ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Meghalaya Honeymoon murder । ২৪ দিনত ১১৯ বাৰ সোণমৰ সৈতে ফোনত কথা পাতিছিল, মেঘালয়ৰ হানিমুন হত্যাকাণ্ডত নতুন চৰিত্ৰ উন্মোচন

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
June 18, 2025
Reading Time: 1 min read
A A
0
Tragic Turn in Meghalaya Honeymoon । Sonam Raghuvanshi Surrenders, 3 Arrested

RELATED POSTS

Wife murder : পত্নীক হত্যা কৰি পুতি ৰাখিছিল পথাৰত, চাফাই কৰ্মীৰ উজুটিত ওলাই আহিল মৃতদেহ

Old woman rape : ঘৰৰ সন্মুখত মদ খোৱাত আপত্তি কৰাই কাল হ’ল, দলবদ্ধভাৱে ধৰ্ষণ কৰি হত্যা ৭০ বছৰীয়া বৃদ্ধাক

CJP controversy : চিজেপিৰ কাৰ্যসূচীত মহিলাৰ ছবি বিকৃত কৰি প্ৰচাৰ, দীপকেলৈ জাননী দিল্লী উচ্চ ন্যায়ালয়ৰ

New Logo Smal 1 | ASSAM TIMES POST

সেই সময়ত দুয়োটা পৰিয়ালৰ (Meghalaya honeymoon Murder) মাজত বিয়াৰ প্ৰস্তুতি চলি আছিল। তেতিয়া সোণমে ফোনত এজন ব্যক্তিৰ লগত দীঘলীয়া কথা-বতৰা পাতিছিল। অৱশ্যে তেওঁ সোণমৰ প্ৰেমিক তথা পিতৃৰ অফিচৰ কৰ্মচাৰী ৰাজ কুশৱাহা নহয়। তেওঁৰ নাম হৈছে সঞ্জয় বাৰ্মা।

Meghalaya Honeymoon murder ।
মেঘালয়ৰ হানিমুন হত্যাকাণ্ডত নতুন চৰিত্ৰ উন্মোচন:

মেঘালয়ত ইন্দোৰৰ ব্যৱসায়ী ৰাজাৰ হত্যাকাণ্ডত আৰক্ষীয়ে এইবাৰ নতুন চৰিত্ৰ বিচাৰি পাইছে। তেওঁ কোন, সোণমৰ লগত তেওঁৰ কি সম্পৰ্ক, ৰাজাৰ হত্যাৰ লগত তেওঁৰ সম্পৰ্ক আছে নেকি এই বিষয়ে মেঘালয় আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

ৰাজাৰ হত্যাকাণ্ডত এতিয়ালৈকে ৫জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। গ্ৰেপ্তাৰ হোৱাসকলৰ ভিতৰত আছে ৰাজাৰ পত্নী সোণম, সোণমৰ প্ৰেমিক ৰাজ আৰু তিনিজন ভাড়াতীয়া হত্যাকাৰী। তেওঁলোকৰ মোবাইল ফোনত সন্ধান কৰি বিভিন্ন তথ্য পোৱা গৈছে। আৰক্ষীৰ মতে, হত্যাকাণ্ডৰ বাবে কিছু তথ্য যথেষ্ট গুৰুত্বপূৰ্ণ বুলি কোৱা হৈছে। এই পৰিপ্ৰেক্ষিতত এটা নতুন নামৰ উন্মেষ ঘটিছে। বিশেষ তদন্তকাৰী দলে সোণমৰ ফোনত তালাচী চলোৱাৰ অন্তত ২৪ বছৰীয়া যুৱতীগৰাকীয়ে সঞ্জয় নামৰ এজন ব্যক্তিৰ সৈতে সঘনাই কথা পাতিছিল বুলি জানিব পৰা গৈছে। ‘কল ডাটা ৰেকৰ্ড’ চাই আৰক্ষীয়ে জানিব পাৰিছে যে চলিত বৰ্ষৰ ১ মাৰ্চৰ পৰা ২৫ মাৰ্চলৈকে সোণম আৰু এজন ব্যক্তিৰ লগত মুঠ ১১৯ বাৰ ফোনত কথোপকথন হৈছিল। অৱশ্যে সঞ্জয় নামৰ সেই ব্যক্তিজনৰ মোবাইল ফোনটো এতিয়া ছুইচ অফ।

উল্লেখ্য যে এম বি এ ডিগ্ৰীধাৰী সোণমে যোৱা ১১ মে’ত ব্যৱসায়ী ৰাজাৰ সৈতে বিবাহপাশত আবদ্ধ হয়। তাৰ এসপ্তাহৰ পাছত ইন্দোৰৰ নৱবিবাহিত দম্পতীটোৱে মধুচন্দ্ৰিকাৰ বাবে মেঘালয়লৈ আহে। ২১ মে’ত তেওঁলোক শ্বিলঙৰ বালাজী গেষ্ট হাউছত আছিল। পিছদিনা নৱবিবাহিত দম্পতীহালে ভাড়াতীয়া স্কুটিত উঠি শ্বিলঙৰ পৰা ছোহৰালৈ যায়। ইয়াৰ পিছত তেওঁলোকৰ সন্ধান নোহোৱা হয়। তদন্তত প্ৰকাশ পাইছে যে ২৩ মে’ত বহু লোকে ৰাজা আৰু সোণমক দেখিছিল।

২৪ মে’ত আৰক্ষীয়ে তেওঁলোকৰ ভাড়াতীয়া স্কুটিখন ছোহৰাত পৰি থকা অৱস্থাত উদ্ধাৰ কৰে। কিছুদিন বিচাৰি ফুৰাৰ অন্তত ৱেইছাওডং জলপ্ৰপাতৰ সমীপৰ এজোপা জোপোহাৰ ওচৰত উদ্ধাৰ হয় নিৰুদ্দেশ হোৱা ৰাজাৰ নিথৰ মৃতদেহ। সেয়া ২ জুনৰ কথা। ইয়াৰ এসপ্তাহৰ ভিতৰতে উত্তৰ প্ৰদেশৰ গাজিয়াবাদৰ পৰা ৰাজাৰ পত্নী সোণমক গ্ৰেপ্তাৰ কৰা হয়।

পিছত সোণমৰ প্ৰেমিক আৰু তিনিজন ভাড়াতীয়া হত্যাকাৰীক গ্ৰেপ্তাৰ কৰা হয়। আৰক্ষীৰ তদন্তত প্ৰকাশ পাইছে যে ৰাজাক দাৰে ঘপিয়াই হত্যা কৰা হৈছে। প্ৰথমটো আঘাত কৰিছিল তিনিজন ভাড়াতীয়া হত্যাকাৰীৰ ভিতৰত বিশাল সিং চৌহান নামৰ এজনে। ৰাজাই বেদনাত চটফটাই থাকোঁতে পত্নী সোণম কিছু দূৰলৈ গুচি যায়।

স্বামীৰ হত্যাৰ পিছত পুনৰ সেই স্থানলৈ গৈ তেওঁৰ মৃতদেহ আঁতৰোৱাত সহায় কৰে। এই হত্যাকাণ্ডৰ বাবে নিৰ্জন ৱেইছাওডং জলপ্ৰপাত অঞ্চলটো বাছি লোৱা বুলিও জনা যায়। মঙলবাৰে গ্ৰেপ্তাৰ হোৱা ৫ জন লোকক লৈ মেঘালয় আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ হত্যাকাণ্ডৰ পুনৰ দৃশ্যায়নৰ কাম কৰে।

হত্যাকাণ্ডত ব্যৱহৃত দ্বিতীয়খন দা তাতেই উদ্ধাৰ কৰা হৈছে। জোপোহাৰ মাজত এটা বগা শ্বাৰ্ট উদ্ধাৰ হৈছে। জানিব পৰা মতে, ৰাজা হত্যাৰ দিনা আকাশ ৰাজপুতে পিন্ধিছিল এই শ্বাৰ্টটো। এতিয়া সঞ্জয়ৰ ৰহস্যভেদৰ চেষ্টাত আৰক্ষী।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: ফোনত কথা পাতিছিলমেঘালয়ৰ হানিমুন হত্যাকাণ্ডত নতুন চৰিত্ৰ উন্মোচন২৪ দিনত ১১৯ বাৰ সোণমৰ সৈতে
Share4Tweet3Send

Related Posts

Wife murder : পত্নীক হত্যা কৰি পুতি ৰাখিছিল পথাৰত, চাফাই কৰ্মীৰ উজুটিত ওলাই আহিল মৃতদেহ
National-International

Wife murder : পত্নীক হত্যা কৰি পুতি ৰাখিছিল পথাৰত, চাফাই কৰ্মীৰ উজুটিত ওলাই আহিল মৃতদেহ

by News Desk
September 26, 2026
50
Old woman rape : ঘৰৰ সন্মুখত মদ খোৱাত আপত্তি কৰাই কাল হ’ল, দলবদ্ধভাৱে ধৰ্ষণ কৰি হত্যা ৭০ বছৰীয়া বৃদ্ধাক
National-International

Old woman rape : ঘৰৰ সন্মুখত মদ খোৱাত আপত্তি কৰাই কাল হ’ল, দলবদ্ধভাৱে ধৰ্ষণ কৰি হত্যা ৭০ বছৰীয়া বৃদ্ধাক

by News Desk
September 26, 2026
52
CJP controversy : চিজেপিৰ কাৰ্যসূচীত মহিলাৰ ছবি বিকৃত কৰি প্ৰচাৰ, দীপকেলৈ জাননী দিল্লী উচ্চ ন্যায়ালয়ৰ
National-International

CJP controversy : চিজেপিৰ কাৰ্যসূচীত মহিলাৰ ছবি বিকৃত কৰি প্ৰচাৰ, দীপকেলৈ জাননী দিল্লী উচ্চ ন্যায়ালয়ৰ

by News Desk
September 26, 2026
57
Lady Don arrested : দিল্লীত গ্ৰেপ্তাৰ ‘লেডী ডন’ পাৰ্বতী, চলাই আছিল বৃহৎ ড্ৰাগছ সৰবৰাহৰ চক্ৰ
National-International

Lady Don arrested : দিল্লীত গ্ৰেপ্তাৰ ‘লেডী ডন’ পাৰ্বতী, চলাই আছিল বৃহৎ ড্ৰাগছ সৰবৰাহৰ চক্ৰ

by News Desk
September 25, 2026
51
Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু
National-International

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু

by News Desk
September 25, 2026
52
CEC Gyanesh Kumar : ৪৮ ঘণ্টাৰ ভিতৰত জ্ঞানেশ কুমাৰে পদত্যাগ নকৰিলে পুনৰ দেশজোৰা আন্দোলনৰ সকীয়নি পঁইতাচোৰা দলৰ
National-International

Gyanesh Kumar controversy : বিতৰ্কৰ মাজতে স্থগিত জ্ঞানেশ কুমাৰৰ দুই কাৰ্যসূচী, পদত্যাগ নকৰিলে গান্ধী জয়ন্তীৰ পৰা প্ৰতিবাদৰ সকীয়নি পঁইতাচোৰাৰ

by News Desk
September 25, 2026
52
ADVERTISEMENT
Wife murder : পত্নীক হত্যা কৰি পুতি ৰাখিছিল পথাৰত, চাফাই কৰ্মীৰ উজুটিত ওলাই আহিল মৃতদেহ
National-International

Wife murder : পত্নীক হত্যা কৰি পুতি ৰাখিছিল পথাৰত, চাফাই কৰ্মীৰ উজুটিত ওলাই আহিল মৃতদেহ

September 26, 2026
50
Nimisha’s mysterious death : হোমষ্টে ছীল কৰাৰ প্ৰস্তুতি, ধৰ্ষণ কৰি হত্যাৰ অভিযোগ পিতৃৰ
Guwahati

Nimisha’s mysterious death : হোমষ্টে ছীল কৰাৰ প্ৰস্তুতি, ধৰ্ষণ কৰি হত্যাৰ অভিযোগ পিতৃৰ

September 26, 2026
50
Spurious liquor Nagaland : নগালেণ্ডত ভেজাল সুৰাৰ বিষক্ৰিয়াত ১৯ জনৰ মৃত্যু, চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজিছে বহুতে
NORTHEAST

Spurious liquor Nagaland : নগালেণ্ডত ভেজাল সুৰাৰ বিষক্ৰিয়াত ১৯ জনৰ মৃত্যু, চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজিছে বহুতে

September 26, 2026
50
Old woman rape : ঘৰৰ সন্মুখত মদ খোৱাত আপত্তি কৰাই কাল হ’ল, দলবদ্ধভাৱে ধৰ্ষণ কৰি হত্যা ৭০ বছৰীয়া বৃদ্ধাক
National-International

Old woman rape : ঘৰৰ সন্মুখত মদ খোৱাত আপত্তি কৰাই কাল হ’ল, দলবদ্ধভাৱে ধৰ্ষণ কৰি হত্যা ৭০ বছৰীয়া বৃদ্ধাক

September 26, 2026
52
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Wife murder : পত্নীক হত্যা কৰি পুতি ৰাখিছিল পথাৰত, চাফাই কৰ্মীৰ উজুটিত ওলাই আহিল মৃতদেহ

Wife murder : পত্নীক হত্যা কৰি পুতি ৰাখিছিল পথাৰত, চাফাই কৰ্মীৰ উজুটিত ওলাই আহিল মৃতদেহ

September 26, 2026
Nimisha’s mysterious death : হোমষ্টে ছীল কৰাৰ প্ৰস্তুতি, ধৰ্ষণ কৰি হত্যাৰ অভিযোগ পিতৃৰ

Nimisha’s mysterious death : হোমষ্টে ছীল কৰাৰ প্ৰস্তুতি, ধৰ্ষণ কৰি হত্যাৰ অভিযোগ পিতৃৰ

September 26, 2026
Spurious liquor Nagaland : নগালেণ্ডত ভেজাল সুৰাৰ বিষক্ৰিয়াত ১৯ জনৰ মৃত্যু, চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজিছে বহুতে

Spurious liquor Nagaland : নগালেণ্ডত ভেজাল সুৰাৰ বিষক্ৰিয়াত ১৯ জনৰ মৃত্যু, চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজিছে বহুতে

September 26, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d