ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

ৰঙালী বিহুৰ প্ৰাকক্ষণত অসম-নাগালেণ্ড সীমান্ত লাহৰিজানত আৰক্ষীৰ জালত পিষ্টল, সজীৱ গুলী আৰু মেগজিন সহ চাৰি যুৱক

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
April 15, 2025
Reading Time: 1 min read
A A
0
ৰঙালী বিহুৰ প্ৰাকক্ষণত অসম-নাগালেণ্ড সীমান্ত লাহৰিজানত আৰক্ষীৰ জালত পিষ্টল, সজীৱ গুলী আৰু মেগজিন সহ চাৰি যুৱক

RELATED POSTS

Medicine black market : নলবাৰীত ১০ কোটিৰো অধিক মূল্যৰ চোৰাং ঔষধ উদ্ধাৰ

Medicine recover : নলবাৰীৰ বালিকৰিয়াত অবৈধভাবে মজুত ৰখা ঔষধৰ কাৰ্টুন উদ্ধাৰ

Silchar : শিলচৰৰ চানমাৰীত মৰ্মান্তিক ঘটনা, আৱাসিক ফ্লেটৰ গেট ভাঙি মৃত্যু নিৰাপত্তাৰক্ষী নিখিল দাসৰ

New Logo Smal 1 | ASSAM TIMES POST

ৰঙালী বিহুৰ প্ৰাকক্ষণত কাৰবি আংলং জিলাৰ অসম -নাগালেণ্ড সীমান্তৰ লাহৰিজানত পুৱতি নিশা  প্ৰায় ৩ বাজি ২১ মিনিটত আৰক্ষীৰ  নিয়মীয়া নাকা তালাচীৰ সময়ত এটা কেএফ পইণ্ট 7 পইণ্ট 65 পিষ্টল আৰু ৫ জাঁই সজীৱ গুলী আৰু মেগজিন সহ আৰক্ষীৰ জালত পৰে ৪ জন যুৱক ৷

সজীৱ গুলী আৰু মেগজিন সহ চাৰি যুৱক
অসম-নাগালেণ্ড সীমান্ত লাহৰিজানত আৰক্ষীৰ জালত পিষ্টল:

ধৃত যুৱক কেইজন ক্ৰমে, নাগালেণ্ড মন জিলাৰ তামকোৰ একছনৰ পুত্ৰ পুংবা, ফেক জিলাৰ খুজা নিৱাসী জালি খাকোৰ পুত্ৰ নুতো ৰাখি , ফেক জিলাৰ ডেজেখাৰ নিবাসী ইয়েভি নিখাৰ পুত্ৰ টিচেডি নিখা আৰু ফেক জিলাৰ খুজা নিৱাসী চিখুবে ৰাখোৰ পুত্ৰ কুজ’ট ৰাখো বুলি চিনাক্ত কৰা হৈছে ৷ ঘটনা স্থলীতে আৰক্ষীয়ে সোধ পোছ কৰাৰ সময়ত লোক কেইজনে পিষ্টল, গুলী আৰু মেগজিনৰ কোনো বৈধ তথ্য প্ৰদৰ্শন কৰিবলৈ সক্ষম নহ’ল ৷

সেয়ে আৰক্ষীয় ঘটনা স্থলীৰ পৰা নিৰপেক্ষ সাক্ষীগণৰ সাক্ষাতে উদ্ধাৰ হোৱা পিষ্টল, গুলী আৰু মেগজিন জব্দ কৰাৰ লগতে এই সন্দৰ্ভত এক গোছৰ ৰুজো দি তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: -নাগালেণ্ড সীমান্ত লাহৰিজানত আৰক্ষীৰ জালত পিষ্টলমেগজিন সহ চাৰি যুৱকসজীৱ গুলী আৰুৰঙালী বিহুৰ প্ৰাকক্ষণত অসম
Share4Tweet3Send

Related Posts

Medicine recover : নলবাৰীৰ বালিকৰিয়াত অবৈধভাবে মজুত ৰখা ঔষধৰ কাৰ্টুন উদ্ধাৰ
Assam

Medicine black market : নলবাৰীত ১০ কোটিৰো অধিক মূল্যৰ চোৰাং ঔষধ উদ্ধাৰ

by News Desk
October 24, 2026
50
Medicine recover : নলবাৰীৰ বালিকৰিয়াত অবৈধভাবে মজুত ৰখা ঔষধৰ কাৰ্টুন উদ্ধাৰ
Assam

Medicine recover : নলবাৰীৰ বালিকৰিয়াত অবৈধভাবে মজুত ৰখা ঔষধৰ কাৰ্টুন উদ্ধাৰ

by News Desk
October 24, 2026
50
Silchar : শিলচৰৰ চানমাৰীত মৰ্মান্তিক ঘটনা, আৱাসিক ফ্লেটৰ গেট ভাঙি মৃত্যু নিৰাপত্তাৰক্ষী নিখিল দাসৰ
Assam

Silchar : শিলচৰৰ চানমাৰীত মৰ্মান্তিক ঘটনা, আৱাসিক ফ্লেটৰ গেট ভাঙি মৃত্যু নিৰাপত্তাৰক্ষী নিখিল দাসৰ

by News Desk
October 23, 2026
51
Road accident : বৰমাৰ বাটাচাৰাত পথ দুৰ্ঘটনা, নিহত এগৰাকী ছাত্ৰী
Assam

Road accident : বৰমাৰ বাটাচাৰাত পথ দুৰ্ঘটনা, নিহত এগৰাকী ছাত্ৰী

by News Desk
October 23, 2026
51
Dergaon Road accident : দেৰগাঁৱত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা
Assam

ROAD ACCIDENT : জখলাবন্ধা ৰাঙলুত ভয়ংকৰ দুৰ্ঘটনা, নিহত দুই বাইক আৰোহী

by News Desk
October 23, 2026
50
CM Vigilance Cell DSP Found Dead in Bongaigaon Hotel, Probe Underway
Assam

CM Vigilance Cell DSP Found Dead in Bongaigaon Hotel, Probe Underway

by News Desk
October 22, 2026
56
ADVERTISEMENT
Haryana power crisis : বিদ্যুৎকৰ্মীৰ ধৰ্মঘটত অচল হাৰিয়ানা; পানী নাই, বন্ধ কাৰখানা
National-International

Haryana power crisis : বিদ্যুৎকৰ্মীৰ ধৰ্মঘটত অচল হাৰিয়ানা; পানী নাই, বন্ধ কাৰখানা

October 24, 2026
50
Medicine recover : নলবাৰীৰ বালিকৰিয়াত অবৈধভাবে মজুত ৰখা ঔষধৰ কাৰ্টুন উদ্ধাৰ
Assam

Medicine black market : নলবাৰীত ১০ কোটিৰো অধিক মূল্যৰ চোৰাং ঔষধ উদ্ধাৰ

October 24, 2026
50
PM Moodi : বিভাজনকাৰী শক্তিৰ বিৰুদ্ধে সমাজ একত্ৰিত হ’ব লাগিব, প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তা

Assam Times Post is an Online Assamese and English News Portal from Assam.

Haryana power crisis : বিদ্যুৎকৰ্মীৰ ধৰ্মঘটত অচল হাৰিয়ানা; পানী নাই, বন্ধ কাৰখানা

Haryana power crisis : বিদ্যুৎকৰ্মীৰ ধৰ্মঘটত অচল হাৰিয়ানা; পানী নাই, বন্ধ কাৰখানা

October 24, 2026
Medicine recover : নলবাৰীৰ বালিকৰিয়াত অবৈধভাবে মজুত ৰখা ঔষধৰ কাৰ্টুন উদ্ধাৰ

Medicine black market : নলবাৰীত ১০ কোটিৰো অধিক মূল্যৰ চোৰাং ঔষধ উদ্ধাৰ

October 24, 2026
PM Moodi : বিভাজনকাৰী শক্তিৰ বিৰুদ্ধে সমাজ একত্ৰিত হ’ব লাগিব, প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তা

PM Moodi : বিভাজনকাৰী শক্তিৰ বিৰুদ্ধে সমাজ একত্ৰিত হ’ব লাগিব, প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তা

October 24, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d