ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

ডিফু আৱৰ্ত ভৱনত যুৱ সংসদৰ ২০২৫-২৬ বিত্তীয় বৰ্ষৰ কাৰ্যসূচী:

ষ্টাফ ৰি'পৰ্টাৰঃ ডিফু

ASSAM TIMES POST by ASSAM TIMES POST
March 21, 2025
Reading Time: 1 min read
A A
0

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Bokoliaghat school opening : বকলীয়াঘাটত ৮ কোটি ব্যয়সাপেক্ষে নির্মিত বিদ্যালয় ভৱন উদ্বোধন তুলিৰাম ৰংহাঙৰ

Budget session of KAAC : ১১৩৬.৩৫ কোটিৰ বাজেট গ্ৰহণেৰে কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশনৰ সামৰণি

Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 

দিনযোৰা কাৰ্যসূচীৰে ডিফু আৱৰ্ত ভৱনত কাৰবি আংলং জিলা প্ৰশাসনৰ উদ্যোগত জিলা ভিত্তিত যুৱ সংসদ ২০২৫-২৬ বৰ্ষ কাৰ্যসূচী ৷ প্ৰায় ৮ খন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ অংশ গ্ৰহণেৰে অনুষ্ঠিত হোৱা কাৰ্যসূচীত অতিৰিক্ত আয়ুক্ত ডঃ অংকিতা বৰা আৰু সহকাৰী আয়ুক্ত অৰুনাভ জ্যোতি বৰুৱা উপস্থিত থাকে ৷

ডিফু আৱৰ্ত ভৱনত যুৱ সংসদৰ ২০২৫-২৬ বিত্তীয় বৰ্ষৰ কাৰ্যসূচী:
ডিফু আৱৰ্ত ভৱনত যুৱ সংসদৰ ২০২৫-২৬ বিত্তীয় বৰ্ষৰ কাৰ্যসূচী:

উক্ত কাৰ্যসূচীত সংসদৰ কাৰ্যক্ৰম কেনেদৰে পৰিচালনা কৰা হয় তাৰ ওপৰত ছাত্ৰ -ছাত্ৰীৰ মাজতে শাসক -বিৰোধী ,মন্ত্ৰী, অধ্যক্ষ,আৰু সাংসদৰ সৃষ্টি কৰি তাৰ প্ৰাথমিক জ্ঞান প্ৰদানৰ আভাষ প্ৰদান কৰা হয় ৷ সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত জিলা অতিৰিক্ত আয়ুক্ত ডঃ অংকিতা বৰাই কয়যে, জিলা পৰ্যায়ৰ এই যুৱ সংসদৰ জৰিয়তে যুৱক সকলৰ সংসদীয় কাৰ্যকলাপৰ ওপৰত প্ৰাথমিক দক্ষতা বিকাশ পাব ৷

যুৱ সংসদত বিভিন্ন বিভাগৰ মন্ত্ৰী আৰু বিৰোধীৰ ভূমিকা থাকিব ৷ প্ৰত্যেকে সাধাৰণতে সংসদৰ বিত্তীয়, অৰ্থনৈতিক, সামজিক ৰাজনৈতিক আধাৰ আৰু বৰ্তমান ইছ্যু সমূহৰ ওপৰত বিতৰ্কত অংশ গ্ৰহণ কৰিব ৷

Tags: অতিৰিক্ত আয়ুক্ত ডঃ অংকিতা বৰাঅধ্যক্ষঅৰ্থনৈতিক বিষয়সমূহকাৰবি আংলংজিলা প্ৰশাসনডিফু আৱৰ্ত ভৱনদিনযোৰা কাৰ্যসূচীপ্ৰাথমিক জ্ঞান প্ৰদানবিত্তীয় বিষয়সমূহবিতৰ্কত অংশগ্ৰহণবিদ্যালয় ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণবিভিন্ন বিভাগৰ মন্ত্ৰীবৰ্তমান ইছ্যুমন্ত্ৰীযুৱ সংসদ ২০২৫-২৬যুৱক দক্ষতা বিকাশশাসক-বিৰোধীসংসদীয় কাৰ্যকলাপসংসদৰ কাৰ্যক্ৰমসহকাৰী আয়ুক্ত অৰুনাভ জ্যোতি বৰুৱাসাংবাদিকৰ বাৰ্তালাপসাংসদসামাজিক ৰাজনৈতিক আধাৰ
Share4Tweet3Send

Related Posts

Bokoliaghat school opening : বকলীয়াঘাটত ৮ কোটি ব্যয়সাপেক্ষে নির্মিত বিদ্যালয় ভৱন উদ্বোধন তুলিৰাম ৰংহাঙৰ
KARBI ANGLONG

by News Desk
August 5, 2026
50
Budget session of KAAC : ১১৩৬.৩৫ কোটিৰ বাজেট গ্ৰহণেৰে কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশনৰ সামৰণি
KARBI ANGLONG

Budget session of KAAC : ১১৩৬.৩৫ কোটিৰ বাজেট গ্ৰহণেৰে কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশনৰ সামৰণি

by News Desk
August 4, 2026
50
Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 
BREAKING NEWS

Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 

by ASSAM TIMES POST
August 2, 2026
50
Arunodoy 3.0 : কাৰ্বি আংলং জিলাতো অৰুণোদয় 3.0ৰ সাহাৰ্য্য বিতৰণ আৰম্ভ
KARBI ANGLONG

Arunodoy 3.0 : কাৰ্বি আংলং জিলাতো অৰুণোদয় 3.0ৰ সাহাৰ্য্য বিতৰণ আৰম্ভ

by News Desk
August 1, 2026
50
One-day training program : ৰপ্তানিমুখী আদা উৎপাদন আৰু বাঁহ গাজ প্ৰক্ৰিয়াকৰণ বিষয়ত এদিনীয়া প্ৰশিক্ষণ সম্পন্ন
KARBI ANGLONG

One-day training program : ৰপ্তানিমুখী আদা উৎপাদন আৰু বাঁহ গাজ প্ৰক্ৰিয়াকৰণ বিষয়ত এদিনীয়া প্ৰশিক্ষণ সম্পন্ন

by News Desk
July 30, 2026
50
Haoraghat robbery । হাওৰাঘাটত চাঞ্চল্যকৰ ডকাইতি; ডকাইতৰ দলে লুটিলে শিক্ষকৰ ঘৰৰ সোণৰ অলংকাৰসহ বাহন
KARBI ANGLONG

Haoraghat robbery । হাওৰাঘাটত চাঞ্চল্যকৰ ডকাইতি; ডকাইতৰ দলে লুটিলে শিক্ষকৰ ঘৰৰ সোণৰ অলংকাৰসহ বাহন

by Staff Reporter
July 30, 2026
50
ADVERTISEMENT
Bokoliaghat school opening : বকলীয়াঘাটত ৮ কোটি ব্যয়সাপেক্ষে নির্মিত বিদ্যালয় ভৱন উদ্বোধন তুলিৰাম ৰংহাঙৰ
KARBI ANGLONG

Bokoliaghat school opening : বকলীয়াঘাটত ৮ কোটি ব্যয়সাপেক্ষে নির্মিত বিদ্যালয় ভৱন উদ্বোধন তুলিৰাম ৰংহাঙৰ

August 5, 2026
50
Parliament monsoon session : আসন পুনৰ নিৰ্ধাৰণ বিধেয়কক লৈ স্থবিৰ সদন, বিৰোধী দুটা চৰ্তত অটল
National-International

Pak terrorist arrested : পাক চোৰাংচোৱা সমৰ্থিত ৯ সন্দেহযুক্ত সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ, কৰিছিল যন্তৰ-মন্তৰৰ প্ৰতিবাদত আক্ৰমণৰ পৰিকল্পনা

Modi vs Meta controversy : তিনি দিনৰ ভিতৰত ক্ষমা খুজিব লাগিব, মোদীৰ ভিডিঅ’ ডিলিট কৰা জুকাৰবাৰ্গলৈ সংসদীয় কমিটীৰ কঠোৰ বাৰ্তা

Assam Times Post is an Online Assamese and English News Portal from Assam.

Bokoliaghat school opening : বকলীয়াঘাটত ৮ কোটি ব্যয়সাপেক্ষে নির্মিত বিদ্যালয় ভৱন উদ্বোধন তুলিৰাম ৰংহাঙৰ

Bokoliaghat school opening : বকলীয়াঘাটত ৮ কোটি ব্যয়সাপেক্ষে নির্মিত বিদ্যালয় ভৱন উদ্বোধন তুলিৰাম ৰংহাঙৰ

August 5, 2026
Parliament monsoon session : আসন পুনৰ নিৰ্ধাৰণ বিধেয়কক লৈ স্থবিৰ সদন, বিৰোধী দুটা চৰ্তত অটল

Parliament monsoon session : আসন পুনৰ নিৰ্ধাৰণ বিধেয়কক লৈ স্থবিৰ সদন, বিৰোধী দুটা চৰ্তত অটল

August 5, 2026
Pak terrorist arrested : পাক চোৰাংচোৱা সমৰ্থিত ৯ সন্দেহযুক্ত সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ, কৰিছিল যন্তৰ-মন্তৰৰ প্ৰতিবাদত আক্ৰমণৰ পৰিকল্পনা

Pak terrorist arrested : পাক চোৰাংচোৱা সমৰ্থিত ৯ সন্দেহযুক্ত সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ, কৰিছিল যন্তৰ-মন্তৰৰ প্ৰতিবাদত আক্ৰমণৰ পৰিকল্পনা

August 5, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT