ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

CM Himanta Biswa Sarma ।  অসমত কৰ্কট ৰোগীৰ বাবে প্ৰ’টন বীম থেৰাপী, ঘোষণা মুখ্যমন্ত্ৰীৰ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
April 17, 2025
Reading Time: 1 min read
A A
0
CM Himanta Biswa Sarma ।  অসমত কৰ্কট ৰোগীৰ বাবে প্ৰ’টন বীম থেৰাপী, ঘোষণা মুখ্যমন্ত্ৰীৰ

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৮ জনলৈ বৃদ্ধি

Urgent: Assam to Receive Clear Flood Loss Estimate by Sept 10 — CM

Assam Weaver’s Moving Gamosa Tribute : Nine Zubeen Garg Songs

অসমৰ স্বাস্থ্য খণ্ডত এক নতুন সংযোজনৰ ঘোষণা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ (CM Himanta Biswa Sarma)। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ নৱনির্মিত ভৱনৰ নিৰ্মাণ কাৰ্যৰ বুজ লৈ এই ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে। বিশেষকৈ ৰাজ্যৰ কৰ্কট ৰোগ চিকিৎসা খণ্ডত নতুন প্ৰযুক্তিৰ সংযোজনৰ কথা উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে।
CM Himanta Biswa Sarma । 
অসমত কৰ্কট ৰোগীৰ বাবে প্ৰ’টন বীম থেৰাপী, ঘোষণা মুখ্যমন্ত্ৰীৰ:

মুখ্যমন্ত্ৰীয়ে কয়, “আমি অসমলৈ প্ৰ’টন বীম থেৰাপী অনাৰ বাবে বিশেষভাৱে গুৰুত্ব প্ৰদান কৰি কাম কৰি আছোঁ৷ ই এক অত্যাধুনিক প্ৰযুক্তিগত চিকিৎসা, যি কৰ্কট ৰোগীয় মৃত্যুৰ হাৰ হ্ৰাস কৰাত যথেষ্ট পৰিমাণে প্ৰভাৱ পেলাব।”

আনহাতে, প্ৰাগজ্যোতিষপুৰ চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণ অগ্ৰগতিৰ বুজ লোৱাৰ উদ্দেশ্যৰে বৃহস্পতিবাৰে চৌহদটিত উপস্থিত হয় মুখ্যমন্ত্ৰী।
তাত উপস্থিত হৈ মুখ্যমন্ত্ৰীয়ে কয়, “গুৱাহাটীৰ দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয় হিচাপে ইয়াত ইতিমধ্যে সীমিত অ’পিডি সেৱা আগবঢ়াই থকা হৈছে আৰু অহা ১৫ আগষ্টৰ ভিতৰত ই সম্পূৰ্ণৰূপে কাৰ্যক্ষম হ’ব বুলি আমি আশা প্ৰকাশ কৰিছোঁ।”

IMG 20250417 WA0047 | ASSAM TIMES POST

উল্লেখ্য যে প্ৰাগজ্যোতিষপুৰ চিকিৎসা মহাবিদ্যালয়খনৰ নিৰ্মাণ সম্পূৰ্ণ হ’লে ৬০০খন বিছনাযুক্তৰ হোৱাৰ লগতে ১০০জন শিক্ষাৰ্থীয়ে এম বি বি এছ শিক্ষা গ্ৰহণ কৰিব পাৰিব বুলিও মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। ইয়াৰ উপৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ নিৰ্মীয়মান মাতৃ আৰু শিশু চিকিৎসালয়ৰ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰো বুজ লয় মুখ্যমন্ত্ৰীয়ে।

নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ লৈ মুখ্যমন্ত্ৰীয়ে কয়, “গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ আগন্তুক মাতৃ আৰু শিশু চিকিৎসালয়ে সমৰ্পিত আৰু বিশেষ শিশু চিকিৎসা সেৱা আগবঢ়াব। ৮০০খন বিছনাৰে সজ্জিত হ’বলগীয়া এই অত্যাধুনিক চিকিৎসা সেৱা প্ৰদান গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালক সম্পূৰ্ণৰূপে পুনর্নির্মাণ কৰাৰ আমাৰ বৃহত্তৰ পৰিকল্পনাৰ এক অংশ।”

Tags: অসমত কৰ্কট ৰোগীৰ বাবে প্ৰ'টনঘোষণা মুখ্যমন্ত্ৰীৰবীম থেৰাপী
Share4Tweet3Send

Related Posts

Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৮ জনলৈ বৃদ্ধি
Assam

Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৮ জনলৈ বৃদ্ধি

by News Desk
August 8, 2026
50
Urgent: Assam to Receive Clear Flood Loss Estimate by Sept 10 — CM
Assam

Urgent: Assam to Receive Clear Flood Loss Estimate by Sept 10 — CM

by ASSAM TIMES POST
August 7, 2026
50
Assam Weaver’s Moving Gamosa Tribute : Nine Zubeen Garg Songs
Assam

Assam Weaver’s Moving Gamosa Tribute : Nine Zubeen Garg Songs

by News Desk
August 7, 2026
50
Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৭ জনলৈ বৃদ্ধি
Assam

Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৭ জনলৈ বৃদ্ধি

by News Desk
August 7, 2026
50
Assam flood casualties : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৫ জনলৈ বৃদ্ধি
Assam

Assam flood casualties : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৫ জনলৈ বৃদ্ধি

by News Desk
August 6, 2026
50
Hailakandi rape case : হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড
Assam

Hailakandi rape murder : হাইলাকান্দি কিশোৰীক ধৰ্ষণ-হত্যাকাণ্ডত গ্ৰেপ্তাৰ ২, নাবালকো জড়িত

by News Desk
August 4, 2026
50
ADVERTISEMENT
Meta vs Indian Govt : ডীপফেক আৰু ভুল তথ্য বন্ধ কৰাৰ পৰিকল্পনাৰ ৰোডমেপ জমা দিবলৈ মেটাক কেন্দ্ৰৰ নিৰ্দেশ
Digital Transformation

Meta vs Indian Govt : ডীপফেক আৰু ভুল তথ্য বন্ধ কৰাৰ পৰিকল্পনাৰ ৰোডমেপ জমা দিবলৈ মেটাক কেন্দ্ৰৰ নিৰ্দেশ

August 8, 2026
50
Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল
KARBI ANGLONG

Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল

August 8, 2026
50
Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১
National-International

Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১

August 8, 2026
50
Pak spy arrested : যৌনতাৰ ফান্দত পেলাই প্ৰতিৰক্ষা তথ্য চুৰি পাকিস্তানী হেণ্ডলাৰৰ, দিল্লীত গ্ৰেপ্তাৰ বায়ুসেনাৰ উইং কমাণ্ডাৰ
National-International

Pak spy arrested : যৌনতাৰ ফান্দত পেলাই প্ৰতিৰক্ষা তথ্য চুৰি পাকিস্তানী হেণ্ডলাৰৰ, দিল্লীত গ্ৰেপ্তাৰ বায়ুসেনাৰ উইং কমাণ্ডাৰ

August 8, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Meta vs Indian Govt : ডীপফেক আৰু ভুল তথ্য বন্ধ কৰাৰ পৰিকল্পনাৰ ৰোডমেপ জমা দিবলৈ মেটাক কেন্দ্ৰৰ নিৰ্দেশ

Meta vs Indian Govt : ডীপফেক আৰু ভুল তথ্য বন্ধ কৰাৰ পৰিকল্পনাৰ ৰোডমেপ জমা দিবলৈ মেটাক কেন্দ্ৰৰ নিৰ্দেশ

August 8, 2026
Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল

Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল

August 8, 2026
Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১

Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১

August 8, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx