ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Rajasthan High Court I ২১ বছৰ পূৰ্বে বিয়া পাতিব নোৱাৰে, কিন্তু ১৮ বছৰৰ পিছতেই সহবাস কৰিব পাৰে; ৰাজস্থান উচ্চ ন্যায়ালয়

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
December 5, 2025
Reading Time: 1 min read
A A
0
Rajasthan High Court I ২১ বছৰ পূৰ্বে বিয়া পাতিব নোৱাৰে, কিন্তু ১৮ বছৰৰ পিছতেই সহবাস কৰিব পাৰে; ৰাজস্থান উচ্চ ন্যায়ালয়

RELATED POSTS

JNU professor terminates : যৌন নিৰ্যাতনৰ অভিযোগত বৰ্খাস্ত জেএনইউৰ অধ্যাপক

Narendra Modi airport : ষ্টেডিয়ামৰ পিছত এইবাৰ বিমানবন্দৰ, প্ৰধানমন্ত্ৰী মোদীৰ নামেৰে নামকৰণ নয়ডা বিমানবন্দৰ

INDIA protest : প্ৰতিবাদী সমদলতে দুই মহিলা কংগ্ৰেছীৰ মাজত হতাহতি, চৰ শোধোৱা ভিডিঅ’ ভাইৰেল

New Logo Smal | ASSAM TIMES POST

ইচ্ছা কৰিলে দুজন প্ৰাপ্তবয়স্কই একেলগে থাকিব পাৰে। বিবাহৰ বাবে বৈধ বয়সৰ নহ’লেও দুয়ো একেলগে থাকিব পাৰে। বয়সৰ অজুহাতত তেওঁলোকৰ সাংবিধানিক অধিকাৰ কৰ্তন কৰিব নোৱাৰি।

Rajasthan High Court I
২১ বছৰ পূৰ্বে বিয়া পাতিব নোৱাৰে, কিন্তু ১৮ বছৰৰ পিছতেই সহবাস কৰিব পাৰে:

এই মন্তব্য ৰাজস্থান উচ্চ ন্যায়ালয়ৰ। দেশত বিবাহৰ বয়স ১৮ বছৰ হ’লেও ২১ বছৰ বয়সৰ আগতে পুৰুষে বিয়া কৰোৱাটো বৈধ নহয়। কিন্তু বিবাহৰ বয়স পোৱাৰ আগতে একেলগে থাকিব পাৰে।

এই পৰ্যবেক্ষণ ৰাজস্থান উচ্চ ন্যায়ালয়ৰ। এগৰাকী ১৮ বছৰীয়া কিশোৰী আৰু এজন ১৯ বছৰীয়া ল’ৰাই সুৰক্ষা বিচাৰি ৰাজস্থান উচ্চ ন্যায়ালয়ত আবেদন কৰিছিল। দুয়োজনেই কোটাৰ বাসিন্দা। আবেদনকাৰীসকলে আদালতত কয় যে তেওঁলোকে স্বেচ্ছাই একেলগে বাস কৰি আছে।

২০২৫ চনৰ ২৭ অক্টোবৰত দুয়োজনে একেলগে থাকিবলৈ চুক্তিবদ্ধ হৈছিল। তাৰ পিছৰে পৰা ছোৱালীজনীৰ পৰিয়ালে তেওঁলোকক হত্যাৰ ভাবুকি দি আহিছে বুলি অভিযোগ উঠিছে। তেওঁলোকৰ সম্পৰ্কৰ বিৰোধিতা কৰিছে।

অভিযোগ উত্থাপন হৈছে যে এই সন্দৰ্ভত কোটা আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰা হৈছিল যদিও কোনো লাভ নহ’ল। আদালতত দম্পতিহালৰ আবেদনৰ বিৰোধিতা কৰে চৰকাৰী অধিবক্তা বিবেক চৌধুৰীয়ে। তেওঁ যুক্তি দিয়ে যে যুৱকজনৰ বয়স এতিয়াও ২১ বছৰ হোৱা নাই।

গতিকে দুয়োকে একেলগে থাকিবলৈ দিয়া উচিত নহয়। উল্লেখ্য যে দেশত পুৰুষৰ বিবাহৰ আইনী বয়স ২১ বছৰ আৰু মহিলাৰ বয়স ১৮ বছৰ। উচ্চ ন্যায়ালয়ে এই যুক্তি মানি ল’ব বিচৰা নাছিল। তেওঁলোকৰ পৰ্যবেক্ষণ হৈছে সংবিধানৰ ২১ নং অনুচ্ছেদ অনুসৰি সকলোৰে জীৱন আৰু ব্যক্তিগত স্বাধীনতাৰ অধিকাৰ আছে।

আবেদনকাৰীক সেই অধিকাৰৰ পৰা বঞ্চিত কৰিব নোৱাৰি, কাৰণ তেওঁ বিবাহৰ আইনী বয়সৰ নহয়। ন্যায়াধীশ অনুপ ধনন্দেৰ পৰ্যবেক্ষণ, “প্ৰতিজন মানুহৰ জীৱন আৰু স্বাধীনতা ৰক্ষা কৰাৰ দায়িত্ব ৰাষ্ট্ৰৰ।”

ভাৰতীয় আইনৰ অধীনত সহবাস নিষিদ্ধ নহয়, অপৰাধো নহয়। ন্যায়াধীশ ধনন্দে যোধপুৰ (গ্ৰাম্য) আৰু ভিলৱাৰাৰ আৰক্ষী অধীক্ষকক দম্পতিহালৰ অভিযোগ সন্দৰ্ভত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ কয়। তেওঁ কয় যে প্ৰয়োজন হ’লে দম্পতিহালৰ সুৰক্ষাৰ ব্যৱস্থাও কৰিব লাগে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: কিন্তু ১৮ বছৰৰ পিছতেই সহবাস কৰিব পাৰে;২১ বছৰ পূৰ্বে বিয়া পাতিব নোৱাৰেৰাজস্থান উচ্চ ন্যায়ালয়
Share4Tweet3Send

Related Posts

JNU professor terminates : যৌন নিৰ্যাতনৰ অভিযোগত বৰ্খাস্ত জেএনইউৰ অধ্যাপক
National-International

by News Desk
October 9, 2026
51
Narendra Modi airport : ষ্টেডিয়ামৰ পিছত এইবাৰ বিমানবন্দৰ, প্ৰধানমন্ত্ৰী মোদীৰ নামেৰে নামকৰণ নয়ডা বিমানবন্দৰ
National-International

Narendra Modi airport : ষ্টেডিয়ামৰ পিছত এইবাৰ বিমানবন্দৰ, প্ৰধানমন্ত্ৰী মোদীৰ নামেৰে নামকৰণ নয়ডা বিমানবন্দৰ

by News Desk
October 9, 2026
51
INDIA protest : প্ৰতিবাদী সমদলতে দুই মহিলা কংগ্ৰেছীৰ মাজত হতাহতি, চৰ শোধোৱা ভিডিঅ’ ভাইৰেল
National-International

INDIA protest : প্ৰতিবাদী সমদলতে দুই মহিলা কংগ্ৰেছীৰ মাজত হতাহতি, চৰ শোধোৱা ভিডিঅ’ ভাইৰেল

by News Desk
October 9, 2026
52

50
Bihar engineer cash : বিছনাৰ তলত সজাই থোৱা আছে ৫০০ টকীয়া নোটৰ বাণ্ডিল, চৰকাৰী অভিযন্তাৰ বিপুল সম্পত্তিৰ সন্ধান

IPS officer Aishwarya Singh : কংগ্ৰেছৰ প্ৰতিবাদত জটিল পৰিস্থিতি নিয়ন্ত্ৰণৰ সন্মুখত IPS বিষয়া ঐশ্বৰ্য সিং

October 8, 2026
81
ADVERTISEMENT
JNU professor terminates : যৌন নিৰ্যাতনৰ অভিযোগত বৰ্খাস্ত জেএনইউৰ অধ্যাপক
National-International

JNU professor terminates : যৌন নিৰ্যাতনৰ অভিযোগত বৰ্খাস্ত জেএনইউৰ অধ্যাপক

October 9, 2026
51
Narendra Modi airport : ষ্টেডিয়ামৰ পিছত এইবাৰ বিমানবন্দৰ, প্ৰধানমন্ত্ৰী মোদীৰ নামেৰে নামকৰণ নয়ডা বিমানবন্দৰ
National-International

Narendra Modi airport : ষ্টেডিয়ামৰ পিছত এইবাৰ বিমানবন্দৰ, প্ৰধানমন্ত্ৰী মোদীৰ নামেৰে নামকৰণ নয়ডা বিমানবন্দৰ

October 9, 2026
51
BSF bus accident : বৰপেটাত ট্ৰাকৰ সৈতে বিএছএফৰ বাছৰ সংঘৰ্ষ; বাছচালকৰ মৃত্যু, সংকটজনক ১৪
Assam

BSF bus accident : বৰপেটাত ট্ৰাকৰ সৈতে বিএছএফৰ বাছৰ সংঘৰ্ষ; বাছচালকৰ মৃত্যু, সংকটজনক ১৪

October 9, 2026
51
INDIA protest : প্ৰতিবাদী সমদলতে দুই মহিলা কংগ্ৰেছীৰ মাজত হতাহতি, চৰ শোধোৱা ভিডিঅ’ ভাইৰেল
National-International

INDIA protest : প্ৰতিবাদী সমদলতে দুই মহিলা কংগ্ৰেছীৰ মাজত হতাহতি, চৰ শোধোৱা ভিডিঅ’ ভাইৰেল

October 9, 2026
52
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

JNU professor terminates : যৌন নিৰ্যাতনৰ অভিযোগত বৰ্খাস্ত জেএনইউৰ অধ্যাপক

JNU professor terminates : যৌন নিৰ্যাতনৰ অভিযোগত বৰ্খাস্ত জেএনইউৰ অধ্যাপক

October 9, 2026
Narendra Modi airport : ষ্টেডিয়ামৰ পিছত এইবাৰ বিমানবন্দৰ, প্ৰধানমন্ত্ৰী মোদীৰ নামেৰে নামকৰণ নয়ডা বিমানবন্দৰ

Narendra Modi airport : ষ্টেডিয়ামৰ পিছত এইবাৰ বিমানবন্দৰ, প্ৰধানমন্ত্ৰী মোদীৰ নামেৰে নামকৰণ নয়ডা বিমানবন্দৰ

October 9, 2026
BSF bus accident : বৰপেটাত ট্ৰাকৰ সৈতে বিএছএফৰ বাছৰ সংঘৰ্ষ; বাছচালকৰ মৃত্যু, সংকটজনক ১৪

BSF bus accident : বৰপেটাত ট্ৰাকৰ সৈতে বিএছএফৰ বাছৰ সংঘৰ্ষ; বাছচালকৰ মৃত্যু, সংকটজনক ১৪

October 9, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d