ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

Digital Arrest I এইবাৰ ওড়িশা বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক ডিজিটেল গ্ৰেপ্তাৰ, ভৰিলে ১৪ লাখ টকা

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
February 26, 2025
Reading Time: 1 min read
A A
0
Digital Arrest I এইবাৰ ওড়িশা বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক ডিজিটেল গ্ৰেপ্তাৰ, ভৰিলে ১৪ লাখ টকা

New Logo Smal 3 | ASSAM TIMES POST

RELATED POSTS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ

New Planet discover । ৩৫৫ দিনত এবছৰৰ এটা শীতল গ্ৰহ আৱিষ্কাৰ মহাকাশত বিজ্ঞানীসকলৰ

ওড়িশাৰ এখন বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক ‘ডিজিটেল গ্ৰেপ্তাৰ’(Digital Arrest) ত আবদ্ধ কৰি লাখ লাখ টকা আত্মসাতৰ অভিযোগ উত্থাপন হৈছে। মঙলবাৰে এই কথা প্ৰকাশ কৰিছে আৰক্ষীৰ চাইবাৰ ক্ৰাইম শাখাই। অভিযোগ অনুসৰি, তেওঁ প্ৰায় ১৪ লাখ টকা হেৰুৱাইছে। ইতিমধ্যে আৰক্ষীয়ে দোষীক বিচাৰি উলিয়াবলৈ তদন্ত আৰম্ভ কৰিছে।

Digital Arrest I
এইবাৰ ওড়িশা বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক ডিজিটেল গ্ৰেপ্তাৰ:

সংবাদ সংস্থা পিটিআইৰ মতে, ভুক্তভোগীৰ নাম গীতাঞ্জলি দাস। তেওঁ ওড়িশাৰ বেৰহামপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য। অভিযোগ অনুসৰি, ১২ ফেব্ৰুৱাৰীত গীতাঞ্জলিলৈ এটা ফোন আহে।

ফোনৰ আনটো মূৰৰ পৰা এজন পুৰুষৰ কণ্ঠই নিজকে ইডিৰ বিষয়া বুলি পৰিচয় দি ইংৰাজীতে কয় যে বিদেশৰ পৰা কোটি কোটি টকা অধ্যাপিকাগৰাকীৰ বেংক একাউণ্টলৈ পঠিওৱা হৈছে। ইতিমধ্যে এই ঘটনাৰ গোচৰ ৰুজু কৰিছে ইডিয়ে। তাৰ বাবে গীতাঞ্জলিক ‘ডিজিটেলী গ্ৰেপ্তাৰ’ কৰা হৈছে।

এই কথা শুনি মহিলাগৰাকী আতঙ্কিত হৈ পৰে। তাৰ পিছত তেওঁক কোৱা হয় যে ১৪ লাখ টকা দিলে তেওঁক জামিনত মুকলি কৰি দিয়া হ’ব। প্ৰৱঞ্চকৰ কথামতে অধ্যাপকগৰাকীয়ে ধনখিনি এটা নিৰ্দিষ্ট বেংক একাউণ্টলৈ প্ৰেৰণ কৰে।

ইফালে ধন লাভ কৰাৰ পিছৰে পৰা প্ৰৱঞ্চকৰ সৈতে যোগাযোগ বিচ্ছিন্ন হয়। ইয়াৰ পিছত অধ্যাপিকাগৰাকীয়ে বুজি পায় যে তেওঁক প্ৰতাৰণা কৰি ধন লুট কৰা হৈছে।

সোমবাৰে বেৰহামপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে অধ্যাপিকাগৰাকীয়ে। অভিযোগৰ ভিত্তিত আৰক্ষীৰ চাইবাৰ ক্ৰাইম শাখাই তদন্ত আৰম্ভ কৰিছে। বেৰহামপুৰৰ আৰক্ষী অধীক্ষক সৰৱণ বিবেকে তদন্ত অব্যাহত থকা বুলি জানিবলৈ দিয়ে।

Tags: উপাচাৰ্যক ডিজিটেল গ্ৰেপ্তাৰএইবাৰ ওড়িশা বিশ্ববিদ্যালয়ৰভৰিলে ১৪ লাখ টকা
Share4Tweet3Send

Related Posts

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
ALL NEWS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ
ALL NEWS

CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ

by Staff Reporter
February 16, 2026
50
New Planet discover । ৩৫৫ দিনত এবছৰৰ এটা শীতল গ্ৰহ আৱিষ্কাৰ মহাকাশত বিজ্ঞানীসকলৰ
ALL NEWS

New Planet discover । ৩৫৫ দিনত এবছৰৰ এটা শীতল গ্ৰহ আৱিষ্কাৰ মহাকাশত বিজ্ঞানীসকলৰ

by Staff Reporter
February 13, 2026
50
নেপালৰ দৰে পাকিস্তানত হ’ব নেকি জেন-জি বিদ্ৰোহ, ছ’চিয়েল মিডিয়া বন্ধ কৰাৰ প্ৰস্তুতি আতংকিত চৰকাৰৰ
ALL NEWS

নেপালৰ দৰে পাকিস্তানত হ’ব নেকি জেন-জি বিদ্ৰোহ, ছ’চিয়েল মিডিয়া বন্ধ কৰাৰ প্ৰস্তুতি আতংকিত চৰকাৰৰ

by Staff Reporter
December 12, 2025
50
বিশ্বৰ আটাইতকৈ সুখী দেশ ফিনলেণ্ডত অঘটন, প্ৰিয় ক্লাবৰ অৱনতি, খঙত অনুৰাগীয়ে জ্বলালে ক্লাবৰ ষ্টেডিয়াম
ALL NEWS

বিশ্বৰ আটাইতকৈ সুখী দেশ ফিনলেণ্ডত অঘটন, প্ৰিয় ক্লাবৰ অৱনতি, খঙত অনুৰাগীয়ে জ্বলালে ক্লাবৰ ষ্টেডিয়াম

by Staff Reporter
December 12, 2025
50
থাইলেণ্ডত আটক গোৱাৰ নাইট ক্লাবৰ দুই মালিক
ALL NEWS

থাইলেণ্ডত আটক গোৱাৰ নাইট ক্লাবৰ দুই মালিক

by Staff Reporter
December 11, 2025
50
ADVERTISEMENT
BJP candidate list : বিজেপিৰ ৮৮ জনীয়া তালিকাত নাম নোসোমাল ১৯ বিধায়কৰ
National-International

মহিলা সংৰক্ষণ বিধেয়কলৈ বিশেষ অধিৱেশন, বিজেপিৰ হুইপ জাৰি

April 12, 2026
50
পোহৰৰ ভিতৰৰ ছিদ্ৰ বা আন্ধাৰ বিন্দু পোহৰৰ গতিতকৈ দ্ৰুতগতিত গতি কৰিব পাৰে
National-International

পোহৰৰ ভিতৰৰ ছিদ্ৰ বা আন্ধাৰ বিন্দু পোহৰৰ গতিতকৈ দ্ৰুতগতিত গতি কৰিব পাৰে

April 12, 2026
50
সকলো হতবাক I তিনিটা প্ৰতিদ্বন্দ্বী দলৰ হৈ এজন প্ৰাৰ্থীৰ একেখন আসনৰ বাবে মনোনয়ন পত্ৰ দাখিল
National-International

সকলো হতবাক I তিনিটা প্ৰতিদ্বন্দ্বী দলৰ হৈ এজন প্ৰাৰ্থীৰ একেখন আসনৰ বাবে মনোনয়ন পত্ৰ দাখিল

April 12, 2026
50
ছৌদি আৰৱলৈ যুঁজাৰু বিমান প্ৰেৰণ পাকিস্তানৰ
National-International

ছৌদি আৰৱলৈ যুঁজাৰু বিমান প্ৰেৰণ পাকিস্তানৰ

April 12, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

BJP candidate list : বিজেপিৰ ৮৮ জনীয়া তালিকাত নাম নোসোমাল ১৯ বিধায়কৰ

মহিলা সংৰক্ষণ বিধেয়কলৈ বিশেষ অধিৱেশন, বিজেপিৰ হুইপ জাৰি

April 12, 2026
পোহৰৰ ভিতৰৰ ছিদ্ৰ বা আন্ধাৰ বিন্দু পোহৰৰ গতিতকৈ দ্ৰুতগতিত গতি কৰিব পাৰে

পোহৰৰ ভিতৰৰ ছিদ্ৰ বা আন্ধাৰ বিন্দু পোহৰৰ গতিতকৈ দ্ৰুতগতিত গতি কৰিব পাৰে

April 12, 2026
সকলো হতবাক I তিনিটা প্ৰতিদ্বন্দ্বী দলৰ হৈ এজন প্ৰাৰ্থীৰ একেখন আসনৰ বাবে মনোনয়ন পত্ৰ দাখিল

সকলো হতবাক I তিনিটা প্ৰতিদ্বন্দ্বী দলৰ হৈ এজন প্ৰাৰ্থীৰ একেখন আসনৰ বাবে মনোনয়ন পত্ৰ দাখিল

April 12, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx