ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

কাৰ্বি আংলঙত পূঁজীপতিক ভূমি আৱণ্টন দিয়াৰ বিৰোধিতাৰে ডিফুত APHLC, CPI(ML) আৰু NPPৰ বৃহৎ প্ৰতিবাদী সমদল

ষ্টাফ ৰি'পৰ্টাৰঃ ডিফু

ASSAM TIMES POST by ASSAM TIMES POST
March 25, 2025
Reading Time: 1 min read
A A
0

RELATED POSTS

Body recovered at Diphu : ডিফুৰ ৰে’লপথত মৃতদেহ উদ্ধাৰ

KAAC elections 2027 : কাৰ্বি পৰিষদীয় নিৰ্বাচন, বিজেপিৰ বিভিন্ন প্ৰান্তত যোগদান কাৰ্যসূচী

Tragic death : কাৰ্বি আংলঙত শোকাৱহ ঘটনা, জ্যেষ্ঠ ভাতৃক বচাবলৈ গৈ কনিষ্ঠ ভাতৃৰ মৃত্যু

New Logo Smal 2 | ASSAM TIMES POST

সোমবাৰে কাৰ্বি আংলঙত চৰকাৰে পূঁজীপতি সকলক ভূমি আবণ্টন দিয়াৰ সিদ্ধান্তৰ বিৰোধিতাৰে APHLC, CPI(ML)আৰু NPP য়ে ডিফু চহৰত বৃহৎ প্ৰতিবাদী সমদল বাহিৰ কৰে ৷
আম্বানিক CBG প্ৰকল্পৰ বাবে পশ্চিম কাৰবি আংলং জিলাত ৯০ হাজাৰ বিঘা মাটি দিয়া , সৌৰশক্তি প্ৰকল্পৰ বাবে বৰজানত ১৮ হাজাৰ বিঘা মাটি APDCL ক দিয়া ,পতঞ্জলিৰ পাম অইলৰ খেতিৰ বাবে চামেলাংচ’ত ৫০ হাজাৰ বিঘা মাটি দিয়া , সৈনিক স্কুলৰ বাবে লাংৱুকুত ৫০০ বিঘা   মাটি দিয়াৰ বিৰুদ্ধে ডিফুত আজি   APHLC / CPI ML আৰু NPP দলৰ বৃহৎ প্ৰতিবাদী সমদল উলিয়াই ৷

কাৰ্বি আংলঙত পূঁজীপতিক ভূমি আৱণ্টন দিয়াৰ বিৰোধিতাৰে ডিফুত APHLC, CPI(ML) আৰু NPPৰ বৃহৎ প্ৰতিবাদী সমদল
কাৰ্বি আংলঙত পূঁজীপতিক ভূমি আৱণ্টন দিয়াৰ বিৰোধিতাৰে ডিফুত APHLC, CPI(ML) আৰু NPPৰ বৃহৎ প্ৰতিবাদী সমদল

ডিফু বিৰলাৰ পৰা প্ৰায় ৮ কিলোমিটাৰ খোজ কাঢ়ি সমদলটো কাৰবি আংলং স্বায়ত্ত্বশাসিত  পৰিষদৰ  প্ৰবেশ দ্বাৰলৈ আহি তীব্ৰ প্ৰতিবাদ কৰে ৷প্ৰতিবাদকাৰী সকলে   আম্বানিৰ CBG প্ৰকল্প হবলৈ দিয়া নহব , আম্বানি গ বেক , ছলাৰ প্ৰজেক্ট গ বেক , হিমন্ত বিশ্ব শৰ্মা গ বেক , তুলিৰাম ৰংহাং গ বেক , বিজেপি গ বেক ধ্বনিৰে ডিফু চহৰ উত্তাল কৰি তুলে ৷

APHLC ৰ যুৱ নেতা আংতং ইংতি কাথাৰে সংবাদ মাধ্যমৰ আগত কয় যে কাৰবি আংলং স্বায়ত্ত্বশাসিত পৰিষদে জনতাক অন্ধকাৰত ৰাখি বৃহৎ পুঁজিপতিক এফালৰ পৰা মাটি দিবলৈ লৈছে ৷ নেপিয়াৰ ঘাঁহ ৰোপণ কৰি বৃহৎ CBG প্ৰকল্পৰ বাবে লাখ বিঘা মাটি লাগিব ৷ সেই মাটি কেৱল পশ্চিম কাৰবি আংলং জিলাৰ আমৰি সমষ্টিতে নহ’ব ৷ এনেদৰে বৰজানৰ সৌৰশক্তি প্ৰকল্পৰ বাবে ১৮ হাজাৰ বিঘা মাটি দিয়াৰো তেওঁ বিৰোধিতা কৰে ৷ তেওঁ কয় সৈনিক স্কুলৰ ফীজ ১ লাখ টকা।আমাৰ দুখীয়া মানুহে তাত সন্তাক পঢ়াব নোৱাৰে।

সৈনিক স্কুল পতাৰ আগত তাত জনজাতীয় ল’ৰা-ছোৱালী ৰ বাবে কিমান চীট থাকিব সেয়া স্পষ্ট কৰক ৷ একেদৰে প্ৰথম যুৱক-যুৱতী সকলৰ পাৰদৰ্শী কৰাৰ কাৰ্যসূচী লোৱাৰো আহৱান জনায় । কাৰণ বোকাজান চিমেণ্ট কাৰখানা আৰু লাংপি জলবিদ্যুৎ প্ৰকল্প আছে কিন্ত তাত স্হানীয় কৰ্মচাৰী নাই ৷

আংতং ইংতি কাথাৰ পৰিষদৰ সচিব , উপ-সচিবৰ এটা দল আহি প্ৰতিবাদকাৰী সকলৰ স্মাৰকপত্ৰ আনুষ্ঠানিকভাবে গ্ৰহণ কৰে ৷ প্ৰতিবাদৰ নেতৃত্ব লোৱা APHLC দলৰ সভাপতি জনচ্ ইংতি কাথাৰে কয় যে বিজেপি আৰ এছ এছে সদায় জনজাতীয় লোকক নি:শেষ কৰাৰ ষড়যন্ত্ৰ কৰি আহিছে ৷ সেয়ে জনজাতীয়ৰ মাটি সৌৰ প্ৰকল্প , আম্বানিৰ দৰে পুঁজিপতিক দিব বিছাৰিছে ৷ 

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: APHLCAPHLC যুৱ নেতাCPI(ML)NPPঅন্ধকাৰত ৰাখিআম্বানিৰ CBG প্ৰকল্পকাৰবি আংলং স্বায়ত্ত্বশাসিত পৰিষদকাৰ্বি আংলঙচামেলাংচ’চৰকাৰী ভূমি আবণ্টনজনজাতীয় লোকজনজাতীয় ল’ৰা-ছোৱালীজনজাতীয়ৰ মাটিডিফু চহৰনেপিয়াৰ ঘাঁহপতঞ্জলিৰ পাম অইলপশ্চিম কাৰবি আংলংপুঁজিপতিপ্রতিবাদপ্ৰতিবাদী সমদলপ্ৰতিবাদৰ নেতৃত্ববিজেপিবৃহৎ পুঁজিপতিবোকাজান চিমেণ্ট কাৰখানাবৰজানমাটি বিতৰণলাংপি জলবিদ্যুৎ প্ৰকল্পলাংৱুকুতলাখ বিঘা মাটিসামাজিক ন্যায়.সৈনিক স্কুলসোমবাৰেসৌৰ প্ৰকল্পসৌৰশক্তি প্ৰকল্পহিমন্ত বিশ্ব শৰ্মাৰাজনৈতিক প্ৰতিবাদ
Share7Tweet4Send

Related Posts

Body recovered at Diphu : ডিফুৰ ৰে’লপথত মৃতদেহ উদ্ধাৰ
KARBI ANGLONG

Body recovered at Diphu : ডিফুৰ ৰে’লপথত মৃতদেহ উদ্ধাৰ

by ASSAM TIMES POST
September 17, 2026
62
KAAC elections 2027 : কাৰ্বি পৰিষদীয় নিৰ্বাচন, বিজেপিৰ বিভিন্ন প্ৰান্তত যোগদান কাৰ্যসূচী
KARBI ANGLONG

KAAC elections 2027 : কাৰ্বি পৰিষদীয় নিৰ্বাচন, বিজেপিৰ বিভিন্ন প্ৰান্তত যোগদান কাৰ্যসূচী

by News Desk
September 16, 2026
62
Tragic death : কাৰ্বি আংলঙত শোকাৱহ ঘটনা, জ্যেষ্ঠ ভাতৃক বচাবলৈ গৈ কনিষ্ঠ ভাতৃৰ মৃত্যু
KARBI ANGLONG

Tragic death : কাৰ্বি আংলঙত শোকাৱহ ঘটনা, জ্যেষ্ঠ ভাতৃক বচাবলৈ গৈ কনিষ্ঠ ভাতৃৰ মৃত্যু

by ASSAM TIMES POST
September 16, 2026
67
Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা
KARBI ANGLONG

Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা

by ASSAM TIMES POST
September 13, 2026
53
Hamren district hospital : হামৰেণ জিলা চিকিৎসালয়ত প্ৰথমবাৰৰ বাবে সম্পন্ন অস্থি ৰোগৰ অস্ত্ৰোপচাৰ
KARBI ANGLONG

Hamren district hospital : হামৰেণ জিলা চিকিৎসালয়ত প্ৰথমবাৰৰ বাবে সম্পন্ন অস্থি ৰোগৰ অস্ত্ৰোপচাৰ

by News Desk
September 9, 2026
58
কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত!
KARBI ANGLONG

কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত!

by News Desk
September 7, 2026
58
ADVERTISEMENT
বিশিষ্ট কবি-গীতিকাৰ আনিছ উজ জামানৰ দেহাৱসান
Assam

বিশিষ্ট কবি-গীতিকাৰ আনিছ উজ জামানৰ দেহাৱসান

September 20, 2026
50
Indian Navy : ভাৰতীয় নৌসেনা একাডেমীৰ পৰা গ্ৰেপ্তাৰ বাংলাদেশী, আছিল অস্থায়ী কৰ্মচাৰী ৰূপে কৰ্মৰত
National-International

Indian Navy : ভাৰতীয় নৌসেনা একাডেমীৰ পৰা গ্ৰেপ্তাৰ বাংলাদেশী, আছিল অস্থায়ী কৰ্মচাৰী ৰূপে কৰ্মৰত

September 19, 2026
52
Heartfelt ‘Mayabini’ Tribute Echoes During Zubeen Divas
Assam

Heartfelt ‘Mayabini’ Tribute Echoes During Zubeen Divas

September 19, 2026
51
US tariff on India : ভাৰতীয় সামগ্ৰীৰ ওপৰত ট্ৰাম্পৰ নতুন বিধেয়ক, কি প্ৰভাৱ পৰিব ভাৰতত
National-International

US tariff on India : ভাৰতীয় সামগ্ৰীৰ ওপৰত ট্ৰাম্পৰ নতুন বিধেয়ক, কি প্ৰভাৱ পৰিব ভাৰতত

September 19, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

বিশিষ্ট কবি-গীতিকাৰ আনিছ উজ জামানৰ দেহাৱসান

বিশিষ্ট কবি-গীতিকাৰ আনিছ উজ জামানৰ দেহাৱসান

September 20, 2026
Indian Navy : ভাৰতীয় নৌসেনা একাডেমীৰ পৰা গ্ৰেপ্তাৰ বাংলাদেশী, আছিল অস্থায়ী কৰ্মচাৰী ৰূপে কৰ্মৰত

Indian Navy : ভাৰতীয় নৌসেনা একাডেমীৰ পৰা গ্ৰেপ্তাৰ বাংলাদেশী, আছিল অস্থায়ী কৰ্মচাৰী ৰূপে কৰ্মৰত

September 19, 2026
Heartfelt ‘Mayabini’ Tribute Echoes During Zubeen Divas

Heartfelt ‘Mayabini’ Tribute Echoes During Zubeen Divas

September 19, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d