ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

বোকাজানত জল বিষ্ফোৰণ:জিলা আয়ুক্তৰ ঘটনাস্থলী পৰিদৰ্শন

ষ্টাফ ৰি'পৰ্টাৰঃ ডিফু

ASSAM TIMES POST by ASSAM TIMES POST
May 2, 2025
Reading Time: 1 min read
A A
0
বোকাজানত জল বিষ্ফোৰণ:জিলা আয়ুক্তৰ ঘটনাস্থলী পৰিদৰ্শন

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

ডিফুত ভয়াৱহ পথ দুর্ঘটনাত এজন নিহত, দুজন আহত

CM Diphu visit : ডিফুত কাৰ্বি পুৰোহিতক আৰ্থিক সাহায্য আৰু আত্মনিৰ্ভৰ অসম অভিযানৰ চেক প্ৰদান মুখ্যমন্ত্ৰীৰ

Karbi Youth Festival : ৫২ সংখ্যক কাৰ্বি যুৱ মহোৎসৱ; মিনি বিশ্বত পৰিণত তাৰালাংছ’

শুকুৰবাৰে পুৱা ১১ বজাত বোকাজান মহকুমাৰ গৌতম বস্তিৰ চিআৰপিএফ কেম্পৰ কাষত শংকৰ কুমাৰ নামৰ ব্যক্তি এগৰাকীৰ ঘৰত ব’ৰিং কৰোতে কালি বিয়লি ৫ বজাৰ পৰা অহৰহ পানী নির্গমন হোৱা ঘটনাস্থলী পৰিদৰ্শন কৰে জিলা আয়ুক্ত নিৰলা ফাংচপীয়ে ৷ উক্ত জল বিষ্ফোৰণৰ কাণ্ড স্থানীয়লোকে প্ৰাকৃতিক গেছ বুলি আশংকা কৰি সমগ্র অঞ্চলজুৰি তীব্র চাঞ্চল্যৰ সৃষ্টি কৰে।

বোকাজানত জল বিষ্ফোৰণ:জিলা আয়ুক্তৰ ঘটনাস্থলী পৰিদৰ্শন
বোকাজানত জল বিষ্ফোৰণ:জিলা আয়ুক্তৰ ঘটনাস্থলী পৰিদৰ্শন

বোকাজান মহকুমাধিপতি আৰু কাৰ্বি আংলং জিলাৰ আযুক্ত এই সন্দৰ্ভত অৱগত হৈ শিৱসাগৰৰ পৰা অএনজিচিৰ কাৰিকৰী বিষয়াক সমগ্র বিষয়টো অনুসন্ধান কৰাৰ বাবে আজি ঘটনাস্থলীলৈ মাতি আনে। কার্বি আংলং জিলা আযুক্ত নিৰলা ফাংচ’পী, জিলা আৰক্ষী অধীক্ষক সঞ্জীব কুমাৰ শইকীয়া, বোকাজান মহকুমাধিপতি আজি ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। জিলা আযুক্তই সংবাদমাধ্যমক জানিবলৈ দিয়া মতে অএনজিচিৰ কাৰিকৰী বিশেষজ্ঞসকলে এই ঘটনা কোনো প্রাকৃতিক গেছৰ কাৰণে হোৱা নাই বুলি জানিবলৈ দিয়ে।

তথাপিও জিলা প্রশাসন আৰু বোকাজান মহকুমা প্রশাসনে বিষয়টো গুৰুত্বসহকাৰে লৈ এলেকাটোৰ ২০০ মিটাৰলৈ কোনো ধৰণৰ কাম-কাজৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰি বিষয়টো অধিক তদন্তৰ বাবে অসম চৰকাৰলৈ প্রতিবেদন প্ৰেৰণ কৰা বুলি জানিবলৈ দিয়ে।

Tags: ১১ বজাৰ৫ বজাঅএনজিচিঅসম চৰকাৰএলেকাকার্বি আংলংকাৰিকৰী বিশেষজ্ঞগুৰুত্বসহকাৰেগৌতম বস্তিঘটনাঘটনাৰ বিশ্লেষণ.ঘটনাস্থলচিআৰপিএফ কেম্পজল নিৰ্গমনজল বিষ্ফোৰণজিলা আয়ুক্তজিলা আৰক্ষী অধীক্ষকতদন্তনিৰলা ফাংচপীনিষেধাজ্ঞাপৰিস্থিতি পৰ্যালোচনাপানী নির্গমনপ্রতিবেদনপ্ৰাকৃতিক গেছবিয়লিবোকাজানবোকাজান মহকুমাধিপতিশংকৰ কুমাৰশিৱসাগৰশুকুৰবাৰেসঞ্জীব কুমাৰ শইকীয়াসংবাদমাধ্যমস্থানীয় চাঞ্চল্য
Share4Tweet3Send

Related Posts

Heartbreaking Road Accident Claims Two Lives on Nagaland’s Dikhu Road
KARBI ANGLONG

ডিফুত ভয়াৱহ পথ দুর্ঘটনাত এজন নিহত, দুজন আহত

by Staff Reporter
March 1, 2026
50
CM Diphu visit : ডিফুত কাৰ্বি পুৰোহিতক আৰ্থিক সাহায্য আৰু আত্মনিৰ্ভৰ অসম অভিযানৰ চেক প্ৰদান মুখ্যমন্ত্ৰীৰ
KARBI ANGLONG

CM Diphu visit : ডিফুত কাৰ্বি পুৰোহিতক আৰ্থিক সাহায্য আৰু আত্মনিৰ্ভৰ অসম অভিযানৰ চেক প্ৰদান মুখ্যমন্ত্ৰীৰ

by News Desk
February 17, 2026
50
Karbi Youth Festival : ৫২ সংখ্যক কাৰ্বি যুৱ মহোৎসৱ; মিনি বিশ্বত পৰিণত তাৰালাংছ’
KARBI ANGLONG

Karbi Youth Festival : ৫২ সংখ্যক কাৰ্বি যুৱ মহোৎসৱ; মিনি বিশ্বত পৰিণত তাৰালাংছ’

by News Desk
February 16, 2026
50
Khatkhati Police Seize Nearly 1.5 kg of Illegal Poppy Straw, Arrest Two
KARBI ANGLONG

Khatkhati Police Seize Nearly 1.5 kg of Illegal Poppy Straw, Arrest Two

by ASSAM TIMES POST
February 8, 2026
50
Assam Government Orders Deportation of Three Declared Foreigners Under 1950 Act
KARBI ANGLONG

Assam Government Orders Deportation of Three Declared Foreigners Under 1950 Act

by ASSAM TIMES POST
February 7, 2026
50
Illegal Arms seized : দুৰ্ঘটনাগ্ৰস্ত স্কুটিত ওলাল বিদেশী অস্ত্ৰ, খটখটীত মহিলাসহ দুজন আৰক্ষীৰ জিম্মাত
KARBI ANGLONG

Illegal Arms seized : দুৰ্ঘটনাগ্ৰস্ত স্কুটিত ওলাল বিদেশী অস্ত্ৰ, খটখটীত মহিলাসহ দুজন আৰক্ষীৰ জিম্মাত

by News Desk
February 4, 2026
50
ADVERTISEMENT
West Indies Team : বিশ্বকাপৰ অভিযান সমাপ্ত হৈছিল পাঁচ দিন আগতে কলকতাত আবদ্ধ ৱেষ্ট ইণ্ডিজ দল, যাব পৰা নাই স্বদেশলৈ
Sports News

West Indies Team : বিশ্বকাপৰ অভিযান সমাপ্ত হৈছিল পাঁচ দিন আগতে কলকতাত আবদ্ধ ৱেষ্ট ইণ্ডিজ দল, যাব পৰা নাই স্বদেশলৈ

March 5, 2026
50
US Iran war : অতিথি হিচাপে ভাৰতলৈ যোৱা যুদ্ধজাহাজ ডুবোৱাৰ পৰিণতি ভুগিব লাগিব আমেৰিকাই, ইৰাণৰ ভাবুকি
National-International

US Iran war : অতিথি হিচাপে ভাৰতলৈ যোৱা যুদ্ধজাহাজ ডুবোৱাৰ পৰিণতি ভুগিব লাগিব আমেৰিকাই, ইৰাণৰ ভাবুকি

March 5, 2026
50
Attack on American ship : উত্তৰ উপসাগৰত জ্বলিছে আমেৰিকাৰ টেংকাৰ, দাবী তেহৰাণৰ
National-International

Attack on American ship : উত্তৰ উপসাগৰত জ্বলিছে আমেৰিকাৰ টেংকাৰ, দাবী তেহৰাণৰ

March 5, 2026
50
বিহাৰবাসীৰ লগত প্ৰতাৰণা! চৰকাৰ ভংগ কৰাৰ পিছত নীতিশক আক্ৰমণ বিজেপিৰ
National-International

Nitish Kumar I মুখ্যমন্ত্ৰীৰ পৰা পদত্যাগ নীতিশ কুমাৰৰ ! কিন্তু কিয় ?

March 5, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

West Indies Team : বিশ্বকাপৰ অভিযান সমাপ্ত হৈছিল পাঁচ দিন আগতে কলকতাত আবদ্ধ ৱেষ্ট ইণ্ডিজ দল, যাব পৰা নাই স্বদেশলৈ

West Indies Team : বিশ্বকাপৰ অভিযান সমাপ্ত হৈছিল পাঁচ দিন আগতে কলকতাত আবদ্ধ ৱেষ্ট ইণ্ডিজ দল, যাব পৰা নাই স্বদেশলৈ

March 5, 2026
US Iran war : অতিথি হিচাপে ভাৰতলৈ যোৱা যুদ্ধজাহাজ ডুবোৱাৰ পৰিণতি ভুগিব লাগিব আমেৰিকাই, ইৰাণৰ ভাবুকি

US Iran war : অতিথি হিচাপে ভাৰতলৈ যোৱা যুদ্ধজাহাজ ডুবোৱাৰ পৰিণতি ভুগিব লাগিব আমেৰিকাই, ইৰাণৰ ভাবুকি

March 5, 2026
Attack on American ship : উত্তৰ উপসাগৰত জ্বলিছে আমেৰিকাৰ টেংকাৰ, দাবী তেহৰাণৰ

Attack on American ship : উত্তৰ উপসাগৰত জ্বলিছে আমেৰিকাৰ টেংকাৰ, দাবী তেহৰাণৰ

March 5, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx