ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Guwahati

Bharat Jodo Nyay Yatra : আৰক্ষীক আক্ৰমণৰ বাবে উচটনি, ৰাহুল গান্ধীৰ বিৰুদ্ধে ডিজিপিক গোচৰ তৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

নিউজ ডেস্কঃ

News Desk by News Desk
January 23, 2024
Reading Time: 1 min read
A A
0
Bharat Jodo Nyay Yatra : আৰক্ষীক আক্ৰমণৰ বাবে উচটনি, ৰাহুল গান্ধীৰ বিৰুদ্ধে ডিজিপিক গোচৰ তৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

New Logo Smal 3 | ASSAM TIMES POST

মঙলবাৰে ৰণক্ষেত্ৰত পৰিণত হয় খানাপাৰা (Khanapara)। ৰাহুল গান্ধী (Rahul Gandhi)ৰ ভাৰত জোড়ো ন্যায় যাত্ৰা (Bharat Jodo Nyay Yatra)ই গুৱাহাটীত প্ৰৱেশ (Entry into Guwahati) কৰাৰ পিছতে সৃষ্টি হয় এক যুদ্ধ সদৃশ পৰিস্থিতিৰ। আৰক্ষী আৰু কংগ্ৰেছ কৰ্মী-সমৰ্থকৰ মাজত সংঘটিত সংঘৰ্ষত (Clashes break out between police and Congress workers) আহত হয় অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি (Assam Congress Prisedent) ভূপেন বৰা (Bhupen Bora), বিধায়ক জাকিৰ হুছেইন শিকদাৰকে ধৰি কেইবাজনো কংগ্ৰেছৰ নেতা-কর্মী। লগতে আহত হয় কেইবাজনো আৰক্ষী।

Ghy1 1 | ASSAM TIMES POST

ইফালে এই ঘটনাৰ পিছতে কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু জীতেন্দ্ৰ সিঙৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কংগ্ৰেছ কৰ্মী; সমৰ্থকক আৰক্ষীক আক্ৰমণৰ বাবে উচটনি দিয়াৰ অভিযোগ কৰিছে মুখ্যমন্ত্ৰীয়ে।

লগতে তেওঁ ৰাহুল গান্ধীৰ বিৰুদ্ধে জনতাক হিংসাত্মক হ’বলৈ প্ৰৰোচিত কৰাৰ অভিযোগত গোচৰ ৰুজু কৰাৰ নিৰ্দেশ দিছে। নিজৰ এক্স পোষ্টত মুখ্যমন্ত্ৰীয়ে কয় যে মঙলবাৰে পুৱা ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’ক লৈ গুৱাহাটীত হোৱা অস্থিৰতাৰ পৰিপ্ৰেক্ষিতত এই পদক্ষেপ লোৱা হৈছে।

प्रमाण सामने आ रहे हैं कि किस प्रकार से राहुल गांधी और जितेंद्र सिंह ने भीड़ को असम पुलिस के जवानों को मारने के लिए भड़काया।

हमारे जवान जनता के सेवक हैं, किसी शाही परिवार के नहीं।

निश्चिंत रहिए, क़ानून के हाथ बहुत लंबे होते हैं, आप तक जरूर पहुंचेंगे। pic.twitter.com/MqW1vyo73V

— Himanta Biswa Sarma (@himantabiswa) January 23, 2024

RELATED POSTS

Guwahati Shock I Man Dies After Alleged Assault by Transgender Group

Landmark Gauhati HC Ruling Boosts Compensation in Custodial Deaths

Assam CM Launches Van Mahotsav: Urgent Call to Plant Saplings

হিমন্ত বিশ্ব শৰ্মাই এক্স পোষ্টত লিখিছে, “এনে ঘটনাবোৰ অসমীয়া সংস্কৃতিৰ অংশ নহয়। এইখন শান্তিপূৰ্ণ দেশ। এনেধৰণৰ ‘নক্সাল কৌশল’ আমাৰ সংস্কৃতিৰ বাবে সম্পূৰ্ণৰূপে পৰকীয়া। মই ৰাজ্যৰ ডিজিপিক আপোনালোকৰ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে জনতাক হিংসাৰ বাবে প্ৰৰোচিত কৰাৰ বাবে গোচৰ ৰুজু কৰিবলৈ নিৰ্দেশ দিছো। আপোনালোকে ব্যৱহাৰ কৰা ভিডিঅ’ ফুটেজটো আপোনাৰ বিৰুদ্ধে প্ৰমাণ হিচাপে ব্যৱহাৰ কৰা হ’ব।”

আনহাতে, মুখ্যমন্ত্ৰীৰ এই নিৰ্দেশৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰাহুলে কয়, “মোক মন্দিৰ, বিশ্ববিদ্যালয়লৈ যাবলৈ বাধা দিয়া হৈছে। এইটো ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’ক ভীতি প্ৰদৰ্শন কৌশলৰ অংশ। কিন্তু আমি ভয় নকৰোঁ।”

উল্লেখযোগ্য যে আৰক্ষীয়ে ৰাহুল গান্ধীক মঙলবাৰে গুৱাহাটীত এখন সংবাদমেল অনুষ্ঠিত কৰিবলৈ অনুমতি দিবলৈও অস্বীকাৰ কৰে। তাৰ মাজতে প্ৰায় ৫,০০০ কংগ্ৰেছ কৰ্মী আৰু সমৰ্থকে ৰাজধানীত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল, কিন্তু আৰক্ষীয়ে তেওঁলোকক বাধা প্ৰদান কৰে। তাৰ পিছত পৰিস্থিতি উত্তপ্ত হৈ পৰে। আৰক্ষীয়ে ৰাহুলৰ ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’ ৰেলীক ছত্ৰভঙ্গ দিয়াবলৈ বল প্ৰয়োগ কৰিবলগা হয়। এই সময়তে কেইবাজনো কংগ্ৰেছ নেতা-কৰ্মী আৰু আৰক্ষী আহত হয়।

Ghy2 | ASSAM TIMES POST

উল্লেখযোগ্য যে হিমন্ত বিশ্ব শৰ্মা প্ৰশাসনে দাবী কৰে যে ৰাহুলৰ যাত্ৰাক ৰাজধানীৰ ভিতৰৰ গুৰুত্বপূৰ্ণ পথসমূহত যান-জঁট সৃষ্টি কৰিবলৈ অনুমতি দিয়া হোৱা নাছিল। ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষেৰে নামনি অসমৰ ফালে সমদলটো লৈ যোৱাৰ পৰামৰ্শ দিয়া হৈছিল। কিন্তু কংগ্ৰেছ কৰ্মী আৰু সমৰ্থকসকলে অভিযোগ কৰে যে অসমত বিজেপি চৰকাৰে ৰাহুল গান্ধীৰ যাত্ৰাক তেনেই লঘু অজুহাতত গুৱাহাটীত প্ৰৱেশ কৰাত বাধা দিয়ে।

অৱশ্যে ইয়াৰ পিছত ৰাহুলৰ ন্যায় যাত্ৰাই গুৱাহাটী অতিক্ৰম কৰি হাজোত উপস্থিত হয়। তাত ৰাহুল গান্ধীয়ে এক সংবাদমেল সম্বোধন কৰি বিজেপি তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ক্ষুৰধাৰ সমালোচনা কৰে।

Tags: BharatJodoNyayYatraInGuwahatiভাৰতজোড়োন্যায়যাত্ৰাগুৱাহাটীত
Share4Tweet3Send

Related Posts

Guwahati Shock I Man Dies After Alleged Assault by Transgender Group
Guwahati

Guwahati Shock I Man Dies After Alleged Assault by Transgender Group

by Staff Reporter
July 14, 2026
50
Landmark Gauhati HC Ruling Boosts Compensation in Custodial Deaths
Guwahati

Landmark Gauhati HC Ruling Boosts Compensation in Custodial Deaths

by Staff Reporter
July 13, 2026
50
Assam CM Launches Van Mahotsav: Urgent Call to Plant Saplings
Guwahati

Assam CM Launches Van Mahotsav: Urgent Call to Plant Saplings

by ASSAM TIMES POST
July 1, 2026
50
Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী
Guwahati

Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী

by News Desk
June 27, 2026
50
Assam Assembly Dy-Speaker : ডাঃ হাবে তেৰণক অসম বিধানসভাৰ উপাধ্যক্ষ নিৰ্বাচন
Guwahati

Assam Assembly Dy-Speaker : ডাঃ হাবে তেৰণক অসম বিধানসভাৰ উপাধ্যক্ষ নিৰ্বাচন

by News Desk
June 18, 2026
50
Khalida Begum death : সৰবৰহী মহিলা খালিদা বেগমৰ বিয়োগত শোকৰ ছাঁ
Guwahati

Khalida Begum death : সৰবৰহী মহিলা খালিদা বেগমৰ বিয়োগত শোকৰ ছাঁ

by News Desk
June 10, 2026
50
ADVERTISEMENT
Telengana Engineer fraud : চৰকাৰী অভিযন্তাৰ ১৫০ কোটিৰ সম্পত্তি; ২ কেজি সোণ, বিপুল পৰিমাণৰ নগদ ধন উদ্ধাৰ
National-International

Telengana Engineer fraud : চৰকাৰী অভিযন্তাৰ ১৫০ কোটিৰ সম্পত্তি; ২ কেজি সোণ, বিপুল পৰিমাণৰ নগদ ধন উদ্ধাৰ

July 23, 2026
50
Delhi protest : যন্তৰ-মন্তৰত আৰক্ষীৰ ওপৰত শিলগুটি নিক্ষেপৰ ঘটনাত এফআইআৰ দাখিল, মূৰত আঘাতপ্ৰাপ্ত এচিপি
National-International

Delhi protest : যন্তৰ-মন্তৰত আৰক্ষীৰ ওপৰত শিলগুটি নিক্ষেপৰ ঘটনাত এফআইআৰ দাখিল, মূৰত আঘাতপ্ৰাপ্ত এচিপি

July 23, 2026
50
NEET UG row : নীট কেলেংকাৰীক লৈ সংসদ চৌহদত প্ৰতিবাদত একাকাৰ বিৰোধী-এনডিএৰ সাংসদ
National-International

NEET UG row : নীট কেলেংকাৰীক লৈ সংসদ চৌহদত প্ৰতিবাদত একাকাৰ বিৰোধী-এনডিএৰ সাংসদ

July 23, 2026
50
Delhi protest I পুৱাৰে পৰা যন্তৰ-মন্তৰত বৃদ্ধি জনসমাগম, দিল্লীৰ ১৬টা মেট্ৰ’ ষ্টেচন বন্ধ
National-International

Delhi protest I পুৱাৰে পৰা যন্তৰ-মন্তৰত বৃদ্ধি জনসমাগম, দিল্লীৰ ১৬টা মেট্ৰ’ ষ্টেচন বন্ধ

July 23, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Telengana Engineer fraud : চৰকাৰী অভিযন্তাৰ ১৫০ কোটিৰ সম্পত্তি; ২ কেজি সোণ, বিপুল পৰিমাণৰ নগদ ধন উদ্ধাৰ

Telengana Engineer fraud : চৰকাৰী অভিযন্তাৰ ১৫০ কোটিৰ সম্পত্তি; ২ কেজি সোণ, বিপুল পৰিমাণৰ নগদ ধন উদ্ধাৰ

July 23, 2026
Delhi protest : যন্তৰ-মন্তৰত আৰক্ষীৰ ওপৰত শিলগুটি নিক্ষেপৰ ঘটনাত এফআইআৰ দাখিল, মূৰত আঘাতপ্ৰাপ্ত এচিপি

Delhi protest : যন্তৰ-মন্তৰত আৰক্ষীৰ ওপৰত শিলগুটি নিক্ষেপৰ ঘটনাত এফআইআৰ দাখিল, মূৰত আঘাতপ্ৰাপ্ত এচিপি

July 23, 2026
NEET UG row : নীট কেলেংকাৰীক লৈ সংসদ চৌহদত প্ৰতিবাদত একাকাৰ বিৰোধী-এনডিএৰ সাংসদ

NEET UG row : নীট কেলেংকাৰীক লৈ সংসদ চৌহদত প্ৰতিবাদত একাকাৰ বিৰোধী-এনডিএৰ সাংসদ

July 23, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx