ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

তাৰালাংছ’ত ১০০ টা আত্ম সহায়ক গোটলৈ ১০ হাজাৰ টকাকৈ চেক বিতৰণ

ASSAM TIMES POST by ASSAM TIMES POST
February 12, 2020
Reading Time: 1 min read
A A
0
তাৰালাংছ’ত ১০০ টা আত্ম সহায়ক গোটলৈ ১০ হাজাৰ টকাকৈ চেক বিতৰণ

sdr

RELATED POSTS

Raijor Dal-Congress : কংগ্ৰেছ–ৰাইজৰ দলৰ মিত্ৰতা ভংগ, পৰস্পৰক লৈ তীব্ৰ অভিযোগ

Raijor Dal : মিত্ৰতাৰ নীতি-নিয়ম উলংঘা কৰাৰ পৰিপ্ৰেক্ষিত “ৰাইজৰ দল”ৰ সৈতে মিত্ৰতা ভংগ কংগ্ৰেছৰ

BIG BREAKING:বকোৰ গামেৰীমূৰা আৰক্ষী পহৰা চকীত চাঞ্চল্যকৰ গুলীচালনা,দুই আৰক্ষী জোৱান নিহত

0 1 e1574345654996 | ASSAM TIMES POST ASSAM TIMES POST

ডিফু : অসম চৰকাৰৰ নগৰীয়া জীৱিকা অভিযানৰ অন্তৰ্গত আৱৰ্ত পূঁজীৰ জৰিয়তে ডিফু পৌৰ নিগমৰ উদ্যোগত আজি ডিফুৰ তাৰালাংছ’ত ১০০ টা আত্ম সহায়ক গোটৰ মহিলা সকলৰ মাজত ১০ হাজাৰ টকাকৈ আনুষ্ঠানিক চেক বিতৰণ কৰা হয় ৷ তাৰালাংছ’ৰ ছিংমিৰজেং আচেথাই (মঞ্চ)ত অনুষ্ঠিত এক অনুষ্ঠানত কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে আনুষ্ঠানিক ভাবে চেক সমূহ বিতৰণ কৰে ৷ চেক সমূহ বিতৰণ কৰি দিয়া ভাষণ প্ৰসংগত তুলিৰাম ৰংহাঙে উক্ত আৱৰ্ত পূঁজীৰ ধনৰ সৎ ব্যৱহাৰ কৰিবলৈ মহিলা সকলক আহ্বান জনায় ৷

https://wordpress-440531-1379741.cloudwaysapps.com/wp-content/uploads/2020/02/WhatsApp-Video-2020-02-12-at-5.23.36-PM.mp4

আনহাতে আজি তাৰালাংছত ডিফু পৌৰ নিগমৰ উদ্যোগত চাফাই অভিযানো চলায় ৷ ডিফু চহৰখনক অসমৰ ভিতৰতে এখন পকিষ্কাৰ চহৰ হিচাপে গঢ়ি তুলিবলৈ ডিফু পৌৰ নিগমৰ অধ্যক্ষ ৰাহ ক্ৰ’ক আহ্বান জনায় ৷ ডিফু চহৰ এলেকাৰ প্ৰতি ঘৰত জাবৰ দানিৰ ব্যৱস্থা কৰিবলৈ মহিলা সকলৰ প্ৰতি আহ্বান জনায় ৷ ইয়াৰোপৰি সমাগত ৪৬ সংখ্যক কাৰবি যুৱ মহোৎসৱ ওপৰৰ পৰা দৰ্শন কৰিবলৈ দৰ্শনাৰ্থীৰ বাবে হেলিকাপ্তাৰৰ ব্যৱস্থা থাকিব বুলি কয় ৷

হেলিকাপ্তাৰৰ পৰা দৰ্শন কৰিবলৈ একোজন দৰ্শনাৰ্থীক ৩ হাজাৰ টকাকৈ পৰিশোধ কৰিব লাগিব বুলি কোৱাৰ লগতে এবাৰত হেলিকাপ্তাৰত ৫ জনকৈ দৰ্শনাৰ্থী উঠিব পাৰে বুলি জনায়৷ আজিৰ আনুষ্ঠানিক চেক বিতৰণ অনুষ্ঠানত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ লগতে ইএম প্ৰদীপ ডিফুচা, এমএচি ৰিচাৰ্ড টকবী, ডি, উফিং মাচলাই, ৰামচিং তিমুঙ, প্ৰাক্তন বিধায়ক বিদ্যাচিং ইংলেঙ, ডিফু মিউনিচিপালটি বোৰ্ডৰ অধ্যক্ষ ৰাহ ক্ৰ’ আৰু ৱাৰ্ড কমিচনাৰ সকল উপস্থিত থাকে ৷

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Featured2
Share7Tweet3Send

Related Posts

Raijor Dal-Congress : কংগ্ৰেছ–ৰাইজৰ দলৰ মিত্ৰতা ভংগ, পৰস্পৰক লৈ তীব্ৰ অভিযোগ
Assam

Raijor Dal-Congress : কংগ্ৰেছ–ৰাইজৰ দলৰ মিত্ৰতা ভংগ, পৰস্পৰক লৈ তীব্ৰ অভিযোগ

by News Desk
September 3, 2026
50
Raijor Dal : মিত্ৰতাৰ নীতি-নিয়ম উলংঘা কৰাৰ পৰিপ্ৰেক্ষিত “ৰাইজৰ দল”ৰ সৈতে মিত্ৰতা ভংগ কংগ্ৰেছৰ
Assam

Raijor Dal : মিত্ৰতাৰ নীতি-নিয়ম উলংঘা কৰাৰ পৰিপ্ৰেক্ষিত “ৰাইজৰ দল”ৰ সৈতে মিত্ৰতা ভংগ কংগ্ৰেছৰ

by News Desk
September 3, 2026
50
BIG BREAKING:বকোৰ গামেৰীমূৰা আৰক্ষী পহৰা চকীত চাঞ্চল্যকৰ গুলীচালনা,দুই আৰক্ষী জোৱান নিহত
Assam

BIG BREAKING:বকোৰ গামেৰীমূৰা আৰক্ষী পহৰা চকীত চাঞ্চল্যকৰ গুলীচালনা,দুই আৰক্ষী জোৱান নিহত

by ASSAM TIMES POST
September 3, 2026
60
BREAKING : শিলচৰ পৌৰ নিগম নিৰ্বাচনৰ দিন ঘোষণা
Assam

BREAKING : শিলচৰ পৌৰ নিগম নিৰ্বাচনৰ দিন ঘোষণা

by News Desk
September 2, 2026
51
Girl kidnapped in Moriani : মৰিয়নীত ৯ বছৰীয়া কন্যা অপহৰণ, ৬০ লাখ টকা মুক্তিপণ দাবী
Assam

Girl kidnapped in Moriani : মৰিয়নীত ৯ বছৰীয়া কন্যা অপহৰণ, ৬০ লাখ টকা মুক্তিপণ দাবী

by News Desk
September 2, 2026
57
Deadly Kangpokpi Attack : Two Killed in Suspected NSCN-IM, ZUF-K Strike
Assam

Jonai murder : জোনাইত পিতৃয়ে কুঠাৰেৰে ঘপিয়াই হত্যা কৰিলে তিনি সন্তানক, পত্নীকো হত্যা

by News Desk
September 2, 2026
58
ADVERTISEMENT
Maharashtra Lady Marathon : কন্যাৰ স্কুলৰ মাচুল দিব নোৱাৰি শাৰী পিন্ধি মাৰাথন দৌৰিলে ৰমাবায়ে
National-International

Maharashtra Lady Marathon : কন্যাৰ স্কুলৰ মাচুল দিব নোৱাৰি শাৰী পিন্ধি মাৰাথন দৌৰিলে ৰমাবায়ে

September 3, 2026
50
Diphu anti-drugs campaign : নিচামুক্ত আৰু বাল্য বিবাহমুক্ত ভাৰত সন্দৰ্ভত সমন্বিত ডিফুত প্ৰচাৰ কাৰ্যসূচী
DIPHU

Diphu anti-drugs campaign : নিচামুক্ত আৰু বাল্য বিবাহমুক্ত ভাৰত সন্দৰ্ভত সমন্বিত ডিফুত প্ৰচাৰ কাৰ্যসূচী

September 3, 2026
50
Abhinandan Varthaman : অভিনন্দন বৰ্তমানক মনত আছেনে ? বৰ্তমান কি কৰি আছে তেওঁ
National-International

Abhinandan Varthaman : অভিনন্দন বৰ্তমানক মনত আছেনে ? বৰ্তমান কি কৰি আছে তেওঁ

September 3, 2026
50
Andhra Temple Rituals : হাতত বিষাক্ত বৃশ্চিক লৈ পূজা, ভাৰতৰ কোন মন্দিৰত ভক্তৰ এই অদ্ভুত পৰম্পৰা
National-International

Andhra Temple Rituals : হাতত বিষাক্ত বৃশ্চিক লৈ পূজা, ভাৰতৰ কোন মন্দিৰত ভক্তৰ এই অদ্ভুত পৰম্পৰা

September 3, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Maharashtra Lady Marathon : কন্যাৰ স্কুলৰ মাচুল দিব নোৱাৰি শাৰী পিন্ধি মাৰাথন দৌৰিলে ৰমাবায়ে

Maharashtra Lady Marathon : কন্যাৰ স্কুলৰ মাচুল দিব নোৱাৰি শাৰী পিন্ধি মাৰাথন দৌৰিলে ৰমাবায়ে

September 3, 2026
Diphu anti-drugs campaign : নিচামুক্ত আৰু বাল্য বিবাহমুক্ত ভাৰত সন্দৰ্ভত সমন্বিত ডিফুত প্ৰচাৰ কাৰ্যসূচী

Diphu anti-drugs campaign : নিচামুক্ত আৰু বাল্য বিবাহমুক্ত ভাৰত সন্দৰ্ভত সমন্বিত ডিফুত প্ৰচাৰ কাৰ্যসূচী

September 3, 2026
Abhinandan Varthaman : অভিনন্দন বৰ্তমানক মনত আছেনে ? বৰ্তমান কি কৰি আছে তেওঁ

Abhinandan Varthaman : অভিনন্দন বৰ্তমানক মনত আছেনে ? বৰ্তমান কি কৰি আছে তেওঁ

September 3, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d