:

জানিব পৰা মতে, নিউয়ৰ্কৰ মানহাটানত এটা বিলাসী কনডোমিনিয়াম ক্ৰয়ৰ সৈতে জড়িত আৰ্থিক লেনদেনৰ সন্দৰ্ভত ইডিয়ে আম্বানী আৰু তেওঁৰ পত্নীক সোধা-পোছাৰ বাবে মাতিছিল। উক্ত গোচৰত ৰিলায়েন্স কমিউনিকেচনৰ প্ৰাক্তন অধ্যক্ষ পুনীত গাৰ্গক গ্ৰেপ্তাৰ কৰিছে।

শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত ইডিয়ে বেংক জালিয়াতি, আৰ্থিক অনিয়মৰ কেইবাটাও অভিযোগ আৰু অনিল ধীৰুভাই আম্বানি গ্ৰুপৰ (এ ডি এ জি) বিৰুদ্ধে গোচৰৰ তদন্তৰ বাবে এখন এছ আই টি গঠন কৰিছে। তাৰ ভিতৰত ৪০ হাজাৰ কোটি টকাৰ দুৰ্নীতিৰ ক্ষেত্ৰত টিনাৰ নাম আহিছে। যোৱা সপ্তাহত উচ্চতম ন্যায়ালয়ে ইডিক এ ডি এ জিৰ বিৰুদ্ধে সকলো গোচৰৰ তদন্তৰ বাবে বিশেষ তদন্তকাৰী দল (এছ আই টি) গঠন কৰিবলৈ নিৰ্দেশ দিছিল।

শীৰ্ষ আদালতে কয়, “তদন্ত নিৰপেক্ষভাৱে, স্বতন্ত্ৰভাৱে, ক্ষিপ্ৰতাৰে আৰু নিস্বাৰ্থভাৱে কৰিব লাগিব।” কেৱল সেয়াই নহয়, আনুষংগিক গোচৰসমূহত কোনো ধৰণৰ গোপন বুজাবুজি, ষড়যন্ত্ৰ ইত্যাদি হৈছে নেকি, তাক চাবলৈও উচ্চতম ন্যায়ালয়ে চি বি আইক নিৰ্দেশ দিয়ে।

বিগত এবছৰ ধৰি অনিল আম্বানী আৰু তেওঁৰ কোম্পানী ৰিলায়েন্স গ্ৰুপৰ বিৰুদ্ধে কেইবাটাও গোচৰৰ তদন্ত চলাই আহিছে ইডিয়ে। ধন সৰবৰাহ প্ৰতিৰোধ আইনৰ (পি এম এল এ) অধীনত তিনিটা গোচৰ ৰুজু কৰা হৈছে। প্ৰায় ১২ হাজাৰ কোটি টকাৰ সম্পত্তিও জব্দ কৰিছে ইডিয়ে। সেই সময়তে আম্বানীৰ কোম্পানীত এটা গুৰুত্বপূৰ্ণ পদবীত থকা পুনীতক গ্ৰেপ্তাৰ কৰা হৈছিল।

Tags: অনিল আম্বানীৰ পত্নীক ইডিৰ চমনপুনৰ চমন কৰা হ’ব টিনাক৪০ হাজাৰ কোটিৰ কেলেংকাৰীত
Share4Tweet3Send

Related Posts

Tamil Nadu Election 2026 : তামিলনাডুত ‘সংখ্যাৰ খেল’, কাৰ লগত মিলি চৰকাৰ গঠন কৰিব বিজয়ে?
National-International

‎তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত যোচেফ বিজয়ে বৃহৎ পদক্ষেপ I ৭১৭ খন সুৰাৰ দোকান বন্ধ কৰিবলৈ নিৰ্দেশ

by Staff Reporter
May 12, 2026
50
‎নাগালেণ্ডত নিৰাপত্তা বাহিনীৰ ওচৰত আত্মসমৰ্পণ আলফা (স্বাধীন)ৰ সদস্য
National-International

‎নাগালেণ্ডত নিৰাপত্তা বাহিনীৰ ওচৰত আত্মসমৰ্পণ আলফা (স্বাধীন)ৰ সদস্য

by Staff Reporter
May 12, 2026
50
‎মহাকাশ পোছাকত ৰহস্যময় ৪ ফুটৰ ৰহস্যময় জীৱ : আমেৰিকা যুক্তৰাষ্ট্ৰত মুকলি ইউএফঅ’ ফাইল  ‎
National-International

‎মহাকাশ পোছাকত ৰহস্যময় ৪ ফুটৰ ৰহস্যময় জীৱ : আমেৰিকা যুক্তৰাষ্ট্ৰত মুকলি ইউএফঅ’ ফাইল ‎

by Staff Reporter
May 12, 2026
50
Suvendu Oath Taking I মুখ্যমন্ত্ৰী শুভেন্দুৰ সৈতে ৫ বিধায়কৰ শপত গ্ৰহণ
National-International

‎পশ্চিম বংগ সীমান্ত সুৰক্ষাত অসম মডেল I অনুপ্ৰৱেশ ৰোধ কৰাৰ ইংগিত মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীৰ

by Staff Reporter
May 12, 2026
50
NEET-UG 2026 বাতিল I প্ৰশ্নকাকত ফাদিল হোৱাৰ অভিযোগ, অনুষ্ঠিত হ’ব নতুন পৰীক্ষা
National-International

NEET-UG 2026 বাতিল I প্ৰশ্নকাকত ফাদিল হোৱাৰ অভিযোগ, অনুষ্ঠিত হ’ব নতুন পৰীক্ষা

by Staff Reporter
May 12, 2026
50
Minor Rape Case : পথৰ পৰা উঠাই নি নাবালিকাক দলবদ্ধ ধৰ্ষণ, ৮ অভিযুক্তৰ ৩ জনক গ্ৰেপ্তাৰ
National-International

Delhi Student harrased I দিল্লীত পুনৰ উত্তৰ-পূৰ্বাঞ্চলৰ দুগৰাকী যুৱতীক হাৰাশাস্তি

by Staff Reporter
May 12, 2026
50
ADVERTISEMENT
Tamil Nadu Election 2026 : তামিলনাডুত ‘সংখ্যাৰ খেল’, কাৰ লগত মিলি চৰকাৰ গঠন কৰিব বিজয়ে?
National-International

‎তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত যোচেফ বিজয়ে বৃহৎ পদক্ষেপ I ৭১৭ খন সুৰাৰ দোকান বন্ধ কৰিবলৈ নিৰ্দেশ

May 12, 2026
50
‎নাগালেণ্ডত নিৰাপত্তা বাহিনীৰ ওচৰত আত্মসমৰ্পণ আলফা (স্বাধীন)ৰ সদস্য
National-International

‎নাগালেণ্ডত নিৰাপত্তা বাহিনীৰ ওচৰত আত্মসমৰ্পণ আলফা (স্বাধীন)ৰ সদস্য

May 12, 2026
50
‎মহাকাশ পোছাকত ৰহস্যময় ৪ ফুটৰ ৰহস্যময় জীৱ : আমেৰিকা যুক্তৰাষ্ট্ৰত মুকলি ইউএফঅ’ ফাইল  ‎
National-International

‎মহাকাশ পোছাকত ৰহস্যময় ৪ ফুটৰ ৰহস্যময় জীৱ : আমেৰিকা যুক্তৰাষ্ট্ৰত মুকলি ইউএফঅ’ ফাইল ‎

May 12, 2026
50
Suvendu Oath Taking I মুখ্যমন্ত্ৰী শুভেন্দুৰ সৈতে ৫ বিধায়কৰ শপত গ্ৰহণ
National-International

‎পশ্চিম বংগ সীমান্ত সুৰক্ষাত অসম মডেল I অনুপ্ৰৱেশ ৰোধ কৰাৰ ইংগিত মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীৰ

May 12, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Tamil Nadu Election 2026 : তামিলনাডুত ‘সংখ্যাৰ খেল’, কাৰ লগত মিলি চৰকাৰ গঠন কৰিব বিজয়ে?

‎তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত যোচেফ বিজয়ে বৃহৎ পদক্ষেপ I ৭১৭ খন সুৰাৰ দোকান বন্ধ কৰিবলৈ নিৰ্দেশ

May 12, 2026
‎নাগালেণ্ডত নিৰাপত্তা বাহিনীৰ ওচৰত আত্মসমৰ্পণ আলফা (স্বাধীন)ৰ সদস্য

‎নাগালেণ্ডত নিৰাপত্তা বাহিনীৰ ওচৰত আত্মসমৰ্পণ আলফা (স্বাধীন)ৰ সদস্য

May 12, 2026
‎মহাকাশ পোছাকত ৰহস্যময় ৪ ফুটৰ ৰহস্যময় জীৱ : আমেৰিকা যুক্তৰাষ্ট্ৰত মুকলি ইউএফঅ’ ফাইল  ‎

‎মহাকাশ পোছাকত ৰহস্যময় ৪ ফুটৰ ৰহস্যময় জীৱ : আমেৰিকা যুক্তৰাষ্ট্ৰত মুকলি ইউএফঅ’ ফাইল ‎

May 12, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx