ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Wild dog found in Kaziranga I  কাজিৰঙাত বিৰল প্ৰজাতিৰ ৰাং কুকুৰৰ সন্ধান

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
July 3, 2025
Reading Time: 1 min read
A A
0
Wild dog found in Kaziranga I  কাজিৰঙাত বিৰল প্ৰজাতিৰ ৰাং কুকুৰৰ সন্ধান

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

New IB chief I দেশৰ পৰৱৰ্তী আই বি মুৰব্বী মহেশ দীক্ষিত

DRDO I  আকাশত পাকিস্তান-চীনক মোকাবিলা কৰিবলৈ আহি আছে ‘নেত্ৰ’

US Iran connflict I ইৰাণক পুনৰ আক্ৰমণ আমেৰিকাৰ, হৰমুজত জাহাজ আক্ৰমণৰ প্ৰতিশোধ

কাজিৰঙাত (Kaziranga) সন্ধান পোৱা গৈছে এক বিপন্নপ্ৰায় ‘ৰাং কুকুৰ’ৰ  অৱস্থিতি৷ এটা গৱেষকৰ দলৰ গৱেষণামূলক অধ্যয়নত এই ৰাং কুকুৰৰ বিৰল প্ৰজাতিটোৰ উপস্থিতি কেমেৰা ট্ৰেপিঙত ধৰা পৰিছে৷ এই বিষয়ে জনাইছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ সঞ্চালক ডঃ সোণালী ঘোষে।

Wild dog found in Kaziranga I 
কাজিৰঙাত বিৰল প্ৰজাতিৰ ৰাং কুকুৰৰ সন্ধান:

তেওঁ প্ৰদান কৰা তথ্য অনুসৰি এই ৰাং কুকুৰ প্ৰজাতিটো Dhole Cuon Alpinus নামে জনাজাত। আনহাতে, কাজিৰঙাত ৰাং কুকুৰৰ উপস্থিতিৰ বিষয়ে নিশ্চিত কৰা গৱেষকৰ দলটোৱে এই বিষয়ে Journal of Threatened Taxa শীৰ্ষক এখন গ্ৰন্থত প্ৰকাশ কৰিছে ৷

আনহাতে, এই সন্দৰ্ভত কাজিৰঙাৰ ডি এফ অ’ অৰুণ ভিগনেছে জনাইছে যে কাজিৰঙা-কাৰ্বি আংলং ভূখণ্ডত কেমেৰাত আবদ্ধ হোৱা প্ৰজাতিটো এক প্ৰকাৰৰ ৱাইল্ড ডগ । ইয়াক স্থানীয়ভাৱে ৰাং কুকুৰ বুলি কোৱা হয় আৰু সৰ্বভাৰতীয় পৰ্যায়ত ইয়াক ঢ’ল বুলি কোৱা হয়৷

ৰাং কুকুৰৰ এটা প্ৰজাতি এছিয়াত আৰু আন এটা প্ৰজাতি আফ্ৰিকাত পোৱা যায়বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে এইটো এটা বিপন্নপ্ৰায় প্ৰজাতি৷ ইফালে কাজিৰঙাত কেমেৰাত বন্দী হোৱা এই ৰাং কুকুৰৰ ফটো ইতিমধ্যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মায়ো নিজৰ সামাজিক মাধ্যমত প্ৰকাশ কৰিছে৷

ফেচবুকত ইয়াৰে এখন ফটো শ্বেয়াৰ কৰি মুখ্যমন্ত্ৰীয়ে লিখিছে, “কাজিৰঙা-কাৰ্বি আংলং এলেকাত কেমেৰাত উপস্থিতি ধৰা পৰা Cuon alpinus বৈজ্ঞানিক নামৰ জন্তুবিধৰ আমাৰ বাবে চিনাকি নামটি হৈছে ৰাংকুকুুৰ৷ নিজৰ ওজনতকৈ ৮ গুণ বেছি ওজনৰ প্ৰাণীকো চিকাৰ কৰাত সিদ্ধহস্ত ৰাংকুকুৰ উপস্থিতি অসমৰ সম্পূৰ্ণ জৈৱ-বৈচিত্ৰ্যৰ এক উৎকৃষ্ট নিদৰ্শন৷”

তেওঁ লগতে লিখিছে, “প্ৰতিটো বৈজ্ঞানিক অগ্ৰগতিৰ আঁৰত বছৰ বছৰ ধৰি কৰা কঠোৰ পৰিশ্ৰম বৈজ্ঞানিক অধ্যয়নসমূহ প্ৰায় মাহৰ পাছত মাহ, আনকি বছৰ বছৰ ধৰি চলি থাকে৷

তাৰ পাছত আমি ইয়াৰ ফলাফল সম্পৰ্কে অৱগত হওঁ। এই যাত্ৰা অগণন ঘণ্টাৰ গৱেষণা, পৰীক্ষা-নিৰীক্ষা, বিপৰ্যয় আৰু অধ্যৱসায়েৰে ভৰি আছে। প্ৰায় তিনি বছৰ অধ্যয়ন কৰা গৱেষকসকলে এতিয়াহে বৈজ্ঞানিক গৱেষণা পত্ৰখন বিশ্লেষণ কৰি কৰিছে৷ আটাইলৈ অভিনন্দন৷”

Tags: কাজিৰঙাত বিৰল প্ৰজাতিৰৰাং কুকুৰৰ সন্ধান
Share4Tweet3Send

Related Posts

New IB chief I দেশৰ পৰৱৰ্তী আই বি মুৰব্বী মহেশ দীক্ষিত
National-International

New IB chief I দেশৰ পৰৱৰ্তী আই বি মুৰব্বী মহেশ দীক্ষিত

by Staff Reporter
June 27, 2026
50
DRDO I  আকাশত পাকিস্তান-চীনক মোকাবিলা কৰিবলৈ আহি আছে ‘নেত্ৰ’
National-International

DRDO I  আকাশত পাকিস্তান-চীনক মোকাবিলা কৰিবলৈ আহি আছে ‘নেত্ৰ’

by Staff Reporter
June 27, 2026
50
Project Freedom : প্ৰজেক্ট ফ্ৰীডম! ট্ৰাম্পে হৰমুজ প্ৰণালীত নতুন অভিযান ঘোষণা
National-International

US Iran connflict I ইৰাণক পুনৰ আক্ৰমণ আমেৰিকাৰ, হৰমুজত জাহাজ আক্ৰমণৰ প্ৰতিশোধ

by Staff Reporter
June 27, 2026
50
Ladour harassment : দিনত ২০ ঘণ্টা কাম, দিনটোত এসাঁজ খাদ্য, হিংস্ৰ কুকুৰৰ পহৰা; বন্দী ১২ শ্ৰমিকক কাৰখানাৰ পৰা উদ্ধাৰ
National-International

Ladour harassment : দিনত ২০ ঘণ্টা কাম, দিনটোত এসাঁজ খাদ্য, হিংস্ৰ কুকুৰৰ পহৰা; বন্দী ১২ শ্ৰমিকক কাৰখানাৰ পৰা উদ্ধাৰ

by News Desk
June 26, 2026
50
Ram Mandir : দানৰ ধন চুৰি গোচৰত ৮ জন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাম মন্দিৰ ট্ৰাষ্টৰ মুৰব্বীৰ পদত্যাগ
National-International

Ram Mandir : দানৰ ধন চুৰি গোচৰত ৮ জন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাম মন্দিৰ ট্ৰাষ্টৰ মুৰব্বীৰ পদত্যাগ

by News Desk
June 26, 2026
50
Operation Sindoor : Names of 6 Soldiers Killed in Action Revealed
National-International

Operation Sindoor : Names of 6 Soldiers Killed in Action Revealed

by News Desk
June 26, 2026
50
ADVERTISEMENT
New IB chief I দেশৰ পৰৱৰ্তী আই বি মুৰব্বী মহেশ দীক্ষিত
National-International

New IB chief I দেশৰ পৰৱৰ্তী আই বি মুৰব্বী মহেশ দীক্ষিত

June 27, 2026
50
DRDO I  আকাশত পাকিস্তান-চীনক মোকাবিলা কৰিবলৈ আহি আছে ‘নেত্ৰ’
National-International

DRDO I  আকাশত পাকিস্তান-চীনক মোকাবিলা কৰিবলৈ আহি আছে ‘নেত্ৰ’

June 27, 2026
50
Project Freedom : প্ৰজেক্ট ফ্ৰীডম! ট্ৰাম্পে হৰমুজ প্ৰণালীত নতুন অভিযান ঘোষণা
National-International

US Iran connflict I ইৰাণক পুনৰ আক্ৰমণ আমেৰিকাৰ, হৰমুজত জাহাজ আক্ৰমণৰ প্ৰতিশোধ

June 27, 2026
50
Ladour harassment : দিনত ২০ ঘণ্টা কাম, দিনটোত এসাঁজ খাদ্য, হিংস্ৰ কুকুৰৰ পহৰা; বন্দী ১২ শ্ৰমিকক কাৰখানাৰ পৰা উদ্ধাৰ
National-International

Ladour harassment : দিনত ২০ ঘণ্টা কাম, দিনটোত এসাঁজ খাদ্য, হিংস্ৰ কুকুৰৰ পহৰা; বন্দী ১২ শ্ৰমিকক কাৰখানাৰ পৰা উদ্ধাৰ

June 26, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

New IB chief I দেশৰ পৰৱৰ্তী আই বি মুৰব্বী মহেশ দীক্ষিত

New IB chief I দেশৰ পৰৱৰ্তী আই বি মুৰব্বী মহেশ দীক্ষিত

June 27, 2026
DRDO I  আকাশত পাকিস্তান-চীনক মোকাবিলা কৰিবলৈ আহি আছে ‘নেত্ৰ’

DRDO I  আকাশত পাকিস্তান-চীনক মোকাবিলা কৰিবলৈ আহি আছে ‘নেত্ৰ’

June 27, 2026
Project Freedom : প্ৰজেক্ট ফ্ৰীডম! ট্ৰাম্পে হৰমুজ প্ৰণালীত নতুন অভিযান ঘোষণা

US Iran connflict I ইৰাণক পুনৰ আক্ৰমণ আমেৰিকাৰ, হৰমুজত জাহাজ আক্ৰমণৰ প্ৰতিশোধ

June 27, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx