ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

Delhi AAP leager Joins BJP I দিল্লী আপত মোক্ষম আঘাত, ঝাড়ু এৰি পদুমত যোগদান প্ৰাক্তন মন্ত্ৰী কৈলাস গেহলটৰ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
November 18, 2024
Reading Time: 1 min read
A A
0
Delhi AAP leager Joins BJP I দিল্লী আপত মোক্ষম আঘাত, ঝাড়ু এৰি পদুমত যোগদান প্ৰাক্তন মন্ত্ৰী কৈলাস গেহলটৰ

New Logo Smal 3 | ASSAM TIMES POST

RELATED POSTS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই আম আদমী পাৰ্টি ত্যাগৰ ২৪ ঘণ্টাৰ ভিতৰতে বিজেপিত যোগদান কৰে দিল্লী আপৰ জ্যেষ্ঠা নেতা কৈলাস গেহলটে (Kailash Gehlate)। দেওবাৰে বিয়লি তেওঁ দিল্লীৰ ৰাজনীতিত আলোড়নৰ সৃষ্টি কৰি আপ ত্যাগ কৰাৰ পিছত তেওঁ বিজেপিত যোগদান কৰে।

Delhi AAP leager Joins BJP I
ঝাড়ু এৰি পদুমত যোগদান প্ৰাক্তন মন্ত্ৰী কৈলাস গেহলটৰ:

সোমবাৰে বিজেপিত যোগদান কৰি কৈলাস গেহলটে কয়, “আপ এৰাটো মোৰ বাবে সহজ পদক্ষেপ নাছিল। প্ৰথমদিনাৰ পৰাই মই আপৰ লগত আছিলো। আন্না হাজাৰেৰ আন্দোলনত ময়ো জড়িত হৈ আহিছো।

তাৰ পিছত তেওঁ কয়, বহুতে ভাবিছে মই ৰাতিৰ ভিতৰতে এই সিদ্ধান্ত লৈছোঁ বা কিবা চাপত পৰি আপ এৰিছোঁ। মই তেওঁলোকক ক’ব বিচাৰো যে ইয়াত কোনো চাপ নাছিল।”

উল্লেখ্য যে দেওবাৰে কৈলাস গেহলটে আপৰ আহ্বায়ক অৰবিন্দ কেজৰিৱাললৈ এখন পত্ৰ লিখি দল ত্যাগ কৰাৰ বিষয়ে অৱগত কৰে। দলটোৰ বৰ্তমানৰ স্থিতি আৰু কাম-কাজক লৈ অসন্তুষ্টিৰে ভৰি আছিল পত্ৰখন। তেওঁৰ মতে, আপে দলৰ ভিতৰতে কেইবাটাও ‘কঠিন প্ৰত্যাহ্বান’ৰ সন্মুখীন হ’বলগীয়া হৈছে।

তেওঁ লিখিছে, “সাধাৰণ মানুহক দিয়া প্ৰতিশ্ৰুতিবোৰ পাহৰি ৰাজনৈতিক উচ্চাকাংক্ষাৰ কথা চিন্তা কৰা হৈছে। ফলত বহু প্ৰতিশ্ৰুতি পূৰণ নোহোৱাকৈয়ে থাকি গৈছে।”

আপে নিজৰ ৰাজনৈতিক স্বাৰ্থৰ বাবে যুঁজিছে বুলি অভিযোগ উত্থাপন কৰে কৈলাসে। সেইবাবেই দিল্লীৰ সাধাৰণ মানুহ ন্যূন্তম নাগৰিক সেৱাৰ পৰা বঞ্চিত। তেওঁ যমুনা নদীৰ প্ৰদূষণৰ বিষয়টোও উত্থাপন কৰে। তেওঁ অভিযোগ কৰে যে আপ চৰকাৰে যমুনা পৰিষ্কাৰ কৰাৰ প্ৰতিশ্ৰুতি পূৰণৰ বাবে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই।

আনহাতে, কৈলাসৰ দলত্যাগৰ পিছত আপ তেওঁৰ বিৰুদ্ধে সৰৱ হৈছে। আপ নেতাৰ এটা অংশৰ মতে, বিজেপিৰ হেঁচাত তেওঁ এই সিদ্ধান্ত গ্ৰহণ কৰে। ইয়াৰ পূৰ্বে ইডি আৰু আয়কৰ বিভাগে তেওঁৰ ঘৰত অভিযান চলাইছিল।

আপৰ সূত্ৰ অনুসৰি, কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই তেওঁৰ ওপৰত চকু ৰাখিছে। হয়তো সেইবাবেই তেওঁ দল ত্যাগ কৰিছে। আপ নেতা সঞ্জয় সিঙেও একেই অভিযোগ উত্থাপন কৰে। অৱশ্যে বিজেপিত যোগদানৰ বাবে তেওঁৰ ওপৰত কোনো হেঁচা নাই বুলি স্পষ্ট কৰি দিয়ে কৈলাস গেহলটে।

উল্লেখ্য যে পঞ্চাশ বছৰীয়া কৈলাস গেহলট দীৰ্ঘদিন আপৰ সৈতে জড়িত হৈ চৰকাৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগ চম্ভালি আছিল। তেওঁ দিল্লী চৰকাৰৰ গৃহ, পৰিবহণ, তথ্য প্ৰযুক্তি আৰু মহিলা আৰু শিশু কল্যাণৰ ৰাজ্যিক মন্ত্ৰী আছিল।

লক্ষণীয় কথাটো হৈছে যে অহা বছৰ দিল্লীত বিধানসভা নিৰ্বাচন আছে। তাৰ পূৰ্বে গেহলটৰ দলত্যাগ আৰু বিজেপিত যোগদান কৰাটো এটা ডাঙৰ আঘাত বুলি ধাৰণা কৰা হৈছে।

Tags: ঝাড়ু এৰি পদুমত যোগদানদিল্লী আপত মোক্ষম আঘাতপ্ৰাক্তন মন্ত্ৰী কৈলাস গেহলটৰ
Share4Tweet3Send

Related Posts

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
ALL NEWS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ
ALL NEWS

CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ

by Staff Reporter
February 16, 2026
50
New Planet discover । ৩৫৫ দিনত এবছৰৰ এটা শীতল গ্ৰহ আৱিষ্কাৰ মহাকাশত বিজ্ঞানীসকলৰ
ALL NEWS

New Planet discover । ৩৫৫ দিনত এবছৰৰ এটা শীতল গ্ৰহ আৱিষ্কাৰ মহাকাশত বিজ্ঞানীসকলৰ

by Staff Reporter
February 13, 2026
50
ADVERTISEMENT
Earthquake in Venezuela : ভেনিজুৱেলাৰ ভূমিকম্পত এতিয়ালৈকে মৃত্যু ৯২০ : উপগ্ৰহৰ ছবিত দেখিবলৈ পোৱা গ’ল ক্ষয়-ক্ষতি
National-International

Earthquake in Venezuela : ভেনিজুৱেলাৰ ভূমিকম্পত এতিয়ালৈকে মৃত্যু ৯২০ : উপগ্ৰহৰ ছবিত দেখিবলৈ পোৱা গ’ল ক্ষয়-ক্ষতি

June 27, 2026
50
Ram Mandir : বেংকৰ প্ৰাক্তন কৰ্মচাৰীৰ পৰা ট্ৰাষ্টৰ হিচাপৰক্ষকলৈ, ৰাম মন্দিৰৰ ধন চুৰিৰ অপৰাধত আৰু কোন গ্ৰেপ্তাৰ
National-International

Ram Mandir : বেংকৰ প্ৰাক্তন কৰ্মচাৰীৰ পৰা ট্ৰাষ্টৰ হিচাপৰক্ষকলৈ, ৰাম মন্দিৰৰ ধন চুৰিৰ অপৰাধত আৰু কোন গ্ৰেপ্তাৰ

June 27, 2026
50
Gautam Adani : ট্ৰাম্পৰ পুত্ৰৰ সৈতে আদানীৰ বৈঠকক লৈ সমগ্ৰ বিশ্বতে চৰ্চা, হঠাৎ কি আহিল এই প্ৰসংগ
National-International

Gautam Adani : ট্ৰাম্পৰ পুত্ৰৰ সৈতে আদানীৰ বৈঠকক লৈ সমগ্ৰ বিশ্বতে চৰ্চা, হঠাৎ কি আহিল এই প্ৰসংগ

June 27, 2026
50
Ketan Agarwal murder case : হ’বলগীয়া স্বামীক হত্যা কৰিবলৈ বাগদত্তাই কৰা কাৰ্যত সমগ্ৰ দেশ স্তম্ভিত
National-International

Pune murder case : মূৰত উইগ পিন্ধাৰ বাবেই হত্যা ? কেতন আগৰৱালা হত্যাকাণ্ডক লৈ পিতৃৰ চাঞ্চল্যকৰ দাবী

June 27, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Earthquake in Venezuela : ভেনিজুৱেলাৰ ভূমিকম্পত এতিয়ালৈকে মৃত্যু ৯২০ : উপগ্ৰহৰ ছবিত দেখিবলৈ পোৱা গ’ল ক্ষয়-ক্ষতি

Earthquake in Venezuela : ভেনিজুৱেলাৰ ভূমিকম্পত এতিয়ালৈকে মৃত্যু ৯২০ : উপগ্ৰহৰ ছবিত দেখিবলৈ পোৱা গ’ল ক্ষয়-ক্ষতি

June 27, 2026
Ram Mandir : বেংকৰ প্ৰাক্তন কৰ্মচাৰীৰ পৰা ট্ৰাষ্টৰ হিচাপৰক্ষকলৈ, ৰাম মন্দিৰৰ ধন চুৰিৰ অপৰাধত আৰু কোন গ্ৰেপ্তাৰ

Ram Mandir : বেংকৰ প্ৰাক্তন কৰ্মচাৰীৰ পৰা ট্ৰাষ্টৰ হিচাপৰক্ষকলৈ, ৰাম মন্দিৰৰ ধন চুৰিৰ অপৰাধত আৰু কোন গ্ৰেপ্তাৰ

June 27, 2026
Gautam Adani : ট্ৰাম্পৰ পুত্ৰৰ সৈতে আদানীৰ বৈঠকক লৈ সমগ্ৰ বিশ্বতে চৰ্চা, হঠাৎ কি আহিল এই প্ৰসংগ

Gautam Adani : ট্ৰাম্পৰ পুত্ৰৰ সৈতে আদানীৰ বৈঠকক লৈ সমগ্ৰ বিশ্বতে চৰ্চা, হঠাৎ কি আহিল এই প্ৰসংগ

June 27, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx