ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Delhi blast case । জৈছৰ শ্লীপাৰ চেলৰ দায়িত্বত আছিল ওমৰ, ‘অপাৰেচন’ৰ বাবে উচ্চ শিক্ষিত লোকক বাছি লৈছিল

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
November 17, 2025
Reading Time: 1 min read
A A
0
Delhi blast I দিল্লীৰ ঘটনাত গ্ৰেপ্তাৰ আন এজন চিকিৎসক

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

‎প্ৰসৱৰ পিছত বাচি থকা ছোৱালীৰ সংখ্যা বৃদ্ধি পাইছে I কেন্দ্ৰ

ৰাস্তা আৰু আনৰ মাটিত নামাজ পঢ়া মৌলিক অধিকাৰ নহয়: ন্যায়ালয়ৰ নতুন নিৰ্দশনা জাৰি

‎পশ্চিম বংগৰ ১৫টা বুথত পুনৰ নিৰ্বাচন আৰম্ভ

দিল্লী বিস্ফোৰণৰ (Delhi Blast) অভিযুক্ত চিকিৎসক ওমৰ-উন-নবীয়ে পাকিস্তানৰ সন্ত্ৰাসবাদী সংগঠন জৈছ-ই-মহম্মদৰ বাবে এটা শ্লীপাৰ চেল স্থাপনৰ দায়িত্বত আছিল। তদন্তকাৰী সূত্ৰ অনুসৰি, ওমৰৰ ফোনত তালাচী চলাই এনে তথ্য পোৱা গৈছে।

Delhi blast case ।
জৈছৰ শ্লীপাৰ চেলৰ দায়িত্বত আছিল ওমৰ:

সূত্ৰটোৱে দাবী কৰা মতে, তেওঁ মূলতঃ উচ্চ শিক্ষিত আৰু সন্দেহহীন যুৱকক বিচাৰিছিল আৰু তেওঁলোকৰ বিষয়ে তথ্য সংগ্ৰহ কৰিছিল। ইয়াৰ পিছত ছ’চিয়েল মিডিয়াত উক্ত যুৱক-যুৱতীসকলৰ লগত ওমৰে বন্ধুত্ব কৰিব।
উচ্চ শিক্ষিত আৰু সন্দেহহীন যুৱক-যুৱতীক শব্দৰ জালত আবদ্ধ কৰি ব্ৰেইনৱাশ্ব কৰা বুলিও সূত্ৰটোৱে জানিবলৈ দিয়ে। সেই কাম ওমৰে নিজেই কৰিছিল।

তদন্তকাৰী সূত্ৰটোৱে দাবী কৰিছে যে সমগ্ৰ বিষয়টো ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰি চলোৱা হয়। সেই যুৱক-যুৱতীসকলৰ মাজত সন্ত্ৰাসবাদ আৰু উগ্ৰবাদৰ বীজ সিঁচাৰ কাম নিপুণভাৱে কৰা হৈছিল। ওমৰৰ সংস্পৰ্শত থকা কেইবাজনো সন্দেহযুক্ত লোকৰ সন্ধান পোৱা গৈছে বুলি সূত্ৰটোৱে দাবী কৰিছে।

সূত্ৰ অনুসৰি, তেওঁলোকে মূলতঃ জম্মু-কাশ্মীৰৰ যুৱক-যুৱতীসকলক শ্লীপাৰ চেলত নিযুক্তি দিবলৈ বাছনি কৰিছিল। অৱশ্যে নিযুক্তিৰ কাম কেৱল জম্মু-কাশ্মীৰতে সীমাবদ্ধ নাছিল। দেশৰ অন্যান্য প্ৰান্ততো এই নেটৱৰ্ক বিয়পি পৰিছে।

হাৰিয়ানাত ‘ডাক্টৰ টেৰ’ৰ মডিউল’ৰ ইজনৰ পিছত সিজন সদস্যক গ্ৰেপ্তাৰ কৰাৰ লগে লগে সন্দেহ বৃদ্ধি পায়। তদন্তকাৰীৰ এক সূত্ৰই জনোৱা মতে, বিগত দুটা দশকৰ তুলনাত সন্ত্ৰাসবাদী গোটত নিযুক্তিৰ পদ্ধতি আৰু তাত কাক নিযুক্তি দিয়া হ’ব সেই কৌশলৰ আমূল পৰিৱৰ্তন হৈছে। সন্ত্ৰাসবাদী সংগঠনটোৰ হেণ্ডলাৰসকলে এতিয়া উচ্চ শিক্ষিত লোকক লক্ষ্য কৰি লৈছে।

আনকি পৰিয়ালত কোনো অপৰাধজনিত অভিলেখ নথকা যুৱক-যুৱতীকো লক্ষ্য কৰি লোৱা হৈছে। দিল্লী বিস্ফোৰণত অভিযুক্ত আটাইকেইজনেই চিকিৎসক। দেখা গৈছে যে তেওঁলোকৰ অধিকাংশৰে পূৰ্বৰ কোনো অপৰাধজনিত অভিলেখ নাই। তদন্তৰ এক সূত্ৰই জনোৱা মতে, চিকিৎসক আদিল ৰাথাৰ, মুজাফ্ফৰ ৰাথাৰ, মুজাম্মিল গনাইৰ অতীতত কোনো অপৰাধজনিত তথ্য নাছিল।

আনকি চিকিৎসক ওমৰ নবীৰো অতীতত কোনো অপৰাধজনিত অভিলেখ নাছিল। আৰক্ষী, চোৰাংচোৱা বা দেশৰ তদন্তকাৰী সংস্থাৰ দৃষ্টি যাতে সহজে এৰাই চলিব পাৰে তাৰ বাবে ‘হোৱাইট কলাৰ টেৰ’ৰ মডিউল’ সৃষ্টিৰ কাম চলি আছিল।

Tags: জৈছৰ শ্লীপাৰ চেলৰদায়িত্বত আছিল ওমৰলোকক বাছি লৈছিল‘অপাৰেচন’ৰ বাবে উচ্চ শিক্ষিত
Share4Tweet3Send

Related Posts

Youtube I ইউটিউব চাই ঘৰতে সন্তান প্ৰসৱ ১৫ বছৰীয়া কিশোৰীৰ! নৱজাতকক ডিঙি চেপি হত্যা
National-International

‎প্ৰসৱৰ পিছত বাচি থকা ছোৱালীৰ সংখ্যা বৃদ্ধি পাইছে I কেন্দ্ৰ

by Staff Reporter
May 2, 2026
50
ৰাস্তা আৰু আনৰ মাটিত নামাজ পঢ়া মৌলিক অধিকাৰ নহয়: ন্যায়ালয়ৰ নতুন নিৰ্দশনা জাৰি
National-International

ৰাস্তা আৰু আনৰ মাটিত নামাজ পঢ়া মৌলিক অধিকাৰ নহয়: ন্যায়ালয়ৰ নতুন নিৰ্দশনা জাৰি

by Staff Reporter
May 2, 2026
50
Assam Byelections 2024 : উপ-নিৰ্বাচনৰ প্ৰস্তুতি, ২০ আগষ্টত প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকা
National-International

‎পশ্চিম বংগৰ ১৫টা বুথত পুনৰ নিৰ্বাচন আৰম্ভ

by Staff Reporter
May 2, 2026
50
ক্ষমতা হাতত ৰখাৰ বাবে ভোটিং মেচিন বাজেয়াপ্ত কৰাৰ নির্দেশ দিছিল ট্রাম্পে!
National-International

‎ইৰাণৰ লগত হোৱাত যুদ্ধত সহায় নোপোৱাত ডাঙৰ সিদ্ধান্ত ট্ৰাম্পৰ I ইউৰোপৰ দেশৰ পৰা ৫০০০ সেনা প্ৰত্যাহাৰ!

by Staff Reporter
May 2, 2026
50
‎যুদ্ধবিৰতি উলংঘন কৰি লেবাননত ইজৰাইলৰ আক্ৰমণ, নিহত ১২
National-International

‎যুদ্ধবিৰতি উলংঘন কৰি লেবাননত ইজৰাইলৰ আক্ৰমণ, নিহত ১২

by Staff Reporter
May 2, 2026
50
Supreme Court of India : ধৰ্ষণৰ বলি হোৱা লোকৰ স্বেচ্ছামূলক গৰ্ভপাত সন্দৰ্ভত কেন্দ্ৰক আইন সংশোধনৰ আহ্বান উচ্চতম ন্যায়ালয়ৰ
National-International

Supreme Court of India : ধৰ্ষণৰ বলি হোৱা লোকৰ স্বেচ্ছামূলক গৰ্ভপাত সন্দৰ্ভত কেন্দ্ৰক আইন সংশোধনৰ আহ্বান উচ্চতম ন্যায়ালয়ৰ

by News Desk
April 30, 2026
50
ADVERTISEMENT
Youtube I ইউটিউব চাই ঘৰতে সন্তান প্ৰসৱ ১৫ বছৰীয়া কিশোৰীৰ! নৱজাতকক ডিঙি চেপি হত্যা
National-International

‎প্ৰসৱৰ পিছত বাচি থকা ছোৱালীৰ সংখ্যা বৃদ্ধি পাইছে I কেন্দ্ৰ

May 2, 2026
50
ৰাস্তা আৰু আনৰ মাটিত নামাজ পঢ়া মৌলিক অধিকাৰ নহয়: ন্যায়ালয়ৰ নতুন নিৰ্দশনা জাৰি
National-International

ৰাস্তা আৰু আনৰ মাটিত নামাজ পঢ়া মৌলিক অধিকাৰ নহয়: ন্যায়ালয়ৰ নতুন নিৰ্দশনা জাৰি

May 2, 2026
50
Assam Byelections 2024 : উপ-নিৰ্বাচনৰ প্ৰস্তুতি, ২০ আগষ্টত প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকা
National-International

‎পশ্চিম বংগৰ ১৫টা বুথত পুনৰ নিৰ্বাচন আৰম্ভ

May 2, 2026
50
ক্ষমতা হাতত ৰখাৰ বাবে ভোটিং মেচিন বাজেয়াপ্ত কৰাৰ নির্দেশ দিছিল ট্রাম্পে!
National-International

‎ইৰাণৰ লগত হোৱাত যুদ্ধত সহায় নোপোৱাত ডাঙৰ সিদ্ধান্ত ট্ৰাম্পৰ I ইউৰোপৰ দেশৰ পৰা ৫০০০ সেনা প্ৰত্যাহাৰ!

May 2, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Youtube I ইউটিউব চাই ঘৰতে সন্তান প্ৰসৱ ১৫ বছৰীয়া কিশোৰীৰ! নৱজাতকক ডিঙি চেপি হত্যা

‎প্ৰসৱৰ পিছত বাচি থকা ছোৱালীৰ সংখ্যা বৃদ্ধি পাইছে I কেন্দ্ৰ

May 2, 2026
ৰাস্তা আৰু আনৰ মাটিত নামাজ পঢ়া মৌলিক অধিকাৰ নহয়: ন্যায়ালয়ৰ নতুন নিৰ্দশনা জাৰি

ৰাস্তা আৰু আনৰ মাটিত নামাজ পঢ়া মৌলিক অধিকাৰ নহয়: ন্যায়ালয়ৰ নতুন নিৰ্দশনা জাৰি

May 2, 2026
Assam Byelections 2024 : উপ-নিৰ্বাচনৰ প্ৰস্তুতি, ২০ আগষ্টত প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকা

‎পশ্চিম বংগৰ ১৫টা বুথত পুনৰ নিৰ্বাচন আৰম্ভ

May 2, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx