ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Ola Uber services : সমগ্ৰ দেশতে স্তব্ধ হ’ব ওলা-উবেৰৰ সেৱা, কেতিয়া?

নিউজ ডেস্কঃ

News Desk by News Desk
February 6, 2026
Reading Time: 1 min read
A A
0
Ola Uber services : সমগ্ৰ দেশতে স্তব্ধ হ’ব ওলা-উবেৰৰ সেৱা, কেতিয়া?

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

NEET Paper leak : নীটৰ প্ৰশ্নকাকত ফাদিলত ৰাজস্থানত গ্ৰেপ্তাৰ ১৫ জন, জয়পুৰত ধৰা পৰিল মূল অভিযুক্ত

Flight fire : আবুধাবি অভিমুখী বিমানত অগ্নিকাণ্ড, চেন্নাইৰ পৰা উৰণৰ মূহুৰ্ততে ডেউকাত জুই

‎তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত যোচেফ বিজয়ে বৃহৎ পদক্ষেপ I ৭১৭ খন সুৰাৰ দোকান বন্ধ কৰিবলৈ নিৰ্দেশ

বাণিজ্যিক সংস্থাৰ সৈতে চৰকাৰে প্ৰৱৰ্তন কৰা নিয়ম-নীতিসমূহ চালকৰ বাবে ক্ষতিকাৰক। লগতে শীঘ্ৰে ভাড়া বৃদ্ধিৰ দাবী জনাই নিয়মত কিছু শিথিলতাৰো দাবী জনাইছে ওলা (Ola) আৰু উবেৰ চালক সন্থা (Uber Drivers Association)ই। এই দাবীত তেলেংগানাৰ গিগ এণ্ড প্লেটফৰ্ম ৱৰ্কাৰ্ছ ইউনিয়নে ধৰ্মঘটৰ আহ্বান জনাইছে। তেওঁলোকে কৈছে যে সমগ্ৰ দেশতে শনিবাৰে ৬ ঘণ্টা (6 Hours) ধৰি একেৰাহে এই সেৱা উপলব্ধ নহ’ব (Service will not be available)। এই বিষয়টো তেওঁলোকে বুধবাৰে ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰে। তাত তেওঁলোকে সকলো চালকক এই অনুৰোধ জনাইছে।

সংস্থাটোৱে কয় যে ভাড়াৰ বিনিময়ত তেওঁলোকে যি হাৰ পাইছে সেয়া যথেষ্ট নহয়। গতিকে তেওঁলোকে নিজৰ দাবীত অটল থাকিব। ইতিমধ্যে মটৰ গাড়ীৰ গাইডলাইন মানি চলিছে যদিও তাত তেওঁলোকৰ সমস্যা বাঢ়িছে।

ola | ASSAM TIMES POST
সমগ্ৰ দেশতে স্তব্ধ হ’ব ওলা-উবেৰৰ সেৱা

সংগঠনটোৱে দাবী কৰিছে যে চৰকাৰে যদি তেওঁলোকৰ ভাড়াৰ ওপৰত চকু নিদিয়ে তেন্তে আগন্তুক দিনত তেওঁলোকে ডাঙৰ সিদ্ধান্ত ল’ব। তাত সৰ্বাধিক কষ্ট পাব সাধাৰণ জনতাই। ইয়াৰ পূৰ্বেও বহুবাৰ দাবী উত্থাপন কৰিছে যদিও একো ফল হোৱা নাই বুলিও কয়।

ইফালে ধৰ্মঘট ঘোষণাৰ পিছৰে পৰা সাধাৰণ ৰাইজৰ ওপৰত যথেষ্ট হেঁচা পৰিছে। বহুতে প্ৰতিদিনে ওলা আৰু উবেৰ ব্যৱহাৰ কৰে। তাত তেওঁলোকে বিকল্প পথৰ কথা ভাবিব লাগিব। ইমান দিনে তেওঁলোকে এই সেৱা অতি সহজে পাই আহিছে। ফলত এই ধৰ্মঘটৰ বাবে সমস্যা বাঢ়িব। দীৰ্ঘদিন ধৰি এই দাবী উত্থাপন কৰি আহিছে সংগঠনটোৱে। অৱশ্যে চৰকাৰে ইয়াৰ প্ৰতি কোনো গুৰুত্ব দিয়া নাই। এইবাৰ তেওঁলোকৰ হাতত ধৰ্মঘটৰ বাহিৰে আন কোনো বিকল্প নাই। অৱশ্যে ইয়াৰ ফলত উদ্ভৱ হ’ব পৰা অসুবিধাৰ কথাও তেওঁলোকে মনত ৰাখিছে। ফলত এক নিৰ্দিষ্ট সময়ৰ বাবে এই ধৰ্মঘটৰ আহ্বান জনাইছে। সংগঠনটোৰ নেতাসকলে নিৰ্দিষ্ট সময়ৰ পিছত এই ধৰ্মঘট প্ৰত্যাহাৰ কৰা হ’ব বুলিও জনাইছে। অৱশ্যে তেওঁলোকে ধৰ্মঘটৰ ৬ ঘণ্টাৰ ভিতৰত দুখ-কষ্ট বাঢ়িব বুলি খবৰ পোৱা গৈছে।

Tags: OlaUber
Share4Tweet3Send

Related Posts

NEET Paper leak : নীটৰ প্ৰশ্নকাকত ফাদিলত ৰাজস্থানত গ্ৰেপ্তাৰ ১৫ জন, জয়পুৰত ধৰা পৰিল মূল অভিযুক্ত
National-International

by News Desk
May 12, 2026
50
Flight fire : আবুধাবি অভিমুখী বিমানত অগ্নিকাণ্ড, চেন্নাইৰ পৰা উৰণৰ মূহুৰ্ততে ডেউকাত জুই
National-International

Flight fire : আবুধাবি অভিমুখী বিমানত অগ্নিকাণ্ড, চেন্নাইৰ পৰা উৰণৰ মূহুৰ্ততে ডেউকাত জুই

by News Desk
May 12, 2026
50
Tamil Nadu Election 2026 : তামিলনাডুত ‘সংখ্যাৰ খেল’, কাৰ লগত মিলি চৰকাৰ গঠন কৰিব বিজয়ে?
National-International

‎তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত যোচেফ বিজয়ে বৃহৎ পদক্ষেপ I ৭১৭ খন সুৰাৰ দোকান বন্ধ কৰিবলৈ নিৰ্দেশ

by Staff Reporter
May 12, 2026
50
‎নাগালেণ্ডত নিৰাপত্তা বাহিনীৰ ওচৰত আত্মসমৰ্পণ আলফা (স্বাধীন)ৰ সদস্য

‎মহাকাশ পোছাকত ৰহস্যময় ৪ ফুটৰ ৰহস্যময় জীৱ : আমেৰিকা যুক্তৰাষ্ট্ৰত মুকলি ইউএফঅ’ ফাইল  ‎

Suvendu Oath Taking I মুখ্যমন্ত্ৰী শুভেন্দুৰ সৈতে ৫ বিধায়কৰ শপত গ্ৰহণ
National-International

‎পশ্চিম বংগ সীমান্ত সুৰক্ষাত অসম মডেল I অনুপ্ৰৱেশ ৰোধ কৰাৰ ইংগিত মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীৰ

by Staff Reporter
May 12, 2026
50
ADVERTISEMENT
NEET Paper leak : নীটৰ প্ৰশ্নকাকত ফাদিলত ৰাজস্থানত গ্ৰেপ্তাৰ ১৫ জন, জয়পুৰত ধৰা পৰিল মূল অভিযুক্ত
National-International

NEET Paper leak : নীটৰ প্ৰশ্নকাকত ফাদিলত ৰাজস্থানত গ্ৰেপ্তাৰ ১৫ জন, জয়পুৰত ধৰা পৰিল মূল অভিযুক্ত

May 12, 2026
50
Flight fire : আবুধাবি অভিমুখী বিমানত অগ্নিকাণ্ড, চেন্নাইৰ পৰা উৰণৰ মূহুৰ্ততে ডেউকাত জুই
National-International

Flight fire : আবুধাবি অভিমুখী বিমানত অগ্নিকাণ্ড, চেন্নাইৰ পৰা উৰণৰ মূহুৰ্ততে ডেউকাত জুই

May 12, 2026
50
Tamil Nadu Election 2026 : তামিলনাডুত ‘সংখ্যাৰ খেল’, কাৰ লগত মিলি চৰকাৰ গঠন কৰিব বিজয়ে?
National-International

‎তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত যোচেফ বিজয়ে বৃহৎ পদক্ষেপ I ৭১৭ খন সুৰাৰ দোকান বন্ধ কৰিবলৈ নিৰ্দেশ

May 12, 2026
50
‎নাগালেণ্ডত নিৰাপত্তা বাহিনীৰ ওচৰত আত্মসমৰ্পণ আলফা (স্বাধীন)ৰ সদস্য
National-International

‎নাগালেণ্ডত নিৰাপত্তা বাহিনীৰ ওচৰত আত্মসমৰ্পণ আলফা (স্বাধীন)ৰ সদস্য

May 12, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

NEET Paper leak : নীটৰ প্ৰশ্নকাকত ফাদিলত ৰাজস্থানত গ্ৰেপ্তাৰ ১৫ জন, জয়পুৰত ধৰা পৰিল মূল অভিযুক্ত

NEET Paper leak : নীটৰ প্ৰশ্নকাকত ফাদিলত ৰাজস্থানত গ্ৰেপ্তাৰ ১৫ জন, জয়পুৰত ধৰা পৰিল মূল অভিযুক্ত

May 12, 2026
Flight fire : আবুধাবি অভিমুখী বিমানত অগ্নিকাণ্ড, চেন্নাইৰ পৰা উৰণৰ মূহুৰ্ততে ডেউকাত জুই

Flight fire : আবুধাবি অভিমুখী বিমানত অগ্নিকাণ্ড, চেন্নাইৰ পৰা উৰণৰ মূহুৰ্ততে ডেউকাত জুই

May 12, 2026
Tamil Nadu Election 2026 : তামিলনাডুত ‘সংখ্যাৰ খেল’, কাৰ লগত মিলি চৰকাৰ গঠন কৰিব বিজয়ে?

‎তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত যোচেফ বিজয়ে বৃহৎ পদক্ষেপ I ৭১৭ খন সুৰাৰ দোকান বন্ধ কৰিবলৈ নিৰ্দেশ

May 12, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT