ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Eid-ul-Adha celebrated in Diphu : ডিফুত ঈদ ঊল জোহা উদযাপন, দুই সহস্ৰাধিক ভক্তপ্ৰাণৰ ঈদৰ নামাজ আদায় 

ছাইদুল ইছলামঃ ডিফু :

News Desk by News Desk
June 17, 2024
Reading Time: 1 min read
A A
0

New Logo Smal 2 | ASSAM TIMES POST
সমগ্ৰ  বিশ্বৰ  লগত সংগতি ৰাখি পাহাৰীয়া জিলা কাৰবি আংলঙৰ সদৰ চহৰ ডিফুতো ইছলাম ধৰ্মালম্বী লোক সকলে ঈদ উল জোহা উলহ- মালহেৰে পালন (Eid-ul-Adha celebrated in Diphu) কৰে৷ ঈদ-ঊল-জোহা উপলক্ষে ডিফু মছজিদ প্ৰাঙ্গনত পুৱা  ৮ বজাত ডিফু জামে মছজিদত (Diphu Jame Masjid) আলাহাজ মৌলানা গিয়াছ  উদ্দিনৰ ইমামতিত্বত ঈদ উল জোহাৰ ২ ৰাকাত ৱাজিব নামাজ (Prayers) আৰু খুতবা আদায় কৰা হয়৷

RELATED POSTS

Deadly Su-30MKI Crash in Karbi Anglong Kills Two IAF Pilots

Breaking : Sukhoi-30 Fighter Jet Crashes in Assam’s Karbi Anglong

ডিফুত ভয়াৱহ পথ দুর্ঘটনাত এজন নিহত, দুজন আহত

IdeP0 | ASSAM TIMES POST

দ্বিতীয়টো জামাত হাফিজ বদৰুল ইছলামৰ ইমামতিত্ব সম্পন্ন কৰা হয়৷ নামাজৰ শেষত মৃতকৰ ৰূহৰ বাবে আল্লাহৰ ওচৰত দোৱা কৰে৷ সমজোৱা দোৱা  প্ৰাৰ্থনাৰ জৰিয়তে ইমাম আলহাজ মৌলানা গিয়াছ উদ্দিনে  সমূহীয়াকৈ ঈদ উজ্জোহাৰ নামাজ আদায় কৰিবলৈ পাই আল্লাহৰ ওচৰত কৃতজ্ঞতা জাপন কৰে৷

IdeP1 1 | ASSAM TIMES POST

বিশ্ব শান্তিৰ লগতে ভাৰত , অসম আৰু কাৰবি আংলং ভাতৃত্ববোধ আৰু সম্প্ৰিতীৰ বাবে দোৱা মাগফেৰাত কৰে বুলি কয়৷ ঈদৰ নামাজ আদায় কৰাৰ পিছত চৰকাৰী আইন অনুসৰি কুৰ্বাানি আদায় কৰা হব বুলি জানিবলৈ দিয়ে ইমাম গিয়াছ উদ্দিন কাছিমীয়ে ৷ নামাজৰ শেহত ইজনে সিজনক স্নেহালিংগন কৰি ঈদ উজ্জোহাৰ শুভেচ্ছা জ্ঞাপন কৰা পৰিলক্ষিত হয়৷ আনহাতে ঈদৰ পৱিত্ৰ ক্ষণত প্ৰতিগৰাকী ইছলাম ধৰ্মালম্বী লোকৰ ঘৰত সুস্বাধু ব্যঞ্জন, চেৱই, মিঠৈ  পিঠাপনা আদিৰে অতিথি আপ্যায়ন কৰা হয়৷

Tags: EidcelebratedinDiphuডিফুতঈদউদযাপন
Share4Tweet3Send

Related Posts

Deadly Su-30MKI Crash in Karbi Anglong Kills Two IAF Pilots
KARBI ANGLONG

Deadly Su-30MKI Crash in Karbi Anglong Kills Two IAF Pilots

by Staff Reporter
March 6, 2026
50
Breaking : Sukhoi-30 Fighter Jet Crashes in Assam’s Karbi Anglong
KARBI ANGLONG

Breaking : Sukhoi-30 Fighter Jet Crashes in Assam’s Karbi Anglong

by News Desk
March 5, 2026
50
Heartbreaking Road Accident Claims Two Lives on Nagaland’s Dikhu Road
KARBI ANGLONG

ডিফুত ভয়াৱহ পথ দুর্ঘটনাত এজন নিহত, দুজন আহত

by Staff Reporter
March 1, 2026
50
CM Diphu visit : ডিফুত কাৰ্বি পুৰোহিতক আৰ্থিক সাহায্য আৰু আত্মনিৰ্ভৰ অসম অভিযানৰ চেক প্ৰদান মুখ্যমন্ত্ৰীৰ
KARBI ANGLONG

CM Diphu visit : ডিফুত কাৰ্বি পুৰোহিতক আৰ্থিক সাহায্য আৰু আত্মনিৰ্ভৰ অসম অভিযানৰ চেক প্ৰদান মুখ্যমন্ত্ৰীৰ

by News Desk
February 17, 2026
50
Karbi Youth Festival : ৫২ সংখ্যক কাৰ্বি যুৱ মহোৎসৱ; মিনি বিশ্বত পৰিণত তাৰালাংছ’
KARBI ANGLONG

Karbi Youth Festival : ৫২ সংখ্যক কাৰ্বি যুৱ মহোৎসৱ; মিনি বিশ্বত পৰিণত তাৰালাংছ’

by News Desk
February 16, 2026
50
Khatkhati Police Seize Nearly 1.5 kg of Illegal Poppy Straw, Arrest Two
KARBI ANGLONG

Khatkhati Police Seize Nearly 1.5 kg of Illegal Poppy Straw, Arrest Two

by ASSAM TIMES POST
February 8, 2026
50
ADVERTISEMENT
ADR Report : ২০২৪-২৫ বৰ্ষত বিজেপিয়ে লাভ কৰিছে প্ৰায় ৭ হাজাৰ কোটি অনুদান, বাকী দলবোৰে কিমান পালে
National-International

ADR Report : ২০২৪-২৫ বৰ্ষত বিজেপিয়ে লাভ কৰিছে প্ৰায় ৭ হাজাৰ কোটি অনুদান, বাকী দলবোৰে কিমান পালে

March 6, 2026
50
UPSC results 2025 : ইউ পি এছ চিৰ চূড়ান্ত পৰীক্ষাত উজলিল তিনি অসম সন্তান
National-International

UPSC results 2025 : ইউ পি এছ চিৰ চূড়ান্ত পৰীক্ষাত উজলিল তিনি অসম সন্তান

March 6, 2026
50
Piles operation : অৰ্শৰোগৰ অস্ত্ৰোপচাৰ কৰি নাপালে ছুটী, পেণ্ট খুলি ঘা দেখুৱাই দিলে অসুস্থতাৰ প্ৰমাণ
National-International

Piles operation : অৰ্শৰোগৰ অস্ত্ৰোপচাৰ কৰি নাপালে ছুটী, পেণ্ট খুলি ঘা দেখুৱাই দিলে অসুস্থতাৰ প্ৰমাণ

March 6, 2026
50
America’s war expenditure : ইৰাণৰ সৈতে যুদ্ধত আমেৰিকাৰ বৃহৎ আৰ্থিক ক্ষতিৰ সন্মুখীন প্রথম ১০০ ঘণ্টাত খৰচ ৩১০০০ কোটি
National-International

America’s war expenditure : ইৰাণৰ সৈতে যুদ্ধত আমেৰিকাৰ বৃহৎ আৰ্থিক ক্ষতিৰ সন্মুখীন প্রথম ১০০ ঘণ্টাত খৰচ ৩১০০০ কোটি

March 6, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

ADR Report : ২০২৪-২৫ বৰ্ষত বিজেপিয়ে লাভ কৰিছে প্ৰায় ৭ হাজাৰ কোটি অনুদান, বাকী দলবোৰে কিমান পালে

ADR Report : ২০২৪-২৫ বৰ্ষত বিজেপিয়ে লাভ কৰিছে প্ৰায় ৭ হাজাৰ কোটি অনুদান, বাকী দলবোৰে কিমান পালে

March 6, 2026
UPSC results 2025 : ইউ পি এছ চিৰ চূড়ান্ত পৰীক্ষাত উজলিল তিনি অসম সন্তান

UPSC results 2025 : ইউ পি এছ চিৰ চূড়ান্ত পৰীক্ষাত উজলিল তিনি অসম সন্তান

March 6, 2026
Piles operation : অৰ্শৰোগৰ অস্ত্ৰোপচাৰ কৰি নাপালে ছুটী, পেণ্ট খুলি ঘা দেখুৱাই দিলে অসুস্থতাৰ প্ৰমাণ

Piles operation : অৰ্শৰোগৰ অস্ত্ৰোপচাৰ কৰি নাপালে ছুটী, পেণ্ট খুলি ঘা দেখুৱাই দিলে অসুস্থতাৰ প্ৰমাণ

March 6, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx