ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

WhatsApp Fraud : ৱাটছএপ গ্ৰুপত আছে নেকি ? সাৱধান নহ’লে পৰিব পাৰে বিপদত

নিউজ ডেস্কঃ

News Desk by News Desk
November 29, 2024
Reading Time: 1 min read
A A
0
WhatsApp Fraud : ৱাটছএপ গ্ৰুপত আছে নেকি ? সাৱধান নহ’লে পৰিব পাৰে বিপদত

New Logo Smal 5 | ASSAM TIMES POST

RELATED POSTS

‎দিল্লীৰ বিবেক বিহাৰত ভয়ংকৰ অগ্নিকাণ্ড, মৃত্যু ৯ ‎

‎প্ৰসৱৰ পিছত বাচি থকা ছোৱালীৰ সংখ্যা বৃদ্ধি পাইছে I কেন্দ্ৰ

ৰাস্তা আৰু আনৰ মাটিত নামাজ পঢ়া মৌলিক অধিকাৰ নহয়: ন্যায়ালয়ৰ নতুন নিৰ্দশনা জাৰি

অনলাইন প্ৰৱঞ্চনা বা ডিজেটেল প্ৰৱঞ্চনা (Digital fraud)ৰ নিতৌ নতুন নতুন উপায় অৱলম্বন কৰি আহিছে প্ৰৱঞ্চকসকলে। এইবাৰ তেনে এক নতুন প্ৰৱঞ্চনাৰ ৰূপত দুষ্কৃতিকাৰীয়ে ১১ কোটি টকা চুৰি কৰে এজন প্ৰাক্তন জাহাজ কেপ্তেইনৰ পৰা। শ্বেয়াৰ বজাৰত ধন জমা কৰাৰ নামত প্ৰৱঞ্চনাৰে তেওঁৰ একাউণ্টৰ পৰা লুটি নিয়ে ১১ কোটি টকা। মুম্বাইৰ কলাবা (Colaba in Mumbai) অঞ্চলত সংঘটিত হৈছে এই ঘটনা।

জানিব পৰা মতে, মুম্বাইৰ বাসিন্দা এই ব্যক্তিজনক যোৱা ১৯ আগষ্টত হঠাতে কোনো অচিনাকি ব্যক্তিয়ে ৱাটছএপ গ্ৰুপ (WhatsApp Group)ত যোগ কৰিছিল। ষ্টক মাৰ্কেটত বিনিয়োগ (Investing in the stock market) কৰি অধিক ধন উপাৰ্জনৰ (Making Money) প্ৰতিশ্ৰুতি দিছিল। গ্ৰুপটোৰ এডমিনগৰাকীয়ে নিজকে আন্না স্মিথ বুলি পৰিচয় দিছিল আৰু নিয়মিতভাৱে ষ্টক মাৰ্কেটৰ কৌশল আৰু বিনিয়োগৰ সুযোগসমূহ শ্বেয়াৰ কৰিছিল।

whatapp 1 | ASSAM TIMES POST
ৱাটছএপ গ্ৰুপৰ সহায়লৈ মুম্বাইত বহু কোটি টকাৰ অনলাইন প্ৰৱঞ্চনা

ভুক্তভোগীয়ে গ্ৰুপৰ আন সদস্যসকলক দেখি বিশ্বাস কৰে। ষ্টক মাৰ্কেটৰ এজন প্ৰবীণ খেলুৱৈয়ে বিনিয়োগকাৰী হিচাপে ট্ৰেডিং প্লেটফৰ্মত বিনিয়োগ কৰাৰ আগ্ৰহ প্ৰকাশ কৰে। ইয়াৰ পিছতে দুষ্কৃতিকাৰীয়ে ব্যক্তিজনক আন এটা ৱাটছএপ গ্ৰুপত যোগ কৰে। তাত তেওঁক কোম্পানীটোৰ ট্ৰেডিং এপটো (Trading App) ডাউনলোড কৰিবলৈ লিংক পঠিওৱা হৈছিল।

এপটো ডাউনলোড কৰাৰ পিছত তেওঁ বিভিন্ন বিনিয়োগৰ সুযোগ সম্পৰ্কে বাৰ্তা লাভ কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ ভিতৰত আছিল প্ৰতিষ্ঠানিক একাউণ্ট ট্ৰেডিং, অ’টিচি ট্ৰেডিং আৰু আই পি অ’। তাৰ পিছত প্ৰৱঞ্চকসকলে বিভিন্ন বেংক একাউণ্টলৈ টকা পঠিয়াবলৈ কয়।

জানিব পৰা মতে, ৫ ছেপ্টেম্বৰৰ পৰা ১৯ অক্টোবৰৰ ভিতৰত ব্যক্তিজনৰ একাউণ্টৰ পৰা মুঠ ২২টা লেনদেন কৰা হৈছিল। তেওঁ বিভিন্ন বেংক একাউণ্টলৈ মুঠ ১১.১৬ কোটি টকা (Total 11.16 crore) পঠিয়ায়। কিন্তু এইটো কিয় বুলি সোধাত তেওঁক কোৱা হৈছিল যে কৰৰ পৰা বাচিবলৈ একাধিক একাউণ্ট ব্যৱহাৰ কৰা হৈছে। তাৰ পিছত ২০% ছাৰ্ভিচ টেক্স দিবলৈ কয়।

উক্ত ধন পৰিশোধ কৰাৰ পিছতো প্ৰৱঞ্চকসকলে বিভিন্ন অজুহাতত অতিৰিক্ত ধন দাবী কৰি থাকে। শেষত ভুক্তভোগীয়ে ষ্টক মাৰ্কেট কোম্পানীটোৰ মুখ্য কাৰ্যালয়লৈ গৈ গম পায় যে তেওঁ প্ৰৱঞ্চকৰ জালত ভৰি দিছে। ইয়াৰ পিছতে তেওঁ আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰে। চাইবাৰ অপৰাধ শাখাৰ জৰিয়তে আৰক্ষীয়ে এই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।

Tags: DigitalfraudWhatsAppFraudডিজেটেলপ্ৰৱঞ্চনাৱাটছএপগ্ৰুপপ্ৰৱঞ্চনা
Share4Tweet3Send

Related Posts

‎দিল্লীৰ বিবেক বিহাৰত ভয়ংকৰ অগ্নিকাণ্ড, মৃত্যু ৯ ‎
National-International

‎দিল্লীৰ বিবেক বিহাৰত ভয়ংকৰ অগ্নিকাণ্ড, মৃত্যু ৯ ‎

by Staff Reporter
May 3, 2026
50
Youtube I ইউটিউব চাই ঘৰতে সন্তান প্ৰসৱ ১৫ বছৰীয়া কিশোৰীৰ! নৱজাতকক ডিঙি চেপি হত্যা
National-International

‎প্ৰসৱৰ পিছত বাচি থকা ছোৱালীৰ সংখ্যা বৃদ্ধি পাইছে I কেন্দ্ৰ

by Staff Reporter
May 2, 2026
50
ৰাস্তা আৰু আনৰ মাটিত নামাজ পঢ়া মৌলিক অধিকাৰ নহয়: ন্যায়ালয়ৰ নতুন নিৰ্দশনা জাৰি
National-International

ৰাস্তা আৰু আনৰ মাটিত নামাজ পঢ়া মৌলিক অধিকাৰ নহয়: ন্যায়ালয়ৰ নতুন নিৰ্দশনা জাৰি

by Staff Reporter
May 2, 2026
50
Assam Byelections 2024 : উপ-নিৰ্বাচনৰ প্ৰস্তুতি, ২০ আগষ্টত প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকা
National-International

‎পশ্চিম বংগৰ ১৫টা বুথত পুনৰ নিৰ্বাচন আৰম্ভ

by Staff Reporter
May 2, 2026
50
ক্ষমতা হাতত ৰখাৰ বাবে ভোটিং মেচিন বাজেয়াপ্ত কৰাৰ নির্দেশ দিছিল ট্রাম্পে!
National-International

‎ইৰাণৰ লগত হোৱাত যুদ্ধত সহায় নোপোৱাত ডাঙৰ সিদ্ধান্ত ট্ৰাম্পৰ I ইউৰোপৰ দেশৰ পৰা ৫০০০ সেনা প্ৰত্যাহাৰ!

by Staff Reporter
May 2, 2026
50
‎যুদ্ধবিৰতি উলংঘন কৰি লেবাননত ইজৰাইলৰ আক্ৰমণ, নিহত ১২
National-International

‎যুদ্ধবিৰতি উলংঘন কৰি লেবাননত ইজৰাইলৰ আক্ৰমণ, নিহত ১২

by Staff Reporter
May 2, 2026
50
ADVERTISEMENT
‎দিল্লীৰ বিবেক বিহাৰত ভয়ংকৰ অগ্নিকাণ্ড, মৃত্যু ৯ ‎
National-International

‎দিল্লীৰ বিবেক বিহাৰত ভয়ংকৰ অগ্নিকাণ্ড, মৃত্যু ৯ ‎

May 3, 2026
50
‎Ganja Seized : লাহৰিজানত গাঞ্জা জব্দ, মহিলা সৰবৰাহকাৰী আটক
KARBI ANGLONG

‎Ganja Seized : লাহৰিজানত গাঞ্জা জব্দ, মহিলা সৰবৰাহকাৰী আটক

May 2, 2026
50
Youtube I ইউটিউব চাই ঘৰতে সন্তান প্ৰসৱ ১৫ বছৰীয়া কিশোৰীৰ! নৱজাতকক ডিঙি চেপি হত্যা
National-International

‎প্ৰসৱৰ পিছত বাচি থকা ছোৱালীৰ সংখ্যা বৃদ্ধি পাইছে I কেন্দ্ৰ

May 2, 2026
50
ৰাস্তা আৰু আনৰ মাটিত নামাজ পঢ়া মৌলিক অধিকাৰ নহয়: ন্যায়ালয়ৰ নতুন নিৰ্দশনা জাৰি
National-International

ৰাস্তা আৰু আনৰ মাটিত নামাজ পঢ়া মৌলিক অধিকাৰ নহয়: ন্যায়ালয়ৰ নতুন নিৰ্দশনা জাৰি

May 2, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

‎দিল্লীৰ বিবেক বিহাৰত ভয়ংকৰ অগ্নিকাণ্ড, মৃত্যু ৯ ‎

‎দিল্লীৰ বিবেক বিহাৰত ভয়ংকৰ অগ্নিকাণ্ড, মৃত্যু ৯ ‎

May 3, 2026
‎Ganja Seized : লাহৰিজানত গাঞ্জা জব্দ, মহিলা সৰবৰাহকাৰী আটক

‎Ganja Seized : লাহৰিজানত গাঞ্জা জব্দ, মহিলা সৰবৰাহকাৰী আটক

May 2, 2026
Youtube I ইউটিউব চাই ঘৰতে সন্তান প্ৰসৱ ১৫ বছৰীয়া কিশোৰীৰ! নৱজাতকক ডিঙি চেপি হত্যা

‎প্ৰসৱৰ পিছত বাচি থকা ছোৱালীৰ সংখ্যা বৃদ্ধি পাইছে I কেন্দ্ৰ

May 2, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx