ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Lonavala waterfall tragic incident I জলপ্ৰপাতৰ সোঁতে উটুৱাই নিলে এটা পৰিয়ালক, মুম্বাইৰ ওচৰত ভয়ংকৰ ঘটনাত নিহত ৭

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
July 1, 2024
Reading Time: 1 min read
A A
0
Lonavala waterfall tragic incident I জলপ্ৰপাতৰ সোঁতে উটুৱাই নিলে এটা পৰিয়ালক, মুম্বাইৰ ওচৰত ভয়ংকৰ ঘটনাত নিহত ৭

Oplus_0

RELATED POSTS

1 Dead, 6 Injured As Car Skids On Purvanchal Expressway In Sultanpur

Bihar rape case : বিহাৰৰ নিৰ্যাতিত ছাত্ৰ-ছাত্ৰীৰ পৰিচয় প্ৰকাশ কৰা ১২০ ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে এফআইআৰ, অভিযুক্তক এনকাউণ্টাৰ

Veg vs non-veg : চাবোন, চেম্পু, টুথপেষ্ট আমিষ নে নিৰামিষ? জনোৱাটো বাধ্যতামূলক কৰিলে কেন্দ্ৰই

New Logo Smal 4 | ASSAM TIMES POST

মুম্বাইৰ সমীপৰ লোনাৱালা জলপ্ৰপাত (Lonavala Waterfall) পৰিদৰ্শন কৰিবলৈ যোৱা একেটা পৰিয়ালৰ ৭ জন সদস্যক সোঁতে উটুৱাই লৈ যায়। তাৰ ভিতৰত মহিলা আৰু একাধিক শিশুও আছে। উদ্ধাৰ হৈছে তিনিটা মৃতদেহ। এতিয়াও সন্ধানহীন হৈ আছে দুজন। এই ঘটনাৰ এটা ভিডিঅ’ ছচিয়েল মিডিয়াত পোহৰলৈ আহিছে। এই দৃশ্য দেখি সকলো হতবাক হৈ পৰিছে।

Lonavala waterfall tragic incident I
জলপ্ৰপাতৰ সোঁতে উটুৱাই নিলে এটা পৰিয়ালক:

মুম্বাইৰ পৰা ৮০ কিলোমিটাৰ দূৰত্বত অৱস্থিত লোনাভালা এখন জনপ্ৰিয় পৰ্যটনস্থলী। তালৈকে পৰিয়ালটোৱে ছুটিৰ দিনত ফুৰিবলৈ গৈছিল। এগৰাকী মহিলা আৰু এজন পুৰুষৰ বাহিৰে বাকী সকলো শিশু বা কিশোৰ আছিল। ভাইৰেল ভিডিঅ’টোত জলপ্ৰপাতটোৰ প্ৰচণ্ড সোঁতৰ মাজত ৭ জন লোকে অসহায় অৱস্থাত থকা দেখা যায়।

ইজনে সিজনক ধৰি ৰাখিছে, প্ৰাণৰ ভয়ত চিৎকাৰ কৰিছে। চাৰিওফালে পানীৰ সোঁত। জলপ্ৰপাতটোৰ মাজত থকা সৰু শিলৰ টুকুৰা এটাত কেনেবাকৈ সাতজন মানুহ থিয় হৈ আছিল। কিন্তু চৌপাশৰ আন পৰ্যটকে চেষ্টা কৰিও সহায় কৰিব নোৱাৰিলে। কাৰণ সেই পানীৰ ওচৰলৈ গ’লে তেওঁলোকৰ জীৱনৰ প্ৰতিও শংকাৰ সৃষ্টি হ’লহেঁতেন।

https://x.com/ItsKhan_Saba/status/1807531352457408991

এনে পৰিস্থিতিত তেওঁলোকে আৰু শিলৰ ওপৰত বেছি সময় থিয় হৈ থাকিব নোৱাৰিলে। পিছত জানিব পৰা মতে দুজনে সাঁতুৰি পাৰলৈ যাবলৈ সক্ষম হয়। পিছত আৰু তিনিজন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হয়। দুজনক এতিয়াও বিচাৰি পোৱা হোৱা নাই।

উল্লেখযোগ্য যে ছুটিৰ দিনত লোনাৱালা জলপ্ৰপাতলৈ বহু পৰ্যটক আহে। কিন্তু বিগত কিছুদিন ধৰি হোৱা ধাৰাসাৰ বৰষুণৰ বাবে জলপ্ৰপাতটোৰ জলপৃষ্ঠ বৃদ্ধি পাইছে। স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, দেওবাৰে যেতিয়া পৰিয়ালটোৱে পানীৰ মাজত এটা শিলৰ ওপৰত থিয় হৈছিল তেতিয়া পানী কম আছিল। হঠাৎ পানী বাঢ়িবলৈ ধৰে আৰু পানীয়ে প্ৰচণ্ড সোঁতত শিলটোৰ চাৰিওফালে বৈ যাবলৈ ধৰিলে। ফলত তেওঁলোক তাতেই আবদ্ধ হৈ পৰে।

আনহাতে, তথ্য লাভ কৰাৰ পিছতে সেই স্থানলৈ যায় আৰক্ষী। পিটিআয়ে প্ৰকাশ কৰা অনুসৰি, পৰিয়ালটোৰ সাতজন সদস্যক পানীয়ে উটুৱাই লৈ যায় আৰু তলৰ পানীত পৰি যায়। দুজনে কোনোমতে ওপৰলৈ আহিবলৈ সক্ষম হ’ল যদিও বাকীসকলৰ বাবে সেয়া সম্ভৱ নহ’ল। এই ঘটনাই লোনাৱালাৰ পৰ্যটকৰ সুৰক্ষাক লৈও প্ৰশ্ন উত্থাপন কৰিছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: এটা পৰিয়ালকঘটনাত নিহত ৭জলপ্ৰপাতৰ সোঁতে উটুৱাই নিলেমুম্বাইৰ ওচৰত ভয়ংকৰ
Share4Tweet3Send

Related Posts

1 Dead, 6 Injured As Car Skids On Purvanchal Expressway In Sultanpur
National-International

1 Dead, 6 Injured As Car Skids On Purvanchal Expressway In Sultanpur

by News Desk
September 23, 2026
52
Bihar rape case : বিহাৰৰ নিৰ্যাতিত ছাত্ৰ-ছাত্ৰীৰ পৰিচয় প্ৰকাশ কৰা ১২০ ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে এফআইআৰ, অভিযুক্তক এনকাউণ্টাৰ
National-International

Bihar rape case : বিহাৰৰ নিৰ্যাতিত ছাত্ৰ-ছাত্ৰীৰ পৰিচয় প্ৰকাশ কৰা ১২০ ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে এফআইআৰ, অভিযুক্তক এনকাউণ্টাৰ

by News Desk
September 22, 2026
51
Veg vs non-veg : চাবোন, চেম্পু, টুথপেষ্ট আমিষ নে নিৰামিষ? জনোৱাটো বাধ্যতামূলক কৰিলে কেন্দ্ৰই
National-International

Veg vs non-veg : চাবোন, চেম্পু, টুথপেষ্ট আমিষ নে নিৰামিষ? জনোৱাটো বাধ্যতামূলক কৰিলে কেন্দ্ৰই

by News Desk
September 22, 2026
51
Ram Mandir : ১০৫ বাৰ চুৰি হৈছে ৰাম মন্দিৰৰ প্ৰণামী, জড়িত সকলোকে চিনাক্ত
National-International

Ram Mandir : ১০৫ বাৰ চুৰি হৈছে ৰাম মন্দিৰৰ প্ৰণামী, জড়িত সকলোকে চিনাক্ত

by News Desk
September 22, 2026
51
Bombay IIT case : এইবাৰ আইআইটি বম্বেৰ ছাত্ৰ মৃত্যুৰ গোচৰত অভিযুক্ত অধ্যাপকৰ সমৰ্থনত শিক্ষক সন্থাৰ প্ৰতিবাদ
National-International

Bombay IIT case : এইবাৰ আইআইটি বম্বেৰ ছাত্ৰ মৃত্যুৰ গোচৰত অভিযুক্ত অধ্যাপকৰ সমৰ্থনত শিক্ষক সন্থাৰ প্ৰতিবাদ

by News Desk
September 22, 2026
52
Delhi rape case : দিল্লীত পুনৰ দলবদ্ধ ধৰ্ষণ, এইবাৰ আৰক্ষী বিষয়াৰ সাজত পাৰ্কত সংঘটিত কৰিলে দুষ্কাৰ্য
National-International

Delhi rape case : দিল্লীত পুনৰ দলবদ্ধ ধৰ্ষণ, এইবাৰ আৰক্ষী বিষয়াৰ সাজত পাৰ্কত সংঘটিত কৰিলে দুষ্কাৰ্য

by News Desk
September 22, 2026
51
ADVERTISEMENT
1 Dead, 6 Injured As Car Skids On Purvanchal Expressway In Sultanpur
National-International

1 Dead, 6 Injured As Car Skids On Purvanchal Expressway In Sultanpur

September 23, 2026
52
Bye-election : নগাঁৱৰ উপ-নিৰ্বাচনত জয়ী হ’ব বিজেপি : তুলিৰাম ৰংহাং
DIPHU

Bye-election : নগাঁৱৰ উপ-নিৰ্বাচনত জয়ী হ’ব বিজেপি : তুলিৰাম ৰংহাং

September 23, 2026
56
Electrocuted : ডিফুত বিদ্যুৎস্পৃষ্ট হৈ একে পৰিয়ালৰে দুজনৰ মৃত্যু
DIPHU

Electrocuted : ডিফুত বিদ্যুৎস্পৃষ্ট হৈ একে পৰিয়ালৰে দুজনৰ মৃত্যু

September 23, 2026
66
Zubeen Murder case : ফাষ্টট্রেক আদালতত সাক্ষ্যদান NRI অভিমন্যু তালুকদাৰৰ
Guwahati

Zubeen Murder case : ফাষ্টট্রেক আদালতত সাক্ষ্যদান NRI অভিমন্যু তালুকদাৰৰ

September 23, 2026
53
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

1 Dead, 6 Injured As Car Skids On Purvanchal Expressway In Sultanpur

1 Dead, 6 Injured As Car Skids On Purvanchal Expressway In Sultanpur

September 23, 2026
Bye-election : নগাঁৱৰ উপ-নিৰ্বাচনত জয়ী হ’ব বিজেপি : তুলিৰাম ৰংহাং

Bye-election : নগাঁৱৰ উপ-নিৰ্বাচনত জয়ী হ’ব বিজেপি : তুলিৰাম ৰংহাং

September 23, 2026
Electrocuted : ডিফুত বিদ্যুৎস্পৃষ্ট হৈ একে পৰিয়ালৰে দুজনৰ মৃত্যু

Electrocuted : ডিফুত বিদ্যুৎস্পৃষ্ট হৈ একে পৰিয়ালৰে দুজনৰ মৃত্যু

September 23, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d