ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

PM Modi birthday I ভাৰতে আৰু পাৰমাণৱিক ভাবুকিক ভয় নকৰে, জন্মদিনত প্ৰধানমন্ত্ৰী মোদীৰ দৃঢ় বাৰ্তা

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
September 17, 2025
Reading Time: 1 min read
A A
0
PM Modi Brazil visit : পাঁচ দিনত তিনিখন দেশ ভ্ৰমণ, জি-২০ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ব্ৰাজিললৈ ৰাওনা প্ৰধানমন্ত্ৰী

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

NDA legislator at Hotel : এইবাৰ গেৰুৱা শিবিৰত ভাঙোন!

Trump Big promise : মোদীৰ ভাৰতক আক্ৰমণ কৰিলে নতুন দিল্লীৰ পক্ষত থিয় দিব আমেৰিকা যুক্তৰাষ্ট্ৰ

Rongbong Terang sick : বিশিষ্ট সাহিত্যিক ৰংবং তেৰাং অসুস্থ, চিকিৎসালয়ত চিকিৎসাধীন

জন্মদিনত নৰেন্দ্ৰ মোদীৰ (PM Modi) মুখত পুনৰ ‘অপাৰেচন সিন্দুৰ’ৰ প্ৰসংগ। ভাৰতীয় সেনাৰ এই অভিযানক প্ৰশংসা কৰি প্ৰধানমন্ত্ৰীয়ে কয়, “নতুন ভাৰতে এতিয়া পাৰমাণৱিক ভাবুকিক ভয় নকৰে।”
PM Modi birthday I
ভাৰতে আৰু পাৰমাণৱিক ভাবুকিক ভয় নকৰে:

বুধবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে ৭৫ বছৰ সম্পূৰ্ণ কৰিলে। আজিৰ দিনটোতে তেওঁ মধ্যপ্ৰদেশত এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰে।

তাত তেওঁ কয়, “জৈছ-ই মহম্মদ’’-এ স্বীকাৰ কৰিছে যে ভাৰতীয় সেনাই সিন্দুৰ অভিযানত তেওঁলোকৰ ঘাটি ধ্বংস কৰিছিল। সন্ত্ৰাসবাদী সংগঠনটোৰ এজন নেতাই স্বীকাৰ কৰিছে যে ভাৰতীয় সেনাই জৈছ প্ৰধান মাছুদ আজহাৰৰ পৰিয়ালক হত্যা কৰিছিল। মোদীয়ে কয়, “জৈছে ইছলামাবাদৰ প্ৰকৃত চৰিত্ৰ উদঙাই দিছে।”

পাকিস্তান সেনা প্ৰধান আচিম মুনিৰে অপাৰেচন সিন্দুৰৰ পিছত পাৰমাণৱিক আক্ৰমণৰ ভাবুকি দিয়াৰ অভিযোগ। এই সন্দৰ্ভত মোদীয়ে কয়, “এয়া নতুন ভাৰত। আমি কাকো ভয় নকৰো। আমি ঘৰত প্ৰৱেশ কৰি শত্ৰুক ধ্বংস কৰিব পাৰো।”

উল্লেখযোগ্য যে জম্মু-কাশ্মীৰৰ পহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত ২৬ জন লোক নিহত হয়। ইয়াৰ পিছত ভাৰতীয় সেনাই পাকিস্তান আৰু পাকিস্তান অধীকৃত কাশ্মীৰৰ ৯টা সন্ত্ৰাসবাদী শিবিৰ ধ্বংস কৰে। এই প্রতিশোধমূলক কার্যৰ পাছত পাকিস্তানে ভাৰতৰ সীমান্তত আক্রমণ কৰাৰ চেষ্টা চলাইছিল৷

অৱশ্যে ভাৰত চৰকাৰে পাকিস্তানৰ আক্ৰমণক প্ৰতিহত কৰি প্ৰতি আক্ৰমণ কৰা বুলি কয়। ইয়াৰ ফলত পাকিস্তানী সেনাৰ বিভিন্ন ঘাটিৰো ক্ষতিসাধন হয়। তিনিদিনীয়া আক্ৰমণ আৰু প্ৰত্যাক্ৰমণৰ অন্তত দুয়োখন দেশে যুদ্ধবিৰতিৰ বাবে সন্মতি প্ৰকাশ কৰে।

Tags: জন্মদিনত প্ৰধানমন্ত্ৰী মোদীৰ দৃঢ় বাৰ্তাভাবুকিক ভয় নকৰেভাৰতে আৰু পাৰমাণৱিক
Share4Tweet3Send

Related Posts

NDA legislator at Hotel : এইবাৰ গেৰুৱা শিবিৰত ভাঙোন!
National-International

NDA legislator at Hotel : এইবাৰ গেৰুৱা শিবিৰত ভাঙোন!

by News Desk
June 17, 2026
50
Trump Big promise : মোদীৰ ভাৰতক আক্ৰমণ কৰিলে নতুন দিল্লীৰ পক্ষত থিয় দিব আমেৰিকা যুক্তৰাষ্ট্ৰ
National-International

Trump Big promise : মোদীৰ ভাৰতক আক্ৰমণ কৰিলে নতুন দিল্লীৰ পক্ষত থিয় দিব আমেৰিকা যুক্তৰাষ্ট্ৰ

by News Desk
June 17, 2026
50
Rongbong Terang sick : বিশিষ্ট সাহিত্যিক ৰংবং তেৰাং অসুস্থ, চিকিৎসালয়ত চিকিৎসাধীন
DIPHU

Rongbong Terang sick : বিশিষ্ট সাহিত্যিক ৰংবং তেৰাং অসুস্থ, চিকিৎসালয়ত চিকিৎসাধীন

by News Desk
June 17, 2026
50
Telegram ban : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ টেলিগ্ৰাম, নীটৰ বাবে নিষেধাজ্ঞাক অবৈধ দাবী
National-International

Telegram ban : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ টেলিগ্ৰাম, নীটৰ বাবে নিষেধাজ্ঞাক অবৈধ দাবী

by News Desk
June 17, 2026
50
Shiv Sena UT crisis I উদ্ধৱসেনাৰ বিদ্ৰোহী সাংসদৰ সৈতে একনাথ শিণ্ডেৰ বৈঠকৰ সম্ভাৱনা, পুনৰ বিভাজনৰ আশংকা
National-International

Shiv Sena UT crisis I উদ্ধৱসেনাৰ বিদ্ৰোহী সাংসদৰ সৈতে একনাথ শিণ্ডেৰ বৈঠকৰ সম্ভাৱনা, পুনৰ বিভাজনৰ আশংকা

by Staff Reporter
June 17, 2026
50
Cockroach Janata Party I পঁইতাচোৰাৰ গুৰুক কোনে কিয় চৰিয়ালে
National-International

Cockroack Janata Party I পঁইতাচোৰাই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা সন্দৰ্ভত দলৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপকে

by Staff Reporter
June 17, 2026
50
ADVERTISEMENT
NDA legislator at Hotel : এইবাৰ গেৰুৱা শিবিৰত ভাঙোন!
National-International

NDA legislator at Hotel : এইবাৰ গেৰুৱা শিবিৰত ভাঙোন!

June 17, 2026
50
Trump Big promise : মোদীৰ ভাৰতক আক্ৰমণ কৰিলে নতুন দিল্লীৰ পক্ষত থিয় দিব আমেৰিকা যুক্তৰাষ্ট্ৰ
National-International

Trump Big promise : মোদীৰ ভাৰতক আক্ৰমণ কৰিলে নতুন দিল্লীৰ পক্ষত থিয় দিব আমেৰিকা যুক্তৰাষ্ট্ৰ

June 17, 2026
50
Rongbong Terang sick : বিশিষ্ট সাহিত্যিক ৰংবং তেৰাং অসুস্থ, চিকিৎসালয়ত চিকিৎসাধীন
DIPHU

Rongbong Terang sick : বিশিষ্ট সাহিত্যিক ৰংবং তেৰাং অসুস্থ, চিকিৎসালয়ত চিকিৎসাধীন

June 17, 2026
50
Telegram ban : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ টেলিগ্ৰাম, নীটৰ বাবে নিষেধাজ্ঞাক অবৈধ দাবী
National-International

Telegram ban : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ টেলিগ্ৰাম, নীটৰ বাবে নিষেধাজ্ঞাক অবৈধ দাবী

June 17, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

NDA legislator at Hotel : এইবাৰ গেৰুৱা শিবিৰত ভাঙোন!

NDA legislator at Hotel : এইবাৰ গেৰুৱা শিবিৰত ভাঙোন!

June 17, 2026
Trump Big promise : মোদীৰ ভাৰতক আক্ৰমণ কৰিলে নতুন দিল্লীৰ পক্ষত থিয় দিব আমেৰিকা যুক্তৰাষ্ট্ৰ

Trump Big promise : মোদীৰ ভাৰতক আক্ৰমণ কৰিলে নতুন দিল্লীৰ পক্ষত থিয় দিব আমেৰিকা যুক্তৰাষ্ট্ৰ

June 17, 2026
Rongbong Terang sick : বিশিষ্ট সাহিত্যিক ৰংবং তেৰাং অসুস্থ, চিকিৎসালয়ত চিকিৎসাধীন

Rongbong Terang sick : বিশিষ্ট সাহিত্যিক ৰংবং তেৰাং অসুস্থ, চিকিৎসালয়ত চিকিৎসাধীন

June 17, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx