ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Rajasthan Tragic Bus Accident : ৰাজস্থানত ভয়ংকৰ বাছ দুৰ্ঘটনাত কমেও ১২ জনৰ মৃত্যু, আহত ২০

নিউজ ডেস্কঃ

News Desk by News Desk
October 29, 2024
Reading Time: 1 min read
A A
0
Rajasthan Tragic Bus Accident : ৰাজস্থানত ভয়ংকৰ বাছ দুৰ্ঘটনাত কমেও ১২ জনৰ মৃত্যু, আহত ২০

RELATED POSTS

Bihar rape case : বিহাৰৰ নিৰ্যাতিত ছাত্ৰ-ছাত্ৰীৰ পৰিচয় প্ৰকাশ কৰা ১২০ ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে এফআইআৰ, অভিযুক্তক এনকাউণ্টাৰ

Veg vs non-veg : চাবোন, চেম্পু, টুথপেষ্ট আমিষ নে নিৰামিষ? জনোৱাটো বাধ্যতামূলক কৰিলে কেন্দ্ৰই

Ram Mandir : ১০৫ বাৰ চুৰি হৈছে ৰাম মন্দিৰৰ প্ৰণামী, জড়িত সকলোকে চিনাক্ত

New Logo Smal 4 | ASSAM TIMES POST

ৰাজস্থানত সংঘটিত হৈছে এক ভয়ংকৰ বাছ দুৰ্ঘটনা (Horrific bus accident in Rajasthan)। এখন যাত্ৰীবাহী বাছে এটা কালভাৰ্টত খুন্দা মৰাৰ ফলত বাছখনৰ সন্মুখৰ অংশটো সম্পূৰ্ণৰূপে ধ্বংস হয়। মঙলবাৰে বিয়লি সংঘটিত এই দুৰ্ঘটনাত কমেও ১২ জন লোকে প্ৰাণ হেৰুৱায় (12 people lost their lives)। আনহাতে, আহত হয় আন ২০ জন (20 injured) লোক।

আৰক্ষীয়ে জনোৱা মতে, মঙলবাৰে বাছখন চালাছৰৰ পৰা লক্ষ্মণগড়লৈ গৈ আছিল। বাছখনত আছিল ৪০ গৰাকী যাত্ৰী। ছিকাৰ জিলাৰ লক্ষ্মণগড়ত মঙলবাৰে দিনৰ প্ৰায় ২ বজাত বাছখনে কালভাৰ্টত খুন্দা মাৰে। প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই কালভাৰ্টত খুন্দা মাৰে।

bus 1 | ASSAM TIMES POST
ৰাজস্থানত ভয়ংকৰ বাছ দুৰ্ঘটনাত কমেও ১২ জনৰ মৃত্যু, আহত ২০

ইফালে দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে স্থানীয় লোকে গৈ কালভাৰ্টটোত উপস্থিত হয় আৰু বাছখনৰ পৰা যাত্ৰীসকলক উদ্ধাৰ কৰিবলৈ আৰম্ভ কৰে। এই তথ্য লাভ কৰাৰ পিছতে আৰক্ষীও উক্ত স্থানত উপস্থিত হয়। ইয়াৰ পিছত আহতসকলক বাছখনৰ পৰা উদ্ধাৰ কৰি লক্ষ্মণগড় চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ছিকাৰ হাস্পতালৰ অধীক্ষক মহেন্দ্ৰ খিছাৰে জনোৱা মতে, এই পৰ্যন্ত ১২ জন লোকৰ মৃত্যু হৈছে। আহতসকলৰ চিকিৎসা চলি আছে। আনহাতে, এই দুৰ্ঘটনাত শোক প্ৰকাশ কৰিছে ৰাজস্থানৰ মুখ্যমন্ত্ৰী ভজনলাল শৰ্মাই। তেওঁ মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। ৰাজস্থানৰ মুখ্যমন্ত্ৰীয়ে আহতসকলৰ বাবে প্ৰয়োজনীয় চিকিৎসাৰ ব্যৱস্থা কৰিবলৈও নিৰ্দেশ দিয়ে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: RajasthanBusAccidentৰাজস্থানবাছদুৰ্ঘটনা
Share5Tweet3Send

Related Posts

Bihar rape case : বিহাৰৰ নিৰ্যাতিত ছাত্ৰ-ছাত্ৰীৰ পৰিচয় প্ৰকাশ কৰা ১২০ ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে এফআইআৰ, অভিযুক্তক এনকাউণ্টাৰ
National-International

Bihar rape case : বিহাৰৰ নিৰ্যাতিত ছাত্ৰ-ছাত্ৰীৰ পৰিচয় প্ৰকাশ কৰা ১২০ ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে এফআইআৰ, অভিযুক্তক এনকাউণ্টাৰ

by News Desk
September 22, 2026
51
Veg vs non-veg : চাবোন, চেম্পু, টুথপেষ্ট আমিষ নে নিৰামিষ? জনোৱাটো বাধ্যতামূলক কৰিলে কেন্দ্ৰই
National-International

Veg vs non-veg : চাবোন, চেম্পু, টুথপেষ্ট আমিষ নে নিৰামিষ? জনোৱাটো বাধ্যতামূলক কৰিলে কেন্দ্ৰই

by News Desk
September 22, 2026
51
Ram Mandir : ১০৫ বাৰ চুৰি হৈছে ৰাম মন্দিৰৰ প্ৰণামী, জড়িত সকলোকে চিনাক্ত
National-International

Ram Mandir : ১০৫ বাৰ চুৰি হৈছে ৰাম মন্দিৰৰ প্ৰণামী, জড়িত সকলোকে চিনাক্ত

by News Desk
September 22, 2026
51
Bombay IIT case : এইবাৰ আইআইটি বম্বেৰ ছাত্ৰ মৃত্যুৰ গোচৰত অভিযুক্ত অধ্যাপকৰ সমৰ্থনত শিক্ষক সন্থাৰ প্ৰতিবাদ
National-International

Bombay IIT case : এইবাৰ আইআইটি বম্বেৰ ছাত্ৰ মৃত্যুৰ গোচৰত অভিযুক্ত অধ্যাপকৰ সমৰ্থনত শিক্ষক সন্থাৰ প্ৰতিবাদ

by News Desk
September 22, 2026
52
Delhi rape case : দিল্লীত পুনৰ দলবদ্ধ ধৰ্ষণ, এইবাৰ আৰক্ষী বিষয়াৰ সাজত পাৰ্কত সংঘটিত কৰিলে দুষ্কাৰ্য
National-International

Delhi rape case : দিল্লীত পুনৰ দলবদ্ধ ধৰ্ষণ, এইবাৰ আৰক্ষী বিষয়াৰ সাজত পাৰ্কত সংঘটিত কৰিলে দুষ্কাৰ্য

by News Desk
September 22, 2026
51
Bihar Student harassment : বিহাৰত কিশোৰীক মৰেল পুলিচিঙেৰে কিশোৰীক নিৰ্যাতন, দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়া
National-International

Bihar Student harassment : বিহাৰত কিশোৰীক মৰেল পুলিচিঙেৰে কিশোৰীক নিৰ্যাতন, দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়া

by News Desk
September 22, 2026
52
ADVERTISEMENT
Zubeen Murder case : ফাষ্টট্রেক আদালতত সাক্ষ্যদান NRI অভিমন্যু তালুকদাৰৰ
Guwahati

Zubeen Murder case : ফাষ্টট্রেক আদালতত সাক্ষ্যদান NRI অভিমন্যু তালুকদাৰৰ

September 23, 2026
50
Koliabor : কলিয়াবৰৰ বামুণীৰ ভাটাবাৰী অঞ্চল বুৰালে পাহাৰৰ পৰা নামি অহা পানীয়ে
Assam

Koliabor : কলিয়াবৰৰ বামুণীৰ ভাটাবাৰী অঞ্চল বুৰালে পাহাৰৰ পৰা নামি অহা পানীয়ে

September 23, 2026
50
চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ
Assam

চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ

September 22, 2026
51
Bihar rape case : বিহাৰৰ নিৰ্যাতিত ছাত্ৰ-ছাত্ৰীৰ পৰিচয় প্ৰকাশ কৰা ১২০ ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে এফআইআৰ, অভিযুক্তক এনকাউণ্টাৰ
National-International

Bihar rape case : বিহাৰৰ নিৰ্যাতিত ছাত্ৰ-ছাত্ৰীৰ পৰিচয় প্ৰকাশ কৰা ১২০ ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে এফআইআৰ, অভিযুক্তক এনকাউণ্টাৰ

September 22, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Zubeen Murder case : ফাষ্টট্রেক আদালতত সাক্ষ্যদান NRI অভিমন্যু তালুকদাৰৰ

Zubeen Murder case : ফাষ্টট্রেক আদালতত সাক্ষ্যদান NRI অভিমন্যু তালুকদাৰৰ

September 23, 2026
Koliabor : কলিয়াবৰৰ বামুণীৰ ভাটাবাৰী অঞ্চল বুৰালে পাহাৰৰ পৰা নামি অহা পানীয়ে

Koliabor : কলিয়াবৰৰ বামুণীৰ ভাটাবাৰী অঞ্চল বুৰালে পাহাৰৰ পৰা নামি অহা পানীয়ে

September 23, 2026
চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ

চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ

September 22, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d