ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

SC on Waqf property I ৱাকফ সম্পত্তিৰ সকলো বিৱৰণ পৰ্টেলত পঞ্জীয়নৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
December 1, 2025
Reading Time: 1 min read
A A
0
Reservations for cognitively ill MBBS applicants: SC requests NMC form a panel to look at methods of determining a person’s level of disability

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Assam’s Tapan Deka Named to PM’s Landmark Exam Reform Panel

CJP protest : পঁইতাচোৰাৰ বিদ্ৰোহ আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ ‘গণতন্ত্ৰৰ জয়’, চিজেপিৰ মুৰব্বী দীপকে

Sonam Wangshuk : হস্পিটেলৰ পৰা ৱাংচুকৰ বিজয়ৰ বাৰ্তা, ধৈৰ্য্ আৰু অধ্যৱসায়ৰ ফল

কেন্দ্ৰীয় চৰকাৰৰ ‘উমিদ’ পৰ্টেলত ৱাকফৰ সম্পত্তিৰ সবিশেষ পঞ্জীয়নৰ সময়সীমা আৰু ছমাহ বৃদ্ধিৰ বাবে উচ্চতম ন্যায়ালয়ত (Supreme Court) দাখিল কৰা আবেদন খাৰিজ। সোমবাৰে দেশৰ শীৰ্ষ আদালতে এই আবেদন খাৰিজ কৰে।

SC on Waqf property I
ৱাকফ সম্পত্তিৰ সকলো বিৱৰণ পৰ্টেলত পঞ্জীয়নৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ:

অৱশ্যে আদালতে লগতে কয় যে যদি কিবা অসুবিধা হয় বা যিকোনো ক্ষেত্ৰতে সময়সীমা বৃদ্ধিৰ প্ৰয়োজন হয়, তেন্তে সংশ্লিষ্ট ন্যায়াধিকৰণত আবেদন কৰিব পাৰিব।

কেন্দ্ৰীয় পৰ্টেলত ৱাকফৰ সম্পত্তি পঞ্জীয়ন কৰাটো বাঞ্ছনীয়। এই ঘোষণা সোমবাৰে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ দীপাংকৰ দত্ত আৰু ন্যায়াধীশ অগাষ্টিন জৰ্জ মাছিৰ বিচাৰপীঠৰ। অৱশ্যে পঞ্জীয়নৰ সময়ত যদি কোনো কাৰিকৰী ভুল লক্ষ্য কৰা হয় তেন্তে ৱাকফ ন্যায়াধিকৰণত অৱগত কৰিব পৰা যাব বুলিও বিচাৰপীঠে উল্লেখ কৰে।

লগতে সময়সীমা বৃদ্ধিৰ বাবে আবেদন কৰাৰো সুযোগ থাকিব। এই ক্ষেত্ৰত ন্যায়াধিকৰণে বিবেচনা কৰিব পাৰে।
সোমবাৰৰ শুনানিত বিচাৰপীঠে আবেদনকাৰীক কয়, “আপোনালোক ন্যায়াধিকৰণলৈ যাওক। তেওঁলোকে নিৰ্দিষ্ট গোচৰৰ ভিত্তিত সিদ্ধান্ত ল’ব। আমি ৱাকফ আইন পুনৰ লিখিব নোৱাৰো। আইন কাৰ্যকৰী হ’ব দিয়ক।

আমি কিয় হস্তক্ষেপ কৰিব লাগে?”
উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰে যোৱা ৬ জুনত চৰকাৰী পৰ্টেলত ৱাকফৰ সম্পত্তি পঞ্জীয়ন কৰিবলৈ এক নিৰ্দেশ জাৰি কৰিছিল। নিৰ্দেশনাত ‘উমিদ’ পৰ্টেলৰ কথা উল্লেখ কৰা হৈছে। এই নিৰ্দেশনাত উল্লেখ কৰা হৈছে যে সমগ্ৰ ভাৰতবৰ্ষৰ সকলো ৱাকফৰ সম্পত্তিৰ সবিশেষ ছমাহৰ ভিতৰত সংশ্লিষ্ট পৰ্টেলত পঞ্জীয়ন কৰিব লাগে। উক্ত সময়সীমা ৫ ডিচেম্বৰত সমাপ্ত হ’ব।

আবেদনকাৰীৰ হৈ উপস্থিত থকা অধিবক্তা কপিল ছিবালে যুক্তি আগবঢ়ায়, “ছমাহ সময় অতি কম। এই বিষয়ে বহুতে সবিশেষ নাজানে। ছমাহৰ সময় সকলো সবিশেষ সংগ্ৰহ কৰি পৰ্টেলত পঞ্জীয়ন কৰিবলৈ কম সময়।” আনহাতে, চৰকাৰৰ প্ৰতিনিধি হিচাপে হাজিৰ হোৱা ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই যুক্তি আগবঢ়ায় যে ৱাকফ আইনখনতে ন্যায়াধিকৰণত প্ৰযোজ্য হোৱাৰ ব্যৱস্থা আছে।

উল্লেখ্য যে ৱাকফ সংশোধনী বিধেয়কখন লোকসভাত বিৰোধীৰ ২৩২টা ভোটৰ বিপৰীতে ২৮৮টা ভোটত গৃহীত হয়। আনহাতে, ৰাজ্যসভাত ১২৮ গৰাকী সাংসদে বিধেয়কখনৰ সপক্ষে ভোটদান কৰাৰ বিপৰীতে ৯৫ গৰাকী সাংসদে বিৰুদ্ধে ভোটদান কৰে।

সংসদৰ দুয়োখন সদনত সংশোধিত বিধেয়কখন গৃহীত হোৱাৰ পাছত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ সন্মতিসাপেক্ষে ৫ এপ্ৰিলত আইনত পৰিণত হয়। অৱশ্যে এই সংশোধনীক লৈ প্ৰশ্ন উত্থাপন কৰিছে বিৰোধীয়ে।

Tags: পৰ্টেলত পঞ্জীয়নৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰৱাকফ সম্পত্তিৰ সকলো বিৱৰণ
Share4Tweet3Send

Related Posts

Assam’s Tapan Deka Named to PM’s Landmark Exam Reform Panel
National-International

Assam’s Tapan Deka Named to PM’s Landmark Exam Reform Panel

by News Desk
July 27, 2026
50
CJP protest : পঁইতাচোৰাৰ বিদ্ৰোহ আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ ‘গণতন্ত্ৰৰ জয়’, চিজেপিৰ মুৰব্বী দীপকে
National-International

CJP protest : পঁইতাচোৰাৰ বিদ্ৰোহ আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ ‘গণতন্ত্ৰৰ জয়’, চিজেপিৰ মুৰব্বী দীপকে

by News Desk
July 25, 2026
50
Sonam Wangshuk : হস্পিটেলৰ পৰা ৱাংচুকৰ বিজয়ৰ বাৰ্তা, ধৈৰ্য্ আৰু অধ্যৱসায়ৰ ফল
National-International

Sonam Wangshuk : হস্পিটেলৰ পৰা ৱাংচুকৰ বিজয়ৰ বাৰ্তা, ধৈৰ্য্ আৰু অধ্যৱসায়ৰ ফল

by News Desk
July 25, 2026
50
CJP protest : এটা মন্তব্যৰ পৰা ইনষ্টাগ্ৰামত জন্ম হোৱা আঢ়ৈমহীয়া ‘পঁইতাচোৰা’ই জোকাৰিলে দেশ-দিল্লী
National-International

CJP protest : এটা মন্তব্যৰ পৰা ইনষ্টাগ্ৰামত জন্ম হোৱা আঢ়ৈমহীয়া ‘পঁইতাচোৰা’ই জোকাৰিলে দেশ-দিল্লী

by News Desk
July 25, 2026
50
DRDO : বিমান যুদ্ধত পাক-চীনৰ বিৰুদ্ধে যুঁজিবলৈ সাজু ‘কুশ’, চণ্ডীপুৰত সফল প্ৰথম পৰীক্ষা
National-International

DRDO : বিমান যুদ্ধত পাক-চীনৰ বিৰুদ্ধে যুঁজিবলৈ সাজু ‘কুশ’, চণ্ডীপুৰত সফল প্ৰথম পৰীক্ষা

by News Desk
July 25, 2026
50
Dharmendra Pradhan resigns I পঁইতাচোৰাৰ প্ৰতিবাদত চৰকাৰৰ নতি স্বীকাৰ, ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
National-International

Dharmendra Pradhan resigns I পঁইতাচোৰাৰ প্ৰতিবাদত চৰকাৰৰ নতি স্বীকাৰ, ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

by Staff Reporter
July 25, 2026
50
ADVERTISEMENT
Tarun Ram Phukan : ডিফুত দেশভক্তি দিৱস উদযাপন
DIPHU

Tarun Ram Phukan : ডিফুত দেশভক্তি দিৱস উদযাপন

July 28, 2026
50
World Hepatitis Day : ডিফু নগৰীয়া স্বাস্থ্য কেন্দ্ৰত বিশ্ব হেপাটাইটিছ দিৱস পালন
DIPHU

World Hepatitis Day : ডিফু নগৰীয়া স্বাস্থ্য কেন্দ্ৰত বিশ্ব হেপাটাইটিছ দিৱস পালন

July 28, 2026
50
Kamrup Police Bust Cattle Smuggling Ring — 3 Arrested, 16 Seized
Assam

Kamrup Police Bust Cattle Smuggling Ring — 3 Arrested, 16 Seized

July 28, 2026
50
Flood situation : ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে  কাৰ্বি আংলং জিলাৰ বান পৰিস্থিতি
KARBI ANGLONG

Flood situation : ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে  কাৰ্বি আংলং জিলাৰ বান পৰিস্থিতি

July 27, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Tarun Ram Phukan : ডিফুত দেশভক্তি দিৱস উদযাপন

Tarun Ram Phukan : ডিফুত দেশভক্তি দিৱস উদযাপন

July 28, 2026
World Hepatitis Day : ডিফু নগৰীয়া স্বাস্থ্য কেন্দ্ৰত বিশ্ব হেপাটাইটিছ দিৱস পালন

World Hepatitis Day : ডিফু নগৰীয়া স্বাস্থ্য কেন্দ্ৰত বিশ্ব হেপাটাইটিছ দিৱস পালন

July 28, 2026
Kamrup Police Bust Cattle Smuggling Ring — 3 Arrested, 16 Seized

Kamrup Police Bust Cattle Smuggling Ring — 3 Arrested, 16 Seized

July 28, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx