ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Pak attack in Jammu I প্ৰতিশোধৰ যিকোনো প্ৰচেষ্টাক কঠোৰ প্ৰত্যুত্তৰ দিয়াৰ ঘোষণা বিদেশ মন্ত্ৰী জয়শংকৰৰ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
May 9, 2025
Reading Time: 1 min read
A A
0
Pak attack in Jammu I প্ৰতিশোধৰ যিকোনো প্ৰচেষ্টাক কঠোৰ প্ৰত্যুত্তৰ দিয়াৰ ঘোষণা বিদেশ মন্ত্ৰী জয়শংকৰৰ

Oplus_131072

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

‎প্ৰসৱৰ পিছত বাচি থকা ছোৱালীৰ সংখ্যা বৃদ্ধি পাইছে I কেন্দ্ৰ

ৰাস্তা আৰু আনৰ মাটিত নামাজ পঢ়া মৌলিক অধিকাৰ নহয়: ন্যায়ালয়ৰ নতুন নিৰ্দশনা জাৰি

‎পশ্চিম বংগৰ ১৫টা বুথত পুনৰ নিৰ্বাচন আৰম্ভ

পাকিস্তানৰ যিকোনো প্ৰতিশোধৰ প্ৰতি ভাৰতে তীব্ৰ সঁহাৰি দিব। এই কথা সদৰী কৰিছে বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে (S Jaishankar)। বৃহস্পতিবাৰে তেওঁ আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’ৰ সৈতে ফোনযোগে কথা পাতে। তেওঁ ইটালীৰ বৈদেশিক মন্ত্ৰী এণ্টনিঅ’ তাজানী আৰু ইউৰোপীয় সংঘৰ বৈদেশিক পৰিক্ৰমাৰ উচ্চ প্ৰতিনিধি কাজা কালাছৰ সৈতেও কথা পাতে।

Pak attack in Jammu I
প্ৰতিশোধৰ যিকোনো প্ৰচেষ্টাক কঠোৰ প্ৰত্যুত্তৰ দিয়াৰ ঘোষণা বিদেশ মন্ত্ৰী জয়শংকৰৰ:

তিনিওৰে লগত হোৱা আলোচনাৰ অন্তত জয়শংকৰে ছ’চিয়েল মিডিয়াত পোষ্ট কৰে। ৰুবিঅ’ৰ সৈতে হোৱা আলোচনা সন্দৰ্ভত তেওঁ লিখিছে, “আজি সন্ধিয়া আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’ৰ সৈতে কথা পাতিলোঁ। সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ সৈতে কাম কৰিবলৈ আমেৰিকাৰ ইচ্ছাক মই শলাগ লৈছো। সন্ত্ৰাসবাদৰ প্ৰতি ভাৰতৰ সঁহাৰি আৰু পৰিমিত প্ৰতিক্ৰিয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। প্ৰতিশোধৰ যিকোনো প্ৰচেষ্টাক গুৰুতৰভাৱে দমন কৰা হ’ব।”

ইয়াৰ পিছতে ভাৰতৰ বৈদেশিক মন্ত্ৰীয়ে ইউৰোপীয় সংঘৰ সৈতে কথা পাতে। তেওঁৰ পোষ্ট অনুসৰি, “ইউৰোপীয় সংঘৰ এইচ আৰ ভি পি কাজা কালাছৰ সৈতে শেহতীয়া পৰিস্থিতিৰ বিষয়ে আলোচনা কৰোঁ। ভাৰতে যি কৰিছে সেয়া সামান্য। কিন্তু যিকোনো প্ৰতিশোধৰ ক্ষেত্ৰত কঠোৰ সঁহাৰি দিয়া হ’ব।”

জয়শংকৰে ইটালীৰ বৈদেশিক মন্ত্ৰীলৈও একেই বাৰ্তা প্ৰেৰণ কৰে। তেওঁ ছ’চিয়েল মিডিয়াত লিখিছে, “ইটালীৰ বৈদেশিক মন্ত্ৰী এণ্টনিঅ’ তাজানীৰ সৈতে কথা পাতিছো। সন্ত্ৰাসবাদৰ প্ৰতি ভাৰতৰ পৰিমিত সঁহাৰিৰ বিষয়ে আমি আলোচনা কৰোঁ। যিকোনো প্ৰতিশোধৰ ক্ষেত্ৰত তীব্ৰ সঁহাৰি দিয়া হ’ব।”

Tags: প্ৰতিশোধৰ যিকোনো প্ৰচেষ্টাক কঠোৰপ্ৰত্যুত্তৰ দিয়াৰ ঘোষণা বিদেশ মন্ত্ৰী জয়শংকৰৰ
Share4Tweet3Send

Related Posts

Youtube I ইউটিউব চাই ঘৰতে সন্তান প্ৰসৱ ১৫ বছৰীয়া কিশোৰীৰ! নৱজাতকক ডিঙি চেপি হত্যা
National-International

‎প্ৰসৱৰ পিছত বাচি থকা ছোৱালীৰ সংখ্যা বৃদ্ধি পাইছে I কেন্দ্ৰ

by Staff Reporter
May 2, 2026
50
ৰাস্তা আৰু আনৰ মাটিত নামাজ পঢ়া মৌলিক অধিকাৰ নহয়: ন্যায়ালয়ৰ নতুন নিৰ্দশনা জাৰি
National-International

ৰাস্তা আৰু আনৰ মাটিত নামাজ পঢ়া মৌলিক অধিকাৰ নহয়: ন্যায়ালয়ৰ নতুন নিৰ্দশনা জাৰি

by Staff Reporter
May 2, 2026
50
Assam Byelections 2024 : উপ-নিৰ্বাচনৰ প্ৰস্তুতি, ২০ আগষ্টত প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকা
National-International

‎পশ্চিম বংগৰ ১৫টা বুথত পুনৰ নিৰ্বাচন আৰম্ভ

by Staff Reporter
May 2, 2026
50
ক্ষমতা হাতত ৰখাৰ বাবে ভোটিং মেচিন বাজেয়াপ্ত কৰাৰ নির্দেশ দিছিল ট্রাম্পে!
National-International

‎ইৰাণৰ লগত হোৱাত যুদ্ধত সহায় নোপোৱাত ডাঙৰ সিদ্ধান্ত ট্ৰাম্পৰ I ইউৰোপৰ দেশৰ পৰা ৫০০০ সেনা প্ৰত্যাহাৰ!

by Staff Reporter
May 2, 2026
50
‎যুদ্ধবিৰতি উলংঘন কৰি লেবাননত ইজৰাইলৰ আক্ৰমণ, নিহত ১২
National-International

‎যুদ্ধবিৰতি উলংঘন কৰি লেবাননত ইজৰাইলৰ আক্ৰমণ, নিহত ১২

by Staff Reporter
May 2, 2026
50
Supreme Court of India : ধৰ্ষণৰ বলি হোৱা লোকৰ স্বেচ্ছামূলক গৰ্ভপাত সন্দৰ্ভত কেন্দ্ৰক আইন সংশোধনৰ আহ্বান উচ্চতম ন্যায়ালয়ৰ
National-International

Supreme Court of India : ধৰ্ষণৰ বলি হোৱা লোকৰ স্বেচ্ছামূলক গৰ্ভপাত সন্দৰ্ভত কেন্দ্ৰক আইন সংশোধনৰ আহ্বান উচ্চতম ন্যায়ালয়ৰ

by News Desk
April 30, 2026
50
ADVERTISEMENT
Youtube I ইউটিউব চাই ঘৰতে সন্তান প্ৰসৱ ১৫ বছৰীয়া কিশোৰীৰ! নৱজাতকক ডিঙি চেপি হত্যা
National-International

‎প্ৰসৱৰ পিছত বাচি থকা ছোৱালীৰ সংখ্যা বৃদ্ধি পাইছে I কেন্দ্ৰ

May 2, 2026
50
ৰাস্তা আৰু আনৰ মাটিত নামাজ পঢ়া মৌলিক অধিকাৰ নহয়: ন্যায়ালয়ৰ নতুন নিৰ্দশনা জাৰি
National-International

ৰাস্তা আৰু আনৰ মাটিত নামাজ পঢ়া মৌলিক অধিকাৰ নহয়: ন্যায়ালয়ৰ নতুন নিৰ্দশনা জাৰি

May 2, 2026
50
Assam Byelections 2024 : উপ-নিৰ্বাচনৰ প্ৰস্তুতি, ২০ আগষ্টত প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকা
National-International

‎পশ্চিম বংগৰ ১৫টা বুথত পুনৰ নিৰ্বাচন আৰম্ভ

May 2, 2026
50
ক্ষমতা হাতত ৰখাৰ বাবে ভোটিং মেচিন বাজেয়াপ্ত কৰাৰ নির্দেশ দিছিল ট্রাম্পে!
National-International

‎ইৰাণৰ লগত হোৱাত যুদ্ধত সহায় নোপোৱাত ডাঙৰ সিদ্ধান্ত ট্ৰাম্পৰ I ইউৰোপৰ দেশৰ পৰা ৫০০০ সেনা প্ৰত্যাহাৰ!

May 2, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Youtube I ইউটিউব চাই ঘৰতে সন্তান প্ৰসৱ ১৫ বছৰীয়া কিশোৰীৰ! নৱজাতকক ডিঙি চেপি হত্যা

‎প্ৰসৱৰ পিছত বাচি থকা ছোৱালীৰ সংখ্যা বৃদ্ধি পাইছে I কেন্দ্ৰ

May 2, 2026
ৰাস্তা আৰু আনৰ মাটিত নামাজ পঢ়া মৌলিক অধিকাৰ নহয়: ন্যায়ালয়ৰ নতুন নিৰ্দশনা জাৰি

ৰাস্তা আৰু আনৰ মাটিত নামাজ পঢ়া মৌলিক অধিকাৰ নহয়: ন্যায়ালয়ৰ নতুন নিৰ্দশনা জাৰি

May 2, 2026
Assam Byelections 2024 : উপ-নিৰ্বাচনৰ প্ৰস্তুতি, ২০ আগষ্টত প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকা

‎পশ্চিম বংগৰ ১৫টা বুথত পুনৰ নিৰ্বাচন আৰম্ভ

May 2, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx