ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Ngada Festival : ডিফুত বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰেংমা নাগা সকলৰ বাৰ্ষিক শস্য চপোৱা উৎসৱ নাগাদা উদযাপন

নাগাদা উৎসৱৰ বাবে অহা বছৰৰ পৰা ১০ লাখ টকা প্ৰদান কৰা হব-তুলিৰাম ৰংহাঙ

ASSAM TIMES POST by ASSAM TIMES POST
November 27, 2025
Reading Time: 1 min read
A A
0
Ngada Festival : ডিফুত বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰেংমা নাগা সকলৰ বাৰ্ষিক শস্য চপোৱা উৎসৱ নাগাদা উদযাপন

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ

Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী

‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১

প্ৰতিবছৰৰ দৰে এই বছৰো ৰেংমা নাগা কালচাৰেল সমিতিৰ উদ্যোগত ডিফু আৰবৰেটাম আৰু ক্ৰাফ্ট চেণ্টাৰ চৌহদত বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰেংমা নাগা সকলৰ বাৰ্ষিক শস্য চপোৱা আৰু কৃতজ্ঞতা সূচক উৎসৱ উদযাপন কৰা হয় ৷ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদত ৰেংমা সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰা এমএচি ফেনপিগা ৰেংমাৰ তত্বাৱধনাত আয়োজিত নাগাদা উৎসৱত মুখ্য অতিথি হিছাপে উপস্থিত থাকে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ চিইএম ডঃ তুলিৰাম ৰংহাঙ ৷

ডিফুত বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰেংমা নাগা সকলৰ বাৰ্ষিক শস্য চপোৱা উৎসৱ নাগাদা উদযাপন
ডিফুত বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰেংমা নাগা সকলৰ বাৰ্ষিক শস্য চপোৱা উৎসৱ নাগাদা উদযাপন

তদুপৰি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কেইবাগৰাকী ইএম, এমএচি, বোৰ্ড চেয়াৰমেন, বিভিন্ন জাতি-জনগোষ্ঠীৰ সাংস্কৃতিক সমাজৰ নেতা সকল উপস্থিত থাকে ৷ কাৰ্যসূচীৰ প্ৰাৰম্ভনিতে আদৰণি ভাষণ প্ৰদান কৰে এমএচি ফেনপিগা ৰেংমাই ৷ ইয়াৰ পাছত আৰম্ভনি সংগীত জাঁ চালি সমবেত সংগীত পৰিৱেশন কৰা হয় ৷ নাগাদা উৎসৱত ৰেংমা সম্প্ৰদায়ৰ লোকে ৰেংমা পৰাম্পৰাগত সাজ-পাৰ পৰিধান কৰি বাৰ্ষিক শস্য চপোৱা নৃত্য, ফেশ্বন শ্ব’ আৰু বিভিন্ন কলা-কৃষ্টিৰ উৎকৃষ্ট প্ৰদৰ্শন দাঙি ধৰে ৷

6f573b1d 4456 4a18 8eeb dca001ac93a1 | ASSAM TIMES POSTসাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত এমএচি ফেনপিগা ৰেংমাই কয়যে, নাগাদা হৈছে আটাইতকৈ ডাঙৰ নৃত্য -গীতৰ উৎসৱ ৷ শস্য উৎপাদন কৰাৰ পাছত সকলো শস্য এক গোট কৰি ধন্যবাদ জ্ঞাপন কৰা হয় ৷ তদুপৰি ৰেংমা সকলৰ মাজত ইটো গাঁৱে সিটো গাঁৱৰ মাজত হোৱা যুঁজ বাগৰৰ বাবে ক্ষমা খুজি শান্তিৰে বসবাস কৰাৰ সংকল্প লৈ এই নাগাদা উৎসৱ উদযাপন কৰা হয় ৷ এইবাৰ ডিফুত তিনিটা জ’ন ক্ৰমে, চকীহোলাৰ কেলিয়া জ’ন ফংচৰপৰ টেকলুং জ’ন আৰু ডিফু জ’নে এই নাগাদা উৎসৱত অংশ গ্ৰহণ কৰে ৷

আনহাতে বৰজান জ’নে নিজাববীয়াকৈ এই উৎসৱ উদযাপন কৰে বুলি জানিবলৈ দিছে ৰেংমাই ৷ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ চিইএম তুলিৰাম ৰংহাঙক উচ্চ প্ৰশংসা কৰি কয়যে, তুলিৰাম ৰংহাঙ এগৰাকী দক্ষ আৰু দুৰদৰ্শী নেতা ৷ তুলিৰাম ৰংহাঙে প্ৰতিটো জাতি-জনগোষ্ঠীৰ উন্নয়ন সাধন কৰাৰ লগতে ৰেংমা জনগোষ্ঠীৰো উন্নয়ন সাধন কৰিছে ৷

আনহাতে চিইএম তুলিৰাম ৰংহাঙে কয়যে, নাগাদা উৎসৱৰ বাবে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ তৰফৰ প্ৰথমতে ৫ লাখ টকা প্ৰদান কৰা হৈছিল, অহা বছৰৰ পৰা ১০ লাখ টকা প্ৰদান কৰা হব ৷ ৰেংমা সকলৰ নাগাদা উৎসৱ কাৰ্বি সকলৰ কলা, কৃষ্টি সংস্কৃতি লগত প্ৰায় একেই ৷ তদুপৰি অহা বছৰ ৰেংমা সকলৰ বাবে হোষ্টেল আৰু কালচাৰেল হল নিৰ্মান কৰা হব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে তুলিৰাম ৰংহাঙে ৷

Tags: ডিফুত বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰেংমা নাগা সকলৰ বাৰ্ষিক শস্য চপোৱা উৎসৱ নাগাদা উদযাপন
Share4Tweet3Send

Related Posts

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ
KARBI ANGLONG

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ

by Staff Reporter
July 16, 2026
50
Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী
KARBI ANGLONG

Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী

by News Desk
July 11, 2026
50
‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১
KARBI ANGLONG

‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১

by Staff Reporter
July 9, 2026
50
Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত
KARBI ANGLONG

Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত

by Staff Reporter
July 7, 2026
50
Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক
KARBI ANGLONG

Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক

by News Desk
July 4, 2026
50
Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ
KARBI ANGLONG

Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ

by News Desk
July 3, 2026
50
ADVERTISEMENT
Puri Rath Yatra : পুৰীৰ ৰথযাত্ৰাত শ্বাসৰুদ্ধ হৈ মৃত্যু ভক্তৰ, কেইবাজনো চিকিৎসালয়ত ভৰ্তি
National-International

Puri Rath Yatra : পুৰীৰ ৰথযাত্ৰাত শ্বাসৰুদ্ধ হৈ মৃত্যু ভক্তৰ, কেইবাজনো চিকিৎসালয়ত ভৰ্তি

July 16, 2026
50
Deforestation : এনেকৈ থাকিলে অক্সিজেন চিলিণ্ডাৰ লৈ ফুৰিব লাগিব, গছকটাক লৈ ন্যায়ালয়ৰ উদ্বেগ
National-International

Deforestation : এনেকৈ থাকিলে অক্সিজেন চিলিণ্ডাৰ লৈ ফুৰিব লাগিব, গছকটাক লৈ ন্যায়ালয়ৰ উদ্বেগ

July 16, 2026
50
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ
National-International

Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ

July 16, 2026
50
Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ
KARBI ANGLONG

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ

July 16, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Puri Rath Yatra : পুৰীৰ ৰথযাত্ৰাত শ্বাসৰুদ্ধ হৈ মৃত্যু ভক্তৰ, কেইবাজনো চিকিৎসালয়ত ভৰ্তি

Puri Rath Yatra : পুৰীৰ ৰথযাত্ৰাত শ্বাসৰুদ্ধ হৈ মৃত্যু ভক্তৰ, কেইবাজনো চিকিৎসালয়ত ভৰ্তি

July 16, 2026
Deforestation : এনেকৈ থাকিলে অক্সিজেন চিলিণ্ডাৰ লৈ ফুৰিব লাগিব, গছকটাক লৈ ন্যায়ালয়ৰ উদ্বেগ

Deforestation : এনেকৈ থাকিলে অক্সিজেন চিলিণ্ডাৰ লৈ ফুৰিব লাগিব, গছকটাক লৈ ন্যায়ালয়ৰ উদ্বেগ

July 16, 2026
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ

Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ

July 16, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx