ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home NORTHEAST

Manipur violence : মণিপুৰৰ মুখ্যমন্ত্ৰীৰ কনভয়ত আক্ৰমণ, আহত এজন আৰক্ষী

নিউজ ডেস্কঃ

News Desk by News Desk
June 10, 2024
Reading Time: 1 min read
A A
0
Manipur violence : মণিপুৰৰ মুখ্যমন্ত্ৰীৰ কনভয়ত আক্ৰমণ, আহত এজন আৰক্ষী

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Tripura Cabinet : ত্ৰিপুৰাত চৰকাৰী চিকিৎসকে কৰিব নোবাৰিব ব্যক্তিগত প্ৰেকষ্টিজ : দৰমহাত বিশেষ ২০ শতাংশ বৃদ্ধিৰ অনুমোদন চৰকাৰৰ

Tear gas use in Manipur : ‎‎মণিপুৰত প্ৰতিবাদকাৰীৰ ওপৰত কন্দোৱা গেছ নিক্ষেপ নিৰাপত্তাৰক্ষীৰ

One Death in Manipur : ‎মণিপুৰত অচিনাক্ত সশস্ত্ৰ আক্ৰমণকাৰীৰ গুলীত নিহত ১

মণিপুৰৰ মুখ্যমন্ত্ৰী (Chief Minister of Manipur) এন বীৰেণ সিঙৰ নিৰাপত্তাৰক্ষীৰ কনভয়ত আক্ৰমণ (Attack on security forces convoy)। জানিব পৰা মতে, সোমবাৰে পুৱা ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীৰ কনভয়ত অতৰ্কিতে আক্ৰমণ চলায় দুষ্কৃতিকাৰীয়ে। এই আক্ৰমণত গুৰুতৰভাৱে আহত হয় এজন আৰক্ষী (Policeman was injured)।

আৰক্ষীৰ সূত্ৰ অনুসৰি, ইম্ফলৰ পৰা প্ৰায় ২৬ কিলোমিটাৰ দূৰত্বত অৱস্থিত টি লাইজং গাঁৱৰ সমীপত ৰাষ্ট্ৰীয় ঘাইপথত হঠাতে এদল দুষ্কৃতিকাৰীয়ে আক্ৰমণ কৰে। কনভয়ক লক্ষ্য কৰি নিৰ্বিচাৰে গুলীচালনা আৰম্ভ কৰে। গুলীচালনাত আহত হয় মইৰাংথেম আজেশ নামৰ এজন আৰক্ষী। তেওঁ বিষ্ণুপুৰ জিলাৰ থাংগা নগৰম লেইকাইৰ বাসিন্দা। তেওঁৰ সোঁ কান্ধত গুলী লাগে বুলি জানিব পৰা গৈছে। তেওঁক ততাতৈয়াকৈ ইম্ফলৰ এখন চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। তাতে চিকিৎসাধীন হৈ আছে আজেশ।

manipur cm1 | ASSAM TIMES POST

উল্লেখযোগ্য যে যোৱা বৃহস্পতিবাৰৰ পৰা মণিপুৰত এই উত্তেজনা বিয়পি পৰিছে। মণিপুৰৰ জিৰিবাম জিলাত মেইটেই আৰু কুকি জনগোষ্ঠীৰ মাজত সংঘৰ্ষৰ (Clash between Meitei and Kuki peoples) ফলত মৃত্যুৰ ঘটনাৰ লগতে বহু লোকে ঘৰ এৰি পলায়ন কৰিছে। সংবাদ সংস্থা পিটিআইৰ তথ্য অনুসৰি, কুকি উগ্ৰপন্থীৰ আক্ৰমণৰ সন্মুখীন হৈ ইতিমধ্যে ২০০ৰো অধিক মেইটেই গাঁৱৰ লোকে অঞ্চলটো ত্যাগ কৰিছে। স্থানীয় গিকি ক্ৰীড়া কমপ্লেক্সৰ সাহায্য শিবিৰত তেওঁলোকক ৰখা হৈছে।

জিৰিবাম জিলাৰ লামটাই খুনু, ডিবং খুনু, নুনখাল আৰু বেগ্ৰা গাঁৱত সন্দেহযুক্ত কুকি উগ্ৰপন্থী (Suspected Kuki militants)য়ে মেইটেইৰ বহু ঘৰ জ্বলাই দিয়াৰ অভিযোগ (Allegations of burning of houses) উত্থাপন হৈছে। কুকিৰ ওপৰত প্ৰতিশোধমূলক আক্ৰমণ আৰু ঘৰ জ্বলোৱাৰ অভিযোগ মেইটেই সংগঠন আৰম্বাই টেংগলৰ সদস্যৰ বিৰুদ্ধে।

Tags: CMconvoyAttackinManipurManipurViolence
Share4Tweet3Send

Related Posts

Tripura Cabinet : ত্ৰিপুৰাত চৰকাৰী চিকিৎসকে কৰিব নোবাৰিব ব্যক্তিগত প্ৰেকষ্টিজ : দৰমহাত বিশেষ ২০ শতাংশ বৃদ্ধিৰ অনুমোদন চৰকাৰৰ
NORTHEAST

Tripura Cabinet : ত্ৰিপুৰাত চৰকাৰী চিকিৎসকে কৰিব নোবাৰিব ব্যক্তিগত প্ৰেকষ্টিজ : দৰমহাত বিশেষ ২০ শতাংশ বৃদ্ধিৰ অনুমোদন চৰকাৰৰ

by News Desk
June 23, 2026
50
Tear gas use in Manipur : ‎‎মণিপুৰত প্ৰতিবাদকাৰীৰ ওপৰত কন্দোৱা গেছ নিক্ষেপ নিৰাপত্তাৰক্ষীৰ
NORTHEAST

Tear gas use in Manipur : ‎‎মণিপুৰত প্ৰতিবাদকাৰীৰ ওপৰত কন্দোৱা গেছ নিক্ষেপ নিৰাপত্তাৰক্ষীৰ

by News Desk
June 15, 2026
50
One Death in Manipur : ‎মণিপুৰত অচিনাক্ত সশস্ত্ৰ আক্ৰমণকাৰীৰ গুলীত নিহত ১
NORTHEAST

One Death in Manipur : ‎মণিপুৰত অচিনাক্ত সশস্ত্ৰ আক্ৰমণকাৰীৰ গুলীত নিহত ১

by News Desk
June 8, 2026
50
Manipur violence : মণিপুৰৰ কুকি গাঁৱত আক্ৰমণত দম্পতীকে ধৰি তিনিজন নিহত
NORTHEAST

Manipur violence : মণিপুৰৰ কুকি গাঁৱত আক্ৰমণত দম্পতীকে ধৰি তিনিজন নিহত

by News Desk
June 5, 2026
50
Tripura Grape cultivation I উত্তৰ-পূব ভাৰতৰ কৃষি খণ্ডত এক নতুন অধ্যায়, ত্ৰিপুৰাত আৰম্ভ মিঠা আঙুৰৰ উৎপাদন
NORTHEAST

Tripura Grape cultivation I উত্তৰ-পূব ভাৰতৰ কৃষি খণ্ডত এক নতুন অধ্যায়, ত্ৰিপুৰাত আৰম্ভ মিঠা আঙুৰৰ উৎপাদন

by Staff Reporter
June 4, 2026
50
Khatkhati Police Seize Nearly 1.5 kg of Illegal Poppy Straw, Arrest Two
NORTHEAST

‎দিল্লীত কেচিপিৰ মুখ্য কমাণ্ডাৰক গ্ৰেপ্তাৰ I মণিপুৰত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ জব্দ

by Staff Reporter
May 28, 2026
50
ADVERTISEMENT
NEET Paper leak : অতীতৰ পৰা শিক্ষা লোৱা নাই, এনটিএৰ পৰা উত্তৰ তলৱ উচ্চতম ন্যায়ালয়ৰ
National-International

NEET paper leak I নীট প্ৰশ্নকাকত ফাদিলত অৱশেষত ভুল স্বীকাৰ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ

June 25, 2026
50
Strait of Hazmuz : হৰমুজ প্ৰণালী মুকলি কৰাৰ বাবে ৬০খন দেশৰ বৈঠক
National-International

Strait of Hormuz I আমেৰিকা-ইৰাণ চুক্তিৰ পিছত হৰমুজ পাৰ হৈছে ভাৰত অভিমুখী ১১ জাহাজ, ২৬ খন অপেক্ষাৰত

June 25, 2026
50
Venezuela earthquake I ৭ প্ৰাবল্যৰ দুটা ভূমিকম্পই ধ্বংস কৰিলে ভেনিজুৱেলাৰ ৰাজধানীৰ একাংশ, বহু মৃত্যুৰ আশংকা
National-International

Venezuela earthquake I ৭ প্ৰাবল্যৰ দুটা ভূমিকম্পই ধ্বংস কৰিলে ভেনিজুৱেলাৰ ৰাজধানীৰ একাংশ, বহু মৃত্যুৰ আশংকা

June 25, 2026
50
Ketan Agarwal murder case : হ’বলগীয়া স্বামীক হত্যা কৰিবলৈ বাগদত্তাই কৰা কাৰ্যত সমগ্ৰ দেশ স্তম্ভিত
National-International

Ketan Agarwal murder case : হ’বলগীয়া স্বামীক হত্যা কৰিবলৈ বাগদত্তাই কৰা কাৰ্যত সমগ্ৰ দেশ স্তম্ভিত

June 24, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

NEET Paper leak : অতীতৰ পৰা শিক্ষা লোৱা নাই, এনটিএৰ পৰা উত্তৰ তলৱ উচ্চতম ন্যায়ালয়ৰ

NEET paper leak I নীট প্ৰশ্নকাকত ফাদিলত অৱশেষত ভুল স্বীকাৰ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ

June 25, 2026
Strait of Hazmuz : হৰমুজ প্ৰণালী মুকলি কৰাৰ বাবে ৬০খন দেশৰ বৈঠক

Strait of Hormuz I আমেৰিকা-ইৰাণ চুক্তিৰ পিছত হৰমুজ পাৰ হৈছে ভাৰত অভিমুখী ১১ জাহাজ, ২৬ খন অপেক্ষাৰত

June 25, 2026
Venezuela earthquake I ৭ প্ৰাবল্যৰ দুটা ভূমিকম্পই ধ্বংস কৰিলে ভেনিজুৱেলাৰ ৰাজধানীৰ একাংশ, বহু মৃত্যুৰ আশংকা

Venezuela earthquake I ৭ প্ৰাবল্যৰ দুটা ভূমিকম্পই ধ্বংস কৰিলে ভেনিজুৱেলাৰ ৰাজধানীৰ একাংশ, বহু মৃত্যুৰ আশংকা

June 25, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx