ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

ডংকামোকাম-বৈঠালাংছত চৰকাৰী ভাৱে মাটিৰ পট্টা বিতৰণৰ শুভাৰম্ভ :

বিনামূলীয়াকৈ এক লাখ পৰিয়ালক সামৰি মাটিৰ পট্টা প্ৰদানৰ আশ্বাস ড° তুলিৰাম ৰংহাঙৰ

ASSAM TIMES POST by ASSAM TIMES POST
November 13, 2024
Reading Time: 1 min read
A A
0
ডংকামোকাম-বৈঠালাংছত চৰকাৰী ভাৱে মাটিৰ পট্টা বিতৰণৰ শুভাৰম্ভ :

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

One-day session of KAAC :কাৰ্বি আংলং স্বাযত্ব পৰিষদৰ ২৫৪ সংখ্যক এদিনীয়া অধিৱেশন:পৰিষদৰ ন-মনোনীত সদস্যৰ শপত বাক্যপাঠ

Slow loris Recovered: ‎বকলীয়াঘাটত লাজুকী বান্দৰ উদ্ধাৰ, চিকিৎসা প্ৰদান কৰি অৰণ্যত মুকলি

Assam flood : কপিলী নৈৰ জলপৃষ্ঠ বৃদ্ধিয়ে লৈছে ভয়ংকৰ ৰূপ

ষ্টাফ ৰিপ’ৰ্টাৰ,ডিফু: দুদিনীয়া চৰকাৰী কাৰ্যসুচী লৈ পশ্চিম কাৰ্বি আংলং জিলাৰ বৈঠালাংছ আৰু ডংকামোকামত পৃথকে-পৃথকে কাৰ্বি আংলং স্বাযত্ব পৰিষদে “পুৰ্থিমী আকেমাং” নামাকৰণেৰে এক চৰকাৰী অভিলাষী কাৰ্যসুচী লৈ মাটিৰ পট্টা বিতৰণ কৰে ৷

ডংকামোকাম-বৈঠালাংছত চৰকাৰী ভাৱে মাটিৰ পট্টা বিতৰণৰ শুভাৰম্ভ :
ডংকামোকাম-বৈঠালাংছত চৰকাৰী ভাৱে মাটিৰ পট্টা বিতৰণৰ শুভাৰম্ভ :

জিলা খনৰ নৱ গঠিত অসম বিধান সভাৰ ১১১ নং ৰংখাং বিধান সভা সমষ্টি আৰু ১১২ নং আমৰি বিধান সভা সমষ্টিৰ অধীনস্থ বৈঠালাংছৰ চেৰদিহুন আক্লামত কালি চৰকাৰী ভাৱে মাটিৰ পট্টা বিতৰণৰ আনুষ্ঠানিক শুভাৰম্ভৰ পাচত আজি ডংকমোকামস্থিত ৱাইচং খেল পথাৰত কাৰ্বি আংলং স্বাযত্ব পৰিষদে দ্বিতীয়তো ধাৰাবাহিক চৰকাৰী অভিলাষী কাৰ্যসুচী লৈ চৰকাৰী ভাৱে মাটিৰ পট্ৰা বিতৰণ কৰে ৷

ইপিনে, আমৰি বিধান সভা সমষ্টিৰ বৈঠালাংছৰ চেৰদিহুন আক্লামত কালি পোন্ধৰ হাজাৰ লোকক বিনামূলীয়া ভাৱে কাৰ্বি আংলং স্বাযত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড° তুলিৰাম ৰংহাঙে মাটিৰ পট্টা বিতৰণ কৰে ৷ আজি ডংকামোকাম ৱাইচং খেল পথাৰত প্ৰায় ২০ হাজাৰ পৰিয়ালক সামৰি কাৰ্বি আংলং স্বাযত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড° তুলিৰাম ৰংহাঙৰ নেতৃত্বত চৰকাৰী ভাৱে বিনামূলীয়া কৈ মাটিৰ পট্টা বিতৰণ কৰে ৷

466792311 1109058003924631 5401962358857559004 n | ASSAM TIMES POST“পুৰ্থিমী আকেমাং” নামৰ চৰকাৰী অভিলাষী কাৰ্যসুচীত আজি ডংকামোকাম ৱাইচং খেল পথাৰত মুখ্য অতিথি ৰূপে উপস্থিত থাকি মুখ্য কাৰ্যবাহী ড° তুলিৰাম ৰংহাঙে ভাষণ প্ৰসংগত দুই পাহাৰীয়া জিলাৰ এক লাখ পৰিয়ালক সামৰি চৰকাৰী ভাৱে চলিত বিত্তীয় বৰ্ষৰ ভিতৰত কাৰ্বি আংলং স্বাযত্ব পৰিষদে বিনামূলীয়া কৈ মাটিৰ পট্টা প্ৰদান কৰিব বুলি আজিৰ ৰাজহুৱা সভাত আশ্বাস দিয়ে ৷

466774278 1109057157258049 8008469467952477152 n | ASSAM TIMES POSTলগতে বিৰোধীৰ অপপ্ৰচাৰত ভুল নাযাবলৈ ও ৰাইজক আহ্বান জনায় ড° ৰংহাঙে ৷ চৰকাৰী ভাৱে আযোজিত “পৰ্থিমী আকেমাং”কাৰ্যসুচীত ৬ নং ডিফু লোকসভা সমষ্টি সাংসদ অমৰ ছিং টিচ্চ, বিধায়কদ্বয় ক্ৰমে ৰূপছিং টেৰণ, দৰছিং ৰংহাং, কাৰ্বি পৰিষদৰ অধ্যক্ষ ৰাজু টিচ্চ, কাৰ্বি জনগোষ্ঠীয় পৰম্পৰা ৰজা লংছিং ৰংহাং, পৰিষদৰ কাৰ্যবাহী সদস্য-সদস্যা প্ৰমুখ্যে হামৰেণ জিলা আয়ুক্ত সুৰংগা পানী শৰ্মা, হামৰেণ জিলা আৰক্ষী অধীক্ষক ইন্দ্ৰনীল বৰুৱা আৰু কাৰ্বি পৰিষদৰ ভুমি বিভাগৰ সচিব সহ পৰিষদৰ বিভিন্ন বিভাগৰ সচিব দ্বয় উপস্থিত থাকে ৷

Tags: অপপ্ৰচাৰঅসম বিধান সভাআমৰি বিধান সভাইন্দ্ৰনীল বৰুৱাকাৰ্বি আংলং স্বাযত্ব পৰিষদকাৰ্বি পৰিষদকাৰ্বি পৰিষদৰ ভুমি বিভাগচৰকাৰী অভিলাষী কাৰ্যসুচীচৰকাৰী কাৰ্যসুচীচৰকাৰী সভা.ড° তুলিৰাম ৰংহাঙডংকামোকামদুই পাহাৰীয়া জিলাৰদৰছিং ৰংহাংপশ্চিম কাৰ্বি আংলংপুৰ্থিমী আকেমাংবিত্তীয় বৰ্ষবিধায়ক ৰূপছিং টেৰণবিনামূলীয়া মাটিৰ পট্টাবৈঠালাংছমাটিৰ পট্টা বিতৰণমুখ্য অতিথিরাজা লংছিং ৰংহাংসচিবসাংসদ অমৰ ছিং টিচ্চসুৰংগা পানী শৰ্মাহামৰেণ জিলা আয়ুক্তহামৰেণ জিলা আৰক্ষী অধীক্ষক২০ হাজাৰ পৰিয়াল৬ নং ডিফু লোকসভা সমষ্টিৰংখাং বিধান সভা
Share4Tweet3Send

Related Posts

One-day session of KAAC :কাৰ্বি আংলং স্বাযত্ব পৰিষদৰ ২৫৪ সংখ্যক এদিনীয়া অধিৱেশন:পৰিষদৰ ন-মনোনীত সদস্যৰ শপত বাক্যপাঠ
KARBI ANGLONG

One-day session of KAAC :কাৰ্বি আংলং স্বাযত্ব পৰিষদৰ ২৫৪ সংখ্যক এদিনীয়া অধিৱেশন:পৰিষদৰ ন-মনোনীত সদস্যৰ শপত বাক্যপাঠ

by ASSAM TIMES POST
June 25, 2026
50
Slow loris Recovered: ‎বকলীয়াঘাটত লাজুকী বান্দৰ উদ্ধাৰ, চিকিৎসা প্ৰদান কৰি অৰণ্যত মুকলি
KARBI ANGLONG

Slow loris Recovered: ‎বকলীয়াঘাটত লাজুকী বান্দৰ উদ্ধাৰ, চিকিৎসা প্ৰদান কৰি অৰণ্যত মুকলি

by ASSAM TIMES POST
June 25, 2026
50
Assam flood : কপিলী নৈৰ জলপৃষ্ঠ বৃদ্ধিয়ে লৈছে ভয়ংকৰ ৰূপ
KARBI ANGLONG

Assam flood : কপিলী নৈৰ জলপৃষ্ঠ বৃদ্ধিয়ে লৈছে ভয়ংকৰ ৰূপ

by News Desk
June 22, 2026
50
Karbi Anglong protest I ৮৪ মাহে নাই দৰমহা, কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদৰত কাৰ্বি আংলঙৰ পৌৰ কৰ্মচাৰীৰ
KARBI ANGLONG

Karbi Anglong protest I ৮৪ মাহে নাই দৰমহা, কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদৰত কাৰ্বি আংলঙৰ পৌৰ কৰ্মচাৰীৰ

by Staff Reporter
June 22, 2026
50
‎ডিমা হাছাও জিলাৰ জাটিংগাত ভয়ংকৰ ভূমিস্খলন I জাটিংগা- শিলচৰ সংযোগী পথ সম্পূৰ্ণৰূপে বন্ধ, ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ শতাধিক বাহন
KARBI ANGLONG

‎ডিমা হাছাও জিলাৰ জাটিংগাত ভয়ংকৰ ভূমিস্খলন I জাটিংগা- শিলচৰ সংযোগী পথ সম্পূৰ্ণৰূপে বন্ধ, ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ শতাধিক বাহন

by Staff Reporter
June 21, 2026
50
ডিফুত পালন কৰা দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস যোগে সুস্থ শৰীৰ, শান্তিপূৰ্ণ মন আৰু সুসম সমাজৰ প্ৰসাৰ ঘটায় – CEM ডাঃ ৰংহাং
KARBI ANGLONG

ডিফুত পালন কৰা দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস যোগে সুস্থ শৰীৰ, শান্তিপূৰ্ণ মন আৰু সুসম সমাজৰ প্ৰসাৰ ঘটায় – CEM ডাঃ ৰংহাং

by Staff Reporter
June 21, 2026
50
ADVERTISEMENT
Fifa world cup 2026 : কানছাছ চিটিত কেৱল মেছি : এইবাৰ ‘বেবী মেছি’, নিশাৰ ভিতৰত হৈ পৰিল চেলিব্ৰিটি
Sports News

Fifa world cup 2026 : কানছাছ চিটিত কেৱল মেছি : এইবাৰ ‘বেবী মেছি’, নিশাৰ ভিতৰত হৈ পৰিল চেলিব্ৰিটি

June 25, 2026
50
Earthquake in Japan : ভেনিজুৱেলাৰ পিছত জাপানত ভূমিকম্প : হাজাৰ হাজাৰ লোক দৌৰি ওলাই আহিল ৰাজপথলৈ
Earthquake

Earthquake in Japan : ভেনিজুৱেলাৰ পিছত জাপানত ভূমিকম্প : হাজাৰ হাজাৰ লোক দৌৰি ওলাই আহিল ৰাজপথলৈ

June 25, 2026
50
Earthquake in Venezuela : ভেনিজুৱেলাত ভয়াবহ পৰিণতি : ১০০ বছৰৰ ভিতৰত ভয়াবহ ভূমিকম্প, আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্প আৰু ভাৰতৰ প্ৰধান মন্ত্ৰী মোডী সহায়ৰ বাবে সাজু
Earthquake

Earthquake in Venezuela : ভেনিজুৱেলাত ভয়াবহ পৰিণতি : ১০০ বছৰৰ ভিতৰত ভয়াবহ ভূমিকম্প, আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্প আৰু ভাৰতৰ প্ৰধান মন্ত্ৰী মোডী সহায়ৰ বাবে সাজু

June 25, 2026
50
Warning before earthquake : ভূমিকম্পৰ আগতে সতৰ্কবাৰ্তা : কম্পনৰ আগতে গুগলে কি দৰে দিয়ে জাননী
National-International

Warning before earthquake : ভূমিকম্পৰ আগতে সতৰ্কবাৰ্তা : কম্পনৰ আগতে গুগলে কি দৰে দিয়ে জাননী

June 25, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Fifa world cup 2026 : কানছাছ চিটিত কেৱল মেছি : এইবাৰ ‘বেবী মেছি’, নিশাৰ ভিতৰত হৈ পৰিল চেলিব্ৰিটি

Fifa world cup 2026 : কানছাছ চিটিত কেৱল মেছি : এইবাৰ ‘বেবী মেছি’, নিশাৰ ভিতৰত হৈ পৰিল চেলিব্ৰিটি

June 25, 2026
Earthquake in Japan : ভেনিজুৱেলাৰ পিছত জাপানত ভূমিকম্প : হাজাৰ হাজাৰ লোক দৌৰি ওলাই আহিল ৰাজপথলৈ

Earthquake in Japan : ভেনিজুৱেলাৰ পিছত জাপানত ভূমিকম্প : হাজাৰ হাজাৰ লোক দৌৰি ওলাই আহিল ৰাজপথলৈ

June 25, 2026
Earthquake in Venezuela : ভেনিজুৱেলাত ভয়াবহ পৰিণতি : ১০০ বছৰৰ ভিতৰত ভয়াবহ ভূমিকম্প, আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্প আৰু ভাৰতৰ প্ৰধান মন্ত্ৰী মোডী সহায়ৰ বাবে সাজু

Earthquake in Venezuela : ভেনিজুৱেলাত ভয়াবহ পৰিণতি : ১০০ বছৰৰ ভিতৰত ভয়াবহ ভূমিকম্প, আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্প আৰু ভাৰতৰ প্ৰধান মন্ত্ৰী মোডী সহায়ৰ বাবে সাজু

June 25, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx