ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

লৌহ মানৱ চৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্ম জয়ন্তী উপলক্ষে একতাৰ দৌৰ: ডিফুত জিলা প্ৰশাসনৰ বিশেষ উদ্যোগ

ষ্টাফ ৰিপ'ৰ্টাৰ:ডিফু

ASSAM TIMES POST by ASSAM TIMES POST
October 29, 2024
Reading Time: 1 min read
A A
0

RELATED POSTS

দীপাৱলীৰ আনন্দৰ মাজতে অঘটন:ডিফুত জুইত ভস্মীভূত অল্ট’ গাড়ী, স্কুটি

BJP Rally : ডিফুত বিজেপিৰ বিশাল পদযাত্ৰা

কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙৰ চৰকাৰী স্বীকৃতিপ্ৰাপ্ত সাংবাদিকসকলৰ মাজত মুখ্যমন্ত্ৰীৰ উৎসৱকালীন শুভেচ্ছা উপহাৰ বিতৰণ 

New Logo Smal 4 | ASSAM TIMES POST

মঙলবাৰে পুৱা প্ৰায় ৬ বাজি ৩০ মিনিটত  লৌহ মানৱ চৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্ম জয়ন্তী উপলক্ষে ডিফুত কাৰবি আংলং জিলা প্ৰশানৰ উদ্যোগত “একতাৰ দৌৰ” কাৰ্যসূচী অনুষ্ঠিত কৰা হয় ৷ এই উপলক্ষে ডিফু কাছা ষ্টেডিয়াত সমবেত হোৱা দুই শতাধিক লোকৰ অংশ গ্ৰহণেৰে একতা দৌৰৰ ফ্লেগ অফ কৰে কাৰবি আংলং জিলা আয়ুক্ত নিৰলা ফাংচ’পীয়ে ৷

লৌহ মানৱ চৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্ম জয়ন্তী উপলক্ষে একতাৰ দৌৰ:
লৌহ মানৱ চৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্ম জয়ন্তী উপলক্ষে একতাৰ দৌৰ:

কাৰবি আংলং জিলা আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়াৰ লগতে জিলা প্ৰশাসনৰ কেইবাগৰাকী উচ্চ পদস্থ বিষয়া আৰু কাছাৰ সাধাৰণ সম্পাদক ডঃ পংকজ টেৰণ লগতে  জিলা ক্ৰীড়া বিষয়া ৰিলীপ ৰংহাঙৰ উপস্থিত কাছা ষ্টেডিয়ামৰ পৰা ডিফু চহৰ হৈ ডিএমচিএইছলৈকে একতাৰ দৌৰ বাহিৰ কৰা হয় ৷

সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত জিলা আয়ুক্ত নিৰলা ফাংচ’পীয়ে কয়যে, চৰদাৰ বল্লভ ভাই পেটেলৰ জন্ম জয়ন্তী উপলক্ষে দুদিনীয়াকৈ কাৰ্যসূচীৰে তেওঁৰ জীৱনাদৰ্শক সৰোগত কৰি শান্তি, সম্প্ৰিতীৰ প্ৰতিক হিছাপে আমি সকলোৱে ঐক্যবদ্ধ হৈ থকাৰ বাবে এই একতাৰ দৌৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে ৷

 

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: উচ্চ পদস্থ বিষয়াএকতা দৌৰঐক্যবদ্ধকাছা ষ্টেডিয়ামকাছাৰ সাধাৰণ সম্পাদককাৰবি আংলংকাৰ্যসূচীচৰ্দাৰ বল্লভ ভাই পেটেলজন্ম জয়ন্তীজিলা আয়ুক্তজিলা আৰক্ষী অধীক্ষকজিলা ক্ৰীড়া বিষয়াজিলা প্ৰশাসনডিএমচিএইছডিফুডিফু চহৰদুদিনীয়াকৈ কাৰ্যসূচী.নিৰলা ফাংচপীপংকজ টেৰণফ্লেগ অফমঙলবাৰে পুৱালৌহ মানৱশান্তিসঞ্জীৱ কুমাৰ শইকীয়াসম্প্ৰিতীসাংবাদিকৰিলীপ ৰংহাঙ
Share7Tweet4Send

Related Posts

দীপাৱলীৰ আনন্দৰ মাজতে অঘটন:ডিফুত জুইত ভস্মীভূত অল্ট’ গাড়ী, স্কুটি
KARBI ANGLONG

দীপাৱলীৰ আনন্দৰ মাজতে অঘটন:ডিফুত জুইত ভস্মীভূত অল্ট’ গাড়ী, স্কুটি

by ASSAM TIMES POST
November 8, 2026
62
BJP Rally : ডিফুত বিজেপিৰ বিশাল পদযাত্ৰা
KARBI ANGLONG

BJP Rally : ডিফুত বিজেপিৰ বিশাল পদযাত্ৰা

by News Desk
November 7, 2026
54
কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙৰ চৰকাৰী স্বীকৃতিপ্ৰাপ্ত সাংবাদিকসকলৰ মাজত মুখ্যমন্ত্ৰীৰ উৎসৱকালীন শুভেচ্ছা উপহাৰ বিতৰণ 
KARBI ANGLONG

কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙৰ চৰকাৰী স্বীকৃতিপ্ৰাপ্ত সাংবাদিকসকলৰ মাজত মুখ্যমন্ত্ৰীৰ উৎসৱকালীন শুভেচ্ছা উপহাৰ বিতৰণ 

by News Desk
November 6, 2026
79
Dead body recovered : নগাঁৱৰ গৰৈমাৰী পথাৰত উদ্ধাৰ অচিনাকী মহিলাৰ মৃতদেহ
KARBI ANGLONG

Man killed son : হামৰেনৰ ৰংছপি তিমুং গাঁৱত নিৰ্মম কাণ্ড, পিতৃয়ে হত্যা কৰিলে দুই নাবালক সন্তানক

by News Desk
November 3, 2026
72
Karbi Anglong murder case : পশ্চিম কাৰ্বি আংলঙৰ জেৰিকিন্দেঙত সুৰাৰ নিচাত খুলশালীয়েকে হত্যা কৰিলে ভিনিহীয়েকক
KARBI ANGLONG

Karbi Anglong murder case : পশ্চিম কাৰ্বি আংলঙৰ জেৰিকিন্দেঙত সুৰাৰ নিচাত খুলশালীয়েকে হত্যা কৰিলে ভিনিহীয়েকক

by ASSAM TIMES POST
November 3, 2026
65
Award to Rongbong Terang : ৰংবং তেৰাঙলৈ ৰামানুজন বিদ্যালয়ৰ শৈক্ষিক বঁটা
KARBI ANGLONG

Award to Rongbong Terang : ৰংবং তেৰাঙলৈ ৰামানুজন বিদ্যালয়ৰ শৈক্ষিক বঁটা

by News Desk
November 2, 2026
51
ADVERTISEMENT
Ramayana Movie I বিগ বাজেটৰ বলিউডৰ ছবি ৰামায়ণত জিলিকিছে বৰপেটাৰ পৰম্পৰাগত শিল্প
Assam

Ramayana Movie I বিগ বাজেটৰ বলিউডৰ ছবি ৰামায়ণত জিলিকিছে বৰপেটাৰ পৰম্পৰাগত শিল্প

November 10, 2026
50
Tragedy Strikes Bongaigaon: Teacher and Daughter Killed in Heartbreaking Road Accident
National-International

Road accident I মৃত্যুৱেও পৃথক কৰিব নোৱাৰিলে ৬ মৰমৰ বন্ধুক, শোকত ভাগি পৰিছে সমগ্ৰ অঞ্চল

November 10, 2026
50
Sonia Gandhi Memoir I ছোনিয়া গান্ধীয়ে প্ৰধানমন্ত্ৰী পদ কিয় প্ৰত্যাখ্যান কৰিছিল? আত্মজীৱনীত উল্লেখ
National-International

Sonia Gandhi Memoir I ছোনিয়া গান্ধীয়ে প্ৰধানমন্ত্ৰী পদ কিয় প্ৰত্যাখ্যান কৰিছিল? আত্মজীৱনীত উল্লেখ

November 10, 2026
50
UP SIR I উত্তৰ প্ৰদেশত ভোটাৰ তালিকাৰ পৰা বাদ পৰিল ১.২৭ কোটি হিন্দুৰ নাম, পুনৰ সৰৱ যোগী আদিত্যনাথ
National-International

UP SIR I উত্তৰ প্ৰদেশত ভোটাৰ তালিকাৰ পৰা বাদ পৰিল ১.২৭ কোটি হিন্দুৰ নাম, পুনৰ সৰৱ যোগী আদিত্যনাথ

November 10, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Ramayana Movie I বিগ বাজেটৰ বলিউডৰ ছবি ৰামায়ণত জিলিকিছে বৰপেটাৰ পৰম্পৰাগত শিল্প

Ramayana Movie I বিগ বাজেটৰ বলিউডৰ ছবি ৰামায়ণত জিলিকিছে বৰপেটাৰ পৰম্পৰাগত শিল্প

November 10, 2026
Tragedy Strikes Bongaigaon: Teacher and Daughter Killed in Heartbreaking Road Accident

Road accident I মৃত্যুৱেও পৃথক কৰিব নোৱাৰিলে ৬ মৰমৰ বন্ধুক, শোকত ভাগি পৰিছে সমগ্ৰ অঞ্চল

November 10, 2026
Sonia Gandhi Memoir I ছোনিয়া গান্ধীয়ে প্ৰধানমন্ত্ৰী পদ কিয় প্ৰত্যাখ্যান কৰিছিল? আত্মজীৱনীত উল্লেখ

Sonia Gandhi Memoir I ছোনিয়া গান্ধীয়ে প্ৰধানমন্ত্ৰী পদ কিয় প্ৰত্যাখ্যান কৰিছিল? আত্মজীৱনীত উল্লেখ

November 10, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d