ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Recovered with heroin worth Rs 2 crore : বোকাজানত ২ কোটি টকাৰ হেৰ’ইনসহ সৰবৰাহকাৰী আটক

ষ্টাফ ৰি'পৰ্টাৰঃ

News Desk by News Desk
July 31, 2024
Reading Time: 1 min read
A A
0

RELATED POSTS

Dry day : হাওৰাঘাট আবকাৰী চক্ৰৰ সীমান্ত অঞ্চলত শুকান দিৱস ঘোষণা

Dumper accident : কয়লামাটিত দুর্ঘটনাগ্ৰস্ত দুই ডাম্পাৰ

Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩

New Logo Smal 5 | ASSAM TIMES POST

বুধবাৰে পুৱা ৯ মান বজাত বোকাজান মহকুমাহৰ বৰপথাৰ (Bokajan’s Barpathar) থানা এলেকাৰ খাকৰাজান নাকা তালাচী (At the Khakrajan search Point) পইণ্ট আৰক্ষীৰ তালাচীত প্ৰায় ২ কোটি টকা মূল্যৰ সন্দেহযুক্ত হেৰইনসহ (Recovered with heroin worth Rs 2 crore) এটা সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় আৰক্ষী ৷

বোকাজানত ২ কোটি টকাৰ হেৰ'ইনসহ সৰবৰাহকাৰী আটক
বোকাজানত ২ কোটি টকাৰ হেৰ’ইনসহ সৰবৰাহকাৰী আটক:

সৰবৰাহকাৰীয়ে ডিমাপুৰৰ পৰা গোলাঘাট অভিমুখে AS02 H6637 নম্বৰৰ ৱাগেনৰ বাহনত গোপন চেম্বাৰত লুকুৱাই সৰবৰাহৰ চেষ্টা চলাইছিল ৷ আৰক্ষীৰ তালাচীত বাহনখনৰ পৰা 22টা চাবোনৰ বাকচত 298.58 গ্ৰাম হেৰ’ইন জব্দ (298.58 gm heroin seized)কৰিবলৈ সক্ষম হয় ৷এই সন্দৰ্ভত হেৰ’ইনসহ আৰক্ষীয়ে নগাওঁ জিলাৰ ধিং থানাৰ অন্তৰ্গত লালি পথাৰৰ আছিকুৰ ৰহমানক আটক (Asikur Rahman arrested) কৰিছে ৷

DrugsP3 1 1 | ASSAM TIMES POST

আৰক্ষীৰ অভিযান কালত উদ্ধাৰ হোৱা হেৰ’ইনখিনিৰ আন্তৰাষ্ট্ৰীয় বজাৰ মূল্য প্ৰায় 2 কোটি  টকাৰ হ’ব বুলি আৰক্ষীৰ পৰা জানিব পৰা গৈছে৷ অধিক তথ্য আহৰণৰ বাবে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: heroinrecoveredহেৰ'ইনজব্দ
Share6Tweet4Send

Related Posts

Dry day : হাওৰাঘাট আবকাৰী চক্ৰৰ সীমান্ত অঞ্চলত শুকান দিৱস ঘোষণা
KARBI ANGLONG

Dry day : হাওৰাঘাট আবকাৰী চক্ৰৰ সীমান্ত অঞ্চলত শুকান দিৱস ঘোষণা

by News Desk
October 3, 2026
59
Dumper accident : কয়লামাটিত দুর্ঘটনাগ্ৰস্ত দুই ডাম্পাৰ
KARBI ANGLONG

Dumper accident : কয়লামাটিত দুর্ঘটনাগ্ৰস্ত দুই ডাম্পাৰ

by News Desk
October 1, 2026
56
Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩
KARBI ANGLONG

Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩

by News Desk
September 21, 2026
71
Body recovered at Diphu : ডিফুৰ ৰে’লপথত মৃতদেহ উদ্ধাৰ
KARBI ANGLONG

Body recovered at Diphu : ডিফুৰ ৰে’লপথত মৃতদেহ উদ্ধাৰ

by ASSAM TIMES POST
September 17, 2026
63
KAAC elections 2027 : কাৰ্বি পৰিষদীয় নিৰ্বাচন, বিজেপিৰ বিভিন্ন প্ৰান্তত যোগদান কাৰ্যসূচী
KARBI ANGLONG

KAAC elections 2027 : কাৰ্বি পৰিষদীয় নিৰ্বাচন, বিজেপিৰ বিভিন্ন প্ৰান্তত যোগদান কাৰ্যসূচী

by News Desk
September 16, 2026
63
Tragic death : কাৰ্বি আংলঙত শোকাৱহ ঘটনা, জ্যেষ্ঠ ভাতৃক বচাবলৈ গৈ কনিষ্ঠ ভাতৃৰ মৃত্যু
KARBI ANGLONG

Tragic death : কাৰ্বি আংলঙত শোকাৱহ ঘটনা, জ্যেষ্ঠ ভাতৃক বচাবলৈ গৈ কনিষ্ঠ ভাতৃৰ মৃত্যু

by ASSAM TIMES POST
September 16, 2026
67
ADVERTISEMENT
Himanta Biswa Sarma : এইবাৰ কংগ্ৰেছৰ বিৰুদ্ধে বিজেপিৰ প্ৰতিবাদ, কাইলৈৰ পৰা ৩১ অক্টোবৰলৈ ৰাজ্যজুৰি বিজেপিৰ গণ সমাবেশ
Assam

Himanta Biswa Sarma : এইবাৰ কংগ্ৰেছৰ বিৰুদ্ধে বিজেপিৰ প্ৰতিবাদ, কাইলৈৰ পৰা ৩১ অক্টোবৰলৈ ৰাজ্যজুৰি বিজেপিৰ গণ সমাবেশ

October 12, 2026
50
Rahul Gandhi : নিৰ্বাচন আয়োগৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ ৰাহুল গান্ধীৰ
National-International

Rahul Gandhi : নিৰ্বাচন আয়োগৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ ৰাহুল গান্ধীৰ

October 12, 2026
50
Gyanesh Kumar controversy : মুখ্য নিৰ্বাচন আয়ুক্তক ৰাজসাক্ষী হ’বলৈ ৰাহুল গান্ধীৰ দাবী, ২০০ আমোলাই প্ৰদান কৰিছে তথ্য
National-International

Gyanesh Kumar controversy : মুখ্য নিৰ্বাচন আয়ুক্তক ৰাজসাক্ষী হ’বলৈ ৰাহুল গান্ধীৰ দাবী, ২০০ আমোলাই প্ৰদান কৰিছে তথ্য

October 12, 2026
50
Manipur violence : মণিপুৰত পুনৰ বৃদ্ধি সাম্প্ৰদায়িক হিংসা, নিৰুদ্দিষ্ট ব্যক্তিৰ কটা মূৰ ঘূৰাই দিবলৈ নগা সংগঠনৰ ৪৮ ঘণ্টা সময়
NORTHEAST

Manipur violence : মণিপুৰত পুনৰ বৃদ্ধি সাম্প্ৰদায়িক হিংসা, নিৰুদ্দিষ্ট ব্যক্তিৰ কটা মূৰ ঘূৰাই দিবলৈ নগা সংগঠনৰ ৪৮ ঘণ্টা সময়

October 12, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Himanta Biswa Sarma : এইবাৰ কংগ্ৰেছৰ বিৰুদ্ধে বিজেপিৰ প্ৰতিবাদ, কাইলৈৰ পৰা ৩১ অক্টোবৰলৈ ৰাজ্যজুৰি বিজেপিৰ গণ সমাবেশ

Himanta Biswa Sarma : এইবাৰ কংগ্ৰেছৰ বিৰুদ্ধে বিজেপিৰ প্ৰতিবাদ, কাইলৈৰ পৰা ৩১ অক্টোবৰলৈ ৰাজ্যজুৰি বিজেপিৰ গণ সমাবেশ

October 12, 2026
Rahul Gandhi : নিৰ্বাচন আয়োগৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ ৰাহুল গান্ধীৰ

Rahul Gandhi : নিৰ্বাচন আয়োগৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ ৰাহুল গান্ধীৰ

October 12, 2026
Gyanesh Kumar controversy : মুখ্য নিৰ্বাচন আয়ুক্তক ৰাজসাক্ষী হ’বলৈ ৰাহুল গান্ধীৰ দাবী, ২০০ আমোলাই প্ৰদান কৰিছে তথ্য

Gyanesh Kumar controversy : মুখ্য নিৰ্বাচন আয়ুক্তক ৰাজসাক্ষী হ’বলৈ ৰাহুল গান্ধীৰ দাবী, ২০০ আমোলাই প্ৰদান কৰিছে তথ্য

October 12, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d