ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

Adani Group I উৎকোচ আগবঢ়োৱাৰ অভিযোগত আমেৰিকাত ভতিজাকৰ সৈতে অভিযুক্ত আদানি

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
November 21, 2024
Reading Time: 1 min read
A A
0
Adani I এমাহত ৬ লাখ কোটিৰ লোকচান! আদানী বৰ্তমান কিমান টকাৰ মালিক?

New Logo Smal 4 | ASSAM TIMES POST

RELATED POSTS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

আদানি গ্ৰুপৰ (Adani Group) অধ্যক্ষ গৌতম আদানিৰ নাম বিত্তীয় কেলেংকাৰীত সাঙোৰ খাই পৰিছে। এজন ভাৰতীয় উদ্যোগপতিৰ বিৰুদ্ধে এটা সৌৰ প্ৰকল্পৰ বাবে ভাৰত চৰকাৰৰ বিষয়াসকলক ২,২৩৭ কোটি টকাৰ উৎকোচ দিয়াৰ অভিযোগ উত্থাপিত হৈছে।

Adani Group I
উৎকোচ আগবঢ়োৱাৰ অভিযোগত আমেৰিকাত ভতিজাকৰ সৈতে অভিযুক্ত আদানি:

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, আমেৰিকা প্ৰশাসনে গৌতম আদানি আৰু তেওঁৰ ভতিজাক সাগৰ আদানি দুয়োৰে বাবে গ্ৰেপ্তাৰ ৱাৰেণ্ট জাৰি কৰিছে।

আদানিৰ বিৰুদ্ধে অভিযোগটো হৈছে যে আদানি গ্ৰুপে ভাৰতৰ সৌৰশক্তি প্ৰকল্পৰ বাবে চৰকাৰী বিষয়াসকলক প্ৰায় ২,২৩৭ কোটি টকা উৎকোচ আগবঢ়াইছিল, যাৰ দ্বাৰা ২০ বছৰত ২ বিলিয়ন ডলাৰ লাভ কৰিব পাৰিলেহেঁতেন।

গৌতম আদানিৰ ভতিজাক সাগৰৰো উৎকোচৰ গোচৰত নাম দিয়া হৈছে। ইয়াৰ বাহিৰেও তালিকাত আৰু বহুতৰে নাম দাখিল কৰা হৈছে। গৌতম আদানি আৰু আন সাতজনৰ বিৰুদ্ধে ভাৰতৰ আটাইতকৈ ডাঙৰ সৌৰশক্তি প্ৰকল্পৰ বাবে ভাৰতীয় বিষয়াসকলক উৎকোচ দিয়াৰ অভিযোগ উত্থাপিত হৈছে।

নিউয়ৰ্কৰ ইষ্টাৰ্ণ ডিষ্ট্ৰিক্টৰ বাবে থকা আমেৰিকাৰ এটৰ্ণী কাৰ্যালয়ে জাৰি কৰা জাননী অনুসৰি, আদানি আৰু অন্যান্যসকলৰ বিৰুদ্ধে ভাৰত চৰকাৰৰ বিষয়াসকলক ২,২৩৭ কোটি টকাতকৈ অধিক উৎকোচ প্ৰদান কৰা আৰু বিনিয়োগকাৰী আৰু বেংকসমূহক মিছা তথ্য প্ৰদান কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে।

আন ছয়জন অভিযুক্ত হৈছে আদানি গ্ৰীণ এনাৰ্জি লিমিটেডৰ মুখ্য কাৰ্যবাহী বিষয়া বিনীত জৈন, ৰঞ্জিত গুপ্তা, ৰূপেশ আগৰৱালা, অষ্ট্ৰেলিয়া আৰু ফৰাচী নাগৰিক চিৰিল কাবানেছ, সৌৰভ আগৰৱালা আৰু দীপক মালহোত্ৰা।
ইফালে আদানি গ্ৰুপৰ এজন মুখপাত্ৰই সংবাদ মাধ্যমক জনোৱা অনুসৰি কোম্পানীটোৱে শীঘ্ৰেই অভিযোগসমূহৰ ওপৰত এক বিবৃতি জাৰি কৰিব।

Tags: Adaniআমেৰিকাত ভতিজাকৰ সৈতে অভিযুক্ত আদানিউৎকোচ আগবঢ়োৱাৰ অভিযোগত
Share4Tweet3Send

Related Posts

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
ALL NEWS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ
ALL NEWS

CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ

by Staff Reporter
February 16, 2026
50
ADVERTISEMENT
Mohan Bhagwat : প্ৰতিবাদ কৰাটো দেশদ্ৰোহ নহয়, নৱপ্ৰজন্মৰ ক্ষোভ ন্যায্য, তেওঁলোক আমাৰ প্ৰজন্মতকৈ অধিক সৎ : আৰ এছ এছ প্ৰধান মোহন ভাগৱত
National-International

Mohan Bhagwat : প্ৰতিবাদ কৰাটো দেশদ্ৰোহ নহয়, নৱপ্ৰজন্মৰ ক্ষোভ ন্যায্য, তেওঁলোক আমাৰ প্ৰজন্মতকৈ অধিক সৎ : আৰ এছ এছ প্ৰধান মোহন ভাগৱত

August 7, 2026
50
CJP executive members : পঁইতাচোৰাৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সমিতিত ১১ জন সদস্য, কাৰ কি দায়িত্ব
National-International

CJP executive members : পঁইতাচোৰাৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সমিতিত ১১ জন সদস্য, কাৰ কি দায়িত্ব

August 7, 2026
50
UPI transaction : ইউপিআই লেনদেনতো ভৰিব লাগিব নেকি চাৰ্ভিচ চাৰ্জ? বিতৰ্ক অবিহনেই লোকসভাত গৃহীত বিধেয়ক
National-International

UPI transaction : ইউপিআই লেনদেনতো ভৰিব লাগিব নেকি চাৰ্ভিচ চাৰ্জ? বিতৰ্ক অবিহনেই লোকসভাত গৃহীত বিধেয়ক

August 7, 2026
50
Nijut Moina scheme : ডিফুত মুখ্যমন্ত্ৰীৰ নিযুত মইনা-নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণ
KARBI ANGLONG

Nijut Moina scheme : ডিফুত মুখ্যমন্ত্ৰীৰ নিযুত মইনা-নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণ

August 6, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Mohan Bhagwat : প্ৰতিবাদ কৰাটো দেশদ্ৰোহ নহয়, নৱপ্ৰজন্মৰ ক্ষোভ ন্যায্য, তেওঁলোক আমাৰ প্ৰজন্মতকৈ অধিক সৎ : আৰ এছ এছ প্ৰধান মোহন ভাগৱত

Mohan Bhagwat : প্ৰতিবাদ কৰাটো দেশদ্ৰোহ নহয়, নৱপ্ৰজন্মৰ ক্ষোভ ন্যায্য, তেওঁলোক আমাৰ প্ৰজন্মতকৈ অধিক সৎ : আৰ এছ এছ প্ৰধান মোহন ভাগৱত

August 7, 2026
CJP executive members : পঁইতাচোৰাৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সমিতিত ১১ জন সদস্য, কাৰ কি দায়িত্ব

CJP executive members : পঁইতাচোৰাৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সমিতিত ১১ জন সদস্য, কাৰ কি দায়িত্ব

August 7, 2026
UPI transaction : ইউপিআই লেনদেনতো ভৰিব লাগিব নেকি চাৰ্ভিচ চাৰ্জ? বিতৰ্ক অবিহনেই লোকসভাত গৃহীত বিধেয়ক

UPI transaction : ইউপিআই লেনদেনতো ভৰিব লাগিব নেকি চাৰ্ভিচ চাৰ্জ? বিতৰ্ক অবিহনেই লোকসভাত গৃহীত বিধেয়ক

August 7, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx