ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home BREAKING NEWS

CRPF Bus accident I জম্মু-কাশ্মীৰত চি আৰ পি এফৰ বাহন দুৰ্ঘটনাগ্ৰস্ত হৈ নিহত ২ জোৱান, আহত ১২

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
August 7, 2025
Reading Time: 1 min read
A A
0
CRPF Bus accident I জম্মু-কাশ্মীৰত চি আৰ পি এফৰ বাহন দুৰ্ঘটনাগ্ৰস্ত হৈ নিহত ২ জোৱান, আহত ১২

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Breaking I কাৰ্বি আংলঙৰ অসম-নাগালেণ্ড সীমান্তত গ্ৰেণেড নিক্ষেপৰ ঘটনা

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

Karbi Anglong Police Seize Drugs in Manja, Two Peddlers Arrested

জম্মু-কাশ্মীৰৰ উধামপুৰত এখন চি আৰ পি এফ জোৱানৰ বাহনে (CRPF Bus accident) নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত বাগৰি পৰে। বৃহস্পতিবাৰে পুৱা বসন্তগড় অঞ্চলৰ কাণ্ডৱাত সংঘটিত হয় এই ঘটনা।

CRPF Bus accident I
চি আৰ পি এফৰ বাহন দুৰ্ঘটনাগ্ৰস্ত হৈ নিহত ২ জোৱান, আহত ১২:

হঠাৎ গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত বাগিৰ পৰাত থিতাতে মৃত্যু হয় দুজন জোৱানৰ। আনহাতে, আহত হয় ১২ জন জোৱান।

আৰক্ষীৰ সূত্ৰ অনুসৰি, গাড়ীখনত মুঠ ২৩ জন জোৱান আছিল। কাণ্ডৱা-বসন্তগড় পথত প্ৰৱেশ কৰাৰ লগে লগে গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱায়। ইয়াৰ পিছতে লুটি খাই খাৱৈত বাগৰি পৰে। স্থানীয় ৰাইজে প্ৰথমে উদ্ধাৰকাৰ্য আৰম্ভ কৰে। আনহাতে, তথ্য লাভ কৰাৰ পিছতে উক্ত স্থানত উপস্থিত হয় আৰক্ষী আৰু উদ্ধাৰকাৰী দল।

আহত জোৱানকেইজনক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। আৰক্ষীৰ সূত্ৰ অনুসৰি, তেওঁলোকৰ একাংশৰ অৱস্থা সংকটজনক। উধামপুৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সন্দীপ ভাটে জনোৱা মতে, এই দুৰ্ঘটনাত দুজন জোৱানৰ মৃত্যু হয়।

আহত জোৱানকেইজন চিকিৎসাধীন হৈ আছে। এই দুৰ্ঘটনাৰ তদন্ত চলি আছে। কিন্তু প্ৰথম অৱস্থাত বাহনখন বেয়া পথৰ বাবে নিয়ন্ত্ৰণ হেৰুৱাই পেলোৱা বুলি ধাৰণা কৰা হৈছে। সেইবাবেই সংঘটিত হয় এই দুৰ্ঘটনা।

Tags: আহত ১২জম্মু-কাশ্মীৰত চি আৰ পি এফৰবাহন দুৰ্ঘটনাগ্ৰস্ত হৈ নিহত ২ জোৱান
Share4Tweet3Send

Related Posts

Breaking I কাৰ্বি আংলঙৰ অসম-নাগালেণ্ড সীমান্তত গ্ৰেণেড নিক্ষেপৰ ঘটনা
BREAKING NEWS

Breaking I কাৰ্বি আংলঙৰ অসম-নাগালেণ্ড সীমান্তত গ্ৰেণেড নিক্ষেপৰ ঘটনা

by ASSAM TIMES POST
June 30, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
ALL NEWS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
Karbi Anglong Police Seize Drugs in Manja, Two Peddlers Arrested
BREAKING NEWS

Karbi Anglong Police Seize Drugs in Manja, Two Peddlers Arrested

by ASSAM TIMES POST
January 22, 2026
50
Karbi Anglong violence : এফালে শান্তিসভা, আনফালে ক্ষোভৰ জুই; দ্বিতীয়দিনাও উত্তপ্ত কাৰ্বিভূমিত কৰ্তন ইণ্টাৰনেট সেৱা
BREAKING NEWS

Karbi Anglong violence : এফালে শান্তিসভা, আনফালে ক্ষোভৰ জুই; দ্বিতীয়দিনাও উত্তপ্ত কাৰ্বিভূমিত কৰ্তন ইণ্টাৰনেট সেৱা

by ASSAM TIMES POST
December 23, 2025
50
West Karbi Anglong’s Kheroni is more tensed again : Fierce Police-Protester Clashes Shake the Region
BREAKING NEWS

West Karbi Anglong’s Kheroni is more tensed again : Fierce Police-Protester Clashes Shake the Region

by ASSAM TIMES POST
December 23, 2025
50
Major Incident in West Karbi Anglong Iপশ্চিম কাৰ্বি আংলঙৰ খেৰণিত উত্তপ্ত পৰিস্থিতি: তুলিৰামৰ ঘৰ জ্বলাই দিলে প্ৰতিবাদকাৰীয়ে
BREAKING NEWS

Major Incident in West Karbi Anglong Iপশ্চিম কাৰ্বি আংলঙৰ খেৰণিত উত্তপ্ত পৰিস্থিতি: তুলিৰামৰ ঘৰ জ্বলাই দিলে প্ৰতিবাদকাৰীয়ে

by ASSAM TIMES POST
December 22, 2025
50
ADVERTISEMENT
Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh
Assam

Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh

July 18, 2026
50
72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’
Entertainment

72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’

July 18, 2026
50
Punjab Police Officer arrested : গেংষ্টাৰৰ হৈ ৪ কোটি দাবী কৰি ভাবুকি দি গ্ৰেপ্তাৰ আৰক্ষী বিষয়া
National-International

Punjab Police Officer arrested : গেংষ্টাৰৰ হৈ ৪ কোটি দাবী কৰি ভাবুকি দি গ্ৰেপ্তাৰ আৰক্ষী বিষয়া

July 18, 2026
50
Sonam Wangshuk : অনশন ভাঙিব পৰা নাই ৱাংচুকৰ, হাস্পতালৰ পৰা জনালে পত্নীয়ে
National-International

Sonam Wangshuk : অনশন ভাঙিব পৰা নাই ৱাংচুকৰ, হাস্পতালৰ পৰা জনালে পত্নীয়ে

July 18, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh

Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh

July 18, 2026
72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’

72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’

July 18, 2026
Punjab Police Officer arrested : গেংষ্টাৰৰ হৈ ৪ কোটি দাবী কৰি ভাবুকি দি গ্ৰেপ্তাৰ আৰক্ষী বিষয়া

Punjab Police Officer arrested : গেংষ্টাৰৰ হৈ ৪ কোটি দাবী কৰি ভাবুকি দি গ্ৰেপ্তাৰ আৰক্ষী বিষয়া

July 18, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx