ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

ED I চাৰ্টাৰ্ড একাউণ্টেণ্টৰ ৯০০ কোটিৰ সম্পত্তি ! ইডিৰ অনুসন্ধান অভিযান

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
December 2, 2025
Reading Time: 1 min read
A A
0
ED I চাৰ্টাৰ্ড একাউণ্টেণ্টৰ ৯০০ কোটিৰ সম্পত্তি ! ইডিৰ অনুসন্ধান অভিযান

Oplus_131072

RELATED POSTS

Delhi protest : পূজা শেষ হোৱাৰ লগে লগে দিল্লীত পুনৰ জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক কেইবাজনো

JK terrorist camp : জম্মু-কাশ্মীৰত উদ্ধাৰ সন্ত্ৰাসবাদীৰ আত্মগোপন স্থান; বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ, বিস্ফোৰক, খাদ্য উদ্ধাৰ

Pregnant woman rape : গৰ্ভৱতী মহিলাক অপহৰণ কৰি দলবদ্ধ ধৰ্ষণ; ৰাস্তাত প্ৰসৱ, নৱজাতকৰ মৃত্যু

New Logo Smal | ASSAM TIMES POST

বলৱৎকাৰী সঞ্চালকালয় চমুকৈ ইডিয়ে (ED) ৰাঁচীৰ এজন চাৰ্টাৰ্ড একাউণ্টেণ্টৰ ৯০০ কোটি টকাৰ সম্পত্তিৰ সন্ধান উলিয়াইছে। মঙলবাৰে পুৱাৰে পৰা কেন্দ্রীয় তদন্তকাৰী সংস্থাটোৰ কেইবাটাও দলে চি এ নৰেশ কুমাৰ কেজৰিৱালৰ বিভিন্ন ঠিকনাত অভিযান চলায়৷
ED I
চাৰ্টাৰ্ড একাউণ্টেণ্টৰ ৯০০ কোটিৰ সম্পত্তি ! ইডিৰ অনুসন্ধান অভিযান:

ইডিয়ে কেৱল ৰাঁচীতেই নহয়, মুম্বাই আৰু চুৰাটতো তালাচী চলাই আছে। সূত্ৰৰ পৰা জানিব পৰা মতে নৰেশৰ এটা ঠিকনাৰ পৰা ইতিমধ্যে কেইবা কোটি টকা নগদ ধন উদ্ধাৰ কৰা হৈছে।

ইডিৰ সূত্ৰৰ পৰা জানিব পৰা মতে, নৰেশে হাৱালাৰ জৰিয়তে বহিঃৰাষ্ট্ৰলৈ কোটি কোটি টকা প্ৰেৰণ কৰিছে। দেশৰ তিনিখন চহৰত পৰিয়ালৰ বিভিন্ন সদস্যৰ নামত আৰু বেনামীভাৱে বহু সম্পত্তি বিয়পি পৰিছে।

এতিয়া তদন্তকাৰীয়ে সেই সম্পত্তিৰ সন্ধান উলিয়াবলৈ চেষ্টা কৰিছে। এক তদন্তকাৰী সূত্ৰৰ মতে, নৰেশৰ বিৰুদ্ধে বিত্তীয় অপব্যৱহাৰে নহয়, বৈদেশিক মুদ্ৰা আইনৰ অধীনত গোচৰ ৰুজু কৰি তালাচী চলোৱা হৈছে। অসমতাপূৰ্ণ সম্পত্তিৰ গোচৰত নৰেশৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হয়। এই গোচৰটো আয়কৰ বিভাগৰ পৰা ইডিলৈ যায়।

তদন্তৰ সময়ত বিশাল সম্পত্তিৰ তথ্য লাভ কৰে ইডিয়ে। প্ৰথমে খবৰ পোৱা যায় যে নৰেশ ৯০০ কোটি টকাৰ সম্পত্তিৰ মালিক। কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই ৰাঁচীৰ এই চাৰ্টাৰ্ড একাউণ্টেণ্টৰ বিভিন্ন ঠিকনাত তালাচী চলাইছে, যাতে জানিবলৈ পাৰে যে তেওঁ কেনেকৈ ইমান সম্পত্তিৰ মালিক হʼল। সূত্ৰ অনুসৰি, তেওঁ সংযুক্ত আৰব আমিৰশ্বাহী, নাইজেৰিয়া আৰু আমেৰিকাত বেনামীভাৱে কেইবাটাও সম্পত্তি পৰিচালনা কৰে।

ইয়াৰে তদন্তকাৰীয়ে শেহতীয়াকৈ ১৫০০ কোটি টকাৰ তথ্য লাভ কৰিছে। বিদেশত তেওঁৰ ক’ত সম্পত্তি আছে, কিমান আৰু বৰ্তমান বজাৰ মূল্য কিমান সেই বিষয়ে জানিবলৈ ইডিয়ে নৰেশক নিজৰ জিম্মাত ল’ব বিচাৰিছে। চলিত বৰ্ষৰ এপ্ৰিল মাহত মহাৰাষ্ট্ৰৰ নন্দুৰবাৰ থানাত নৰেশৰ বিৰুদ্ধে গোচৰ ৰুজু হয়।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: ! ইডিৰ অনুসন্ধান অভিযানED I চাৰ্টাৰ্ড একাউণ্টেণ্টৰ ৯০০ কোটিৰ সম্পত্তি
Share4Tweet3Send

Related Posts

Delhi protest : পূজা শেষ হোৱাৰ লগে লগে দিল্লীত পুনৰ জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক কেইবাজনো
National-International

by News Desk
October 23, 2026
50
JK terrorist camp : জম্মু-কাশ্মীৰত উদ্ধাৰ সন্ত্ৰাসবাদীৰ আত্মগোপন স্থান; বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ, বিস্ফোৰক, খাদ্য উদ্ধাৰ
National-International

JK terrorist camp : জম্মু-কাশ্মীৰত উদ্ধাৰ সন্ত্ৰাসবাদীৰ আত্মগোপন স্থান; বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ, বিস্ফোৰক, খাদ্য উদ্ধাৰ

by News Desk
October 23, 2026
50
Pregnant woman rape : গৰ্ভৱতী মহিলাক অপহৰণ কৰি দলবদ্ধ ধৰ্ষণ; ৰাস্তাত প্ৰসৱ, নৱজাতকৰ মৃত্যু
National-International

Pregnant woman rape : গৰ্ভৱতী মহিলাক অপহৰণ কৰি দলবদ্ধ ধৰ্ষণ; ৰাস্তাত প্ৰসৱ, নৱজাতকৰ মৃত্যু

by News Desk
October 23, 2026
50
Delivery boy suicided : দুখীয়া হোৱাটো অপৰাধ নেকি? ফটা নোট নোলোৱা বাবে চৰ খাই বিষ খালে ডেলিভাৰী এজেণ্টে

Jammu Kashmir controversy : জম্মু-কাশ্মীৰ ভাৰতৰেই অংশ, এইবাৰ প্ৰস্তাৱ দাখিল ব্ৰিটিছ সংসদত

ECI controversy : দুজন আয়ুক্তৰ পৰা পত্ৰ লাভ কৰাৰ পিছতো কেবিনেট সচিবালয়ে ‘স্বেচ্ছাচাৰী’ বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাত ব্যৰ্থ, আৰটিআইৰ তথ্যত প্ৰকাশ

ADVERTISEMENT
Delhi protest : পূজা শেষ হোৱাৰ লগে লগে দিল্লীত পুনৰ জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক কেইবাজনো
National-International

Delhi protest : পূজা শেষ হোৱাৰ লগে লগে দিল্লীত পুনৰ জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক কেইবাজনো

October 23, 2026
50
JK terrorist camp : জম্মু-কাশ্মীৰত উদ্ধাৰ সন্ত্ৰাসবাদীৰ আত্মগোপন স্থান; বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ, বিস্ফোৰক, খাদ্য উদ্ধাৰ
National-International

JK terrorist camp : জম্মু-কাশ্মীৰত উদ্ধাৰ সন্ত্ৰাসবাদীৰ আত্মগোপন স্থান; বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ, বিস্ফোৰক, খাদ্য উদ্ধাৰ

October 23, 2026
50
Award announcement : অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা প্ৰাপকৰ নাম ঘোষণা, ড° ভূপেন হাজৰিকা ৰাষ্ট্ৰীয় বঁটা উষা মংগেশকাৰলৈ, ৰঙিয়াত ৩০০ কোটি টকীয়া উদ্যোগ স্থাপনৰ সিদ্ধান্ত
Guwahati

Award announcement : অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা প্ৰাপকৰ নাম ঘোষণা, ড° ভূপেন হাজৰিকা ৰাষ্ট্ৰীয় বঁটা উষা মংগেশকাৰলৈ, ৰঙিয়াত ৩০০ কোটি টকীয়া উদ্যোগ স্থাপনৰ সিদ্ধান্ত

October 23, 2026
50
Pregnant woman rape : গৰ্ভৱতী মহিলাক অপহৰণ কৰি দলবদ্ধ ধৰ্ষণ; ৰাস্তাত প্ৰসৱ, নৱজাতকৰ মৃত্যু
National-International

Pregnant woman rape : গৰ্ভৱতী মহিলাক অপহৰণ কৰি দলবদ্ধ ধৰ্ষণ; ৰাস্তাত প্ৰসৱ, নৱজাতকৰ মৃত্যু

October 23, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Delhi protest : পূজা শেষ হোৱাৰ লগে লগে দিল্লীত পুনৰ জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক কেইবাজনো

Delhi protest : পূজা শেষ হোৱাৰ লগে লগে দিল্লীত পুনৰ জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক কেইবাজনো

October 23, 2026
JK terrorist camp : জম্মু-কাশ্মীৰত উদ্ধাৰ সন্ত্ৰাসবাদীৰ আত্মগোপন স্থান; বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ, বিস্ফোৰক, খাদ্য উদ্ধাৰ

JK terrorist camp : জম্মু-কাশ্মীৰত উদ্ধাৰ সন্ত্ৰাসবাদীৰ আত্মগোপন স্থান; বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ, বিস্ফোৰক, খাদ্য উদ্ধাৰ

October 23, 2026
Award announcement : অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা প্ৰাপকৰ নাম ঘোষণা, ড° ভূপেন হাজৰিকা ৰাষ্ট্ৰীয় বঁটা উষা মংগেশকাৰলৈ, ৰঙিয়াত ৩০০ কোটি টকীয়া উদ্যোগ স্থাপনৰ সিদ্ধান্ত

Award announcement : অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা প্ৰাপকৰ নাম ঘোষণা, ড° ভূপেন হাজৰিকা ৰাষ্ট্ৰীয় বঁটা উষা মংগেশকাৰলৈ, ৰঙিয়াত ৩০০ কোটি টকীয়া উদ্যোগ স্থাপনৰ সিদ্ধান্ত

October 23, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d