ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Delhi Pollution : প্ৰদূষণ ৰোধৰ বাবে দিল্লী চৰকাৰৰ ৫০ শতাংশ কৰ্মচাৰীক ঘৰৰ পৰা কাম কৰাৰ নিৰ্দেশ

নিউজ ডেস্কঃ

News Desk by News Desk
November 20, 2024
Reading Time: 1 min read
A A
0
Delhi Pollution : প্ৰদূষণ ৰোধৰ বাবে দিল্লী চৰকাৰৰ ৫০ শতাংশ কৰ্মচাৰীক ঘৰৰ পৰা কাম কৰাৰ নিৰ্দেশ

New Logo Smal 3 | ASSAM TIMES POST

RELATED POSTS

Tamil Nadu political crisis । তামিল ৰাজনৈতিক সংঘাত, সংসদত কংগ্ৰেছৰ সৈতে একেলগে নবহে ডিএমকে সাংসদ

Cornel Sofia row I কৰ্ণেল ছোফিয়া কুৰেশ্বীৰ ওপৰত মন্তব্য আগবঢ়োৱা মন্ত্ৰীৰ বিৰুদ্ধে ব্যৱস্থা লোৱাত বিলম্ব, মধ্যপ্ৰদেশ চৰকাৰক সমালোচনা উচ্চতম ন্যায়ালয়ৰ

New CDS I এন এছ ৰাজা সুব্ৰমণিয়াম দেশৰ নতুন সেনাপ্ৰধান, পৰৱৰ্তী নৌসেনাৰ মুৰব্বীৰ নামো ঘোষণা

দিল্লীৰ প্ৰদূষণৰ (Delhi Pollution) মাত্ৰা সৰ্বকালৰ উচ্চতম স্তৰত উপনীত হৈছে। কেইবা ঠাইতো বায়ুৰ গুণমান স্তৰ ৫০০ অতিক্ৰম (Air quality level 500 exceeds) কৰিছে। এনে পৰিস্থিতিত দিল্লী চৰকাৰে ৰাজধানীৰ ৫০ শতাংশ চৰকাৰী কৰ্মচাৰীক (Government employees) ঘৰৰ পৰাই কাম (Instructions Work from home) কৰিবলৈ নিৰ্দেশ দিছে। বুধবাৰৰ পৰা কাৰ্যকৰী হয় এই নিৰ্দেশ।

বুধবাৰে পুৱা দিল্লীৰ পৰিৱেশ মন্ত্ৰী গোপাল ৰায়ে কয়, “প্ৰদূষণ হ্ৰাস কৰিবলৈ ৫০ শতাংশ চৰকাৰী কৰ্মচাৰী (50% Government employees)ক ঘৰৰ পৰাই কাম কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। এই পৰিকল্পনা ক্ষিপ্ৰ ৰূপায়ণৰ বাবে বুধবাৰে দিনৰ ১ বজাত শীৰ্ষ বিষয়াসকলৰ সৈতে এখন বৈঠক অনুষ্ঠিত হ’ব।”

Delhi | ASSAM TIMES POST
প্ৰদূষণ ৰোধৰ বাবে দিল্লী চৰকাৰৰ ৫০ শতাংশ কৰ্মচাৰীক ঘৰৰ পৰা কাম কৰাৰ নিৰ্দেশ

উল্লেখ্য যে গোপাল ৰায়ে ৰাজধানীত কৃত্ৰিম বৰষুণ বিচাৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ পত্ৰ লিখিছিল। কিন্তু প্ৰধানমন্ত্ৰীয়ে কি উত্তৰ দিয়ে তাৰ অপেক্ষাত আছে। ইফালে প্ৰদূষণৰ বাবে দিল্লীৰ সকলো বিদ্যালয়তে অনলাইন পাঠদান আৰম্ভ হৈছে। দিল্লী বিশ্ববিদ্যালয়ৰ অধীনস্থ মহাবিদ্যালয়সমূহেও এতিয়া অনলাইন ক্লাছ অনুষ্ঠিত কৰিব। জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়তো অনলাইন ক্লাছ অনুষ্ঠিত হ’ব। দৃশ্যমানতা কম হোৱাৰ বাবে বাতিল কৰা হৈছে কেইবাখনো ৰে’ল। বিমান সেৱাও আংশিকভাৱে ব্যাহত হৈ পৰে।

অৱশ্যে বুধবাৰে দিল্লীৰ বায়ুৰ গুণমান কিছু হ্ৰাস পাইছে। কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ তথ্য অনুসৰি, বুধবাৰে পুৱা ৰাজধানীৰ বায়ুৰ গুণমান ৪২২। কিন্তু বুধবাৰে পুৱাৰে পৰা দিল্লী আৰু দাঁতিকাষৰীয়া অঞ্চলত প্ৰচণ্ড ধোঁৱাৰ প্ৰকোপ অব্যাহত আছে। দৃশ্যমানতাও যথেষ্ট কম। ইতিমধ্যে দিল্লীত প্ৰদূষণ মোকাবিলা কৰিবলৈ প্ৰশাসনে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে।

Tags: DelhiPollutionদিল্লীপ্ৰদূষণ
Share4Tweet3Send

Related Posts

TVK leader Vijay : কংগ্ৰেছৰ লগতে বাওঁপন্থীৰ সমৰ্থনত অৱশেষত তামিলনাডুত চৰকাৰ গঠনৰ যাদুকৰী সংখ্যা লাভ বিজয়ৰ
National-International

Tamil Nadu political crisis । তামিল ৰাজনৈতিক সংঘাত, সংসদত কংগ্ৰেছৰ সৈতে একেলগে নবহে ডিএমকে সাংসদ

by Staff Reporter
May 9, 2026
50
Cornel Sofia row I কৰ্ণেল ছোফিয়া কুৰেশ্বীৰ ওপৰত মন্তব্য আগবঢ়োৱা মন্ত্ৰীৰ বিৰুদ্ধে ব্যৱস্থা লোৱাত বিলম্ব, মধ্যপ্ৰদেশ চৰকাৰক সমালোচনা উচ্চতম ন্যায়ালয়ৰ
National-International

Cornel Sofia row I কৰ্ণেল ছোফিয়া কুৰেশ্বীৰ ওপৰত মন্তব্য আগবঢ়োৱা মন্ত্ৰীৰ বিৰুদ্ধে ব্যৱস্থা লোৱাত বিলম্ব, মধ্যপ্ৰদেশ চৰকাৰক সমালোচনা উচ্চতম ন্যায়ালয়ৰ

by Staff Reporter
May 9, 2026
50
New CDS I এন এছ ৰাজা সুব্ৰমণিয়াম দেশৰ নতুন সেনাপ্ৰধান, পৰৱৰ্তী নৌসেনাৰ মুৰব্বীৰ নামো ঘোষণা
National-International

New CDS I এন এছ ৰাজা সুব্ৰমণিয়াম দেশৰ নতুন সেনাপ্ৰধান, পৰৱৰ্তী নৌসেনাৰ মুৰব্বীৰ নামো ঘোষণা

by Staff Reporter
May 9, 2026
50
Suvendu Oath Taking I মুখ্যমন্ত্ৰী শুভেন্দুৰ সৈতে ৫ বিধায়কৰ শপত গ্ৰহণ

by News Desk
May 8, 2026
50
Bengal new CM : বংগত বিজেপিৰ প্ৰথম মুখ্যমন্ত্ৰী ৰূপে কাইলৈ শপত গ্ৰহণ কৰিব শুভেন্দু অধিকাৰীয়ে

ADVERTISEMENT
TVK leader Vijay : কংগ্ৰেছৰ লগতে বাওঁপন্থীৰ সমৰ্থনত অৱশেষত তামিলনাডুত চৰকাৰ গঠনৰ যাদুকৰী সংখ্যা লাভ বিজয়ৰ
National-International

Tamil Nadu political crisis । তামিল ৰাজনৈতিক সংঘাত, সংসদত কংগ্ৰেছৰ সৈতে একেলগে নবহে ডিএমকে সাংসদ

May 9, 2026
50
Cornel Sofia row I কৰ্ণেল ছোফিয়া কুৰেশ্বীৰ ওপৰত মন্তব্য আগবঢ়োৱা মন্ত্ৰীৰ বিৰুদ্ধে ব্যৱস্থা লোৱাত বিলম্ব, মধ্যপ্ৰদেশ চৰকাৰক সমালোচনা উচ্চতম ন্যায়ালয়ৰ
National-International

Cornel Sofia row I কৰ্ণেল ছোফিয়া কুৰেশ্বীৰ ওপৰত মন্তব্য আগবঢ়োৱা মন্ত্ৰীৰ বিৰুদ্ধে ব্যৱস্থা লোৱাত বিলম্ব, মধ্যপ্ৰদেশ চৰকাৰক সমালোচনা উচ্চতম ন্যায়ালয়ৰ

May 9, 2026
50
New CDS I এন এছ ৰাজা সুব্ৰমণিয়াম দেশৰ নতুন সেনাপ্ৰধান, পৰৱৰ্তী নৌসেনাৰ মুৰব্বীৰ নামো ঘোষণা
National-International

New CDS I এন এছ ৰাজা সুব্ৰমণিয়াম দেশৰ নতুন সেনাপ্ৰধান, পৰৱৰ্তী নৌসেনাৰ মুৰব্বীৰ নামো ঘোষণা

May 9, 2026
50
Suvendu Oath Taking I মুখ্যমন্ত্ৰী শুভেন্দুৰ সৈতে ৫ বিধায়কৰ শপত গ্ৰহণ
National-International

Suvendu Oath Taking I মুখ্যমন্ত্ৰী শুভেন্দুৰ সৈতে ৫ বিধায়কৰ শপত গ্ৰহণ

May 9, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

TVK leader Vijay : কংগ্ৰেছৰ লগতে বাওঁপন্থীৰ সমৰ্থনত অৱশেষত তামিলনাডুত চৰকাৰ গঠনৰ যাদুকৰী সংখ্যা লাভ বিজয়ৰ

Tamil Nadu political crisis । তামিল ৰাজনৈতিক সংঘাত, সংসদত কংগ্ৰেছৰ সৈতে একেলগে নবহে ডিএমকে সাংসদ

May 9, 2026
Cornel Sofia row I কৰ্ণেল ছোফিয়া কুৰেশ্বীৰ ওপৰত মন্তব্য আগবঢ়োৱা মন্ত্ৰীৰ বিৰুদ্ধে ব্যৱস্থা লোৱাত বিলম্ব, মধ্যপ্ৰদেশ চৰকাৰক সমালোচনা উচ্চতম ন্যায়ালয়ৰ

Cornel Sofia row I কৰ্ণেল ছোফিয়া কুৰেশ্বীৰ ওপৰত মন্তব্য আগবঢ়োৱা মন্ত্ৰীৰ বিৰুদ্ধে ব্যৱস্থা লোৱাত বিলম্ব, মধ্যপ্ৰদেশ চৰকাৰক সমালোচনা উচ্চতম ন্যায়ালয়ৰ

May 9, 2026
New CDS I এন এছ ৰাজা সুব্ৰমণিয়াম দেশৰ নতুন সেনাপ্ৰধান, পৰৱৰ্তী নৌসেনাৰ মুৰব্বীৰ নামো ঘোষণা

New CDS I এন এছ ৰাজা সুব্ৰমণিয়াম দেশৰ নতুন সেনাপ্ৰধান, পৰৱৰ্তী নৌসেনাৰ মুৰব্বীৰ নামো ঘোষণা

May 9, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT