ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Viral video : শাহুৱেকৰ সন্মুখতে স্বামীৰ ওপৰত বহি পত্নীয়ে কৰিলে এই কাণ্ড, ভিডিঅ’ ভাইৰেল

নিউজ ডেস্কঃ

News Desk by News Desk
February 4, 2026
Reading Time: 1 min read
A A
0
Viral video : শাহুৱেকৰ সন্মুখতে স্বামীৰ ওপৰত বহি পত্নীয়ে কৰিলে এই কাণ্ড, ভিডিঅ’ ভাইৰেল

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Crude Oil : দেশত ৬৯ দিনৰ খাৰুৱা তেল আৰু ৪৫ দিনৰ এল পি জি মজুত! মোদীৰ মন্ত্ৰীয়ে কয়, হিচাপৰ ভিত্তিত আতংকিত নহ’ব

NEET Paper leak : নীটৰ প্ৰশ্নকাকত ফাদিলত ৰাজস্থানত গ্ৰেপ্তাৰ ১৫ জন, জয়পুৰত ধৰা পৰিল মূল অভিযুক্ত

Flight fire : আবুধাবি অভিমুখী বিমানত অগ্নিকাণ্ড, চেন্নাইৰ পৰা উৰণৰ মূহুৰ্ততে ডেউকাত জুই

সাধাৰণতে দেখা যায় পুৰুষৰ হাতত নাৰী নিৰ্যাতনৰ ঘটনা। স্বামীয়ে পত্নীক নিৰ্যাতন কৰা ঘটনা প্ৰায় দৈনিক খবৰ হিচাপে প্ৰকাশ পায়। কিন্তু তাৰ বিপৰীতে এইখন সমাজত নাৰীৰ হাততো পুৰুষ নিৰ্যাতিত হোৱাৰ ঘটনা সংঘটিত হৈ আছে। এই ঘটনাটো তাৰেই প্ৰমাণ। মধ্যপ্ৰদেশ (Madhya Pradesh)ৰ সতনাৰ এটা ভয়ংকৰ ঘৰুৱা হিংসাৰ ভিডিঅ’ই ইতিমধ্যে ছ’চিয়েল মিডিয়া (Social Media)ত আলোড়নৰ সৃষ্টি কৰিছে। ভাইৰেল হোৱা ভিডিঅ’টোত এজন লোকক নিজৰ ঘৰতে পত্নীয়ে নৃশংসভাৱে প্ৰহাৰ (Wife brutally beats her) কৰা দেখা গৈছে। আতংকিত লোকজনে নিজেই নিৰ্যাতনৰ দৃশ্যটো নিজৰ মোবাইল ফোনত ৰেকৰ্ড কৰে, যাতে অন্ততঃ তেওঁৰ ওপৰত এই ভয়ংকৰ নিৰ্যাতন চলোৱাৰ প্ৰমাণ পোৱা যায়। ভিডিঅ’টোৰ আৰম্ভণিতে দেখা গৈছে যে মানুহজনে এখন হাতত কেমেৰা লৈ কঁপা কঁপা মাতেৰে পত্নীক ওচৰলৈ নাহিবলৈ অনুৰোধ জনাইছে। তেওঁ বাৰে বাৰে কয় যে তেওঁ ভয় খাইছে। কিন্তু তেওঁৰ এই অনুৰোধৰ পত্নীৰ ওপৰত কোনো প্ৰভাৱ পৰা নাই। ইয়াৰ বিপৰীতে পত্নীয়ে ভাবুকি দিয়া, ভয় খুৱাই আৰু ক্ষন্তেকতে স্বামীক খঙত আক্ৰমণ কৰা দেখা যায়।

ভিডিঅ’টোত স্পষ্ট হৈ পৰিছে যে মহিলাগৰাকীয়ে প্ৰথমে মাৰপিট কৰিবলৈ আৰম্ভ কৰে আৰু পিছত এটা পৰ্যায়ত স্বামীক ডিঙি চেপি হত্যা কৰিবলৈ চেষ্টা কৰে। অসহায় স্বামীয়ে তেতিয়া হতাশজনক মাতেৰে চিঞৰি উঠে, “মোক মাৰি পেলোৱা, মাৰি পেলোৱা…।” এই যন্ত্ৰণাদায়ক চিঞৰটো কেৱল শাৰীৰিক বিষ নহয়, মানসিক বিকলতাৰ দুখজনক সাক্ষ্যও। আটাইতকৈ মৰ্মান্তিক কথাটো হ’ল যে এই নিৰ্যাতন এটা বন্ধ কোঠাৰ ভিতৰত সংঘটিত হৈছে আৰু সেই সময়ত ব্যক্তিজনৰ মাতৃও ঘৰতে উপস্থিত আছিল। চৰম আতংকিত হৈ তেওঁ হঠাতে চিঞৰি উঠে, “মোক বচাওক মা…।” এই চিঞৰটোৱেই প্ৰমাণ কৰে যে পৰিস্থিতি কিমান ভয়াৱহ হৈ পৰিছিল।

mp | ASSAM TIMES POST
শাহুৱেকৰ সন্মুখতে স্বামীৰ ওপৰত বহি পত্নীয়ে কৰিলে এই কাণ্ড, ভিডিঅ’ ভাইৰেল

ভিডিঅ’টোৰ শেষত দেখা গৈছে যে তেওঁ কেনেবাকৈ ঘৰৰ পৰা ওলাই আহি মাতৃৰ ওচৰত আশ্ৰয় লৈছিল। তাৰ পিছত মাতৃয়ে পুত্ৰক ধৰি ৰাখিছিল, বোৱাৰীয়েকৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু আচৰিত কথাটো হ’ল, এই সকলোবোৰৰ মাজতো মহিলাগৰাকীৰ মাজত অনুশোচনাৰ কোনো চিন নাই। তাৰ পৰিৱৰ্তে স্বামী আৰু শাহুৱেকক বাহিৰত এৰি দুৱাৰখন বন্ধ কৰি নিজকে ঘৰৰ ভিতৰতে আবদ্ধ কৰি ৰাখে।

উল্লেখ্য যে দেশত স্বামীৰ ওপৰত নিৰ্যাতনৰ কেইবাটাও অভিযোগ চৰ্চালৈ অহাৰ সময়ত এই ভিডিঅ’টো পোহৰলৈ আহিছে। শেহতীয়াকৈ অতুল সুভাষ গোচৰ বা আগ্ৰাৰ টিচিএছ মেনেজাৰ গোচৰৰ দৰে ঘটনাত পুৰুষৰ ওপৰত হোৱা নিৰ্যাতনৰ বিষয়টোৱে ৰাজহুৱা ক্ষেত্ৰখনত এক নতুন বিতৰ্কৰ সূচনা কৰিছে। সতনাৰ এই ভিডিঅ’টোৱে সেই বিতৰ্ক আৰু অধিক তীব্ৰতৰ কৰি তুলিছে। দীৰ্ঘদিন ধৰি সমাজত ঘৰুৱা হিংসা মূলতঃ নাৰীৰ ওপৰত হোৱা নিৰ্যাতনৰ সন্দৰ্ভত চৰ্চালৈ আহিছে, যিটো নিঃসন্দেহে এক গভীৰ আৰু বাস্তৱ সমস্যা। কিন্তু এই ঘটনাই দেখুৱাইছে যে নিৰ্যাতনৰ বলি হোৱাসকল সদায় মহিলায়ে নহয়, বহু সময়ত পুৰুষেও ভয়, লাজ আৰু সামাজিক অৱহেলাৰ বাবে নিৰ্যাতন সহ্য কৰে। এই ভিডিঅ’টোৰ সত্যতা আৰু ঘটনাৰ প্ৰেক্ষাপটৰ তদন্ত কৰাটো এতিয়া প্ৰশাসনৰ দায়িত্ব।

Tags: ViralvideoWifebeatsHusban
Share4Tweet3Send

Related Posts

Crude Oil : দেশত ৬৯ দিনৰ খাৰুৱা তেল আৰু ৪৫ দিনৰ এল পি জি মজুত! মোদীৰ মন্ত্ৰীয়ে কয়, হিচাপৰ ভিত্তিত আতংকিত নহ’ব
National-International

Crude Oil : দেশত ৬৯ দিনৰ খাৰুৱা তেল আৰু ৪৫ দিনৰ এল পি জি মজুত! মোদীৰ মন্ত্ৰীয়ে কয়, হিচাপৰ ভিত্তিত আতংকিত নহ’ব

by News Desk
May 12, 2026
50
NEET Paper leak : নীটৰ প্ৰশ্নকাকত ফাদিলত ৰাজস্থানত গ্ৰেপ্তাৰ ১৫ জন, জয়পুৰত ধৰা পৰিল মূল অভিযুক্ত
National-International

NEET Paper leak : নীটৰ প্ৰশ্নকাকত ফাদিলত ৰাজস্থানত গ্ৰেপ্তাৰ ১৫ জন, জয়পুৰত ধৰা পৰিল মূল অভিযুক্ত

by News Desk
May 12, 2026
50
Flight fire : আবুধাবি অভিমুখী বিমানত অগ্নিকাণ্ড, চেন্নাইৰ পৰা উৰণৰ মূহুৰ্ততে ডেউকাত জুই
National-International

Flight fire : আবুধাবি অভিমুখী বিমানত অগ্নিকাণ্ড, চেন্নাইৰ পৰা উৰণৰ মূহুৰ্ততে ডেউকাত জুই

by News Desk
May 12, 2026
50
Tamil Nadu Election 2026 : তামিলনাডুত ‘সংখ্যাৰ খেল’, কাৰ লগত মিলি চৰকাৰ গঠন কৰিব বিজয়ে?
National-International

‎তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত যোচেফ বিজয়ে বৃহৎ পদক্ষেপ I ৭১৭ খন সুৰাৰ দোকান বন্ধ কৰিবলৈ নিৰ্দেশ

by Staff Reporter
May 12, 2026
50
‎নাগালেণ্ডত নিৰাপত্তা বাহিনীৰ ওচৰত আত্মসমৰ্পণ আলফা (স্বাধীন)ৰ সদস্য
National-International

‎নাগালেণ্ডত নিৰাপত্তা বাহিনীৰ ওচৰত আত্মসমৰ্পণ আলফা (স্বাধীন)ৰ সদস্য

by Staff Reporter
May 12, 2026
50
‎মহাকাশ পোছাকত ৰহস্যময় ৪ ফুটৰ ৰহস্যময় জীৱ : আমেৰিকা যুক্তৰাষ্ট্ৰত মুকলি ইউএফঅ’ ফাইল  ‎
National-International

‎মহাকাশ পোছাকত ৰহস্যময় ৪ ফুটৰ ৰহস্যময় জীৱ : আমেৰিকা যুক্তৰাষ্ট্ৰত মুকলি ইউএফঅ’ ফাইল ‎

by Staff Reporter
May 12, 2026
50
ADVERTISEMENT
Crude Oil : দেশত ৬৯ দিনৰ খাৰুৱা তেল আৰু ৪৫ দিনৰ এল পি জি মজুত! মোদীৰ মন্ত্ৰীয়ে কয়, হিচাপৰ ভিত্তিত আতংকিত নহ’ব
National-International

Crude Oil : দেশত ৬৯ দিনৰ খাৰুৱা তেল আৰু ৪৫ দিনৰ এল পি জি মজুত! মোদীৰ মন্ত্ৰীয়ে কয়, হিচাপৰ ভিত্তিত আতংকিত নহ’ব

May 12, 2026
50
NEET Paper leak : নীটৰ প্ৰশ্নকাকত ফাদিলত ৰাজস্থানত গ্ৰেপ্তাৰ ১৫ জন, জয়পুৰত ধৰা পৰিল মূল অভিযুক্ত
National-International

NEET Paper leak : নীটৰ প্ৰশ্নকাকত ফাদিলত ৰাজস্থানত গ্ৰেপ্তাৰ ১৫ জন, জয়পুৰত ধৰা পৰিল মূল অভিযুক্ত

May 12, 2026
50
Flight fire : আবুধাবি অভিমুখী বিমানত অগ্নিকাণ্ড, চেন্নাইৰ পৰা উৰণৰ মূহুৰ্ততে ডেউকাত জুই
National-International

Flight fire : আবুধাবি অভিমুখী বিমানত অগ্নিকাণ্ড, চেন্নাইৰ পৰা উৰণৰ মূহুৰ্ততে ডেউকাত জুই

May 12, 2026
50
Tamil Nadu Election 2026 : তামিলনাডুত ‘সংখ্যাৰ খেল’, কাৰ লগত মিলি চৰকাৰ গঠন কৰিব বিজয়ে?
National-International

‎তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত যোচেফ বিজয়ে বৃহৎ পদক্ষেপ I ৭১৭ খন সুৰাৰ দোকান বন্ধ কৰিবলৈ নিৰ্দেশ

May 12, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Crude Oil : দেশত ৬৯ দিনৰ খাৰুৱা তেল আৰু ৪৫ দিনৰ এল পি জি মজুত! মোদীৰ মন্ত্ৰীয়ে কয়, হিচাপৰ ভিত্তিত আতংকিত নহ’ব

Crude Oil : দেশত ৬৯ দিনৰ খাৰুৱা তেল আৰু ৪৫ দিনৰ এল পি জি মজুত! মোদীৰ মন্ত্ৰীয়ে কয়, হিচাপৰ ভিত্তিত আতংকিত নহ’ব

May 12, 2026
NEET Paper leak : নীটৰ প্ৰশ্নকাকত ফাদিলত ৰাজস্থানত গ্ৰেপ্তাৰ ১৫ জন, জয়পুৰত ধৰা পৰিল মূল অভিযুক্ত

NEET Paper leak : নীটৰ প্ৰশ্নকাকত ফাদিলত ৰাজস্থানত গ্ৰেপ্তাৰ ১৫ জন, জয়পুৰত ধৰা পৰিল মূল অভিযুক্ত

May 12, 2026
Flight fire : আবুধাবি অভিমুখী বিমানত অগ্নিকাণ্ড, চেন্নাইৰ পৰা উৰণৰ মূহুৰ্ততে ডেউকাত জুই

Flight fire : আবুধাবি অভিমুখী বিমানত অগ্নিকাণ্ড, চেন্নাইৰ পৰা উৰণৰ মূহুৰ্ততে ডেউকাত জুই

May 12, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx