ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Child rape case । প্ৰাক্তন প্ৰেমিকাক প্ৰতিশোধ ল’বলৈ ৪ বছৰীয়া কন্যাক ধৰ্ষণ, যাৱজ্জীৱন কাৰাদণ্ড

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
November 1, 2025
Reading Time: 1 min read
A A
0
UP minor rape case : উত্তৰ প্ৰদেশত ৭ বছৰীয়া শিশুকন্যাক ধৰ্ষণ কৰি হত্যা

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১

Pak spy arrested : যৌনতাৰ ফান্দত পেলাই প্ৰতিৰক্ষা তথ্য চুৰি পাকিস্তানী হেণ্ডলাৰৰ, দিল্লীত গ্ৰেপ্তাৰ বায়ুসেনাৰ উইং কমাণ্ডাৰ

Foreign Currency Regulation Act : বৈদেশিক সাহায্য নিয়ন্ত্ৰণ বিধেয়কক লৈ সৰৱ আমেৰিকাৰ সাংসদ, ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তীব্ৰ প্ৰতিক্ৰিয়া

প্ৰাক্তন প্ৰেমিকাৰ চাৰি বছৰীয়া কন্যাক ধৰ্ষণ কৰাৰ অপৰাধত এজন ২৫ বছৰীয়া যুৱকক (Rape Case) যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা হৈছে। উত্তৰ প্ৰদেশৰ ফিৰোজাবাদৰ নিম্ন আদালতে বৃহস্পতিবাৰে এই শাস্তি ঘোষণা কৰে।

Child rape case ।
প্ৰাক্তন প্ৰেমিকাক প্ৰতিশোধ ল’বলৈ ৪ বছৰীয়া কন্যাক ধৰ্ষণ:

আদালতৰ সূত্ৰ অনুসৰি, ঘটনাটো ৬ জুলাইত সংঘটিত হৈছিল। অভিযুক্তই সঘনাই ভুক্তভোগীৰ ঘৰলৈ আহিছিল। তেওঁলোক চুবুৰীয়া। সেইদিনাও তেওঁ আত্মীয় এজনৰ ঘৰলৈ গৈছিল। কিন্তু শিশুটিৰ মাতৃৰ টোপনি অহাৰ পিছতে যুৱকজনে চাৰি বছৰীয়া কন্যাক লৈ ফুৰিবলৈ নিয়াৰ অজুহাতত ওলাই যায়।

চকলেট আৰু আইচক্ৰীম দিয়াৰ অজুহাতত নিজ ঘৰলৈ লৈ গৈ শিশুটিক যৌন নিৰ্যাতন চলায়। ইফালে সাৰ পোৱাৰ পিছত মাতৃয়ে কন্যাক বিচাৰিবলৈ ধৰে। ক’তো বিচাৰি নাপাই তেওঁ প্ৰাক্তন প্ৰেমিক আৰু আত্মীয়ৰ ঘৰলৈ বিচাৰি যায়।

যুৱতীগৰাকীয়ে প্ৰাক্তন প্ৰেমিকৰ ঘৰত কন্যাক উদ্ধাৰ কৰে। কিন্তু ৰক্তাক্ত অৱস্থাত। শিশুটিক বিচাৰি পোৱাৰ সময়ত তেওঁৰ যৌনাংগৰ পৰা তেজ ওলোৱা বুলি আৰক্ষীৰ ওচৰত অভিযোগ কৰে। আনহাতে, প্ৰাক্তন প্ৰেমিকক ক’তো নেদেখি তেওঁ ধৰ্ষণ কৰা বুলি আৰক্ষী থানাত অভিযোগ কৰে।

ইফালে কণমানি ছোৱালীজনীক প্ৰথমে ওচৰৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয় যদিও তেওঁৰ অৱস্থা সংকটজনক হোৱাৰ বাবে পিছত তেওঁক আগ্ৰাৰ এখন চিকিৎসালয়লৈ স্থানান্তৰ কৰা হয়। প্ৰায় ১০ দিন আই চি ইউত আছিল শিশুটি।

আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে যে ভুক্তভোগীৰ মাতৃ আৰু অভিযুক্তই এসময়ত একেটা ঘৰ ভাড়াত লৈছিল। তাৰ পৰাই দুয়োটা পৰিয়ালৰ মাজত এক অতি ভাল সম্পৰ্ক গঢ় লৈ উঠে। দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্কও গঢ় লৈ উঠে।

কিন্তু যুৱতীগৰাকীয়ে আন ঠাইত বিয়া পাতে। পিছত আকৌ একেটা চুবুৰীতে থাকিবলৈ লয়। তাৰ পৰাই অভিযুক্ত আৰু ভুক্তভোগীৰ ঘৰৰ মাজত পুনৰ যোগাযোগ স্থাপন হয়। আগতে দুয়োটা পৰিয়ালৰ লোক ইজনে সিজনৰ ঘৰলৈ আহিছিল। কেতিয়াবা একেলগে খাইছিল।

কিন্তু প্ৰাক্তন প্ৰেমিকাক প্ৰতিশোধ ল’বলৈ যুৱকজনে তেওঁৰ কন্যাশিশুটিক ধৰ্ষণ কৰে। শিশুটিৰ পৰিয়ালৰ অভিযোগৰ ভিত্তিত যুৱকজনৰ বিৰুদ্ধে বি এন এছ এছ ৬৫(২) ধাৰা আৰু পক্সো (POCSO) আইনৰ অধীনত গোচৰ ৰুজু কৰা হয়। ঘটনাৰ ৩০ দিনৰ ভিতৰতে আদালতত অভিযোগনামা দাখিল কৰে আৰক্ষীয়ে।

কিন্তু অভিযুক্তৰ অধিবক্তাই আদালতত যুক্তি দিয়ে যে তেওঁৰ মক্কেলৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা হৈছে। কাৰণ ‘ভুক্তভোগী’ৰ পিতৃয়ে পত্নীৰ সৈতে অভিযুক্তৰ পূৰ্বৰ সম্পৰ্কৰ কথা জানিব পাৰি প্ৰতিশোধৰ স্বাৰ্থত গোচৰটো দাখিল কৰে।

অৱশ্যে সেই দাবী আদালতে নাকচ কৰে। সকলো প্ৰমাণৰ ভিত্তিত যুৱকজনক দোষী সাব্যস্ত কৰা হয়। ন্যায়াধীশ মুমতাজ আলীয়ে পৰ্যবেক্ষণ কৰে, “শিশুটোৰ যি হ’ল সেয়া অমানৱীয়। অভিযুক্তই ক্ষমা কৰিব নোৱৰা অপৰাধ সংঘটিত কৰিছে।”

শিশুটিৰ সাহসকো প্ৰশংসা কৰে ন্যায়াধীশগৰাকীয়ে। তেওঁ কয় যে এনে নিৰ্যাতনৰ পিছতো তেওঁ আৰক্ষীক সমগ্ৰ ঘটনাটো বিতংভাৱে জনাইছিল। তাৰ পৰাই স্পষ্ট হৈ পৰে যে তেওঁৰ চুবুৰীয়াই তেওঁক যৌন নিৰ্যাতন চলাইছিল।

অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি দিয়াৰ উপৰি আদালতে তেওঁক এক লাখ টকা জৰিমনা বিহে। যদি সময়মতে জৰিমনা আদায় নকৰে ন্যায়াধীশে আৰু ছমাহৰ কাৰাদণ্ডৰ নিৰ্দেশ দিয়ে।

Tags: প্ৰাক্তন প্ৰেমিকাক প্ৰতিশোধ ল’বলৈযাৱজ্জীৱন কাৰাদণ্ড৪ বছৰীয়া কন্যাক ধৰ্ষণ
Share4Tweet3Send

Related Posts

Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১
National-International

Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১

by News Desk
August 8, 2026
50
Pak spy arrested : যৌনতাৰ ফান্দত পেলাই প্ৰতিৰক্ষা তথ্য চুৰি পাকিস্তানী হেণ্ডলাৰৰ, দিল্লীত গ্ৰেপ্তাৰ বায়ুসেনাৰ উইং কমাণ্ডাৰ
National-International

Pak spy arrested : যৌনতাৰ ফান্দত পেলাই প্ৰতিৰক্ষা তথ্য চুৰি পাকিস্তানী হেণ্ডলাৰৰ, দিল্লীত গ্ৰেপ্তাৰ বায়ুসেনাৰ উইং কমাণ্ডাৰ

by News Desk
August 8, 2026
50
Foreign Currency Regulation Act : বৈদেশিক সাহায্য নিয়ন্ত্ৰণ বিধেয়কক লৈ সৰৱ আমেৰিকাৰ সাংসদ, ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তীব্ৰ প্ৰতিক্ৰিয়া
National-International

Foreign Currency Regulation Act : বৈদেশিক সাহায্য নিয়ন্ত্ৰণ বিধেয়কক লৈ সৰৱ আমেৰিকাৰ সাংসদ, ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তীব্ৰ প্ৰতিক্ৰিয়া

by News Desk
August 8, 2026
50
Arunachal China border : চীনক প্ৰত্যাহ্বান জনাই এলএচি সংলগ্ন ২৭ গাঁও, গিৰিপথ আৰু হ্ৰদৰ নতুন নামকৰণ ভাৰতৰ
National-International

Arunachal China border : চীনক প্ৰত্যাহ্বান জনাই এলএচি সংলগ্ন ২৭ গাঁও, গিৰিপথ আৰু হ্ৰদৰ নতুন নামকৰণ ভাৰতৰ

by News Desk
August 8, 2026
50
Neha Bora : নেহা বোৰালৈ চিয়াঁহী নিক্ষেপ, ঝাৰখণ্ডত ছাত্ৰ প্ৰতিবাদৰ সময়ত আক্ৰান্ত আইছা নেত্ৰী
National-International

Neha Bora : নেহা বোৰালৈ চিয়াঁহী নিক্ষেপ, ঝাৰখণ্ডত ছাত্ৰ প্ৰতিবাদৰ সময়ত আক্ৰান্ত আইছা নেত্ৰী

by News Desk
August 7, 2026
50
NEET paper leak case : হত্যাতকৈও ভয়ানক অপৰাধ, প্ৰশ্নকাকত ফাদিলৰ গোচৰত জড়িত আইএএছ বিষয়াৰ জামিন নাকচ
National-International

NEET paper leak case : হত্যাতকৈও ভয়ানক অপৰাধ, প্ৰশ্নকাকত ফাদিলৰ গোচৰত জড়িত আইএএছ বিষয়াৰ জামিন নাকচ

by News Desk
August 7, 2026
50
ADVERTISEMENT
Meta vs Indian Govt : ডীপফেক আৰু ভুল তথ্য বন্ধ কৰাৰ পৰিকল্পনাৰ ৰোডমেপ জমা দিবলৈ মেটাক কেন্দ্ৰৰ নিৰ্দেশ
Digital Transformation

Meta vs Indian Govt : ডীপফেক আৰু ভুল তথ্য বন্ধ কৰাৰ পৰিকল্পনাৰ ৰোডমেপ জমা দিবলৈ মেটাক কেন্দ্ৰৰ নিৰ্দেশ

August 8, 2026
50
Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল
KARBI ANGLONG

Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল

August 8, 2026
50
Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১
National-International

Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১

August 8, 2026
50
Pak spy arrested : যৌনতাৰ ফান্দত পেলাই প্ৰতিৰক্ষা তথ্য চুৰি পাকিস্তানী হেণ্ডলাৰৰ, দিল্লীত গ্ৰেপ্তাৰ বায়ুসেনাৰ উইং কমাণ্ডাৰ
National-International

Pak spy arrested : যৌনতাৰ ফান্দত পেলাই প্ৰতিৰক্ষা তথ্য চুৰি পাকিস্তানী হেণ্ডলাৰৰ, দিল্লীত গ্ৰেপ্তাৰ বায়ুসেনাৰ উইং কমাণ্ডাৰ

August 8, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Meta vs Indian Govt : ডীপফেক আৰু ভুল তথ্য বন্ধ কৰাৰ পৰিকল্পনাৰ ৰোডমেপ জমা দিবলৈ মেটাক কেন্দ্ৰৰ নিৰ্দেশ

Meta vs Indian Govt : ডীপফেক আৰু ভুল তথ্য বন্ধ কৰাৰ পৰিকল্পনাৰ ৰোডমেপ জমা দিবলৈ মেটাক কেন্দ্ৰৰ নিৰ্দেশ

August 8, 2026
Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল

Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল

August 8, 2026
Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১

Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১

August 8, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx