ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Friends murder youth । বন্ধুৰ ব্যক্তিগত অংগত পানীৰ পাইপ সুমুৱাই হত্যাৰ অভিযোগ চাৰি বন্ধুৰ বিৰুদ্ধে, গ্ৰেপ্তাৰ ২

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
May 20, 2025
Reading Time: 1 min read
A A
0
পত্নীৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰিব বিচৰা ৮০ বছৰীয়া বৃদ্ধক হত্যা স্বামীৰ!

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

UP encounter : উত্তৰ প্ৰদেশত ধৰ্ষণত অভিযুক্তক এনকাউণ্টাৰ

WB Assembly Election : অভিষেকৰ ঘৰৰ পৰা আঁতৰালে বৃহৎ স্কেনাৰ, প্ৰহৰীৰ পিছত চৰকাৰী নিৰাপত্তা সামগ্ৰীও প্ৰত্যাহাৰ

Tamil Nadu Election 2026 : তামিলনাডুত ‘সংখ্যাৰ খেল’, কাৰ লগত মিলি চৰকাৰ গঠন কৰিব বিজয়ে?

ব্যক্তিগত অংগত পানীৰ পাইপ সুমুৱাই বন্ধুক হত্যা কৰাৰ অপৰাধত গ্ৰেপ্তাৰ দুজন (Murder)। বাকী দুজন অভিযুক্তক বিচাৰি আছে আৰক্ষীয়ে। ফৰিদাবাদৰ ছেক্টৰ ৫৮ এলেকাত সংঘটিত হৈছে এই ঘটনা।

Friends murder youth ।
বন্ধুৰ ব্যক্তিগত অংগত পানীৰ পাইপ সুমুৱাই হত্যাৰ অভিযোগ চাৰি বন্ধুৰ বিৰুদ্ধে:

আৰক্ষীয়ে জনোৱা মতে, মনোজ চৌহান স্থানীয় সঞ্জয় কলনীৰ বাসিন্দা। তেওঁৰ চাৰি বন্ধু আতিন্দৰ, কাৰ্তিক, সন্দীপ আৰু ৰাহুলে তেওঁক হত্যা কৰাৰ অভিযোগ। চাৰিওজনৰ বয়স ৩০ বছৰৰ তলৰ। মনোজে এটা ফাৰ্ম হাউছত গা ধুই থকা সময়ত এই ভয়ংকৰ ঘটনাটো সংঘটিত হয়।

অভিযোগ অনুসৰি, চাৰিওজন বন্ধুৱে মনোজৰ ব্যক্তিগত অংগত পানীৰ পাইপ সুমুৱাই দিয়ে। তাৰ পাছত জোৰকৈ পানী এৰি দিয়ে। যাৰ বাবে মনোজ শৰীৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

পিছত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত তেওঁৰ মৃত্যু হয়। ঘটনাৰ পিছতে মনোজৰ ভাতৃ আনন্দ চৌহানৰ অভিযোগৰ ভিত্তিত ভাৰতীয় দণ্ডবিধিৰ নিৰ্দিষ্ট ধাৰা অনুসৰি ৫৮ নং ছেক্টৰ থানাত অভিযুক্তৰ বিৰুদ্ধে এফআইআৰ ৰুজু কৰা হয়। আৰক্ষীৰ ওচৰত দাখিল কৰা এজাহাৰ অনুসৰি, ১৭ মে’ৰ পুৱা চাৰিজন বন্ধুৱে মনোজক লৈ গৈছিল এটা ফাৰ্ম হাউছলৈ।

ইয়াৰ পিছতে তেওঁক গুৰুতৰ অৱস্থাত ঘৰলৈ পঠিওৱা হয়। ঘৰত নমাই থৈ যোৱাৰ সময়ত তেওঁলোকে কয় যে মনোজৰ শাৰীৰিক অৱস্থা যথেষ্ট বেয়া।
ঘটনাৰ পিছতে সঞ্জয়ৰ কলনী অঞ্চলৰ বাসিন্দা অভিযুক্ত সন্দীপ আৰু ৰাহুল ওৰফে কবুটৰক গ্ৰেপ্তাৰ কৰা হয়। বাকী দুজন অভিযুক্ত আতিন্দৰ আৰু কাৰ্তিকক বিচাৰি অভিযান আৰম্ভ হৈছে।

জেৰাৰ সময়ত অভিযুক্তই কয় যে তেওঁলোক মনোজৰ বন্ধু। ১৬ মে’ৰ নিশা দুয়ো বিয়াত অংশগ্ৰহণ কৰিবলৈ গৈছিল। পিছদিনা ডাম্পিং গ্ৰাউণ্ডৰ ওচৰৰ এটা ফাৰ্ম হাউছলৈ গৈছিল। ঘটনাৰ সময়ত সন্দীপে মনোজক ধৰি ৰাখিছিল। সেই সময়ত ৰাহুলে পানীৰ পাইপ এডাল মনোজৰ ব্যক্তিগত অংগত সুমুৱাই দিয়ে।

পানীৰ প্ৰবল গতিৰ বাবে আভ্যন্তৰীণভাৱে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় মনোজ। তাৰ পিছত মনোজক ঘৰত নমাই দিয়ে। পিছত চিকিৎসালয়ত চিকিৎসাৰ সময়ত তেওঁৰ মৃত্যু হয়। আৰক্ষীয়ে জনোৱা মতে, বাকী দুজন অভিযুক্তৰ সন্ধানত তালাচী অব্যাহত আছে।

Tags: গ্ৰেপ্তাৰ ২বন্ধুৰ ব্যক্তিগত অংগত পানীৰ পাইপসুমুৱাই হত্যাৰ অভিযোগ চাৰি বন্ধুৰ বিৰুদ্ধে
Share4Tweet3Send

Related Posts

UP encounter : উত্তৰ প্ৰদেশত ধৰ্ষণত অভিযুক্তক এনকাউণ্টাৰ
National-International

UP encounter : উত্তৰ প্ৰদেশত ধৰ্ষণত অভিযুক্তক এনকাউণ্টাৰ

by News Desk
May 6, 2026
50
WB Assembly Election : অভিষেকৰ ঘৰৰ পৰা আঁতৰালে বৃহৎ স্কেনাৰ, প্ৰহৰীৰ পিছত চৰকাৰী নিৰাপত্তা সামগ্ৰীও প্ৰত্যাহাৰ
National-International

WB Assembly Election : অভিষেকৰ ঘৰৰ পৰা আঁতৰালে বৃহৎ স্কেনাৰ, প্ৰহৰীৰ পিছত চৰকাৰী নিৰাপত্তা সামগ্ৰীও প্ৰত্যাহাৰ

by News Desk
May 6, 2026
50
Tamil Nadu Election 2026 : তামিলনাডুত ‘সংখ্যাৰ খেল’, কাৰ লগত মিলি চৰকাৰ গঠন কৰিব বিজয়ে?
National-International

Tamil Nadu Election 2026 : তামিলনাডুত ‘সংখ্যাৰ খেল’, কাৰ লগত মিলি চৰকাৰ গঠন কৰিব বিজয়ে?

by News Desk
May 6, 2026
50
Punjub blast : পঞ্জাবৰ বিএছএফৰ মুখ্য কাৰ্যালয় আৰু সেনা শিবিৰৰ বাহিৰত বিস্ফোৰণ
National-International

Punjub blast : পঞ্জাবৰ বিএছএফৰ মুখ্য কাৰ্যালয় আৰু সেনা শিবিৰৰ বাহিৰত বিস্ফোৰণ

by News Desk
May 6, 2026
50
ক্ষমতা হাতত ৰখাৰ বাবে ভোটিং মেচিন বাজেয়াপ্ত কৰাৰ নির্দেশ দিছিল ট্রাম্পে!
National-International

Donald Trump । বিধানসভা নিৰ্বাচনত ঐতিহাসিক জয়ৰ পিছত মোদীক অভিনন্দন ট্ৰাম্পৰ

by Staff Reporter
May 6, 2026
50
‎চিনেমাত ব্যৱহৃত এখন গাড়ীৰ নম্বৰ প্লেটে খলকনি লগাইছে তামিলনাডুৰ ৰাজনীতিত
National-International

‎চিনেমাত ব্যৱহৃত এখন গাড়ীৰ নম্বৰ প্লেটে খলকনি লগাইছে তামিলনাডুৰ ৰাজনীতিত

by Staff Reporter
May 6, 2026
50
ADVERTISEMENT
UP encounter : উত্তৰ প্ৰদেশত ধৰ্ষণত অভিযুক্তক এনকাউণ্টাৰ
National-International

UP encounter : উত্তৰ প্ৰদেশত ধৰ্ষণত অভিযুক্তক এনকাউণ্টাৰ

May 6, 2026
50
WB Assembly Election : অভিষেকৰ ঘৰৰ পৰা আঁতৰালে বৃহৎ স্কেনাৰ, প্ৰহৰীৰ পিছত চৰকাৰী নিৰাপত্তা সামগ্ৰীও প্ৰত্যাহাৰ
National-International

WB Assembly Election : অভিষেকৰ ঘৰৰ পৰা আঁতৰালে বৃহৎ স্কেনাৰ, প্ৰহৰীৰ পিছত চৰকাৰী নিৰাপত্তা সামগ্ৰীও প্ৰত্যাহাৰ

May 6, 2026
50
Atul Bora : অতুল বৰা হ’ব অগপ বিধায়িনী দলৰ নেতা
Assam

Atul Bora : অতুল বৰা হ’ব অগপ বিধায়িনী দলৰ নেতা

May 6, 2026
50
Tamil Nadu Election 2026 : তামিলনাডুত ‘সংখ্যাৰ খেল’, কাৰ লগত মিলি চৰকাৰ গঠন কৰিব বিজয়ে?
National-International

Tamil Nadu Election 2026 : তামিলনাডুত ‘সংখ্যাৰ খেল’, কাৰ লগত মিলি চৰকাৰ গঠন কৰিব বিজয়ে?

May 6, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

UP encounter : উত্তৰ প্ৰদেশত ধৰ্ষণত অভিযুক্তক এনকাউণ্টাৰ

UP encounter : উত্তৰ প্ৰদেশত ধৰ্ষণত অভিযুক্তক এনকাউণ্টাৰ

May 6, 2026
WB Assembly Election : অভিষেকৰ ঘৰৰ পৰা আঁতৰালে বৃহৎ স্কেনাৰ, প্ৰহৰীৰ পিছত চৰকাৰী নিৰাপত্তা সামগ্ৰীও প্ৰত্যাহাৰ

WB Assembly Election : অভিষেকৰ ঘৰৰ পৰা আঁতৰালে বৃহৎ স্কেনাৰ, প্ৰহৰীৰ পিছত চৰকাৰী নিৰাপত্তা সামগ্ৰীও প্ৰত্যাহাৰ

May 6, 2026
Atul Bora : অতুল বৰা হ’ব অগপ বিধায়িনী দলৰ নেতা

Atul Bora : অতুল বৰা হ’ব অগপ বিধায়িনী দলৰ নেতা

May 6, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx