ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Lawrence Bishnoi I লৰেন্স বিষ্ণয়ৰ ভাতৃ আনমোল বিষ্ণয়ৰ সন্ধান দিওঁতাক পুৰস্কাৰ ঘোষণা

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
October 26, 2024
Reading Time: 1 min read
A A
0
Lawrence Bishnoi I লৰেন্স বিষ্ণয়ৰ ভাতৃ আনমোল বিষ্ণয়ৰ সন্ধান দিওঁতাক পুৰস্কাৰ ঘোষণা

Oplus_131072

New Logo Smal 4 | ASSAM TIMES POST

RELATED POSTS

Earthquake : সন্ধিয়া ভূমিকম্পত কঁপি উঠিল দেশৰ ৰাজধানী

Delhi car blast : দিল্লীৰ গাড়ী বোমা বিস্ফোৰণৰ চাৰ্জশ্বীটত আৰু ৩ কাশ্মীৰীৰ নাম, পলাতক শিশু চিকিৎসকো তালিকাত

Operation Amistad : ভূমিকম্পৰ পিছত ভেনিজুৱেলালৈ সাহায্য প্ৰেৰণৰ বাবে অপাৰেচন অমিষ্টাদ আৰম্ভ ভাৰতৰ

কাৰাগাৰত বন্দী গেংষ্টাৰ লৰেন্স বিষ্ণয়ৰ ভাতৃ আনমোল বিষ্ণয়ৰ (Anmol Bishnoi) বিষয়ে তথ্য প্ৰদান কৰিলে নগদ ধনৰ পুৰস্কাৰ ঘোষণা কৰিছে ৰাষ্ট্ৰীয় তদন্ত সংস্থা, নিয়াই। আনমোলক ধৰাই দিব পাৰিলে ১০ লাখ টকাৰ পুৰস্কাৰ দিয়া হ’ব বুলি জানিবলৈ দিয়ে।

Lawrence Bishnoi I
লৰেন্স বিষ্ণয়ৰ ভাতৃ আনমোল বিষ্ণয়ৰ সন্ধান দিওঁতাক পুৰস্কাৰ ঘোষণা:

ইয়াৰ মাজতে দিল্লী আৰক্ষীয়ে জনোৱা মতে, বিগত ৪৮ ঘণ্টাত দেশৰ বিভিন্ন চহৰত লৰেন্স বিষ্ণয় গেঙৰ ৭ জন বন্দুকধাৰীক গ্ৰেপ্তাৰ কৰা হৈছে। ছলমান খানৰ ঘৰৰ সন্মুখত গুলীচালনা কৰাৰ লগতে এন চি পি নেতা বাবা ছিদ্দিকীক হত্যা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হয়।

ইয়াৰ পূৰ্বে আনমোল ওৰফে ভানুৰ বিৰুদ্ধে পঞ্জাবী গায়ক সিদ্ধু মুছেৱালাৰ হত্যাকাণ্ডত সহায় কৰা, অভিনেতা ছলমান খানৰ ঘৰৰ সন্মুখত গুলীচালনা কৰাকে ধৰি বিভিন্ন অপৰাধমূলক কামত জড়িত থকাৰ অভিযোগ উত্থাপন হৈছিল। ভুৱা পাছপ’ৰ্টৰ সহায়ত দেশ এৰি পলায়ন কৰাৰ অভিযোগো আছে লৰেন্সৰ ভাতৃৰ বিৰুদ্ধে। ইয়াৰ উপৰি ২০২২ চনত ৰুজু হোৱা দুটা গোচৰৰ চাৰ্জশ্বীটত আনমোলকে ধৰি ১৪জন লোকৰ নাম উল্লেখ কৰা হৈছে।

তদন্তকাৰী সংস্থাটোৰ মতে, আনমোলে জনপ্ৰিয় ব্যৱসায়ী, গায়ক, অভিনেতা আদি হত্যাৰ পৰিকল্পনা কৰিছিল। তদন্তকাৰী সংস্থাটোৱে অভিযোগনামাত প্ৰকাশ কৰিছে যে তেওঁ পাকিস্তানৰ বিভিন্ন সন্ত্ৰাসবাদী নেতা আৰু খালিস্তানৰ সমৰ্থকৰ সৈতে জড়িত।

আনহাতে, শুকুৰবাৰে দিল্লী আৰক্ষীয়ে জনোৱা মতে, পঞ্জাৱ, হাৰিয়ানা, ৰাজস্থান আৰু দিল্লীত তালাচী চলাই লৰেন্স বিষ্ণয়ৰ দলটোৰ ৭ জন বন্দুকধাৰীক গ্ৰেপ্তাৰ কৰা হৈছে। ৪৮ ঘণ্টীয়া অভিযানত কেইবাটাও অস্ত্ৰ-শস্ত্ৰও উদ্ধাৰ কৰা হয়।

আৰক্ষীয়ে দাবী কৰিছে যে ছলমান খানৰ ঘৰৰ সন্মুখত সংঘটিত হোৱা গুলীচালনা আৰু বাবা ছিদ্দিকীৰ হত্যাকাণ্ডৰ সৈতে তেওঁলোকৰ সম্পৰ্ক আছে। অনাগত দিনত আক্ৰমণৰ বাবে তেওঁলোকৰ হাতত এখন তালিকাও সাজু আছিল। এই অভিযুক্তসকল আন কোনো অপৰাধৰ সৈতে জড়িত আছে নেকি সেই বিষয়েও তদন্ত চলি আছে।

Tags: বিষ্ণয়ৰ সন্ধান দিওঁতাক পুৰস্কাৰ ঘোষণালৰেন্স বিষ্ণয়ৰ ভাতৃ আনমোল
Share4Tweet3Send

Related Posts

Earthquake : সন্ধিয়া ভূমিকম্পত কঁপি উঠিল দেশৰ ৰাজধানী
National-International

Earthquake : সন্ধিয়া ভূমিকম্পত কঁপি উঠিল দেশৰ ৰাজধানী

by News Desk
June 27, 2026
50
Delhi car blast : দিল্লীৰ গাড়ী বোমা বিস্ফোৰণৰ চাৰ্জশ্বীটত আৰু ৩ কাশ্মীৰীৰ নাম, পলাতক শিশু চিকিৎসকো তালিকাত
National-International

Delhi car blast : দিল্লীৰ গাড়ী বোমা বিস্ফোৰণৰ চাৰ্জশ্বীটত আৰু ৩ কাশ্মীৰীৰ নাম, পলাতক শিশু চিকিৎসকো তালিকাত

by News Desk
June 27, 2026
50
Operation Amistad : ভূমিকম্পৰ পিছত ভেনিজুৱেলালৈ সাহায্য প্ৰেৰণৰ বাবে অপাৰেচন অমিষ্টাদ আৰম্ভ ভাৰতৰ
National-International

Operation Amistad : ভূমিকম্পৰ পিছত ভেনিজুৱেলালৈ সাহায্য প্ৰেৰণৰ বাবে অপাৰেচন অমিষ্টাদ আৰম্ভ ভাৰতৰ

by News Desk
June 27, 2026
50
Earthquake in Venezuela : ভেনিজুৱেলাৰ ভূমিকম্পত এতিয়ালৈকে মৃত্যু ৯২০ : উপগ্ৰহৰ ছবিত দেখিবলৈ পোৱা গ’ল ক্ষয়-ক্ষতি
National-International

Earthquake in Venezuela : ভেনিজুৱেলাৰ ভূমিকম্পত এতিয়ালৈকে মৃত্যু ৯২০ : উপগ্ৰহৰ ছবিত দেখিবলৈ পোৱা গ’ল ক্ষয়-ক্ষতি

by News Desk
June 27, 2026
50
Ram Mandir : বেংকৰ প্ৰাক্তন কৰ্মচাৰীৰ পৰা ট্ৰাষ্টৰ হিচাপৰক্ষকলৈ, ৰাম মন্দিৰৰ ধন চুৰিৰ অপৰাধত আৰু কোন গ্ৰেপ্তাৰ
National-International

Ram Mandir : বেংকৰ প্ৰাক্তন কৰ্মচাৰীৰ পৰা ট্ৰাষ্টৰ হিচাপৰক্ষকলৈ, ৰাম মন্দিৰৰ ধন চুৰিৰ অপৰাধত আৰু কোন গ্ৰেপ্তাৰ

by News Desk
June 27, 2026
50
Gautam Adani : ট্ৰাম্পৰ পুত্ৰৰ সৈতে আদানীৰ বৈঠকক লৈ সমগ্ৰ বিশ্বতে চৰ্চা, হঠাৎ কি আহিল এই প্ৰসংগ
National-International

Gautam Adani : ট্ৰাম্পৰ পুত্ৰৰ সৈতে আদানীৰ বৈঠকক লৈ সমগ্ৰ বিশ্বতে চৰ্চা, হঠাৎ কি আহিল এই প্ৰসংগ

by News Desk
June 27, 2026
50
ADVERTISEMENT
Earthquake : সন্ধিয়া ভূমিকম্পত কঁপি উঠিল দেশৰ ৰাজধানী
National-International

Earthquake : সন্ধিয়া ভূমিকম্পত কঁপি উঠিল দেশৰ ৰাজধানী

June 27, 2026
50
Delhi car blast : দিল্লীৰ গাড়ী বোমা বিস্ফোৰণৰ চাৰ্জশ্বীটত আৰু ৩ কাশ্মীৰীৰ নাম, পলাতক শিশু চিকিৎসকো তালিকাত
National-International

Delhi car blast : দিল্লীৰ গাড়ী বোমা বিস্ফোৰণৰ চাৰ্জশ্বীটত আৰু ৩ কাশ্মীৰীৰ নাম, পলাতক শিশু চিকিৎসকো তালিকাত

June 27, 2026
50
Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী
Guwahati

Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী

June 27, 2026
50
‎India Exim Bank : ২০৩০ৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলৰ সম্ভাৱ্য ৰপ্তানি ১.৫ বিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধিৰ সম্ভাৱনা : এক্সিম বেংকৰ অধ্যয়ন
Economy

‎India Exim Bank : ২০৩০ৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলৰ সম্ভাৱ্য ৰপ্তানি ১.৫ বিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধিৰ সম্ভাৱনা : এক্সিম বেংকৰ অধ্যয়ন

June 27, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Earthquake : সন্ধিয়া ভূমিকম্পত কঁপি উঠিল দেশৰ ৰাজধানী

Earthquake : সন্ধিয়া ভূমিকম্পত কঁপি উঠিল দেশৰ ৰাজধানী

June 27, 2026
Delhi car blast : দিল্লীৰ গাড়ী বোমা বিস্ফোৰণৰ চাৰ্জশ্বীটত আৰু ৩ কাশ্মীৰীৰ নাম, পলাতক শিশু চিকিৎসকো তালিকাত

Delhi car blast : দিল্লীৰ গাড়ী বোমা বিস্ফোৰণৰ চাৰ্জশ্বীটত আৰু ৩ কাশ্মীৰীৰ নাম, পলাতক শিশু চিকিৎসকো তালিকাত

June 27, 2026
Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী

Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী

June 27, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx