ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Minor rape case : অকলশৰীয়া তিব্বতী নাবালিকাক ধৰ্ষণ এই ৰাজ্যত, তীব্ৰ চাঞ্চল্য

News Desk by News Desk
February 9, 2026
Reading Time: 1 min read
A A
0
Minor rape case : অকলশৰীয়া তিব্বতী নাবালিকাক ধৰ্ষণ এই ৰাজ্যত, তীব্ৰ চাঞ্চল্য

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

‎তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত যোচেফ বিজয়ে বৃহৎ পদক্ষেপ I ৭১৭ খন সুৰাৰ দোকান বন্ধ কৰিবলৈ নিৰ্দেশ

‎নাগালেণ্ডত নিৰাপত্তা বাহিনীৰ ওচৰত আত্মসমৰ্পণ আলফা (স্বাধীন)ৰ সদস্য

‎মহাকাশ পোছাকত ৰহস্যময় ৪ ফুটৰ ৰহস্যময় জীৱ : আমেৰিকা যুক্তৰাষ্ট্ৰত মুকলি ইউএফঅ’ ফাইল ‎

এটা খালী ঘৰত এগৰাকী সাত বছৰীয়া তিব্বতী (Seven-year-old Tibetan) নাবালিকাক ধৰ্ষণ (Rape of a minor)। বিজেপিশাসিত এখন ৰাজ্যত পুনৰ এক চাঞ্চল্যকৰ ঘটনা উন্মোচিত হৈছে। সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, এই ঘটনা সংঘটিত হৈছে ওড়িশা (Odisha)ত। সোমবাৰে আৰক্ষীয়ে জনোৱা মতে, গজাপতি জিলাত এগৰাকী ৭ বছৰীয়া তিব্বতী নাবালিকাক ধৰ্ষণ কৰা হয়। এই ঘটনাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এজন কিশোৰক। তেওঁক জেৰা কৰা হৈছে।

তিব্বতী নাবালিকাগৰাকী ঘৰত অকলে থকাৰ সময়তে এই ঘটনা সংঘটিত হোৱা বুলিও আৰক্ষীয়ে জানিবলৈ দিয়ে। তেওঁৰ পিতৃ-মাতৃ পৰিয়ালৰ অনুষ্ঠান এটালৈ যোৱাৰ সময়ত সংঘটিত যৌন নিৰ্যাতনৰ ঘটনা চিচিটিভিৰ ফুটেজতো বন্দী হৈছে। আৰক্ষীয়ে তদন্তৰ বাবে ফুটেজ পৰীক্ষা কৰি আছে। নাবালিকাগৰাকীয়ে ঘৰলৈ উভতি অহাৰ পিছত পিতৃ-মাতৃক এই ধৰ্ষণৰ বিষয়ে অৱগত কৰে।

rape1 | ASSAM TIMES POST
ওড়িশাত অকলশৰীয়া তিব্বতী নাবালিকাক ধৰ্ষণ

ইয়াৰ পিছতে পৰিয়ালটোৱে মোহনা থানাত ধৰ্ষণৰ অভিযোগ দাখিল কৰে। গজপতি আৰক্ষী বিষয়াই জানিবলৈ দিয়া মতে, কিশোৰজনক আটক কৰি জেৰা অব্যাহত ৰাখিছে। তেওঁক কিশোৰ আদালতত হাজিৰ কৰা হ’ব। এই ঘটনাক লৈ স্থানীয় ৰাইজেও প্ৰতিবাদ সাব্যস্ত কৰে। অভিযুক্ত কিশোৰজনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’বলৈ আৰক্ষীক অনুৰোধ জনায়।

বিগত বছৰ বিজেপিশাসিত ৰাজ্যখনত কেইবাগৰাকীও নাবালিকা, কিশোৰী, কলেজীয়া ছাত্ৰীক ধৰ্ষণ আৰু যৌন নিৰ্যাতন চলোৱা হৈছিল। উল্লেখ্য যে যোৱা ১১ আগষ্টত ১৩ বছৰীয়া এগৰাকী কিশোৰীয়ে নিজৰ শৰীৰত অগ্নিসংযোগ কৰাৰ ঘটনা পোহৰলৈ আহে। সেইটোও আছিল ওড়িশাৰে এটা কাণ্ড। বালেশ্বৰ, বালংগা, আৰু কেন্দ্ৰপাৰাৰ পিছত এইবাৰ ওড়িশাৰ বৰগড় জিলাত সংঘটিত হৈছে এই ঘটনা। আনহাতে, ৩০ দিনৰ ভিতৰত চাৰিবাৰকৈ সংঘটিত হয় একে ঘটনা।

Tags: MinorTibetanrape
Share4Tweet3Send

Related Posts

Tamil Nadu Election 2026 : তামিলনাডুত ‘সংখ্যাৰ খেল’, কাৰ লগত মিলি চৰকাৰ গঠন কৰিব বিজয়ে?
National-International

‎তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত যোচেফ বিজয়ে বৃহৎ পদক্ষেপ I ৭১৭ খন সুৰাৰ দোকান বন্ধ কৰিবলৈ নিৰ্দেশ

by Staff Reporter
May 12, 2026
50
‎নাগালেণ্ডত নিৰাপত্তা বাহিনীৰ ওচৰত আত্মসমৰ্পণ আলফা (স্বাধীন)ৰ সদস্য
National-International

‎নাগালেণ্ডত নিৰাপত্তা বাহিনীৰ ওচৰত আত্মসমৰ্পণ আলফা (স্বাধীন)ৰ সদস্য

by Staff Reporter
May 12, 2026
50
‎মহাকাশ পোছাকত ৰহস্যময় ৪ ফুটৰ ৰহস্যময় জীৱ : আমেৰিকা যুক্তৰাষ্ট্ৰত মুকলি ইউএফঅ’ ফাইল  ‎
National-International

‎মহাকাশ পোছাকত ৰহস্যময় ৪ ফুটৰ ৰহস্যময় জীৱ : আমেৰিকা যুক্তৰাষ্ট্ৰত মুকলি ইউএফঅ’ ফাইল ‎

by Staff Reporter
May 12, 2026
50
Suvendu Oath Taking I মুখ্যমন্ত্ৰী শুভেন্দুৰ সৈতে ৫ বিধায়কৰ শপত গ্ৰহণ
National-International

‎পশ্চিম বংগ সীমান্ত সুৰক্ষাত অসম মডেল I অনুপ্ৰৱেশ ৰোধ কৰাৰ ইংগিত মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীৰ

by Staff Reporter
May 12, 2026
50
NEET-UG 2026 বাতিল I প্ৰশ্নকাকত ফাদিল হোৱাৰ অভিযোগ, অনুষ্ঠিত হ’ব নতুন পৰীক্ষা
National-International

NEET-UG 2026 বাতিল I প্ৰশ্নকাকত ফাদিল হোৱাৰ অভিযোগ, অনুষ্ঠিত হ’ব নতুন পৰীক্ষা

by Staff Reporter
May 12, 2026
50
Minor Rape Case : পথৰ পৰা উঠাই নি নাবালিকাক দলবদ্ধ ধৰ্ষণ, ৮ অভিযুক্তৰ ৩ জনক গ্ৰেপ্তাৰ
National-International

Delhi Student harrased I দিল্লীত পুনৰ উত্তৰ-পূৰ্বাঞ্চলৰ দুগৰাকী যুৱতীক হাৰাশাস্তি

by Staff Reporter
May 12, 2026
50
ADVERTISEMENT
Tamil Nadu Election 2026 : তামিলনাডুত ‘সংখ্যাৰ খেল’, কাৰ লগত মিলি চৰকাৰ গঠন কৰিব বিজয়ে?
National-International

‎তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত যোচেফ বিজয়ে বৃহৎ পদক্ষেপ I ৭১৭ খন সুৰাৰ দোকান বন্ধ কৰিবলৈ নিৰ্দেশ

May 12, 2026
50
‎নাগালেণ্ডত নিৰাপত্তা বাহিনীৰ ওচৰত আত্মসমৰ্পণ আলফা (স্বাধীন)ৰ সদস্য
National-International

‎নাগালেণ্ডত নিৰাপত্তা বাহিনীৰ ওচৰত আত্মসমৰ্পণ আলফা (স্বাধীন)ৰ সদস্য

May 12, 2026
50
‎মহাকাশ পোছাকত ৰহস্যময় ৪ ফুটৰ ৰহস্যময় জীৱ : আমেৰিকা যুক্তৰাষ্ট্ৰত মুকলি ইউএফঅ’ ফাইল  ‎
National-International

‎মহাকাশ পোছাকত ৰহস্যময় ৪ ফুটৰ ৰহস্যময় জীৱ : আমেৰিকা যুক্তৰাষ্ট্ৰত মুকলি ইউএফঅ’ ফাইল ‎

May 12, 2026
50
Suvendu Oath Taking I মুখ্যমন্ত্ৰী শুভেন্দুৰ সৈতে ৫ বিধায়কৰ শপত গ্ৰহণ
National-International

‎পশ্চিম বংগ সীমান্ত সুৰক্ষাত অসম মডেল I অনুপ্ৰৱেশ ৰোধ কৰাৰ ইংগিত মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীৰ

May 12, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Tamil Nadu Election 2026 : তামিলনাডুত ‘সংখ্যাৰ খেল’, কাৰ লগত মিলি চৰকাৰ গঠন কৰিব বিজয়ে?

‎তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত যোচেফ বিজয়ে বৃহৎ পদক্ষেপ I ৭১৭ খন সুৰাৰ দোকান বন্ধ কৰিবলৈ নিৰ্দেশ

May 12, 2026
‎নাগালেণ্ডত নিৰাপত্তা বাহিনীৰ ওচৰত আত্মসমৰ্পণ আলফা (স্বাধীন)ৰ সদস্য

‎নাগালেণ্ডত নিৰাপত্তা বাহিনীৰ ওচৰত আত্মসমৰ্পণ আলফা (স্বাধীন)ৰ সদস্য

May 12, 2026
‎মহাকাশ পোছাকত ৰহস্যময় ৪ ফুটৰ ৰহস্যময় জীৱ : আমেৰিকা যুক্তৰাষ্ট্ৰত মুকলি ইউএফঅ’ ফাইল  ‎

‎মহাকাশ পোছাকত ৰহস্যময় ৪ ফুটৰ ৰহস্যময় জীৱ : আমেৰিকা যুক্তৰাষ্ট্ৰত মুকলি ইউএফঅ’ ফাইল ‎

May 12, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx