ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

Budget 2025 I কেন্দ্ৰীয় বাজেটত অসমৰ বাবে বিশেষ ঘোষণা

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
February 1, 2025
Reading Time: 1 min read
A A
0
Budget 2025 I বাজেটত গিগ কৰ্মীৰ বাবে চৰকাৰী পৰিচয় পত্ৰ আৰু স্বাস্থ্য বীমা ঘোষণা বিত্তমন্ত্ৰীৰ

Oplus_131072

New Logo Smal 4 | ASSAM TIMES POST

RELATED POSTS

নেপালৰ দৰে পাকিস্তানত হ’ব নেকি জেন-জি বিদ্ৰোহ, ছ’চিয়েল মিডিয়া বন্ধ কৰাৰ প্ৰস্তুতি আতংকিত চৰকাৰৰ

বিশ্বৰ আটাইতকৈ সুখী দেশ ফিনলেণ্ডত অঘটন, প্ৰিয় ক্লাবৰ অৱনতি, খঙত অনুৰাগীয়ে জ্বলালে ক্লাবৰ ষ্টেডিয়াম

থাইলেণ্ডত আটক গোৱাৰ নাইট ক্লাবৰ দুই মালিক

শনিবাৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে দাখিল কৰে ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাবে পূৰ্ণাংগ বাজেট (Budget 2025)। এই বাজেটত কেইবাটাও নতুন দিশৰ সূচনা কৰা হৈছে। আনহাতে, মোদী চৰকাৰৰ তৃতীয় কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেটত অসমৰ বাবেও বিশেষ ঘোষণা কৰা হৈছে।

Budget 2025 I
কেন্দ্ৰীয় বাজেটত অসমৰ বাবে বিশেষ ঘোষণা:

বাজেটত নামৰূপত এটা ইউৰিয়া প্ৰকল্প স্থাপনৰ কথা ঘোষণা কৰা হৈছে। ইয়াৰ উৎপাদন ক্ষমতা হ’ব ১২.৭ লাখ মেট্ৰিক টন।

আনহাতে, অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই প্ৰকল্পৰ বাবে কেন্দ্ৰীয় চৰকাৰক ধন্যবাদ জনায়। তেওঁ সামাজিক মাধ্যমৰ এটা পোষ্টত লিখিছে, “অসমৰ বাবে আজি এক ঐতিহাসিক দিন! কেন্দ্ৰীয় বাজেট-২০২৫ত আমাৰ নামৰূপত ১২.৭ লাখ মেট্ৰিক টন উৎপাদন ক্ষমতাৰ ইউৰিয়া প্ৰকল্পৰ ঘোষণা কৰা হৈছে৷

অসমৰ জনসাধাৰণৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই লোৱা এই সিদ্ধান্ত আক্ষৰিক অৰ্থতে এক উল্লেখযোগ্য ঘটনা। জাগীৰোডত ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ পাছত অসমলৈ দিয়া বৃহৎ উপহাৰটি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বাবে বৃহৎ উপহাৰ হিচাপে বিবেচিত হ’ব।”

মুখ্যমন্ত্ৰীয়ে লগতে লিখিছে, “ই কেৱল সাৰ উপলব্ধতাৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতা লাভ কৰাত সহায় কৰাই নহয়, আমাৰ সম্পদ প্ৰাকৃতিক গেছৰ সমলৰো সদ্ব্যৱহাৰৰ ক্ষেত্ৰত সহায় কৰিব।”

মোদী চৰকাৰক ধন্যবাদ জনাই তেওঁ লিখিছে, “মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু মাননীয় বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমন ডাঙৰীয়ানীলৈ অসমবাসীৰ হৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।”

Share this:

  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on X (Opens in new window) X

Like this:

Like Loading...

Related

Share5Tweet3Send

Related Posts

নেপালৰ দৰে পাকিস্তানত হ’ব নেকি জেন-জি বিদ্ৰোহ, ছ’চিয়েল মিডিয়া বন্ধ কৰাৰ প্ৰস্তুতি আতংকিত চৰকাৰৰ
ALL NEWS

নেপালৰ দৰে পাকিস্তানত হ’ব নেকি জেন-জি বিদ্ৰোহ, ছ’চিয়েল মিডিয়া বন্ধ কৰাৰ প্ৰস্তুতি আতংকিত চৰকাৰৰ

by Staff Reporter
December 12, 2025
52
বিশ্বৰ আটাইতকৈ সুখী দেশ ফিনলেণ্ডত অঘটন, প্ৰিয় ক্লাবৰ অৱনতি, খঙত অনুৰাগীয়ে জ্বলালে ক্লাবৰ ষ্টেডিয়াম
ALL NEWS

বিশ্বৰ আটাইতকৈ সুখী দেশ ফিনলেণ্ডত অঘটন, প্ৰিয় ক্লাবৰ অৱনতি, খঙত অনুৰাগীয়ে জ্বলালে ক্লাবৰ ষ্টেডিয়াম

by Staff Reporter
December 12, 2025
54
থাইলেণ্ডত আটক গোৱাৰ নাইট ক্লাবৰ দুই মালিক
ALL NEWS

থাইলেণ্ডত আটক গোৱাৰ নাইট ক্লাবৰ দুই মালিক

by Staff Reporter
December 11, 2025
55
দেশৰ পৰা এইবাৰো বাতিল হজযাত্ৰা:
ALL NEWS

২০২৬ চনৰ হজ তীৰ্থযাত্ৰাৰ বাবে নতুন চৰকাৰী নিৰ্দেশনা মুকলি ছৌদি আৰৱৰ

by Staff Reporter
December 11, 2025
57
Student gang rape : দলবদ্ধ ধৰ্ষণৰ ভিডিঅ’ কৰি ব্লেকমেইল, চাৰি সহপাঠীৰ নাম মাতৃক কৈ আত্মহত্যা কিশোৰীৰ
ALL NEWS

Child rape case I ৬ বছৰীয়া কিশোৰীক ধৰ্ষণৰ চেষ্টা, বাধা দিয়াত যৌনাংগত সুমুৱাই দিলে ৰড

by Staff Reporter
December 10, 2025
51
কাৰ্বি আংলঙৰ আঞ্জুকপানী আৰক্ষীৰ জালত কেডিএলএফৰ ৩ উগ্ৰপন্থী:
ALL NEWS

Maoist encounter I ছত্তীশগড়ত মাওবাদীৰে সংঘৰ্ষত নিহত ৩ আৰক্ষী, ১২ মাওবাদী

by Staff Reporter
December 4, 2025
58
ADVERTISEMENT
Republic day 2026 : সন্ত্ৰাসবাদী আক্ৰমণৰ আশঙ্কা, চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত সমগ্ৰ দিল্লীত জাৰি হাই এলাৰ্ট
National-International

Republic day 2026 : সন্ত্ৰাসবাদী আক্ৰমণৰ আশঙ্কা, চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত সমগ্ৰ দিল্লীত জাৰি হাই এলাৰ্ট

January 17, 2026
50
Vande Bharat Express : দেশৰ প্ৰথমখন বন্দে ভাৰত শ্লীপাৰ ৰে’ল উদ্বোধন কৰি মোদীয়ে কয়, ‘কালী আৰু কামাখ্যাই হাত মিলাইছে’
National-International

Vande Bharat Express : দেশৰ প্ৰথমখন বন্দে ভাৰত শ্লীপাৰ ৰে’ল উদ্বোধন কৰি মোদীয়ে কয়, ‘কালী আৰু কামাখ্যাই হাত মিলাইছে’

January 17, 2026
50
BMC election 2026 : মুম্বাইত অন্ত পৰিল ঠাকৰে পৰিয়ালৰ ৰাজত্ব, পৌৰ নিগমৰ নিৰ্বাচনত বিজেপি মিত্ৰজোঁটৰ জয়লাভ
National-International

BMC election 2026 : মুম্বাইত অন্ত পৰিল ঠাকৰে পৰিয়ালৰ ৰাজত্ব, পৌৰ নিগমৰ নিৰ্বাচনত বিজেপি মিত্ৰজোঁটৰ জয়লাভ

January 17, 2026
50
ICC T-20 WC : টি-২০ বিশ্বকাপ সন্দৰ্ভত নতুন জটিলতা, ভাৰতীয় আই চি চিৰ সদস্যক ভিছা নিদিলে বাংলাদেশে
Sports News

ICC T-20 WC : টি-২০ বিশ্বকাপ সন্দৰ্ভত নতুন জটিলতা, ভাৰতীয় আই চি চিৰ সদস্যক ভিছা নিদিলে বাংলাদেশে

January 17, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Republic day 2026 : সন্ত্ৰাসবাদী আক্ৰমণৰ আশঙ্কা, চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত সমগ্ৰ দিল্লীত জাৰি হাই এলাৰ্ট

Republic day 2026 : সন্ত্ৰাসবাদী আক্ৰমণৰ আশঙ্কা, চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত সমগ্ৰ দিল্লীত জাৰি হাই এলাৰ্ট

January 17, 2026
Vande Bharat Express : দেশৰ প্ৰথমখন বন্দে ভাৰত শ্লীপাৰ ৰে’ল উদ্বোধন কৰি মোদীয়ে কয়, ‘কালী আৰু কামাখ্যাই হাত মিলাইছে’

Vande Bharat Express : দেশৰ প্ৰথমখন বন্দে ভাৰত শ্লীপাৰ ৰে’ল উদ্বোধন কৰি মোদীয়ে কয়, ‘কালী আৰু কামাখ্যাই হাত মিলাইছে’

January 17, 2026
BMC election 2026 : মুম্বাইত অন্ত পৰিল ঠাকৰে পৰিয়ালৰ ৰাজত্ব, পৌৰ নিগমৰ নিৰ্বাচনত বিজেপি মিত্ৰজোঁটৰ জয়লাভ

BMC election 2026 : মুম্বাইত অন্ত পৰিল ঠাকৰে পৰিয়ালৰ ৰাজত্ব, পৌৰ নিগমৰ নিৰ্বাচনত বিজেপি মিত্ৰজোঁটৰ জয়লাভ

January 17, 2026

Categories

ALL NEWS (17416) Artificial Intelligence (3) Assam (13899) BREAKING NEWS (6491) Business (34) Bussines (1) crime (25) cultural (5) Digital Transformation (3) DIPHU (4) Economy (99) Editorial (17) EDUCATION AND TECHNOLOGY (102) election (4) Entertainment (767) Entertrainment (420) EXCLUSIVE (124) Fashion (9) Featured (22) Features (30) FLIM (3) Guwahati (2061) Health & Fitness (632) Jobs & Career (7) KARBI ANGLONG (3538) Lifestyle (24) literature (16) Music (1) National-International (11325) NORTHEAST (890) Novels (3) Photo (5) Poems (9) Political (140) Recipes (6) Social Media (2) Sports News (501) Stories (16) Tech (14) Technology (2) Tourism (1) Travel (6) Uncategorized (15) Video News (90) weather (1)

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d