ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home NORTHEAST

Manipur Violence : অশান্ত মণিপুৰত পুনৰ দুটা অগ্নিদগ্ধ মৃতদেহ উদ্ধাৰ, জিৰিবাম জিলাত সান্ধ্য আইন জাৰি

নিউজ ডেস্কঃ

News Desk by News Desk
November 12, 2024
Reading Time: 1 min read
A A
0
Manipur Violence : অশান্ত মণিপুৰত পুনৰ দুটা অগ্নিদগ্ধ মৃতদেহ উদ্ধাৰ, জিৰিবাম জিলাত সান্ধ্য আইন জাৰি

RELATED POSTS

Assam-Meghalaya Taxi Standoff Finally Resolved — Tourism Minister

Nagaland Millet Festival 2026 : ২৬ আগষ্টত নাগালেণ্ডত দ্বিতীয় মিলেট মহোৎসৱ

Arunachal Trafficking Crackdown Rescues 19 Children; 3 Detained

New Logo Smal 2 | ASSAM TIMES POST

পুনৰ অস্থিৰ হৈ পৰিছে মণিপুৰ (Manipur)। জিৰিবাম জিলা (Jiribam District)ত চি আৰ পি এফৰ গুলীচালনাত ১১ জন কুকি উগ্ৰপন্থীৰ মৃত্যু (11 Kuki militants killed)ৰ পিছত সোমবাৰে নিশাৰ পৰা জাৰি কৰা হৈছে সান্ধ্য আইন (Curfew)। নিশাৰ ভাগত চুবুৰীয়া পশ্চিম ইম্ফল জিলাত অস্ত্ৰধাৰী কুকি উগ্ৰপন্থীয়ে আক্ৰমণ কৰাৰ অভিযোগ। জানিব পৰা মতে, এই ঘটনাত দুজন সাধাৰণ নাগৰিক আহত হৈছে। তাৰ লগতে মঙলবাৰে জিৰিবামৰ এটা ভস্মীভূত ঘৰৰ পৰা উদ্ধাৰ হয় দুজন বৃদ্ধৰ মৃতদেহ।

manipur 1 1 | ASSAM TIMES POST
অশান্ত মণিপুৰত পুনৰ দুটা অগ্নিদগ্ধ মৃতদেহ উদ্ধাৰ, জিৰিবাম জিলাত সান্ধ্য আইন জাৰি

আনহাতে, মঙলবাৰেও জিৰিবাম জিলাৰ কেইবাটাও অঞ্চলত অব্যাহত আছে সান্ধ্য আইন। সমগ্ৰ জিলাখনতে নিমাওমাও পৰিবেশ। সোমবাৰে বিয়লি অসমৰ সীমান্তৱৰ্তী এই জিলাখনৰ চি আৰ পি এফ শিবিৰত এদল লোকে আক্ৰমণ কৰে। চি আৰ পি এফে প্ৰতিশোধ লোৱাৰ ফলত আক্ৰমণকাৰীৰ ১১ জন নিহত হয়। কেন্দ্ৰীয় বাহিনীৰ মতে, নিহত আটাইকেইজন কুকি উগ্ৰপন্থী। তেওঁলোকৰ গুলীচালনাত এজন চি আৰ পি এফ জোৱানো গুৰুতৰভাৱে আহত হয়। তেওঁ অসমৰ শিলচৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি হৈ আছে। পশ্চিম ইম্ফলতো সোমবাৰে নিশাও অব্যাহত থাকে সংঘৰ্ষ। তাত কুকি উগ্ৰপন্থীৰ গুলীচালনাত আহত হয় দুজন ব্যক্তি। ইয়াৰ উপৰি মঙলবাৰে পুৱা জিৰিবামৰ এটা ঘৰৰ ভিতৰৰ পৰা দুজন বৃদ্ধ লোকৰ অগ্নিদগ্ধ মৃতদেহ উদ্ধাৰ হোৱা বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে। ইয়াৰ পিছত সমগ্ৰ জিৰিবাম জিলাত জাৰি কৰা হৈছে সান্ধ্য আইন।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: ManipurViolenceঅশান্তমণিপুৰ
Share4Tweet3Send

Related Posts

Assam-Meghalaya Taxi Standoff Finally Resolved — Tourism Minister
NORTHEAST

Assam-Meghalaya Taxi Standoff Finally Resolved — Tourism Minister

by ASSAM TIMES POST
August 25, 2026
50
Nagaland Millet Festival 2026 : ২৬ আগষ্টত নাগালেণ্ডত দ্বিতীয় মিলেট মহোৎসৱ
NORTHEAST

Nagaland Millet Festival 2026 : ২৬ আগষ্টত নাগালেণ্ডত দ্বিতীয় মিলেট মহোৎসৱ

by News Desk
August 25, 2026
50
Arunachal Trafficking Crackdown Rescues 19 Children; 3 Detained
NORTHEAST

Arunachal Trafficking Crackdown Rescues 19 Children; 3 Detained

by News Desk
August 25, 2026
50
Supreme Court Demands Fresh CBI Report in Arunachal CM Contracts Row
NORTHEAST

Supreme Court Demands Fresh CBI Report in Arunachal CM Contracts Row

by News Desk
August 24, 2026
51
Manipur violence : পুনৰ উত্তপ্ত মণিপুৰ; কুকি-নগাৰ সংঘৰ্ষত সেনাপতি জিলাত জ্বলিল ঘৰ, আহত অৰ্ধসামৰিক জোৱান
NORTHEAST

Manipur violence : পুনৰ উত্তপ্ত মণিপুৰ; কুকি-নগাৰ সংঘৰ্ষত সেনাপতি জিলাত জ্বলিল ঘৰ, আহত অৰ্ধসামৰিক জোৱান

by News Desk
August 24, 2026
52
Meghalaya Violence: Fresh Arson, Petrol Bombs Damage Government Assets
NORTHEAST

Meghalaya Violence: Fresh Arson, Petrol Bombs Damage Government Assets

by ASSAM TIMES POST
August 21, 2026
59
ADVERTISEMENT
KSA and ASDC memorandum : কাৰ্বি আংলঙত শিক্ষানুষ্ঠানৰ সমীপত এনাৰ্জী ড্ৰিংকছ বিক্ৰীত নিষেধাজ্ঞা বিচাৰি স্মাৰক-পত্ৰ দাখিল
KARBI ANGLONG

KSA and ASDC memorandum : কাৰ্বি আংলঙত শিক্ষানুষ্ঠানৰ সমীপত এনাৰ্জী ড্ৰিংকছ বিক্ৰীত নিষেধাজ্ঞা বিচাৰি স্মাৰক-পত্ৰ দাখিল

August 25, 2026
50
83rd Balidaan Diwas : ৮৩ সংখ্যক বলিদান দিৱসত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি তুলিৰাম ৰংহাঙৰ
KARBI ANGLONG

83rd Balidaan Diwas : ৮৩ সংখ্যক বলিদান দিৱসত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি তুলিৰাম ৰংহাঙৰ

August 25, 2026
50
Assam-Meghalaya Taxi Standoff Finally Resolved — Tourism Minister
NORTHEAST

Assam-Meghalaya Taxi Standoff Finally Resolved — Tourism Minister

August 25, 2026
50
Supreme court : তৃণমূল কংগ্ৰেছৰ সাংসদলৈ জাননী উচ্চতম ন্যায়ালয়ৰ,অযোগ্য হ’ব পাৰে ২০ বিদ্ৰোহী সাংসদ
Political

Supreme court : তৃণমূল কংগ্ৰেছৰ সাংসদলৈ জাননী উচ্চতম ন্যায়ালয়ৰ,অযোগ্য হ’ব পাৰে ২০ বিদ্ৰোহী সাংসদ

August 25, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

KSA and ASDC memorandum : কাৰ্বি আংলঙত শিক্ষানুষ্ঠানৰ সমীপত এনাৰ্জী ড্ৰিংকছ বিক্ৰীত নিষেধাজ্ঞা বিচাৰি স্মাৰক-পত্ৰ দাখিল

KSA and ASDC memorandum : কাৰ্বি আংলঙত শিক্ষানুষ্ঠানৰ সমীপত এনাৰ্জী ড্ৰিংকছ বিক্ৰীত নিষেধাজ্ঞা বিচাৰি স্মাৰক-পত্ৰ দাখিল

August 25, 2026
83rd Balidaan Diwas : ৮৩ সংখ্যক বলিদান দিৱসত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি তুলিৰাম ৰংহাঙৰ

83rd Balidaan Diwas : ৮৩ সংখ্যক বলিদান দিৱসত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি তুলিৰাম ৰংহাঙৰ

August 25, 2026
Assam-Meghalaya Taxi Standoff Finally Resolved — Tourism Minister

Assam-Meghalaya Taxi Standoff Finally Resolved — Tourism Minister

August 25, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d