ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

কাৰবি আংলংত মুখ্যমন্ত্ৰীৰ দুদিনীয়া ভ্ৰমণ: শান্তি চুক্তি আৰু প্ৰাক্তন বিদ্ৰোহী সংগঠনৰ সৈতে আলোচনা

ষ্টাফ ৰি'পৰ্টাৰঃ ডিফু

ASSAM TIMES POST by ASSAM TIMES POST
April 17, 2025
Reading Time: 1 min read
A A
0

RELATED POSTS

Dry day : হাওৰাঘাট আবকাৰী চক্ৰৰ সীমান্ত অঞ্চলত শুকান দিৱস ঘোষণা

Dumper accident : কয়লামাটিত দুর্ঘটনাগ্ৰস্ত দুই ডাম্পাৰ

Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩

New Logo Smal 1 | ASSAM TIMES POST

বৃহস্পতিবাৰে পুৱা ১০ মান বজাত দুদিনীয়া কাৰ্যসূচীলৈ কাৰবি আংলং জিলাৰ সদৰ চহৰ ডিফুত উপস্থিত হৈছে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা তাৰালাংচ অস্থায়ী হেলিপেডৰ পৰা মুখ্যমন্ত্ৰী গৰাকীক কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ চিইএম তুলিৰাম ৰংহাঙ নেতৃত্বাধীন টীম কাৰ্বি আংলঙে উষ্ম আদৰণি জনোৱাৰ পাছত বিভিন্ন জনগোষ্ঠীৰ সাংস্কৃতিক দলে মুখ্যমন্ত্ৰী পুষ্প বৰ্ষণেৰ বিপুল আদৰণি জনায় ৷

কাৰবি আংলংত মুখ্যমন্ত্ৰীৰ দুদিনীয়া ভ্ৰমণ: শান্তি চুক্তি আৰু প্ৰাক্তন বিদ্ৰোহী সংগঠনৰ সৈতে আলোচনা
কাৰবি আংলংত মুখ্যমন্ত্ৰীৰ দুদিনীয়া ভ্ৰমণ: শান্তি চুক্তি আৰু প্ৰাক্তন বিদ্ৰোহী সংগঠনৰ সৈতে আলোচনা

ইয়াৰ পাছত মুখ্যমন্ত্ৰী গৰাকীয়ে তাৰালাংচৰ কাজিৰ ৰংহাংপী গেষ্ট হাউছত ২০২১ চনত শান্তি চুক্তি স্বাক্ষৰকাৰী ও আলোচনাপন্থী  ৬ টা উগ্ৰপন্থী সংগঠনৰ সৈতে বৈঠকত মিলিত হয় ৷ ইয়াৰ পিছতো দিনযোৰা কাৰ্যসূচীৰে বিভিন্ন কাৰ্যসূচীত অংশ গ্ৰহণ কৰে ৷

আনহাতে আলোচনাত  ৬ প্ৰাক্তন বিদ্ৰোহী সংগঠন ক্ৰমে KLNLF, PDCK, UPLA আৰু KPLT ৰ তিনিটা গোটৰ সৈতে মুখ্যমন্ত্ৰীৰ আলোচনা সম্পন্ন হয় ৷

সাংবাদিকপ সৈতে হোৱা বাৰ্তালাপত বিদ্ৰুোহী নেতা ৰেজাক দেৰাই কয়যে,  সংগঠনসমূহৰ সৈতে ২০২১ চনৰ ৪ ছেপ্টেম্বৰত সম্পন্ন হোৱা MoS চুক্তিৰ ৰূপায়ন সন্দৰ্ভত হোৱা আলোচনা ফলপ্ৰসূ আছিল বুলি মন্তব্য কৰে প্ৰাক্তন বিদ্ৰোহী নেতাই

সংবিধানৰ ১২৫ সংখ্যক সংশোধনী সন্দৰ্ভতো মুখ্যমন্ত্ৰীয়ে গুৰুত্ব প্ৰদান কৰি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ৪৪ খন আসন বৃদ্ধিৰ জৰিয়তে প্ৰাক্তন বিদ্ৰোহী নেতৃত্বক ৰাজনৈতিক সংস্থাপন দিয়াৰ কথাও মুখ্যমন্ত্ৰীয়ে আলোচনাত উল্লেখ কৰে বুলি জানিব দিয়ে প্ৰাক্তন বিদ্ৰোহী নেতাজনে ৷আলোচনাত প্ৰাক্তন বিদ্ৰোহী নেতা আই কে ছংবিজিত, প্ৰদীপ দিলি, ৰেজাক ডেৰা আদি নেতাই অংশ‌ লয়।

 

 

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: KLNLFKPLTMoS চুক্তিPDCKUPLAআলোচনাআলোচনাপন্থীউগ্ৰপন্থী সংগঠনউষ্ম আদৰণিকাজিৰ ৰংহাংপী গেষ্ট হাউছকাৰবি আংলংকাৰ্বি আংলং উন্নয়নকাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদকাৰ্যসূচীচিইএম তুলিৰাম ৰংহাঙজনগোষ্ঠীৰ সাংস্কৃতিক দলদিনযোৰা কাৰ্যসূচীপুষ্প বৰ্ষণপুৱা ১০ মান বাজতপ্ৰাক্তন বিদ্ৰোহী নেতাবিদ্ৰোহী সংগঠনবৃহস্পতিবাৰেবৈঠকমুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাশান্তি চুক্তিসদৰ চহৰ ডিফুসাংবাদিক১২৫ সংখ্যক সংশোধনীৰাজনৈতিক সংস্থাপন
Share5Tweet3Send

Related Posts

Dry day : হাওৰাঘাট আবকাৰী চক্ৰৰ সীমান্ত অঞ্চলত শুকান দিৱস ঘোষণা
KARBI ANGLONG

Dry day : হাওৰাঘাট আবকাৰী চক্ৰৰ সীমান্ত অঞ্চলত শুকান দিৱস ঘোষণা

by News Desk
October 3, 2026
59
Dumper accident : কয়লামাটিত দুর্ঘটনাগ্ৰস্ত দুই ডাম্পাৰ
KARBI ANGLONG

Dumper accident : কয়লামাটিত দুর্ঘটনাগ্ৰস্ত দুই ডাম্পাৰ

by News Desk
October 1, 2026
56
Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩
KARBI ANGLONG

Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩

by News Desk
September 21, 2026
71
Body recovered at Diphu : ডিফুৰ ৰে’লপথত মৃতদেহ উদ্ধাৰ
KARBI ANGLONG

Body recovered at Diphu : ডিফুৰ ৰে’লপথত মৃতদেহ উদ্ধাৰ

by ASSAM TIMES POST
September 17, 2026
63
KAAC elections 2027 : কাৰ্বি পৰিষদীয় নিৰ্বাচন, বিজেপিৰ বিভিন্ন প্ৰান্তত যোগদান কাৰ্যসূচী
KARBI ANGLONG

KAAC elections 2027 : কাৰ্বি পৰিষদীয় নিৰ্বাচন, বিজেপিৰ বিভিন্ন প্ৰান্তত যোগদান কাৰ্যসূচী

by News Desk
September 16, 2026
63
Tragic death : কাৰ্বি আংলঙত শোকাৱহ ঘটনা, জ্যেষ্ঠ ভাতৃক বচাবলৈ গৈ কনিষ্ঠ ভাতৃৰ মৃত্যু
KARBI ANGLONG

Tragic death : কাৰ্বি আংলঙত শোকাৱহ ঘটনা, জ্যেষ্ঠ ভাতৃক বচাবলৈ গৈ কনিষ্ঠ ভাতৃৰ মৃত্যু

by ASSAM TIMES POST
September 16, 2026
67
ADVERTISEMENT
JNU professor terminates : যৌন নিৰ্যাতনৰ অভিযোগত বৰ্খাস্ত জেএনইউৰ অধ্যাপক
National-International

JNU professor terminates : যৌন নিৰ্যাতনৰ অভিযোগত বৰ্খাস্ত জেএনইউৰ অধ্যাপক

October 9, 2026
51
Narendra Modi airport : ষ্টেডিয়ামৰ পিছত এইবাৰ বিমানবন্দৰ, প্ৰধানমন্ত্ৰী মোদীৰ নামেৰে নামকৰণ নয়ডা বিমানবন্দৰ
National-International

Narendra Modi airport : ষ্টেডিয়ামৰ পিছত এইবাৰ বিমানবন্দৰ, প্ৰধানমন্ত্ৰী মোদীৰ নামেৰে নামকৰণ নয়ডা বিমানবন্দৰ

October 9, 2026
51
BSF bus accident : বৰপেটাত ট্ৰাকৰ সৈতে বিএছএফৰ বাছৰ সংঘৰ্ষ; বাছচালকৰ মৃত্যু, সংকটজনক ১৪
Assam

BSF bus accident : বৰপেটাত ট্ৰাকৰ সৈতে বিএছএফৰ বাছৰ সংঘৰ্ষ; বাছচালকৰ মৃত্যু, সংকটজনক ১৪

October 9, 2026
51
INDIA protest : প্ৰতিবাদী সমদলতে দুই মহিলা কংগ্ৰেছীৰ মাজত হতাহতি, চৰ শোধোৱা ভিডিঅ’ ভাইৰেল
National-International

INDIA protest : প্ৰতিবাদী সমদলতে দুই মহিলা কংগ্ৰেছীৰ মাজত হতাহতি, চৰ শোধোৱা ভিডিঅ’ ভাইৰেল

October 9, 2026
52
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

JNU professor terminates : যৌন নিৰ্যাতনৰ অভিযোগত বৰ্খাস্ত জেএনইউৰ অধ্যাপক

JNU professor terminates : যৌন নিৰ্যাতনৰ অভিযোগত বৰ্খাস্ত জেএনইউৰ অধ্যাপক

October 9, 2026
Narendra Modi airport : ষ্টেডিয়ামৰ পিছত এইবাৰ বিমানবন্দৰ, প্ৰধানমন্ত্ৰী মোদীৰ নামেৰে নামকৰণ নয়ডা বিমানবন্দৰ

Narendra Modi airport : ষ্টেডিয়ামৰ পিছত এইবাৰ বিমানবন্দৰ, প্ৰধানমন্ত্ৰী মোদীৰ নামেৰে নামকৰণ নয়ডা বিমানবন্দৰ

October 9, 2026
BSF bus accident : বৰপেটাত ট্ৰাকৰ সৈতে বিএছএফৰ বাছৰ সংঘৰ্ষ; বাছচালকৰ মৃত্যু, সংকটজনক ১৪

BSF bus accident : বৰপেটাত ট্ৰাকৰ সৈতে বিএছএফৰ বাছৰ সংঘৰ্ষ; বাছচালকৰ মৃত্যু, সংকটজনক ১৪

October 9, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d