ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

Google maps I গুগল মেপ অনুসৰণ কৰি খাৱৈত পৰিল মহিলা

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
July 26, 2025
Reading Time: 1 min read
A A
0
Google maps I গুগল মেপ অনুসৰণ কৰি খাৱৈত পৰিল মহিলা

Oplus_0

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Retired Official and Wife Brutally Attacked by Ex-Caretaker in Nagaon

Punjab DIG case I ৫ কোটি নগদ ধন, অ’ডি-মাৰ্চিডিছ, ডেৰ কেজি সোণ; সম্পত্তিৰ পাহাৰ গঢ়ি চিবিআইৰ জালত পঞ্জাবৰ ডিআইজি

India Bhutan traine line । বংগ আৰু অসমৰ মাজেৰে ৰে’লপথেৰে সংযোগ কৰা হ’ব ভাৰত আৰু ভূটানক

অচিনাকি পথত গুগল মেপৰ ওপৰত নিৰ্ভৰ কৰিছিল গাড়ীৰ চালকে। কিন্তু গুগল মেপৰ (Google Map) নিৰ্দেশনা পালন কৰি বিপদত পৰে এগৰাকী মহিলা চালক।

Google maps I
গুগল মেপ অনুসৰণ কৰি খাৱৈত পৰিল মহিলা:

এইবাৰ এই ঘটনা সংঘটিত হৈছে নৱী মুম্বাইত। শুকুৰবাৰে পুৱা তেওঁৰ গাড়ীখন পোনে পোনে গৈ খাৱৈত সোমায়। ঘটনাটো উপকূল ৰক্ষী বাহিনীৰ দৃষ্টিগোচৰ হোৱাত ততাতৈয়াকৈ মহিলাগৰাকীক উদ্ধাৰ কৰে। গাড়ীখনো ক্ৰেনেৰে খাৱৈৰ পৰা উলিয়াই অনা হয়। এই ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে।

মহিলাগৰাকীয়ে কয় যে তেওঁ মহাৰাষ্ট্ৰৰ বেলাপুৰৰ পৰা উলৱেলৈ গৈ আছিল। তেওঁ গুগল মেপ ব্যৱহাৰ কৰি গাড়ী চলাইছিল। বাটত তেওঁ বেলাপুৰ দলংখন লোৱাৰ কথা আছিল। মহিলাগৰাকীয়ে কয় যে দলংখন লোৱাৰ পৰিৱৰ্তে গুগল মেপে কাষতে ৰাস্তা এটা ল’বলৈ নিৰ্দেশ দিছিল।

সেই নিৰ্দেশনা অনুসৰণ কৰি গৈ তেওঁৰ গাড়ীখন দলঙৰ কাষৰ ৰাস্তাৰ কাষৰ খাৱৈত পৰে। ঘটনাটো তাত উপস্থিত উপকূল ৰক্ষীৰ চকুত পৰে। খৰধৰকৈ তেওঁলোকে মহিলাগৰাকীক খাৱৈৰ পৰা উদ্ধাৰ কৰে। গাড়ীখন তুলিবলৈ ক্ৰেন এখন অনা হয়।

উল্লেখযোগ্য যে যোৱা বছৰৰ নৱেম্বৰ মাহত উত্তৰ প্ৰদেশত বিয়াৰ পৰা উভতি আহিছিল তিনিজন বন্ধু। নিশাৰ আন্ধাৰত নিৰ্মীয়মান এখন দলঙৰ পৰা ২০ ফুট তলত এখন তীব্ৰবেগী গাড়ী বাগৰি পৰে। ফলত তিনিওজন যাত্ৰীৰ মৃত্যু হয়।

তিনিওজনেই উত্তৰ প্ৰদেশৰ মইনপুৰী আৰু ফাৰুখাবাদৰ বাসিন্দা আছিল। তাৰ পূৰ্বে যোৱা বছৰৰ জুন মাহত কেৰালাৰ কাছাৰগোডত আন এখন গাড়ী নদীত পৰি যায়। সৌভাগ্যক্ৰমে নদীত কিছু দূৰ গৈ গাড়ীখন গছৰ ডালত আবদ্ধ হৈ পৰে। কেনেবাকৈ যাত্ৰী দুজনৰ প্ৰাণ ৰক্ষা পৰে।

Share this:

  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on X (Opens in new window) X

Like this:

Like Loading...

Related

Tags: গুগল মেপ অনুসৰণ কৰি খাৱৈতপৰিল মহিলা
Share4Tweet3Send

Related Posts

Retired Official and Wife Brutally Attacked by Ex-Caretaker in Nagaon
ALL NEWS

Retired Official and Wife Brutally Attacked by Ex-Caretaker in Nagaon

by ASSAM TIMES POST
November 8, 2025
55
Punjab DIG case I ৫ কোটি নগদ ধন, অ’ডি-মাৰ্চিডিছ, ডেৰ কেজি সোণ; সম্পত্তিৰ পাহাৰ গঢ়ি চিবিআইৰ জালত পঞ্জাবৰ ডিআইজি
ALL NEWS

Punjab DIG case I ৫ কোটি নগদ ধন, অ’ডি-মাৰ্চিডিছ, ডেৰ কেজি সোণ; সম্পত্তিৰ পাহাৰ গঢ়ি চিবিআইৰ জালত পঞ্জাবৰ ডিআইজি

by Staff Reporter
October 17, 2025
52
India Bhutan traine line । বংগ আৰু অসমৰ মাজেৰে ৰে’লপথেৰে সংযোগ কৰা হ’ব ভাৰত আৰু ভূটানক
ALL NEWS

India Bhutan traine line । বংগ আৰু অসমৰ মাজেৰে ৰে’লপথেৰে সংযোগ কৰা হ’ব ভাৰত আৰু ভূটানক

by Staff Reporter
September 30, 2025
52
Zubeen Garg : কেনেদৰে বিদায় জনাওঁ হে প্ৰাণৰ শিল্পী, যুগনায়ক জুবিন !
ALL NEWS

Zubeen Garg : কেনেদৰে বিদায় জনাওঁ হে প্ৰাণৰ শিল্পী, যুগনায়ক জুবিন !

by ASSAM TIMES POST
September 23, 2025
72
India unemployment । সামগ্ৰিকভাৱে নিবনুৱাৰ হাৰ হ্ৰাস পালেও দেশত মহিলা নিবনুৱাৰ হাৰ বৃদ্ধি, চৰকাৰী প্ৰতিবেদনত উদ্বেগ
ALL NEWS

India unemployment । সামগ্ৰিকভাৱে নিবনুৱাৰ হাৰ হ্ৰাস পালেও দেশত মহিলা নিবনুৱাৰ হাৰ বৃদ্ধি, চৰকাৰী প্ৰতিবেদনত উদ্বেগ

by Staff Reporter
September 17, 2025
53
Jamiat Ulema-e-Hind I উচ্ছেদক লৈ জমিয়ত উলেমা ই হিন্দৰ নেতাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অপসাৰণ কৰা মন্তব্যক লৈ গৰজি উঠিল কাৰ্বি আংলঙৰ  উমৈহতীয়া মঞ্চ এইছপিচিএফ
ALL NEWS

Jamiat Ulema-e-Hind I উচ্ছেদক লৈ জমিয়ত উলেমা ই হিন্দৰ নেতাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অপসাৰণ কৰা মন্তব্যক লৈ গৰজি উঠিল কাৰ্বি আংলঙৰ  উমৈহতীয়া মঞ্চ এইছপিচিএফ

by ASSAM TIMES POST
August 24, 2025
81
ADVERTISEMENT
ছৌদি আৰৱৰ উমৰাহত তীৰ্থযাত্ৰী কঢ়িয়াই নিয়া বাছৰ সৈতে ডিজেল টেংকাৰৰ সংঘৰ্ষত কমেও ৪২ ভাৰতীয়ৰ মৃত্যু
National-International

ছৌদি আৰৱৰ উমৰাহত তীৰ্থযাত্ৰী কঢ়িয়াই নিয়া বাছৰ সৈতে ডিজেল টেংকাৰৰ সংঘৰ্ষত কমেও ৪২ ভাৰতীয়ৰ মৃত্যু

November 17, 2025
50
জাপানত চাকুৰাজিমা আগ্নেয়গিৰিৰ উদ্গীৰণ, ডজন ডজন বিমান বাতিল
National-International

জাপানত চাকুৰাজিমা আগ্নেয়গিৰিৰ উদ্গীৰণ, ডজন ডজন বিমান বাতিল

November 17, 2025
50
‘মোবাইল বেংকিং’ কৰে? সতর্ক নহ’লে সর্বস্বান্ত হ’ব পাৰে এই এপৰ জৰিয়তে
National-International

টেষ্ট মেচ চলি থাকোতে ম’বাইলত বাজি চলোৱা ৩ যুৱকক আটক

November 17, 2025
50
বোকাখাতত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস ২০২৫ উদযাপন:
Assam

বোকাখাতত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস ২০২৫ উদযাপন:

November 16, 2025
52
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

ছৌদি আৰৱৰ উমৰাহত তীৰ্থযাত্ৰী কঢ়িয়াই নিয়া বাছৰ সৈতে ডিজেল টেংকাৰৰ সংঘৰ্ষত কমেও ৪২ ভাৰতীয়ৰ মৃত্যু

ছৌদি আৰৱৰ উমৰাহত তীৰ্থযাত্ৰী কঢ়িয়াই নিয়া বাছৰ সৈতে ডিজেল টেংকাৰৰ সংঘৰ্ষত কমেও ৪২ ভাৰতীয়ৰ মৃত্যু

November 17, 2025
জাপানত চাকুৰাজিমা আগ্নেয়গিৰিৰ উদ্গীৰণ, ডজন ডজন বিমান বাতিল

জাপানত চাকুৰাজিমা আগ্নেয়গিৰিৰ উদ্গীৰণ, ডজন ডজন বিমান বাতিল

November 17, 2025
‘মোবাইল বেংকিং’ কৰে? সতর্ক নহ’লে সর্বস্বান্ত হ’ব পাৰে এই এপৰ জৰিয়তে

টেষ্ট মেচ চলি থাকোতে ম’বাইলত বাজি চলোৱা ৩ যুৱকক আটক

November 17, 2025

Categories

accident (1) ALL NEWS (17410) Artificial Intelligence (3) Assam (13844) BREAKING NEWS (6488) Business (34) crime (23) cultural (5) Digital Transformation (3) DIPHU (1) Earthquake (1) Economy (98) Editorial (16) EDUCATION (1) EDUCATION AND TECHNOLOGY (102) election (4) Entertainment (767) Entertrainment (420) EXCLUSIVE (124) Fashion (9) Featured (22) Features (30) FLIM (3) Guwahati (2052) Health & Fitness (631) Jobs & Career (7) KARBI ANGLONG (3492) Lifestyle (24) literature (16) National-International (10883) NORTHEAST (880) Novels (3) Photo (5) Poems (9) Political (140) Recipes (6) Science (1) Sports News (497) Stories (16) Tech (14) Tourism (1) Travel (6) Uncategorized (15) Video News (90) weather (1)

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d