ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Mob lynching I বিদ্যুতৰ খুঁটাত বান্ধি মাৰধৰ কৰি প্ৰস্ৰাৱ খুৱালে নাবালকক

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
April 21, 2025
Reading Time: 1 min read
A A
0
Mob lynching I বিদ্যুতৰ খুঁটাত বান্ধি মাৰধৰ কৰি প্ৰস্ৰাৱ খুৱালে নাবালকক

Oplus_131072

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Raja murder case I গুৱাহাটী আৰু মেঘালয়ৰ মাজত তিনিবাৰকৈ হত্যাৰ চেষ্টা চলাইছিল ৰাজাক

Ahmedabad Plane crash I ১১এ নম্বৰ, বিমানৰ আটাইতকৈ বিৰক্তিকৰ আসনখনেই এতিয়া সৰ্বাধিক চৰ্চাত

Israel airstrikes in Iran I ইজৰাইলৰ আক্ৰমণত নিহত মুখ্য সেনাধ্যক্ষকে ধৰি ইৰাণৰ কেইবাজনো শীৰ্ষ সামৰিক বিষয়া, ৬ বিজ্ঞানীৰো মৃত্যু

এটি নাবালকক লৈ মেলালৈ গৈ আছিল এজন যুৱক। হঠাৎ একাংশ লোকে দুয়োকে ধৰি মাৰপিট কৰিবলৈ ধৰে। অভিযোগ অনুসৰি, দুয়োকে বিদ্যুতৰ খুঁটাত বান্ধি প্ৰস্ৰাৱো খুৱাই দিয়ে। কেৱল সেয়াই নহয়, চিগাৰেট হুপিবলৈও দিয়া হয়। কিন্তু কিয়? তেওঁলোকৰ অপৰাধ কি?
Mob lynching I
বিদ্যুতৰ খুঁটাত বান্ধি মাৰধৰ কৰি প্ৰস্ৰাৱ খুৱালে নাবালকক:

পিছে ঘটনা অন্য ধৰণৰহে। কেৰ্কেটুৱাই তামোল খায়, নেউলক ধৰি-বান্ধি কোবাইৰ নিচিনা ঘটনা। আচলতে যিসকল লোকে তেওঁলোকক নিগ্ৰহ কৰিছিল, ভুলতেহে সেয়া কৰিছিল। নিগ্ৰহকাৰীয়ে আচলতে বিচাৰি আছিল বেলেগক, ধৰি নি অত্যাচাৰ কৰিলে অন্য দুজনকহে। ভুলবশতঃ পথৰ পৰা উঠাই নিছিল নিৰ্দোষী দুজনক।

ওড়িশাৰ পুৰী জিলাৰ কাটাকোছাংগা অঞ্চলৰ এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, অঞ্চলটোৰ চুবুৰীয়া দুখন গাঁৱৰ বাসিন্দাৰ মাজত বিবাদৰ সৃষ্টি হয়। ঘটনাৰ দিনা কাটাকোছাংগা গাঁৱৰ ৰাইজে ভাবিছিল যে নিগৃহীত দুজন আচলতে চুবুৰীয়া গাঁৱৰ প্ৰতিদ্বন্দ্বী গোটৰ সদস্য।

সেইবাবেই তেওঁলোকক মাৰপিট কৰিবলৈ ধৰে। ইফালে প্ৰহাৰৰ পিছতে এজনে মূৰত গুৰুতৰভাৱে আঘাত পায়।
এই কাণ্ডৰ ভয়াৱহতা বৰ্ণনা কৰি এজন ভুক্তভোগীয়ে কয়, “আমি মেলালৈ গৈ আছিলোঁ। কিন্তু আমি গম পোৱাৰ পূৰ্বেই দুজনমানে আহি আমাক ধৰে। তাৰ পিছত আমাক বিদ্যুতৰ খুঁটাত বান্ধি মাৰপিট আৰু অত্যাচাৰ কৰা হয়।”

এই ঘটনাৰ পিছতে নাবালকৰ পিতৃয়ে দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী কৰিছে। সমগ্ৰ ঘটনাৰ বিষয়ে জানিব পাৰি আৰক্ষীয়েও ব্যৱস্থা গ্ৰহণ কৰিছে। এজন আৰক্ষী বিষয়াই কয় যে কোনো অপৰাধীক ৰেহাই দিয়া নহ’ব। আৰক্ষীৰ সূত্ৰ অনুসৰি, আৰক্ষীয়ে ইতিমধ্যে কেইবাজনো সন্দেহযুক্ত লোকক আটক কৰি জেৰা কৰিছে।

Share this:

  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on X (Opens in new window) X

Like this:

Like Loading...

Related

Tags: কৰি প্ৰস্ৰাৱ খুৱালে নাবালককবিদ্যুতৰ খুঁটাত বান্ধি মাৰধৰ
Share5Tweet3Send

Related Posts

Tragic Murder Probe of Indore Businessman Raj Raghuwanshi’s Pre-Wedding Video
National-International

Raja murder case I গুৱাহাটী আৰু মেঘালয়ৰ মাজত তিনিবাৰকৈ হত্যাৰ চেষ্টা চলাইছিল ৰাজাক

by Staff Reporter
June 13, 2025
50
Ahmedabad Plane crash I ১১এ নম্বৰ, বিমানৰ আটাইতকৈ বিৰক্তিকৰ আসনখনেই এতিয়া সৰ্বাধিক চৰ্চাত
National-International

Ahmedabad Plane crash I ১১এ নম্বৰ, বিমানৰ আটাইতকৈ বিৰক্তিকৰ আসনখনেই এতিয়া সৰ্বাধিক চৰ্চাত

by Staff Reporter
June 13, 2025
50
Israel airstrikes in Iran I ইজৰাইলৰ আক্ৰমণত নিহত মুখ্য সেনাধ্যক্ষকে ধৰি ইৰাণৰ কেইবাজনো শীৰ্ষ সামৰিক বিষয়া, ৬ বিজ্ঞানীৰো মৃত্যু
National-International

Israel airstrikes in Iran I ইজৰাইলৰ আক্ৰমণত নিহত মুখ্য সেনাধ্যক্ষকে ধৰি ইৰাণৰ কেইবাজনো শীৰ্ষ সামৰিক বিষয়া, ৬ বিজ্ঞানীৰো মৃত্যু

by Staff Reporter
June 13, 2025
50
Air India plane crash I বিমান যাত্ৰা নকৰাকৈয়ে ঘটিল মৃত্যু, চিকিৎসকৰ হোষ্টেলতে পৰিল ধ্বংসপ্ৰাপ্ত বিমান
National-International

Air India plane crash I দুৰ্ঘটনাৰ সময়ত কি কৰিছিল, কেনেদৰে ওলাই আহিল? বিমান দুৰ্ঘটনাত একমাত্ৰ জীৱিত ৰমেশে ক’লে

by Staff Reporter
June 13, 2025
50
মাজ আকাশতেই বন্ধ হ’ল এয়াৰ ইণ্ডিয়াৰ বিমানৰ ইঞ্জিন! বৃহৎ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা
National-International

Air India । আকাশত তিনি ঘণ্টা ঘূৰি অৱশেষত মুম্বাইলৈ উভতিল এয়াৰ ইণ্ডিয়াৰ বিমান, কিন্তু কিয়?

by Staff Reporter
June 13, 2025
50
Air India flight crash I  মোৰ ভাই আছিল বিমানখনৰ ফাৰ্ষ্ট অফিচাৰ, অভিনেতা বিক্ৰান্ত মেছিৰ আৱেগিক টুইট
National-International

Air India flight crash I  মোৰ ভাই আছিল বিমানখনৰ ফাৰ্ষ্ট অফিচাৰ, অভিনেতা বিক্ৰান্ত মেছিৰ আৱেগিক টুইট

by Staff Reporter
June 13, 2025
50
ADVERTISEMENT
Government’s Urgent Fight Against Rising Drug Addiction Among Youth: Empowering the Next Generation
KARBI ANGLONG

Government’s Urgent Fight Against Rising Drug Addiction Among Youth: Empowering the Next Generation

June 13, 2025
50
Tragic Murder Probe of Indore Businessman Raj Raghuwanshi’s Pre-Wedding Video
National-International

Raja murder case I গুৱাহাটী আৰু মেঘালয়ৰ মাজত তিনিবাৰকৈ হত্যাৰ চেষ্টা চলাইছিল ৰাজাক

June 13, 2025
50
Ahmedabad Plane crash I ১১এ নম্বৰ, বিমানৰ আটাইতকৈ বিৰক্তিকৰ আসনখনেই এতিয়া সৰ্বাধিক চৰ্চাত
National-International

Ahmedabad Plane crash I ১১এ নম্বৰ, বিমানৰ আটাইতকৈ বিৰক্তিকৰ আসনখনেই এতিয়া সৰ্বাধিক চৰ্চাত

June 13, 2025
50
Drug Addiction I নৱ প্ৰজন্মৰ ড্ৰাগছ আসক্তি :ডিফুত সফলভাৱে সম্পন্ন কেপাছিটি বিল্ডিং ট্ৰেইনিং কাৰ্যসূচী
KARBI ANGLONG

Drug Addiction I নৱ প্ৰজন্মৰ ড্ৰাগছ আসক্তি :ডিফুত সফলভাৱে সম্পন্ন কেপাছিটি বিল্ডিং ট্ৰেইনিং কাৰ্যসূচী

June 13, 2025
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Government’s Urgent Fight Against Rising Drug Addiction Among Youth: Empowering the Next Generation

Government’s Urgent Fight Against Rising Drug Addiction Among Youth: Empowering the Next Generation

June 13, 2025
Tragic Murder Probe of Indore Businessman Raj Raghuwanshi’s Pre-Wedding Video

Raja murder case I গুৱাহাটী আৰু মেঘালয়ৰ মাজত তিনিবাৰকৈ হত্যাৰ চেষ্টা চলাইছিল ৰাজাক

June 13, 2025
Ahmedabad Plane crash I ১১এ নম্বৰ, বিমানৰ আটাইতকৈ বিৰক্তিকৰ আসনখনেই এতিয়া সৰ্বাধিক চৰ্চাত

Ahmedabad Plane crash I ১১এ নম্বৰ, বিমানৰ আটাইতকৈ বিৰক্তিকৰ আসনখনেই এতিয়া সৰ্বাধিক চৰ্চাত

June 13, 2025

Categories

ALL NEWS (17392) Artificial Intelligence (1) Assam (13689) BREAKING NEWS (6483) Business (34) crime (20) cultural (5) Digital Transformation (2) DIPHU (1) Earthquake (1) Economy (98) Editorial (16) EDUCATION AND TECHNOLOGY (102) election (4) Entertainment (767) Entertrainment (419) EXCLUSIVE (124) Fashion (9) Featured (22) Features (30) FLIM (3) Guwahati (2042) Health & Fitness (630) Jobs & Career (7) KARBI ANGLONG (3394) Lifestyle (24) literature (16) National-International (10116) NORTHEAST (855) Novels (3) Photo (5) Poems (9) Political (138) Recipes (6) Science (1) Social Media (1) Sports News (496) Stories (16) Tech (14) Technology (1) Tourism (1) Travel (6) Uncategorized (15) Video News (90)

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d