ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

বিশ্ব কাপৰ প্ৰত্যাহ্বান ল’বৰ বাবে উদগ্ৰীৱ হাৰ্দিক পাণ্ডিয়া

ASSAM TIMES POST by ASSAM TIMES POST
January 9, 2020
Reading Time: 1 min read
A A
0
বিশ্ব কাপৰ প্ৰত্যাহ্বান ল’বৰ বাবে উদগ্ৰীৱ হাৰ্দিক পাণ্ডিয়া

0 1 e1574345654996 | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

ৰাস্তা আৰু আনৰ মাটিত নামাজ পঢ়া মৌলিক অধিকাৰ নহয়: ন্যায়ালয়ৰ নতুন নিৰ্দশনা জাৰি

‎পশ্চিম বংগৰ ১৫টা বুথত পুনৰ নিৰ্বাচন আৰম্ভ

‎ইৰাণৰ লগত হোৱাত যুদ্ধত সহায় নোপোৱাত ডাঙৰ সিদ্ধান্ত ট্ৰাম্পৰ I ইউৰোপৰ দেশৰ পৰা ৫০০০ সেনা প্ৰত্যাহাৰ!

নতুন বছৰত জীৱন সংগীৰ কথা ঘোষণা কৰি চমক দিলে হাৰ্দিক পাণ্ডিয়াই৷ এতিয়া ২২ গজলৈ ঘুৰি অহাৰ অপেক্ষাত আছে হাৰ্দিক পাণ্ডিয়া৷ আসন্ন নিউজীলেণ্ড ভ্ৰমণৰ সময়তে আন্তৰ্জাতিক ক্ৰিকেটলৈ ঘুৰি অহাৰ সম্ভাৱনা আছে অল ৰাউণ্ডাৰজনৰ৷ এই বছৰত অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ’ব টি-২০ বিশ্ব কাপ৷

বিশ্ব কাপত হাৰ্দিক পাণ্ডিয়াৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ হ’ব বুলি চৰ্চা হৈছে ক্ৰিকেট মহলত৷ যদি মহেন্দ্ৰ সিং ধোনীয়ে টি-২০ বিশ্ব কাপ নেখেলে তেন্তে ফিনিচিঙৰ দায়িত্ব সম্পূৰ্ণৰূপে পৰিব হাৰ্দিক পাণ্ডিয়াৰ ওপৰত৷ অৱশ্যে হাৰ্দিক পাণ্ডিয়াই জনাই দিছে যে তেওঁৰ বাবে ধোনীৰ সৈতে মিলাবলৈ যোৱাটো সম্ভৱ নহ’ব৷

ধোনীয়ে নেখেলিলে টি-২০ বিশ্ব কাপত তেওঁ সেই অভাব পুৰাব পাৰিবনে? এই বিষয়ত হাৰ্দিক পাণ্ডিয়াই স্পষ্টকৈ কয়, মই কেতিয়াও ধোনীৰ ঠাইত হ’ব নোৱাৰো৷ সত্য কৈছো, বিশ্ব কাপৰ প্ৰত্যাহ্বান ল’বৰ বাবে মই উদগ্ৰীৱ৷ মই যেতিয়াই যি কৰিছো সেয়া দলৰ বাবে কৰিছো৷ মই লাহে লাহে চাইছো বিশ্ব কাপৰ লক্ষ্য৷ উল্লেখ্য যে যোৱা বছৰৰ আৰম্ভণিতে ‘কফি উইথ কৰ্ণ’ অনুষ্ঠানত সতীৰ্থ লোকেশ ৰাছেলৰ সৈতে বিৰ্তকিত মন্তব্য কৰিছিল হাৰ্দিক পাণ্ডিয়াই৷ তাৰ ফলত তেওঁক কিছুদিন নিৰ্বাসিত কৰা হৈছিল৷

Tags: Featured2
Share4Tweet3Send

Related Posts

ৰাস্তা আৰু আনৰ মাটিত নামাজ পঢ়া মৌলিক অধিকাৰ নহয়: ন্যায়ালয়ৰ নতুন নিৰ্দশনা জাৰি
National-International

ৰাস্তা আৰু আনৰ মাটিত নামাজ পঢ়া মৌলিক অধিকাৰ নহয়: ন্যায়ালয়ৰ নতুন নিৰ্দশনা জাৰি

by Staff Reporter
May 2, 2026
50
Assam Byelections 2024 : উপ-নিৰ্বাচনৰ প্ৰস্তুতি, ২০ আগষ্টত প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকা
National-International

‎পশ্চিম বংগৰ ১৫টা বুথত পুনৰ নিৰ্বাচন আৰম্ভ

by Staff Reporter
May 2, 2026
50
ক্ষমতা হাতত ৰখাৰ বাবে ভোটিং মেচিন বাজেয়াপ্ত কৰাৰ নির্দেশ দিছিল ট্রাম্পে!
National-International

‎ইৰাণৰ লগত হোৱাত যুদ্ধত সহায় নোপোৱাত ডাঙৰ সিদ্ধান্ত ট্ৰাম্পৰ I ইউৰোপৰ দেশৰ পৰা ৫০০০ সেনা প্ৰত্যাহাৰ!

by Staff Reporter
May 2, 2026
50
‎যুদ্ধবিৰতি উলংঘন কৰি লেবাননত ইজৰাইলৰ আক্ৰমণ, নিহত ১২
National-International

‎যুদ্ধবিৰতি উলংঘন কৰি লেবাননত ইজৰাইলৰ আক্ৰমণ, নিহত ১২

by Staff Reporter
May 2, 2026
50
IPL 2026 : ৩০ অভাৰত ২৬৪ ৰাণত মাত্ৰ ২ উইকেট, আইপিএলত বুমৰাহৰ আটাইতকৈ শোচনীয় বছৰ
Sports News

IPL 2026 : ৩০ অভাৰত ২৬৪ ৰাণত মাত্ৰ ২ উইকেট, আইপিএলত বুমৰাহৰ আটাইতকৈ শোচনীয় বছৰ

by News Desk
April 30, 2026
50
Supreme Court of India : ধৰ্ষণৰ বলি হোৱা লোকৰ স্বেচ্ছামূলক গৰ্ভপাত সন্দৰ্ভত কেন্দ্ৰক আইন সংশোধনৰ আহ্বান উচ্চতম ন্যায়ালয়ৰ
National-International

Supreme Court of India : ধৰ্ষণৰ বলি হোৱা লোকৰ স্বেচ্ছামূলক গৰ্ভপাত সন্দৰ্ভত কেন্দ্ৰক আইন সংশোধনৰ আহ্বান উচ্চতম ন্যায়ালয়ৰ

by News Desk
April 30, 2026
50
ADVERTISEMENT
ৰাস্তা আৰু আনৰ মাটিত নামাজ পঢ়া মৌলিক অধিকাৰ নহয়: ন্যায়ালয়ৰ নতুন নিৰ্দশনা জাৰি
National-International

ৰাস্তা আৰু আনৰ মাটিত নামাজ পঢ়া মৌলিক অধিকাৰ নহয়: ন্যায়ালয়ৰ নতুন নিৰ্দশনা জাৰি

May 2, 2026
50
Assam Byelections 2024 : উপ-নিৰ্বাচনৰ প্ৰস্তুতি, ২০ আগষ্টত প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকা
National-International

‎পশ্চিম বংগৰ ১৫টা বুথত পুনৰ নিৰ্বাচন আৰম্ভ

May 2, 2026
50
ক্ষমতা হাতত ৰখাৰ বাবে ভোটিং মেচিন বাজেয়াপ্ত কৰাৰ নির্দেশ দিছিল ট্রাম্পে!
National-International

‎ইৰাণৰ লগত হোৱাত যুদ্ধত সহায় নোপোৱাত ডাঙৰ সিদ্ধান্ত ট্ৰাম্পৰ I ইউৰোপৰ দেশৰ পৰা ৫০০০ সেনা প্ৰত্যাহাৰ!

May 2, 2026
50
‎যুদ্ধবিৰতি উলংঘন কৰি লেবাননত ইজৰাইলৰ আক্ৰমণ, নিহত ১২
National-International

‎যুদ্ধবিৰতি উলংঘন কৰি লেবাননত ইজৰাইলৰ আক্ৰমণ, নিহত ১২

May 2, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

ৰাস্তা আৰু আনৰ মাটিত নামাজ পঢ়া মৌলিক অধিকাৰ নহয়: ন্যায়ালয়ৰ নতুন নিৰ্দশনা জাৰি

ৰাস্তা আৰু আনৰ মাটিত নামাজ পঢ়া মৌলিক অধিকাৰ নহয়: ন্যায়ালয়ৰ নতুন নিৰ্দশনা জাৰি

May 2, 2026
Assam Byelections 2024 : উপ-নিৰ্বাচনৰ প্ৰস্তুতি, ২০ আগষ্টত প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকা

‎পশ্চিম বংগৰ ১৫টা বুথত পুনৰ নিৰ্বাচন আৰম্ভ

May 2, 2026
ক্ষমতা হাতত ৰখাৰ বাবে ভোটিং মেচিন বাজেয়াপ্ত কৰাৰ নির্দেশ দিছিল ট্রাম্পে!

‎ইৰাণৰ লগত হোৱাত যুদ্ধত সহায় নোপোৱাত ডাঙৰ সিদ্ধান্ত ট্ৰাম্পৰ I ইউৰোপৰ দেশৰ পৰা ৫০০০ সেনা প্ৰত্যাহাৰ!

May 2, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx