ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

HS results 2025 I উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল ঘোষণা

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
April 30, 2025
Reading Time: 1 min read
A A
0
HS results 2025 I উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল ঘোষণা

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

HS results 2026 I উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত ছাত্ৰীয়ে চেৰ পেলালে ছাত্ৰক

HS results 2026 I উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা, সামগ্ৰিক উত্তীৰ্ণৰ হাৰ ৮১.৫৪ শতাংশ

HS Results 2026 : ২৮ এপ্ৰিলত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল

বুধবাৰে ঘোষণা হয় উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল (HS Exam 2025)। এই পৰীক্ষাৰ কলা, বিজ্ঞান আৰু বাণিজ্য তিনিওটা শাখাৰে ফলাফল ঘোষণা কৰা হয়। পুৱা ৯ বজাত ঘোষিত ফলাফল অনুসৰি কলা শাখাত উত্তীৰ্ণৰ হাৰ হৈছে ৮১.০৩%।
HS results 2025 I
উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল ঘোষণা:

কলা শাখাত পৰীক্ষাত অৱতীৰ্ণ মুঠ ২২৬৭৫৬ গৰাকী প্ৰাৰ্থীৰ ভিতৰত ১৮৪৭৪৫ গৰাকী উত্তীৰ্ণ হয়। ইয়াৰে ভিতৰত প্ৰথম বিভাগত ৪৯৫৭৭,cদ্বিতীয় বিভাগত ৮০৬৫০ আৰু তৃতীয় বিভাগত ৫৩৫১৮ গৰাকী উত্তীৰ্ণ হয়।

আনহাতে, বিজ্ঞান শাখাত উত্তীৰ্ণৰ হাৰ হৈছিল ৮৪.৮৮%। পৰীক্ষাত অৱতীৰ্ণ হোৱা মুঠ পৰীক্ষাৰ্থী আছিল ৫৬৯০৯ গৰাকী। ইয়াৰে ভিতৰত ৪৮৩০৯ গৰাকী উত্তীৰ্ণ হয়।

বিজ্ঞান শাখাত প্ৰথম বিভাগত ২৫৮২৭, দ্বিতীয় বিভাগত ১৯২৮৬ আৰু তৃতীয় বিভাগত উত্তীৰ্ণ হয় ৩১৯৬ গৰাকী। একেদৰে বাণিজ্য শাখাত উত্তীৰ্ণৰ হাৰ হৈছে ৮২.১৮%।

পৰীক্ষাত অৱতীৰ্ণ মুঠ ১৭৭৪৬ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত উত্তীৰ্ণ হয় ১৪৫৮৪ গৰাকী। আনহাতে, প্ৰথম বিভাগত ৬৫১৯, দ্বিতীয় বিভাগত ৫৭৬০ আৰু
তৃতীয় বিভাগত উত্তীৰ্ণ হয় ২৩০৫ গৰাকী।

ইফালে ৯৪.২১ শতাংশ উত্তীৰ্ণ হাৰেৰে কলা শাখাৰ শীৰ্ষস্থান দখল কৰে বাক্সা জিলাই। আনহাতে, ১০০ শতাংশ উত্তীৰ্ণৰ হাৰেৰে বিজ্ঞান শাখাত ৰাজ্যৰ ভিতৰত শীৰ্ষস্থান দখল কৰিছে পশ্চিম কাৰ্বি আংলং জিলাই।

একেদৰে ১০০ শতাংশ উত্তীৰ্ণৰে বাণিজ্য শাখাৰ শীৰ্ষত দক্ষিণ শালমৰা। ইয়াৰ উপৰি বৃত্তিমুখী শাখাৰ শীৰ্ষত বিশ্বনাথ, লখিমপুৰ, নলবাৰী আৰু শ্রীভূমি জিলা। আটাইকেইখন জিলাৰে বিভাগটোত উত্তীৰ্ণৰ হাৰ ১০০ শতাংশ।

Tags: উচ্চতৰ মাধ্যমিক পৰীক্ষাৰফলাফল ঘোষণা
Share4Tweet3Send

Related Posts

HS Results 2026 : ২৮ এপ্ৰিলত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল
Assam

HS results 2026 I উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত ছাত্ৰীয়ে চেৰ পেলালে ছাত্ৰক

by Staff Reporter
April 28, 2026
50
কাৰ্বি আংলং জিলাৰ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ২০২৫ বৰ্ষৰ ফলাফল: এক বিশ্লেষণ
Assam

HS results 2026 I উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা, সামগ্ৰিক উত্তীৰ্ণৰ হাৰ ৮১.৫৪ শতাংশ

by Staff Reporter
April 28, 2026
50
HS Results 2026 : ২৮ এপ্ৰিলত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল
Assam

HS Results 2026 : ২৮ এপ্ৰিলত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল

by News Desk
April 23, 2026
50
Srimanta Sankar Mission : নগাঁৱৰ শ্ৰীমন্ত শংকৰ মিছনলৈ এক লাখ টকাৰ বৰঙণি তামুলী ফুকন দম্পতীৰ
Assam

Srimanta Sankar Mission : নগাঁৱৰ শ্ৰীমন্ত শংকৰ মিছনলৈ এক লাখ টকাৰ বৰঙণি তামুলী ফুকন দম্পতীৰ

by News Desk
April 22, 2026
50
Abhi-Neel Murder case : ৰাজ্য কপোৱা অভি-নীলৰ হত্যাকাণ্ডৰ গোচৰৰ চুড়ান্ত ৰায়দান, ২০ জনক দোষী সাব্যস্ত,২৫ জনক দোষমুক্ত ঘোষণা
Assam

Abhi-Neel Murder case : ৰাজ্য কপোৱা অভি-নীলৰ হত্যাকাণ্ডৰ গোচৰৰ চুড়ান্ত ৰায়দান, ২০ জনক দোষী সাব্যস্ত,২৫ জনক দোষমুক্ত ঘোষণা

by News Desk
April 20, 2026
50
Abhi Neel murder case I অৱশেষত ৮ বছৰৰ অপেক্ষাৰ অন্ত, অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান নগাঁও আদালতৰ
Assam

Abhi Neel murder case I অৱশেষত ৮ বছৰৰ অপেক্ষাৰ অন্ত, অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান নগাঁও আদালতৰ

by Staff Reporter
April 20, 2026
50
ADVERTISEMENT
Murderer arrested I খটখটীত ১৩ বছৰৰ আত্মগোপন কৰি থকা হত্যাকাৰী নুৰহুছেইন গ্ৰেপ্তাৰ
National-International

Digital arrest I ডিজিটেল গ্ৰেপ্তাৰ ৰোধৰ বাবে কেন্দ্ৰৰ জৰুৰী পদক্ষেপ

April 28, 2026
50
HS Results 2026 : ২৮ এপ্ৰিলত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল
Assam

HS results 2026 I উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত ছাত্ৰীয়ে চেৰ পেলালে ছাত্ৰক

April 28, 2026
50
PM Modi I এইবাৰ ফুটবল খেলুৱৈৰ ৰূপত প্ৰধানমন্ত্ৰী মোদী, লক্ষ্য বংগৰ নিৰ্বাচন ?
National-International

PM Modi I এইবাৰ ফুটবল খেলুৱৈৰ ৰূপত প্ৰধানমন্ত্ৰী মোদী, লক্ষ্য বংগৰ নিৰ্বাচন ?

April 28, 2026
50
Corruption Scandal Unfolds in Shribhoomi: Head Teacher Arrested for Bribery 
National-International

‎কেৱল ৪০ শতাংশ নৱাগতই ৫ লাখ টকাৰ পেকেজ প্ৰাপ্ত কৰিছে, নিম্ন চিটিচিত ৯০ শতাংশ কাম কৰিবলৈ সাজু ‎

April 28, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Murderer arrested I খটখটীত ১৩ বছৰৰ আত্মগোপন কৰি থকা হত্যাকাৰী নুৰহুছেইন গ্ৰেপ্তাৰ

Digital arrest I ডিজিটেল গ্ৰেপ্তাৰ ৰোধৰ বাবে কেন্দ্ৰৰ জৰুৰী পদক্ষেপ

April 28, 2026
HS Results 2026 : ২৮ এপ্ৰিলত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল

HS results 2026 I উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত ছাত্ৰীয়ে চেৰ পেলালে ছাত্ৰক

April 28, 2026
PM Modi I এইবাৰ ফুটবল খেলুৱৈৰ ৰূপত প্ৰধানমন্ত্ৰী মোদী, লক্ষ্য বংগৰ নিৰ্বাচন ?

PM Modi I এইবাৰ ফুটবল খেলুৱৈৰ ৰূপত প্ৰধানমন্ত্ৰী মোদী, লক্ষ্য বংগৰ নিৰ্বাচন ?

April 28, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx