ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Election Commission of India : হাৰিয়ানা আৰু জম্মু-কাশ্মীৰত এক্সিট প’ল প্ৰকাশত বাধা নিৰ্বাচন আয়োগৰ

নিউজ ডেস্কঃ

News Desk by News Desk
October 2, 2024
Reading Time: 1 min read
A A
0
Election Commission of India : হাৰিয়ানা আৰু জম্মু-কাশ্মীৰত এক্সিট প’ল প্ৰকাশত বাধা নিৰ্বাচন আয়োগৰ

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

আৰচিবিৰ মালিকীস্বত্ব সলনি বিক্ৰীৰ প্ৰক্ৰিয়া আৰম্ভ

প্ৰাক্তন প্ৰেমিকাক জোৰকৈ চুমা খাবলৈ গৈ জিভা হেৰুৱালে যুৱকে

Dowry case I যৌতুকৰ দাবী কৰি চিকিৎসক স্বামী, অধ্যাপক শহুৰেকৰ বোৱাৰীয়েকক ‘যৌন নিৰ্যাতন’

ভাৰতীয় নিৰ্বাচন আয়োগে (Election Commission of India) হাৰিয়ানা আৰু জম্মু-কাশ্মীৰ (Haryana and Jammu and Kashmir)ৰ বিধানসভা নিৰ্বাচন (Assembly elections)ৰ বাবে এক্সিট প’লৰ ফলাফল (Exit Poll Results) ঘোষণা নিষিদ্ধ (Ban on declaration) কৰিছে। হাৰিয়ানাত নিৰ্বাচন অনুষ্ঠিত হ’লেও শনিবাৰে (৫ অক্টোবৰ) এক্সিট প’ল প্ৰকাশ কৰিব নোৱাৰিব।

উল্লেখযোগ্য যে ইতিমধ্যে নিৰ্বাচনী পেনেলে কৈছিল যে শনিবাৰে সন্ধিয়া ৫ বজাত ভোটগ্ৰহণ সমাপ্ত হোৱাৰ পিছত হাৰিয়ানাৰ এক্সিট প’লসমূহ মুকলি কৰাৰ সম্ভাৱনা আছে। ইফালে পূৰ্বৰ বিভিন্ন সমীক্ষাই দেখুৱাইছে যে লোকসভা আৰু ভাৰতৰ বিভিন্ন বিধানসভা নিৰ্বাচনত নিৰ্বাচনৰ পূৰ্বৰ বা নিৰ্বাচনৰ পিছৰ সমীক্ষা প্ৰকৃত ফলাফলৰ সৈতে প্ৰায়ে মিলা নাই।

election 1 | ASSAM TIMES POST
হাৰিয়ানা আৰু জম্মু-কাশ্মীৰত এক্সিট প’ল প্ৰকাশত বাধা নিৰ্বাচন আয়োগৰ

ইয়াৰ বিপৰীতে কিছুমান ক্ষেত্ৰত মিলাৰ উদাহৰণ আছে। আনহাতে, কিছু নিৰ্বাচনী বিশ্লেষকে মত পোষণ কৰে যে এনে সমীক্ষাই সামগ্ৰিকভাৱে ভোটাৰসকলৰ ওপৰত কিছু প্ৰভাৱ পেলায়।

এনে সম্ভাৱনাৰ কথা মনত ৰাখি, আয়োগৰ এই পদক্ষেপটো জনপ্ৰতিনিধিত্ব আইন, ১৯৫১-ৰ ধাৰা ১২৬এ-ৰ অধীনত লোৱা হৈছে।

উল্লেখযোগ্য যে ১৮ ছেপ্টেম্বৰ, ২৫ ছেপ্টেম্বৰ আৰু ১ অক্টোবৰত তিনিটা পৰ্যায়ত জম্মু-কাশ্মীৰৰ ৯০ টা বিধানসভা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল। আনহাতে, হাৰিয়ানাত ৫ অক্টোবৰত নিৰ্বাচন অনুষ্ঠিত হ’ব। ইফালে নিৰ্বাচন আয়োগৰ নিষেধাজ্ঞাৰ বাবে জম্মু-কাশ্মীৰৰ এক্সিট প’লৰ ফলাফলো প্ৰকাশ কৰিব পৰা নগ’ল।

Share this:

  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on X (Opens in new window) X

Like this:

Like Loading...

Related

Tags: ElectionCommissionofIndiaExitPollএক্সিটপ'লনিৰ্বাচনআয়োগ
Share4Tweet3Send

Related Posts

আৰচিবিৰ মালিকীস্বত্ব সলনি বিক্ৰীৰ প্ৰক্ৰিয়া আৰম্ভ
National-International

আৰচিবিৰ মালিকীস্বত্ব সলনি বিক্ৰীৰ প্ৰক্ৰিয়া আৰম্ভ

by Staff Reporter
November 19, 2025
50
যৌন নিৰ্যাতন ৰোধ কৰিবলৈ গৈ ভয়ংকৰ বিপদত মহিলা, মুখত পৰিল ১১৮টা চিলাই!
National-International

প্ৰাক্তন প্ৰেমিকাক জোৰকৈ চুমা খাবলৈ গৈ জিভা হেৰুৱালে যুৱকে

by Staff Reporter
November 19, 2025
50
Dowry I যৌতুকত পুৰণি আচবাব, খঙতে দৰাৰ পক্ষই ভাঙিলে বিয়া!
National-International

Dowry case I যৌতুকৰ দাবী কৰি চিকিৎসক স্বামী, অধ্যাপক শহুৰেকৰ বোৱাৰীয়েকক ‘যৌন নিৰ্যাতন’

by Staff Reporter
November 19, 2025
50
বিশ্বকাপ ফুটবললৈ যোগ্যতা অৰ্জন জাৰ্মানী আৰু নেডাৰলেণ্ডৰ
National-International

ডেৰ নিযুত জনসংখ্যাৰ দেশ কুৰাকাওৰ বিশ্বকাপ ফুটবললৈ যোগ্যতা অৰ্জন ৪২ খন দেশৰ টিকট লাভ বিশ্বকাপলৈ বাকী আছে ৬খন দেশ

by Staff Reporter
November 19, 2025
50
ই-ভিছা অবিহনে ভাৰতত সোমাব নোৱাৰিব আফগান নাগৰিক, বাতিল পূৰ্বৰ সকলো ভিছা
National-International

Indian Visa । ভাৰতীয়ৰ ভিছা ৰেহাই স্থগিত ৰাখিলে ইৰাণে, কিন্তু কিয়?

by Staff Reporter
November 18, 2025
53
Assam Crime Records I চলিত বছৰত সাত মাহত অসমত ৫ শতাধিক হত্যাকাণ্ড
National-International

বিহাৰ বিধানসভাৰ আধাতকৈ অধিক লোক অপৰাধত অভিযুক্ত, ৯০ শতাংশ কোটিপতি

by Staff Reporter
November 18, 2025
53
ADVERTISEMENT
আৰচিবিৰ মালিকীস্বত্ব সলনি বিক্ৰীৰ প্ৰক্ৰিয়া আৰম্ভ
National-International

আৰচিবিৰ মালিকীস্বত্ব সলনি বিক্ৰীৰ প্ৰক্ৰিয়া আৰম্ভ

November 19, 2025
50
যৌন নিৰ্যাতন ৰোধ কৰিবলৈ গৈ ভয়ংকৰ বিপদত মহিলা, মুখত পৰিল ১১৮টা চিলাই!
National-International

প্ৰাক্তন প্ৰেমিকাক জোৰকৈ চুমা খাবলৈ গৈ জিভা হেৰুৱালে যুৱকে

November 19, 2025
50
Dowry I যৌতুকত পুৰণি আচবাব, খঙতে দৰাৰ পক্ষই ভাঙিলে বিয়া!
National-International

Dowry case I যৌতুকৰ দাবী কৰি চিকিৎসক স্বামী, অধ্যাপক শহুৰেকৰ বোৱাৰীয়েকক ‘যৌন নিৰ্যাতন’

November 19, 2025
50
বিশ্বকাপ ফুটবললৈ যোগ্যতা অৰ্জন জাৰ্মানী আৰু নেডাৰলেণ্ডৰ
National-International

ডেৰ নিযুত জনসংখ্যাৰ দেশ কুৰাকাওৰ বিশ্বকাপ ফুটবললৈ যোগ্যতা অৰ্জন ৪২ খন দেশৰ টিকট লাভ বিশ্বকাপলৈ বাকী আছে ৬খন দেশ

November 19, 2025
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

আৰচিবিৰ মালিকীস্বত্ব সলনি বিক্ৰীৰ প্ৰক্ৰিয়া আৰম্ভ

আৰচিবিৰ মালিকীস্বত্ব সলনি বিক্ৰীৰ প্ৰক্ৰিয়া আৰম্ভ

November 19, 2025
যৌন নিৰ্যাতন ৰোধ কৰিবলৈ গৈ ভয়ংকৰ বিপদত মহিলা, মুখত পৰিল ১১৮টা চিলাই!

প্ৰাক্তন প্ৰেমিকাক জোৰকৈ চুমা খাবলৈ গৈ জিভা হেৰুৱালে যুৱকে

November 19, 2025
Dowry I যৌতুকত পুৰণি আচবাব, খঙতে দৰাৰ পক্ষই ভাঙিলে বিয়া!

Dowry case I যৌতুকৰ দাবী কৰি চিকিৎসক স্বামী, অধ্যাপক শহুৰেকৰ বোৱাৰীয়েকক ‘যৌন নিৰ্যাতন’

November 19, 2025

Categories

accident (1) ALL NEWS (17410) Artificial Intelligence (3) Assam (13846) BREAKING NEWS (6488) Business (34) crime (23) cultural (5) Digital Transformation (3) DIPHU (1) Earthquake (1) Economy (98) Editorial (16) EDUCATION (1) EDUCATION AND TECHNOLOGY (102) election (4) Entertainment (767) Entertrainment (420) EXCLUSIVE (124) Fashion (9) Featured (22) Features (30) FLIM (3) Guwahati (2052) Health & Fitness (631) Jobs & Career (7) KARBI ANGLONG (3496) Lifestyle (24) literature (16) National-International (10908) NORTHEAST (880) Novels (3) Photo (5) Poems (9) Political (140) Recipes (6) Science (1) Sports News (497) Stories (16) Tech (14) Tourism (1) Travel (6) Uncategorized (15) Video News (90) weather (1)

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d