ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

ডিফু পৌৰসভাৰ উদ্যোগত শাৰদীয় উৎসৱ উপলক্ষে দৰিদ্ৰ মহিলাসকলৰ মাজত বস্ত্ৰ বিতৰণ :

ষ্টাফ ৰিপ'ৰ্টাৰ:ডিফু

ASSAM TIMES POST by ASSAM TIMES POST
October 9, 2024
Reading Time: 1 min read
A A
0
ডিফু পৌৰসভাৰ উদ্যোগত শাৰদীয় উৎসৱ উপলক্ষে দৰিদ্ৰ মহিলাসকলৰ মাজত বস্ত্ৰ বিতৰণ :

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Nijut Moina scheme : ডিফুত মুখ্যমন্ত্ৰীৰ নিযুত মইনা-নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণ

Bokoliaghat school opening : বকলীয়াঘাটত ৮ কোটি ব্যয়সাপেক্ষে নির্মিত বিদ্যালয় ভৱন উদ্বোধন তুলিৰাম ৰংহাঙৰ

Budget session of KAAC : ১১৩৬.৩৫ কোটিৰ বাজেট গ্ৰহণেৰে কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশনৰ সামৰণি

শাৰদীয় দুর্গোৎসৱৰ আজি যষ্ঠিৰ দিনা মন্দিৰে মন্দিৰে দেৱী প্রতিষ্ঠা কৰাৰ সমান্তৰালভাৱে ডিফু পৌৰসভাৰ ১নং ৱাৰ্ডৰ সদস্য হাৰাধন ঘোষৰ নেতৃত্বত পৌৰসভাৰ অধীনৰ দৰিদ্ৰ মহিলাৰ মাজত বিভিন্ন বস্ত্ৰ বিতৰণ কৰা হয়। ডিফুৰ বাৰোৱাৰী পূজা মন্দিৰৰ সমীপত অনুষ্ঠিত এই বস্ত্র বিতৰণি অনুষ্ঠানত উপস্থিত থাকে লুম্বাজং পৰিষদীয় সমষ্টিৰ এমএচি জনী তিমুং আৰু ডিফু পৌৰসভাৰ অধ্যক্ষ ৰাহ ক্র’।

ডিফু পৌৰসভাৰ উদ্যোগত শাৰদীয় উৎসৱ উপলক্ষে দৰিদ্ৰ মহিলাসকলৰ মাজত বস্ত্ৰ বিতৰণ :
ডিফু পৌৰসভাৰ উদ্যোগত শাৰদীয় উৎসৱ উপলক্ষে দৰিদ্ৰ মহিলাসকলৰ মাজত বস্ত্ৰ বিতৰণ :

ডিফু পৌৰসভাৰ অধীনৰ জনজাতীয় মহিলাসকলক কাৰ্বি পৰম্পৰাগত পোছাক পিনি আৰু বেংগলী-আন সম্প্ৰদায়ৰ মহিলাৰ মাজত শাৰী বিতৰণ কৰে। বিতৰণি অনুষ্ঠানৰ অন্তত ৱাৰ্ড কমিচনাৰ হাৰাধন ঘোষে সংবাদমাধ্যমৰ আগত কয় যে- শাৰদীয় দুর্গোৎসৱ আৰু ৩২ সংখ্যক মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱ উপলক্ষে ডিফু পৌৰসভাৰ ১নং বাৰ্ডৰ কমিচনাৰৰ উদ্যোগত এই পদক্ষেপ গ্রহণ কৰা হৈছে।

ৱাৰ্ড কমিচনাৰ জনৰ এবছৰৰ মাননিৰ ধন ব্যয় কৰি দুর্গা পূজা আৰু মাণ্ডলিক যুৱ মহোৎসৱৰ সময়ছোৱাত যাতে এযোৰ নতুন সাজ পৰিধান কৰিব পাৰে তাৰ বাবে এয়াই ক্ষুদ্র প্রয়াস বুলিও কয় হাৰাধন ঘোষে ৷

Tags: উদ্যোগএমএচি জনী তিমুংকাৰ্বি পৰম্পৰাক্ষুদ্র প্ৰয়াসজনজাতীয় মহিলাডিফুদেৱী প্রতিষ্ঠাদৰিদ্ৰ মহিলানতুন সাজপৌৰসভাপৌৰসভা অধ্যক্ষপৰিষদীয় সমষ্টিবস্ত্ৰ বিতৰণবাৰোৱাৰী পূজাবেংগলী সম্প্ৰদায়মন্দিৰমাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱমাননিৰ ধনযষ্ঠীলুম্বাজংশাৰদীয় দুর্গোৎসৱশাৰী বিতৰণসংবাদমাধ্যমহাৰাধন ঘোষৰাহ ক্র'ৱাৰ্ড কমিচনাৰ
Share4Tweet3Send

Related Posts

Nijut Moina scheme : ডিফুত মুখ্যমন্ত্ৰীৰ নিযুত মইনা-নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণ
KARBI ANGLONG

by News Desk
August 6, 2026
50
Bokoliaghat school opening : বকলীয়াঘাটত ৮ কোটি ব্যয়সাপেক্ষে নির্মিত বিদ্যালয় ভৱন উদ্বোধন তুলিৰাম ৰংহাঙৰ
KARBI ANGLONG

Bokoliaghat school opening : বকলীয়াঘাটত ৮ কোটি ব্যয়সাপেক্ষে নির্মিত বিদ্যালয় ভৱন উদ্বোধন তুলিৰাম ৰংহাঙৰ

by News Desk
August 5, 2026
50
Budget session of KAAC : ১১৩৬.৩৫ কোটিৰ বাজেট গ্ৰহণেৰে কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশনৰ সামৰণি
KARBI ANGLONG

Budget session of KAAC : ১১৩৬.৩৫ কোটিৰ বাজেট গ্ৰহণেৰে কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশনৰ সামৰণি

by News Desk
August 4, 2026
50
Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 
BREAKING NEWS

Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 

by ASSAM TIMES POST
August 2, 2026
50
Arunodoy 3.0 : কাৰ্বি আংলং জিলাতো অৰুণোদয় 3.0ৰ সাহাৰ্য্য বিতৰণ আৰম্ভ
KARBI ANGLONG

Arunodoy 3.0 : কাৰ্বি আংলং জিলাতো অৰুণোদয় 3.0ৰ সাহাৰ্য্য বিতৰণ আৰম্ভ

by News Desk
August 1, 2026
50
One-day training program : ৰপ্তানিমুখী আদা উৎপাদন আৰু বাঁহ গাজ প্ৰক্ৰিয়াকৰণ বিষয়ত এদিনীয়া প্ৰশিক্ষণ সম্পন্ন
KARBI ANGLONG

One-day training program : ৰপ্তানিমুখী আদা উৎপাদন আৰু বাঁহ গাজ প্ৰক্ৰিয়াকৰণ বিষয়ত এদিনীয়া প্ৰশিক্ষণ সম্পন্ন

by News Desk
July 30, 2026
50
ADVERTISEMENT
Nijut Moina scheme : ডিফুত মুখ্যমন্ত্ৰীৰ নিযুত মইনা-নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণ
KARBI ANGLONG

Nijut Moina scheme : ডিফুত মুখ্যমন্ত্ৰীৰ নিযুত মইনা-নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণ

August 6, 2026
50
Sonam Wangshuk : অনশন ভংগৰ ফটো প্ৰকাশ কৰি প্ৰতিশ্ৰুতি ভংগ, নাড্ডাৰ হাতেৰে চুপ খোৱাৰ ১৪ দিন পিছত সৰৱ ৱাংচুক
National-International

Tarun Tejpal case : ধৰ্ষণৰ গোচৰত টেহেলকাৰ প্ৰতিষ্ঠাপক তৰুণ তেজপালক ১০ বছৰৰ কাৰাদণ্ড

Assam flood casualties : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৫ জনলৈ বৃদ্ধি
Assam

Assam flood casualties : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৫ জনলৈ বৃদ্ধি

August 6, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Nijut Moina scheme : ডিফুত মুখ্যমন্ত্ৰীৰ নিযুত মইনা-নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণ

Nijut Moina scheme : ডিফুত মুখ্যমন্ত্ৰীৰ নিযুত মইনা-নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণ

August 6, 2026
Sonam Wangshuk : অনশন ভংগৰ ফটো প্ৰকাশ কৰি প্ৰতিশ্ৰুতি ভংগ, নাড্ডাৰ হাতেৰে চুপ খোৱাৰ ১৪ দিন পিছত সৰৱ ৱাংচুক

Sonam Wangshuk : অনশন ভংগৰ ফটো প্ৰকাশ কৰি প্ৰতিশ্ৰুতি ভংগ, নাড্ডাৰ হাতেৰে চুপ খোৱাৰ ১৪ দিন পিছত সৰৱ ৱাংচুক

August 6, 2026
Tarun Tejpal case : ধৰ্ষণৰ গোচৰত টেহেলকাৰ প্ৰতিষ্ঠাপক তৰুণ তেজপালক ১০ বছৰৰ কাৰাদণ্ড

Tarun Tejpal case : ধৰ্ষণৰ গোচৰত টেহেলকাৰ প্ৰতিষ্ঠাপক তৰুণ তেজপালক ১০ বছৰৰ কাৰাদণ্ড

August 6, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT