ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home BREAKING NEWS

Ganja Seized : ডিলাইত আৰক্ষীৰ নিয়মীয়া নাকা তালাচীত প্ৰায় ৮ কোটি টকা মূল্যৰ গাঞ্জা উদ্ধাৰ, আটক দুই সৰবৰাহকাৰী

ষ্টাফ ৰি'পৰ্টাৰঃ ডিফু

ASSAM TIMES POST by ASSAM TIMES POST
September 16, 2025
Reading Time: 1 min read
A A
0
Ganja Seized : ডিলাইত আৰক্ষীৰ নিয়মীয়া নাকা তালাচীত প্ৰায় ৮ কোটি টকা মূল্যৰ গাঞ্জা উদ্ধাৰ, আটক দুই সৰবৰাহকাৰী

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

Karbi Anglong Police Seize Drugs in Manja, Two Peddlers Arrested

Karbi Anglong violence : এফালে শান্তিসভা, আনফালে ক্ষোভৰ জুই; দ্বিতীয়দিনাও উত্তপ্ত কাৰ্বিভূমিত কৰ্তন ইণ্টাৰনেট সেৱা

মঙলবাৰে পুৱা প্ৰায় ৮ বাজি ৩০ মিনিটত বোকাজান মহকুমাৰ অন্তৰ্গত ডিলাইত আৰক্ষীৰ নিয়মীয়া নাকা তালাচীত প্ৰায় ৮ কোটি টকা বজাৰ মূল্যৰ গাঞ্জা সহ দুটা সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় ডিলাই আৰক্ষী ৷

ডিলাইত আৰক্ষীৰ নিয়মীয়া নাকা তালাচীত প্ৰায় ৮ কোটি টকা মূল্যৰ গাঞ্জা উদ্ধাৰ, আটক দুই সৰবৰাহকাৰী
ডিলাইত আৰক্ষীৰ নিয়মীয়া নাকা তালাচীত প্ৰায় ৮ কোটি টকা মূল্যৰ গাঞ্জা উদ্ধাৰ, আটক দুই সৰবৰাহকাৰী

ডিলাই থানাৰ অ’চি আকাশ গগৈৰ নেতৃত্বত আৰু থানা ষ্টাফৰ সহযোগত ডিলাই তিনি আলিত নিয়মীয়া নাকা তালাচী কালত RJ18GB 0126 পঞ্জীয়ন নম্বৰৰ কণ্টেইনাৰ ট্ৰাকৰ গোপন চেম্বাৰত লুকুৱাই অনা ১৪৮ টা পেকেটত এক কুইণ্টল চাৰিশ সাতানব্বৈ দশমিক দুই পাঁছ পাঁছ কেজি গাঞ্জা উদ্বাৰ কৰিবলৈ সক্ষম হয় ৷ গাঞ্জাখিনিৰ বজাৰ মূল্য প্ৰায় ৮ কোটি টকা হব বুলি অনুমান কৰা হৈছে ৷

গাঞ্জাখিনি সৰবৰাহৰ লগত জড়িত ৰাজস্থান ঝুনঝুন নুৱানৰ নিৱাসী জাফৰ আলিৰ পুত্ৰ দিলদাৰ আৰু হাৰিয়ান চিৰচা জিলাৰ চিৰচাৰ নিৱাসী কৃষণ কুমাৰৰ পুত্ৰ অজয় কুমাৰক আটক কৰি আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷ উদ্ধাৰ হোৱা গাঞ্জাখিনি নিৰপেক্ষ সাক্ষীগণৰ সাক্ষাতে জব্দ কৰি সংশ্লিষ্ট আইনৰ ধাৰাত এক গোছৰ ৰুজো কৰা হৈছে বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ ৷

Tags: আটক দুই সৰবৰাহকাৰীডিলাইত আৰক্ষীৰ নিয়মীয়া নাকাপ্ৰায় ৮ কোটি টকা মূল্যৰ গাঞ্জা উদ্ধাৰ
Share4Tweet3Send

Related Posts

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
ALL NEWS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
Karbi Anglong Police Seize Drugs in Manja, Two Peddlers Arrested
BREAKING NEWS

Karbi Anglong Police Seize Drugs in Manja, Two Peddlers Arrested

by ASSAM TIMES POST
January 22, 2026
50
Karbi Anglong violence : এফালে শান্তিসভা, আনফালে ক্ষোভৰ জুই; দ্বিতীয়দিনাও উত্তপ্ত কাৰ্বিভূমিত কৰ্তন ইণ্টাৰনেট সেৱা
BREAKING NEWS

Karbi Anglong violence : এফালে শান্তিসভা, আনফালে ক্ষোভৰ জুই; দ্বিতীয়দিনাও উত্তপ্ত কাৰ্বিভূমিত কৰ্তন ইণ্টাৰনেট সেৱা

by ASSAM TIMES POST
December 23, 2025
50
West Karbi Anglong’s Kheroni is more tensed again : Fierce Police-Protester Clashes Shake the Region
BREAKING NEWS

West Karbi Anglong’s Kheroni is more tensed again : Fierce Police-Protester Clashes Shake the Region

by ASSAM TIMES POST
December 23, 2025
50
Major Incident in West Karbi Anglong Iপশ্চিম কাৰ্বি আংলঙৰ খেৰণিত উত্তপ্ত পৰিস্থিতি: তুলিৰামৰ ঘৰ জ্বলাই দিলে প্ৰতিবাদকাৰীয়ে
BREAKING NEWS

Major Incident in West Karbi Anglong Iপশ্চিম কাৰ্বি আংলঙৰ খেৰণিত উত্তপ্ত পৰিস্থিতি: তুলিৰামৰ ঘৰ জ্বলাই দিলে প্ৰতিবাদকাৰীয়ে

by ASSAM TIMES POST
December 22, 2025
50
Assam-Meghalaya border : অসম-মেঘালয় সীমান্তৰ তাপাতত ধান কটাক লৈ খাছি-অসমীয়াৰ ভয়াৱহ সংঘর্ষ: আক্ৰমণত এজন নিহত
BREAKING NEWS

Assam-Meghalaya border : অসম-মেঘালয় সীমান্তৰ তাপাতত ধান কটাক লৈ খাছি-অসমীয়াৰ ভয়াৱহ সংঘর্ষ: আক্ৰমণত এজন নিহত

by ASSAM TIMES POST
October 9, 2025
50
ADVERTISEMENT
HS Results 2026 : ২৮ এপ্ৰিলত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল
Assam

HS results 2026 I উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত ছাত্ৰীয়ে চেৰ পেলালে ছাত্ৰক

April 28, 2026
50
PM Modi I এইবাৰ ফুটবল খেলুৱৈৰ ৰূপত প্ৰধানমন্ত্ৰী মোদী, লক্ষ্য বংগৰ নিৰ্বাচন ?
National-International

PM Modi I এইবাৰ ফুটবল খেলুৱৈৰ ৰূপত প্ৰধানমন্ত্ৰী মোদী, লক্ষ্য বংগৰ নিৰ্বাচন ?

April 28, 2026
50
Corruption Scandal Unfolds in Shribhoomi: Head Teacher Arrested for Bribery 
National-International

‎কেৱল ৪০ শতাংশ নৱাগতই ৫ লাখ টকাৰ পেকেজ প্ৰাপ্ত কৰিছে, নিম্ন চিটিচিত ৯০ শতাংশ কাম কৰিবলৈ সাজু ‎

April 28, 2026
50
Reservations for cognitively ill MBBS applicants: SC requests NMC form a panel to look at methods of determining a person’s level of disability
National-International

Live-in relation I লিভ-ইনৰ সম্পৰ্ক ভাঙিলে অপৰাধ নহয়, উচ্চতম ন্যায়ালয়ৰ পৰ্যবেক্ষণ

April 28, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

HS Results 2026 : ২৮ এপ্ৰিলত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল

HS results 2026 I উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত ছাত্ৰীয়ে চেৰ পেলালে ছাত্ৰক

April 28, 2026
PM Modi I এইবাৰ ফুটবল খেলুৱৈৰ ৰূপত প্ৰধানমন্ত্ৰী মোদী, লক্ষ্য বংগৰ নিৰ্বাচন ?

PM Modi I এইবাৰ ফুটবল খেলুৱৈৰ ৰূপত প্ৰধানমন্ত্ৰী মোদী, লক্ষ্য বংগৰ নিৰ্বাচন ?

April 28, 2026
Corruption Scandal Unfolds in Shribhoomi: Head Teacher Arrested for Bribery 

‎কেৱল ৪০ শতাংশ নৱাগতই ৫ লাখ টকাৰ পেকেজ প্ৰাপ্ত কৰিছে, নিম্ন চিটিচিত ৯০ শতাংশ কাম কৰিবলৈ সাজু ‎

April 28, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx