ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home NORTHEAST

Manipur violence I মণিপুৰত আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত অগ্নিসংযোগ, সংঘৰ্ষত নিহত আক্ৰমণকাৰী

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
February 16, 2024
Reading Time: 1 min read
A A
0
Manipur violence I পুনৰ উত্তপ্ত মণিপুৰ, ইম্ফলৰ অৰ্ধসামৰিক চকীত উন্মত্ত জনতাৰ আক্ৰমণত হতাহত ৩

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

Arunachal flood : প্ৰকৃতিৰ ৰোষত অৰুণাচল, ভয়াৱহ বান-ভূমিস্খলনত এজনৰ মৃত্যু, নিৰুদ্দেশ

Tripura Cabinet : ত্ৰিপুৰাত চৰকাৰী চিকিৎসকে কৰিব নোবাৰিব ব্যক্তিগত প্ৰেকষ্টিজ : দৰমহাত বিশেষ ২০ শতাংশ বৃদ্ধিৰ অনুমোদন চৰকাৰৰ

Tear gas use in Manipur : ‎‎মণিপুৰত প্ৰতিবাদকাৰীৰ ওপৰত কন্দোৱা গেছ নিক্ষেপ নিৰাপত্তাৰক্ষীৰ

ভাৰতীয় সংৰক্ষিত বেটেলিয়নৰ আউটপোষ্টৰ পিছত এইবাৰ হিংসাত্মক মণিপুৰত জিলা আৰক্ষীৰ মুখ্য কাৰ্যালয়ত আক্ৰমণ (Manipur Violence)। চুৰাচান্দপুৰ জিলাৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত বৃহস্পতিবাৰে নিশা অস্ত্ৰধাৰী দুষ্কৃতিকাৰীয়ে আক্ৰমণ কৰে।

Manipur
মণিপুৰত আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত অগ্নিসংযোগ:

কাৰ্যালয়টো ভাঙি-ছিঙি পেলোৱাৰ উপৰি কাৰ্যালয়ৰ সন্মুখত ৰখাই থোৱা বহু বাহনত অগ্নিসংযোগ কৰে। আনহাতে, কাষতে থকা জিলা দণ্ডাধীশৰ কাৰ্যালয়তো সংঘটিত হয় এই আক্ৰমণ। এই আক্ৰমণৰ সময়ত আৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত এজন লোকক গুলীয়াই হত্যা কৰা হয়। কমেও ৩০ জন আহত হয়।

একাংশ প্ৰত্যক্ষদৰ্শীয়ে উল্লেখ কৰা মতে, অপৰাধীৰ সংখ্যা কেইবাশ আছিল। আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত নিয়োজিত আৰএএফৰ জোৱানক আক্ৰমণ কৰাৰ লগে লগে সংঘৰ্ষৰ সৃষ্টি হয়। তাৎপৰ্যপূৰ্ণভাৱে, মণিপুৰ আৰক্ষীৰ এজন জোৱানক এই আক্ৰমণৰ ভিডিঅ’ ফুটেজত চিনাক্ত কৰা হয়। আক্রমণকাৰী দলটোত আছিল সিয়ামলাল পাল নামৰ জোৱানজন। তেওঁক নিলম্বন কৰা হৈছে।

Tags: মণিপুৰত আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত অগ্নিসংযোগসংঘৰ্ষত নিহত আক্ৰমণকাৰী
Share4Tweet3Send

Related Posts

Arunachal flood : প্ৰকৃতিৰ ৰোষত অৰুণাচল, ভয়াৱহ বান-ভূমিস্খলনত এজনৰ মৃত্যু, নিৰুদ্দেশ
NORTHEAST

by News Desk
June 25, 2026
50
Tripura Cabinet : ত্ৰিপুৰাত চৰকাৰী চিকিৎসকে কৰিব নোবাৰিব ব্যক্তিগত প্ৰেকষ্টিজ : দৰমহাত বিশেষ ২০ শতাংশ বৃদ্ধিৰ অনুমোদন চৰকাৰৰ
NORTHEAST

Tripura Cabinet : ত্ৰিপুৰাত চৰকাৰী চিকিৎসকে কৰিব নোবাৰিব ব্যক্তিগত প্ৰেকষ্টিজ : দৰমহাত বিশেষ ২০ শতাংশ বৃদ্ধিৰ অনুমোদন চৰকাৰৰ

by News Desk
June 23, 2026
50
Tear gas use in Manipur : ‎‎মণিপুৰত প্ৰতিবাদকাৰীৰ ওপৰত কন্দোৱা গেছ নিক্ষেপ নিৰাপত্তাৰক্ষীৰ
NORTHEAST

Tear gas use in Manipur : ‎‎মণিপুৰত প্ৰতিবাদকাৰীৰ ওপৰত কন্দোৱা গেছ নিক্ষেপ নিৰাপত্তাৰক্ষীৰ

by News Desk
June 15, 2026
50
One Death in Manipur : ‎মণিপুৰত অচিনাক্ত সশস্ত্ৰ আক্ৰমণকাৰীৰ গুলীত নিহত ১
NORTHEAST

One Death in Manipur : ‎মণিপুৰত অচিনাক্ত সশস্ত্ৰ আক্ৰমণকাৰীৰ গুলীত নিহত ১

by News Desk
June 8, 2026
50
Manipur violence : মণিপুৰৰ কুকি গাঁৱত আক্ৰমণত দম্পতীকে ধৰি তিনিজন নিহত
NORTHEAST

Manipur violence : মণিপুৰৰ কুকি গাঁৱত আক্ৰমণত দম্পতীকে ধৰি তিনিজন নিহত

by News Desk
June 5, 2026
50
Tripura Grape cultivation I উত্তৰ-পূব ভাৰতৰ কৃষি খণ্ডত এক নতুন অধ্যায়, ত্ৰিপুৰাত আৰম্ভ মিঠা আঙুৰৰ উৎপাদন

by Staff Reporter
June 4, 2026
50
ADVERTISEMENT
Operation Sindoor : Names of 6 Soldiers Killed in Action Revealed
National-International

June 26, 2026
50
Miracle murder : গাড়ীৰ ভিতৰত যুৱক-যুৱতীৰ গুলীবিদ্ধ মৃতদেহ, ৫০ ফুট দূৰৈত ৩টা ফোন; মধ্যপ্ৰদেশত ৰহস্যজনক মৃত্যুৰ ঘটনা

Operation Sindoor : সিন্দুৰ অভিযানত প্ৰাণ আহুতি দিয়া ৬ ভাৰতীয় বীৰ জোৱানৰ পৰিচয় প্ৰকাশ, মৰণোত্তৰ সন্মান

Recover large property : হায়দৰাবাদত মহিলা বিষয়াৰ পৰা বৃহৎ সম্পত্তি উদ্ধাৰ
National-International

Recover large property : হায়দৰাবাদত মহিলা বিষয়াৰ পৰা বৃহৎ সম্পত্তি উদ্ধাৰ

June 26, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Operation Sindoor : Names of 6 Soldiers Killed in Action Revealed

Operation Sindoor : Names of 6 Soldiers Killed in Action Revealed

June 26, 2026
Miracle murder : গাড়ীৰ ভিতৰত যুৱক-যুৱতীৰ গুলীবিদ্ধ মৃতদেহ, ৫০ ফুট দূৰৈত ৩টা ফোন; মধ্যপ্ৰদেশত ৰহস্যজনক মৃত্যুৰ ঘটনা

Miracle murder : গাড়ীৰ ভিতৰত যুৱক-যুৱতীৰ গুলীবিদ্ধ মৃতদেহ, ৫০ ফুট দূৰৈত ৩টা ফোন; মধ্যপ্ৰদেশত ৰহস্যজনক মৃত্যুৰ ঘটনা

June 26, 2026
Operation Sindoor : সিন্দুৰ অভিযানত প্ৰাণ আহুতি দিয়া ৬ ভাৰতীয় বীৰ জোৱানৰ পৰিচয় প্ৰকাশ, মৰণোত্তৰ সন্মান

Operation Sindoor : সিন্দুৰ অভিযানত প্ৰাণ আহুতি দিয়া ৬ ভাৰতীয় বীৰ জোৱানৰ পৰিচয় প্ৰকাশ, মৰণোত্তৰ সন্মান

June 26, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT