ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Karbi Film Society I তাৰালাংচত কাৰবি ফিল্ম ছচাইটিৰ নৱ নিৰ্মিত কাৰ্যালয় গৃহৰ শুভ উদ্ধোধন চিইএম তুলিৰাম ৰংহাঙৰ

ষ্টাফ ৰি'পৰ্টাৰঃ ডিফু

ASSAM TIMES POST by ASSAM TIMES POST
January 12, 2025
Reading Time: 1 min read
A A
0

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

CM Cheque Distribution : পশ্চিম কাৰ্বি আংলং আৰু কাৰ্বি আংলং জিলাত উদ্যমিতা পুঁজিৰ চেক বিতৰণৰ শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ

Road Accident : খটখটীত পথ দুৰ্ঘটনাত আহত ২

CM karbi Anglong visit : কাৰ্বি পাহাৰৰ মহিলালৈ মুখ্যমন্ত্ৰীৰ ভোগালী বিহুৰ উপহাৰ, মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ

দেওবাৰে পুৱা পুৱা প্ৰায় চাৰে এঘাৰ বজাত তাৰালাংচৰ সাংস্কৃতিক প্ৰকল্পৰ চৌহদত কাৰবি ফিল্ম ছচাইটি চমুকৈ কেএফএছৰ নৱ নিৰ্মিত কাৰ্যালয় ভৱনৰ শুভ উদ্ধোধন কৰে কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ চিইএম তুলিৰাম ৰংহাঙে ৷ প্ৰাক্তন সাংসদ হৰেণছিং বে’ৰ সাংসদ উন্নয়ন পূঁজীৰ অধীনত নিৰ্মান হোৱা ভৱনটোৰ উদ্ধোধনী কাৰ্যসূচীত উপস্থিত থাকি নিজকে সৌভাগ্যৱান বুলি কয় প্ৰাক্তন সাংসদ হৰেণছিং বে’ই ৷

তাৰালাংচত কাৰবি ফিল্ম ছচাইটিৰ নৱ নিৰ্মিত কাৰ্যালয় গৃহৰ শুভ উদ্ধোধন চিইএম তুলিৰাম ৰংহাঙৰ
তাৰালাংচত কাৰবি ফিল্ম ছচাইটিৰ নৱ নিৰ্মিত কাৰ্যালয় গৃহৰ শুভ উদ্ধোধন চিইএম তুলিৰাম ৰংহাঙৰ

কাৰবি ফিল্ম ছচাইটিৰ তৰফৰ পৰা স্মাৰকপত্ৰ যোগে কেএফচিৰ বাবে এটি অতিৰিক্ত ভৱন,  ড্ৰেইনৰ সুবিধাকে ধৰি অন্যান্য সুবিধা চিইএম তুলিৰাম ৰংহাঙে প্ৰদান কৰিব বুলি সংবাদ মাধ্যমৰ আগত প্ৰতিশ্ৰুতি প্ৰদান কৰে তুলিৰাম ৰংহাঙে ৷ আজিৰ কাৰ্যালয় গৃহ উদ্ধোধনী অনুষ্ঠৈন সাংসদ অমৰচিং তিচো, বিধায়কদ্বয় বিদ্যাছিং ইংলেং, দৰছিং ৰংহাঙ, কেচিএছৰ সভাপতি চন্দ্ৰছিং ক্ৰ’কে প্ৰমুখ্য কৰি কেইবাগৰাকী গণ্যমান্য ব্যক্তি উপস্থিত থাকে ৷

Share this:

  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on X (Opens in new window) X

Like this:

Like Loading...

Related

Tags: অসমৰ সংস্কৃতিউন্নয়ন পূঁজিকাৰবি আংলং স্বায়ত্তশাসিত পৰিষদকাৰবি ফিল্ম ছচাইটিকাৰবি সংস্কৃতিকাৰ্যালয় উদ্ধোধনকাৰ্যালয় গৃহ উদ্ধোধনী অনুষ্ঠানকেএফএছকেচিএছ সভাপতি চন্দ্ৰছিং ক্ৰ'গণ্যমান্য ব্যক্তিচলচ্চিত্ৰ উদ্যোগড্ৰেইন সুবিধাতুলিৰাম ৰংহাঙদৰছিং ৰংহাঙদেওবাৰে পুৱাপ্ৰাক্তন সাংসদ হৰেণছিং বে'বিধায়ক বিদ্যাছিং ইংলেংসংবাদ মাধ্যমসংস্কৃতিক উদ্যোগসামাজিক অনুষ্ঠানসাংসদ অমৰচিং তিচোসাংস্কৃতিক প্ৰকল্পস্থানীয় উন্নয়নস্মাৰকপত্ৰ
Share5Tweet3Send

Related Posts

CM Cheque Distribution : পশ্চিম কাৰ্বি আংলং আৰু কাৰ্বি আংলং জিলাত উদ্যমিতা পুঁজিৰ চেক বিতৰণৰ শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ
KARBI ANGLONG

CM Cheque Distribution : পশ্চিম কাৰ্বি আংলং আৰু কাৰ্বি আংলং জিলাত উদ্যমিতা পুঁজিৰ চেক বিতৰণৰ শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ

by ASSAM TIMES POST
January 14, 2026
55
Road Accident : খটখটীত পথ দুৰ্ঘটনাত আহত ২
KARBI ANGLONG

Road Accident : খটখটীত পথ দুৰ্ঘটনাত আহত ২

by News Desk
January 13, 2026
60
CM karbi Anglong visit : কাৰ্বি পাহাৰৰ মহিলালৈ মুখ্যমন্ত্ৰীৰ ভোগালী বিহুৰ উপহাৰ, মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ
KARBI ANGLONG

CM karbi Anglong visit : কাৰ্বি পাহাৰৰ মহিলালৈ মুখ্যমন্ত্ৰীৰ ভোগালী বিহুৰ উপহাৰ, মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ

by ASSAM TIMES POST
January 12, 2026
56
Narcotics Seized I খটখটীত নিষিদ্ধ কানিসহ দুজনক আটক
KARBI ANGLONG

Narcotics Seized I খটখটীত নিষিদ্ধ কানিসহ দুজনক আটক

by Staff Reporter
January 2, 2026
59
ৰাজ্যত পুনৰ ডাইনী সন্দেহত দম্পত্তিক হত্যা, কাৰ্বি আংলং জিলাৰ হাওৰাঘাটৰ ১নং বেলোগুৰি মুণ্ডা গাঁৱত দুৰ্বৃত্তৰ জঘন্য কাণ্ড
KARBI ANGLONG

Shocking Tragedy in Howraghat: Couple Brutally Murdered Over Witchcraft Allegations

by ASSAM TIMES POST
December 31, 2025
59
ৰাজ্যত পুনৰ ডাইনী সন্দেহত দম্পত্তিক হত্যা, কাৰ্বি আংলং জিলাৰ হাওৰাঘাটৰ ১নং বেলোগুৰি মুণ্ডা গাঁৱত দুৰ্বৃত্তৰ জঘন্য কাণ্ড
KARBI ANGLONG

ৰাজ্যত পুনৰ ডাইনী সন্দেহত দম্পত্তিক হত্যা, কাৰ্বি আংলং জিলাৰ হাওৰাঘাটৰ ১নং বেলোগুৰি মুণ্ডা গাঁৱত দুৰ্বৃত্তৰ জঘন্য কাণ্ড

by Staff Reporter
December 31, 2025
66
ADVERTISEMENT
Prime Minister’s Special Public Meeting Set to Transform Kaliabor’s Political Landscape
Assam

Prime Minister’s Special Public Meeting Set to Transform Kaliabor’s Political Landscape

January 16, 2026
55
PM Modi Assam visit : বিলাসী ৰে’ল উপহাৰেৰে কাইলৈ অসমলৈ আহি আছে প্ৰধানমন্ত্ৰী
Assam

PM Modi Set for Transformative Two-Day Visit to Assam

January 16, 2026
55
Road Accident : বদলা টিয়াপাড়ায় দুই শিশুর মৃত্যুতে শোকের ছায়া
Assam

Road Accident : বদলা টিয়াপাড়ায় দুই শিশুর মৃত্যুতে শোকের ছায়া

January 16, 2026
56
Toll plaza : এপ্ৰিলৰ পৰা আৰম্ভ হ’ব নতুন টোল পৰিশোধ ব্যৱস্থা
National-International

New Toll Payment : अप्रैल से नई टोल भुगतान व्यवस्था लागू होगी

January 16, 2026
57
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Prime Minister’s Special Public Meeting Set to Transform Kaliabor’s Political Landscape

Prime Minister’s Special Public Meeting Set to Transform Kaliabor’s Political Landscape

January 16, 2026
PM Modi Assam visit : বিলাসী ৰে’ল উপহাৰেৰে কাইলৈ অসমলৈ আহি আছে প্ৰধানমন্ত্ৰী

PM Modi Set for Transformative Two-Day Visit to Assam

January 16, 2026
Road Accident : বদলা টিয়াপাড়ায় দুই শিশুর মৃত্যুতে শোকের ছায়া

Road Accident : বদলা টিয়াপাড়ায় দুই শিশুর মৃত্যুতে শোকের ছায়া

January 16, 2026

Categories

ALL NEWS (17416) Artificial Intelligence (3) Assam (13897) BREAKING NEWS (6491) Business (34) crime (25) cultural (5) Digital Transformation (3) Dima Hasao (1) DIPHU (4) Economy (99) Editorial (17) EDUCATION (1) EDUCATION AND TECHNOLOGY (102) election (4) Entertainment (767) Entertrainment (420) EXCLUSIVE (124) Fashion (9) Featured (22) Features (30) FLIM (3) Guwahati (2061) Health & Fitness (632) Jobs & Career (7) KARBI ANGLONG (3538) Lifestyle (24) literature (16) Music (1) National-International (11319) NORTHEAST (890) Novels (3) Photo (5) Poems (9) Political (140) Recipes (6) Social Media (2) Sports News (500) Stories (16) Tech (14) Technology (2) Travel (6) Uncategorized (15) Video News (90) weather (1)

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d