ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Karbi woman Nirola Phangchopi I প্ৰথমবাৰৰ বাবে কাৰবি আংলঙৰ জিলা আয়ুক্তৰ আসনৰ শোভাবৰ্ধন কাৰবি মহিলা নিৰলা ফাংচ’পীৰ

নিউজ ডেস্কঃ

News Desk by News Desk
July 12, 2024
Reading Time: 1 min read
A A
0
Karbi woman Nirola Phangchopi I প্ৰথমবাৰৰ বাবে কাৰবি আংলঙৰ জিলা আয়ুক্তৰ আসনৰ শোভাবৰ্ধন কাৰবি মহিলা নিৰলা ফাংচ’পীৰ

New Logo Smal 1 | ASSAM TIMES POST
কাৰবি আংলং (Karbi Anglong) জিলাৰ প্ৰশাসনৰ জিলা আয়ুক্ত হিছাপে ইতিহাসৰ পাত সম্বৃদ্ধ কৰি শুকুৰবাৰে উচ্চ স্তৰীয় প্ৰশাসনিক বিষয়া হিচাপে শোভাবৰ্ধন  কৰে জনজাতীয় কাৰবি মহিলা নিৰলা ফাংচপীয়ে (Karbi woman Nirola Phangchopi)৷ শুকুৰবাৰে বিয়লি চাৰে চাৰিমান বজাত ডিফুস্তিত জিলা আয়ুক্ত কাৰ্যালয়ত এক আৱেগিক মূহূৰ্তত পূৰ্বৰ আয়ুক্ত মধুমিতা ভাগৱতীয়ে জিলা আয়ুক্তৰ দায়িত্বভাৰ নৱ নিযুক্ত নিৰলা ফাংচপীক চমজাই দিয়ে ৷

প্ৰথমবাৰৰ বাবে কাৰবি আংলঙৰ জিলা আয়ুক্তৰ আসনৰ শোভাবৰ্ধন কাৰবি মহিলা নিৰলা ফাংচ'পীৰ
প্ৰথমবাৰৰ বাবে কাৰবি আংলঙৰ জিলা আয়ুক্তৰ আসনৰ শোভাবৰ্ধন কাৰবি মহিলা নিৰলা ফাংচ’পীৰ

আজিৰ অনুষ্ঠানত কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ সচিব আৰু জিলা আয়ুক্ত কাৰ্যালয়ৰ কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰী সকলে বিদায়ী আয়ুক্ত গৰাকীক বিদায় সম্ভাষণ জনোৱাৰ লগতে নৱনিযুক্ত আয়ুক্ত গৰাকীক গামোছা আৰু ফুলৰ থোপাৰে আদৰণি জনায় বুলি জানিব পৰা গৈছে ৷

RELATED POSTS

Dilapidated condition : জৰাজীৰ্ণ অৱস্থাত অসম–নাগালেণ্ড সীমান্তৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাই পথ, শীঘ্ৰে মেৰামতি কৰিবলৈ দাবী ক্ষোভিত ৰাইজৰ

খটখটী আৰক্ষীৰ বৃহৎ সফলতা বালিজান বি তিনিয়ালীত ড্ৰাগছসহ দুই নগা যুৱক আটক

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

Tags: নিৰলাফাংচ'পীৰ
Share4Tweet3Send

Related Posts

Dilapidated condition : জৰাজীৰ্ণ অৱস্থাত অসম–নাগালেণ্ড সীমান্তৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাই পথ, শীঘ্ৰে মেৰামতি কৰিবলৈ দাবী ক্ষোভিত ৰাইজৰ
KARBI ANGLONG

Dilapidated condition : জৰাজীৰ্ণ অৱস্থাত অসম–নাগালেণ্ড সীমান্তৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাই পথ, শীঘ্ৰে মেৰামতি কৰিবলৈ দাবী ক্ষোভিত ৰাইজৰ

by News Desk
April 21, 2026
50
খটখটী আৰক্ষীৰ বৃহৎ সফলতা বালিজান বি তিনিয়ালীত ড্ৰাগছসহ দুই নগা যুৱক আটক
KARBI ANGLONG

খটখটী আৰক্ষীৰ বৃহৎ সফলতা বালিজান বি তিনিয়ালীত ড্ৰাগছসহ দুই নগা যুৱক আটক

by Staff Reporter
April 18, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
Drug user Arrested : বৈঠালাংছ’ত চাৰি ড্ৰাগছ সেৱনকাৰী আটক
KARBI ANGLONG

Drug user Arrested : বৈঠালাংছ’ত চাৰি ড্ৰাগছ সেৱনকাৰী আটক

by News Desk
April 11, 2026
50
Road accident : লাহৰিজানত ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত এজন
KARBI ANGLONG

Road accident : লাহৰিজানত ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত এজন

by News Desk
April 3, 2026
50
Rahul Gandhi : কাৰ্বিভূমিত সংবিধানৰ অনুচ্ছেদ ২৪৪-ক কাৰ্যকৰীকৰণৰ প্ৰতিশ্ৰুতি ৰাহুল গান্ধীৰ
KARBI ANGLONG

Rahul Gandhi : কাৰ্বিভূমিত সংবিধানৰ অনুচ্ছেদ ২৪৪-ক কাৰ্যকৰীকৰণৰ প্ৰতিশ্ৰুতি ৰাহুল গান্ধীৰ

by News Desk
April 2, 2026
50
ADVERTISEMENT
‎হায়দৰাবাদৰ পৰা চেন্নাইলৈ যোৱা চাৰমিনাৰ এক্সপ্ৰেছত অগ্নিকাণ্ড
National-International

‎হায়দৰাবাদৰ পৰা চেন্নাইলৈ যোৱা চাৰমিনাৰ এক্সপ্ৰেছত অগ্নিকাণ্ড

April 26, 2026
50
‎পিতৃক প্ৰত্যাহ্বান I নতুন দল খুলিলে কেচিআৰৰ কন্যা কবিতাই, তেলেংগানাৰ ৰাজনীতিত নতুন খেল ‎
National-International

‎পিতৃক প্ৰত্যাহ্বান I নতুন দল খুলিলে কেচিআৰৰ কন্যা কবিতাই, তেলেংগানাৰ ৰাজনীতিত নতুন খেল ‎

April 26, 2026
50
‎দিল্লীত বিমান দুৰ্ঘটনাত আহত ৬
National-International

‎দিল্লীত বিমান দুৰ্ঘটনাত আহত ৬

April 26, 2026
50
‎’গণতন্ত্ৰত হিংসাৰ কোনো স্থান নাই’I  হোৱাইট হাউচৰ ঘটনাক গৰিহণা প্ৰধানমন্ত্ৰী মোদীৰ ‎
National-International

‎’গণতন্ত্ৰত হিংসাৰ কোনো স্থান নাই’I  হোৱাইট হাউচৰ ঘটনাক গৰিহণা প্ৰধানমন্ত্ৰী মোদীৰ ‎

April 26, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

‎হায়দৰাবাদৰ পৰা চেন্নাইলৈ যোৱা চাৰমিনাৰ এক্সপ্ৰেছত অগ্নিকাণ্ড

‎হায়দৰাবাদৰ পৰা চেন্নাইলৈ যোৱা চাৰমিনাৰ এক্সপ্ৰেছত অগ্নিকাণ্ড

April 26, 2026
‎পিতৃক প্ৰত্যাহ্বান I নতুন দল খুলিলে কেচিআৰৰ কন্যা কবিতাই, তেলেংগানাৰ ৰাজনীতিত নতুন খেল ‎

‎পিতৃক প্ৰত্যাহ্বান I নতুন দল খুলিলে কেচিআৰৰ কন্যা কবিতাই, তেলেংগানাৰ ৰাজনীতিত নতুন খেল ‎

April 26, 2026
‎দিল্লীত বিমান দুৰ্ঘটনাত আহত ৬

‎দিল্লীত বিমান দুৰ্ঘটনাত আহত ৬

April 26, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx