ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Drug trafficking : ড্ৰাগছসহ গ্ৰেপ্তাৰ প্ৰাক্তন বিদ্ৰোহী সংগঠনৰ মুখ্য সৈনাধ্যক্ষ চাহিল মুণ্ডা

ষ্টাফ ৰিপ'ৰ্টাৰ:ডিফু

News Desk by News Desk
September 20, 2024
Reading Time: 1 min read
A A
0

RELATED POSTS

Dry day : হাওৰাঘাট আবকাৰী চক্ৰৰ সীমান্ত অঞ্চলত শুকান দিৱস ঘোষণা

Dumper accident : কয়লামাটিত দুর্ঘটনাগ্ৰস্ত দুই ডাম্পাৰ

Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩

New Logo Smal 2 | ASSAM TIMES POST

অসম তথা চুবুৰীয়া ৰাজ্যসমূহত ব্যাপক হাৰত নিষিদ্ধ ড্ৰাগছৰ সৰবৰাহ (Drug trafficking) সমাজ জীৱনৰ বাবে এক বৃহৎ সংকটত পৰিণত হোৱাৰ সময়তে শুকুৰবাৰে ১২বাজি ৪৬ মিনিটত অসম-নাগালেণ্ড সীমান্তৱৰ্তী খটখটীত আৰক্ষীয়ে অভিযান (Police raid in Khatkhati) চলাই হেৰʼইনসহ এজন প্ৰাক্তন বিদ্ৰোহী সংগঠনৰ শীৰ্ষ নেতাক গ্ৰেপ্তাৰ কৰা ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে।

প্ৰাপ্ত তথ্য অনুসৰি, আজি দিনৰ প্ৰায় ১২.৪৬ বজাত খটখটী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নিতুল শইকীয়া, নেতৃত্বত উপ-পৰিদৰ্শক জিতুমণি শইকীয়া আৰু সহকাৰী উপ-পৰিদৰ্শক পংকজ শইকীয়াৰ সহযোগত আৰক্ষীৰ এটা দলে ডিমাপুৰৰ দিশৰ পৰা আহি থকা এএছ-৩১-৪২৯১ নম্বৰৰ মাৰুতী এক্সপ্ৰেছʼ বাহনখন কাৰাগাওঁ ৰানাবস্থিত তালাচী চলায়।

খটখটীত এগৰাকী মহিলাকে ধৰি তিনিটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ ক্ৰমে চাহিল মুণ্ডা, ৰোহিত ৰয় আৰু চামচুন নেহাৰ
খটখটীত এগৰাকী মহিলাকে ধৰি তিনিটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ ক্ৰমে চাহিল মুণ্ডা, ৰোহিত ৰয় আৰু চামচুন নেহাৰ

উক্ত অভিযানত আৰক্ষীয়ে বাহনখনৰ পৰা এটা চাবোনৰ বাকচত লুকুৱাই অনা অৱস্থাত ১১.০৮০ গ্ৰাম হেৰʼইন জব্দ (Heroin seized) কৰিবলৈ সক্ষম হয়। বোকাজান মহকুমা আৰক্ষী বিষয়া ৰুস্তম ৰাজ ব্ৰক্ষ্মৰ ও সাক্ষীগনৰ উপস্থিত হেৰইনখিনি জব্দ কৰে। এই সন্দৰ্ভত আৰক্ষীয়ে এগৰাকী মহিলাকে ধৰি তিনিটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। ধৃত সৰবৰাহকাৰীকেইটা ক্ৰমে চাহিল মুণ্ডা, ৰোহিত ৰয় আৰু চামচুন নেহাৰ বুলি চিনাক্ত কৰা হৈছে। ইয়াৰে চাহিল মুণ্ডা (Sahil Munda) নামৰ সৰবৰাহকাৰীটো প্ৰাক্তন আদিবাসী সশস্ত্ৰ উগ্ৰপন্থী সংগঠন ʼআপলাʼৰ মুখ্য সৈনাধ্যক্ষ আছিল বুলি জানিব পৰা গৈছে। বিগত বৰ্ষৰ জুলাই মাহত উক্ত উগ্ৰপন্থী সংগঠনটোৱে আত্মসমৰ্পণ কৰি মূলসুঁতিলৈ আহিছিল।

ড্ৰাগছ সৰবৰাহৰ দৰে দুষ্কাৰ্যত লিপ্ত থকা এই স্বয়ংভূ প্ৰাক্তন বিদ্ৰোহী নেতা গৰাকীয়ে নিজাববীয়াকৈ আইবিএন ২৪X৭ শীৰ্ষক নিউজ পৰ্টেল খুলি নিজকে সাংবাদিক হিচাপে পৰিচয় দিয়াৰো চেষ্টা চলাইছিল। স্বয়ংভূ পৰ্টেল চেনেলৰ সাংবাদিক হোৱাৰ সুবাদতে বাহনত ʼপ্ৰেছʼ লিখি উক্ত বাহনতে আৰক্ষীৰ চকুত ধূলি দি ড্ৰাগছৰ সৰবৰাহ কৰি আহিছিল। অৱশেষত আৰক্ষীৰ তৎপৰতাৰ বাবে চাহিল মুণ্ডা নামৰ এই বহুৰূপী ড্ৰাগছ সৰবৰাহকাৰীটো আৰক্ষীৰ জালত পৰে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: HeroinSeizedSahilMundaচাহিলমুণ্ডাহেৰʼইনজব্দ
Share9Tweet6Send

Related Posts

Dry day : হাওৰাঘাট আবকাৰী চক্ৰৰ সীমান্ত অঞ্চলত শুকান দিৱস ঘোষণা
KARBI ANGLONG

Dry day : হাওৰাঘাট আবকাৰী চক্ৰৰ সীমান্ত অঞ্চলত শুকান দিৱস ঘোষণা

by News Desk
October 3, 2026
59
Dumper accident : কয়লামাটিত দুর্ঘটনাগ্ৰস্ত দুই ডাম্পাৰ
KARBI ANGLONG

Dumper accident : কয়লামাটিত দুর্ঘটনাগ্ৰস্ত দুই ডাম্পাৰ

by News Desk
October 1, 2026
56
Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩
KARBI ANGLONG

Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩

by News Desk
September 21, 2026
71
Body recovered at Diphu : ডিফুৰ ৰে’লপথত মৃতদেহ উদ্ধাৰ
KARBI ANGLONG

Body recovered at Diphu : ডিফুৰ ৰে’লপথত মৃতদেহ উদ্ধাৰ

by ASSAM TIMES POST
September 17, 2026
63
KAAC elections 2027 : কাৰ্বি পৰিষদীয় নিৰ্বাচন, বিজেপিৰ বিভিন্ন প্ৰান্তত যোগদান কাৰ্যসূচী
KARBI ANGLONG

KAAC elections 2027 : কাৰ্বি পৰিষদীয় নিৰ্বাচন, বিজেপিৰ বিভিন্ন প্ৰান্তত যোগদান কাৰ্যসূচী

by News Desk
September 16, 2026
63
Tragic death : কাৰ্বি আংলঙত শোকাৱহ ঘটনা, জ্যেষ্ঠ ভাতৃক বচাবলৈ গৈ কনিষ্ঠ ভাতৃৰ মৃত্যু
KARBI ANGLONG

Tragic death : কাৰ্বি আংলঙত শোকাৱহ ঘটনা, জ্যেষ্ঠ ভাতৃক বচাবলৈ গৈ কনিষ্ঠ ভাতৃৰ মৃত্যু

by ASSAM TIMES POST
September 16, 2026
67
ADVERTISEMENT
Rahul Gandhi : নিৰ্বাচন আয়োগৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ ৰাহুল গান্ধীৰ
National-International

Rahul Gandhi : নিৰ্বাচন আয়োগৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ ৰাহুল গান্ধীৰ

October 12, 2026
50
Gyanesh Kumar controversy : মুখ্য নিৰ্বাচন আয়ুক্তক ৰাজসাক্ষী হ’বলৈ ৰাহুল গান্ধীৰ দাবী, ২০০ আমোলাই প্ৰদান কৰিছে তথ্য
National-International

Gyanesh Kumar controversy : মুখ্য নিৰ্বাচন আয়ুক্তক ৰাজসাক্ষী হ’বলৈ ৰাহুল গান্ধীৰ দাবী, ২০০ আমোলাই প্ৰদান কৰিছে তথ্য

October 12, 2026
50
Manipur violence : মণিপুৰত পুনৰ বৃদ্ধি সাম্প্ৰদায়িক হিংসা, নিৰুদ্দিষ্ট ব্যক্তিৰ কটা মূৰ ঘূৰাই দিবলৈ নগা সংগঠনৰ ৪৮ ঘণ্টা সময়
NORTHEAST

Manipur violence : মণিপুৰত পুনৰ বৃদ্ধি সাম্প্ৰদায়িক হিংসা, নিৰুদ্দিষ্ট ব্যক্তিৰ কটা মূৰ ঘূৰাই দিবলৈ নগা সংগঠনৰ ৪৮ ঘণ্টা সময়

October 12, 2026
50
Hormuz ship attack : হৰমুজত ভাৰতীয় নাৱিক কঢ়িয়াই নিয়া জাহাজত আক্ৰমণৰ ঘটনাক ভাৰতৰ গৰিহণা
National-International

Hormuz ship attack : হৰমুজত ভাৰতীয় নাৱিক কঢ়িয়াই নিয়া জাহাজত আক্ৰমণৰ ঘটনাক ভাৰতৰ গৰিহণা

October 12, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Rahul Gandhi : নিৰ্বাচন আয়োগৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ ৰাহুল গান্ধীৰ

Rahul Gandhi : নিৰ্বাচন আয়োগৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ ৰাহুল গান্ধীৰ

October 12, 2026
Gyanesh Kumar controversy : মুখ্য নিৰ্বাচন আয়ুক্তক ৰাজসাক্ষী হ’বলৈ ৰাহুল গান্ধীৰ দাবী, ২০০ আমোলাই প্ৰদান কৰিছে তথ্য

Gyanesh Kumar controversy : মুখ্য নিৰ্বাচন আয়ুক্তক ৰাজসাক্ষী হ’বলৈ ৰাহুল গান্ধীৰ দাবী, ২০০ আমোলাই প্ৰদান কৰিছে তথ্য

October 12, 2026
Manipur violence : মণিপুৰত পুনৰ বৃদ্ধি সাম্প্ৰদায়িক হিংসা, নিৰুদ্দিষ্ট ব্যক্তিৰ কটা মূৰ ঘূৰাই দিবলৈ নগা সংগঠনৰ ৪৮ ঘণ্টা সময়

Manipur violence : মণিপুৰত পুনৰ বৃদ্ধি সাম্প্ৰদায়িক হিংসা, নিৰুদ্দিষ্ট ব্যক্তিৰ কটা মূৰ ঘূৰাই দিবলৈ নগা সংগঠনৰ ৪৮ ঘণ্টা সময়

October 12, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d